Chapter: 4
মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
(Mill's Methods of Experimental Enquiry)
অনুশীলনীঃ-
১। তলৰ প্ৰশ্নবোৰৰ সংক্ষিপ্ত উত্তৰ দিয়া一一
(ক) মিলে কেইটা পদ্ধতি স্বীকাৰ কৰিছে ? সেইবোৰ কি কি ?
(খ) মিলৰ মতে মুখ্য পৰীক্ষণ দুটা কি কি?
(গ) মিলৰ আৰোহী পদ্ধতিৰ (পৰীক্ষণমুলক পদ্ধতিৰ) লক্ষ্য কি?
(ঘ) "অপসৰণ পদ্ধতি" বুলিলে কি বুজা?
(ঙ) ব্যতিৰেকী প্ৰণলীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?
(চ) কাকতালীয় দোষ কি?
(ছ) অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিন্ত নে?
(জ) মিলৰ ব্যতিৰেকী পদ্ধতি অপসৰণৰ কোন কোন সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত?
(ঝ) একমুখী সহ-পৰিৱৰ্তন কাক বোলে?
২। উদাহৰণ দিয়া一
(ক) বিপৰীতমুখী সহㄧপৰিৱৰ্তন।
(খ) কাকতালীয় দোষ।
(গ) ব্যতিৰেকী প্ৰণালী।
(ঘ) পৰিশেষ প্ৰণালী।
(ঙ) প্ৰকৃতিগত দোষ।
৩।চমুটোকা লিখা一
(ক) সহ−পৰিৱৰ্তনপ্ৰণালী।
(খ) একমুখী সহপৰিৱৰ্তন।
(গ) অপসৰণৰ সূত্ৰ।
(ঘ) ব্যৱহাৰিক অপূৰ্ণতা।
(ঙ) কাকতালীয় দোষ।
৪। উত্তৰ দিয়া―
(ক) অপসৰণৰ সূত্ৰ কেইটা আৰু কি কি?
(খ) উদাহৰণসহ অন্বয়ী প্ৰণালী ব্যাখ্যা কৰা।
(গ)অন্বয়ী প্ৰণালী প্ৰয়োগৰ তিনিটা অসুবিধা লিখি তাক দূৰ কৰাৰ উপায় বৰ্ণনা কৰা।
(ঘ) ব্যতিৰেকী প্ৰণালী কাক বোলে? ইয়াক কিয় আৱিস্কাৰ প্ৰণালী বোলা হয়?
(ঙ) উদাহৰণসহ সহ−পৰিৱৰ্তন প্ৰণালী ব্যাখ্যা কৰা।
(চ)পৰিশেষ পদ্ধতি কাক বোলে? ই ব্যতিৰেকী প্ৰণালীৰ এক বিশেষ ৰূপ নেকি?
(জ)সহ−পৰিৱৰ্তন প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
(ঝ) "ব্যতিৰেকী প্ৰণালী মূলতঃ পৰীক্ষণমূলক প্ৰণালী" 一 ব্যাখ্যা কৰা।
Type : Sri Bidyut Thakuria
Post ID : DABP005948