গণতান্ত্ৰিক উত্থান আৰু সংযুক্ত ৰাজনীতি


A. Short Type Questions:

1. Write any two features of the coalition govt. 

 সংযুক্ত চৰকাৰৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা। 


2. Mention two causes for growing importance of regional political parties in India. 

 ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ।


3. Write two features of coalition government in India.

 ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। 


4. What were the two reasons which led to the mid tern election in 1980? 

১৯৮০ চনত মধ্যৱর্তীকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হােৱাৰ দুটা কাৰণ কি কি? 


Additional Important Questions:

 A. Very Short Type Questions: 

1. In which year Janata Dal was formed?

জনতা দল কোন চনত গঠন হৈছিল?


2. Who was the head of the coalition govt. of 1989? 

 ১৯৮৯ চনৰ সংযুক্ত চৰকাৰৰ নেতা কোন আছিল?  


3. Which party led the National Democratic Alliance? 

ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব কোন দলে লৈছিল?


4. In which year V.P. Singh into power?

ভি.পি সিং কিমান চনত ক্ষমতালৈ আহিছিল? 


5. Who was the head of the coalition govt. from 1999 to 2004?

 ১৯৯৯ চনৰ পৰা ২০০৪ লৈ সংযুক্ত চৰকাৰৰ নেতা কোন আছিল? 


6. Which leader of BJP called Mohammad Ali Jannah as a secular leader? 

 বিজেপিৰ কোনজন নেতাই মহম্মদ আলী জিন্নাক এজন ধর্ম নিৰপেক্ষ নেতা বুলি কৈছে? 


7. How many parties formed the NDA? 

 এন ডি এ কিমানটা দলে মিলি গঠন কৰিছিল?



B. Short Type Questions:

1. What do you know about NDA? 

 এন ডি এৰ বিষয়ে তুমি কি জানা? 


2. What do you understand by UPA? 

 ইউ পি এ মানে তুমি কি বুজা? 


 3. Who provided the leadership to NDA govt and UPA govt? 

এন ডি এ আৰু ইউ পি এ চৰকাৰৰ নেতৃত্ব কোনে বহন কৰিছিল?


4. What do you know about Kanshi Ramn?

 কাশীৰামৰ বিষয়ে তুমি কি জানা? 


  5. Write two causes responsible for the growth of Regional parties.

  আঞ্চলিক দলৰ বিকাশৰ দুটা কাৰণ লিখা।


6. Discuss two important reason of increasing role of regional parties in coalition politics. 

 সংযুক্ত ৰাজনীতিত আঞ্চলিক দলৰ ভূমিকা বৃদ্ধি পােৱাৰ দুটা দৰকাৰী কাৰণ আলােচনা কৰা। 


7. Are Regional parties necessary? Give any two arguments in support of your answer. 

আঞ্চলিক দল প্রয়ােজনীয় নে? তােমাৰ উত্তৰৰ সমৰ্থনত যিকোনাে   দুটা যুক্তি দিয়া। 


8.  What is meant by coalition govt? When was the coalition govt. formed for the first time at the centre? 

 সংযুক্ত চৰকাৰে কি বুজায়? কেন্দ্ৰত প্রথমবাৰৰ বাবে কেতিয়া সংযুক্ত চৰকাৰ গঠন হৈছিল?


 9. Why are the Regional parties becoming more popular at present?

  বর্তমান আঞ্চলিক দল কি কাৰণে অধিক জনপ্রিয় হৈছে?


10. Explain any three reasons for the emergence of the coalition politics in the Indian Democratic system. 

 ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত সংযুক্ত ৰাজনীতি উদ্ভৱৰ যিকোনাে তিনিটা কাৰণ ব্যাখ্যা কৰ । 


 11. Mention some of the major policies and programmes of National Democratic Alliance. 

ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ কিছুমান নীতি আৰু কাৰ্যসূচী উল্লেখ কৰা।


 12. Write a note on UPA govt. 

 ইউ পি এ চৰকাৰৰ ওপৰত এটা টোকা লিখা।


13. Mention any four major policies of Janata Dal. 

জনতা দলৰ যিকোনাে চাৰিটা মুখ্য নীতি উল্লেখ কৰা।


C. Essay Type Questions:


1. Explain the role of Telegu Desam and AIADMK as the regional parties in the Atal Bihari Vajpayee govt. 

অটল বিহাৰী বাজপেয়ী চৰকাৰত আঞ্চলিক দল হিচাপে তেলগু দেশৰ্ম আৰু এ আই এ ডি এমকেৰ ভূমিকা ব্যাখ্যা কৰা।


2. Discuss the main features of coalition govt. in India. 

ভাৰতৰ সংযুক্ত চৰকাৰৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। 


3. Many people think that a two party system is required for successful democracy. Give arguments. 

বহুতাে মানুহে ভাবে যে গণতন্ত্রৰ কৃতকার্যতাৰ বাবে দ্বি - দলীয় ব্যৱস্থা লাগে। যুক্তি দিয়া। 


 4. Analyse the policies and programmes of National Democratic Alliance. 

ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নীতি আৰু কার্যাৱলীসমূহ বিশ্লেষণ কৰা । 


 5. Why is the importance of regional parties in creasing in India? 

 ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বৃদ্ধি পাইছে? 


 6. Explain the policies and programmes of Bharatiya Janata Party. 

 ভাৰতীয় জনতা দলৰ নীতি আৰু কার্যাৱলীসমূহ ব্যাখ্যা কৰা। 


7. Discuss the policies and programmes of Janata Dal. 

 জনতা দলৰনীতি আৰু কার্যাৱলীসমূহ আলােচনা কৰা।


Type- Nayan Jyoti Bordoloi