আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত 


A. Very Short Type Questions:

1. Which Article of the Indian Constitution gives greater autonomy to Jammu and kashmir?

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জন্মু আৰু কশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে?


2. Which party is the first regional party to form government in a State? 

 কোন ৰাজ্যত চৰকাৰ গঠন কৰা প্রথম আঞ্চলিক দলটোৰ নাম কি?  


B. Short Type Questions: 

1. Write two factors that lead to the growing importance of regional political party in India. 

 ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰক লিখা। 


2. Which two Articles of the Constitution of India give more autonomy to Jammu and Kashmir? 

 ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু 1 কাশ্মীৰক অধিক স্বতন্ত্র প্রদান কৰিছে?


3. Write two causes of orgin of regionalism in India. 

 ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। 


C. Essay Type Questions: 

1. Mention any four regional parties of India. 

ভাৰতৰ যিকোনাে চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা। 


 2. Write a short note on Kashmir Problem.

 কাশ্মীৰ সমস্যাৰ বিষয়ে এটা চমু টোকা লিখা।


3. Discuss briefly any two factors responsible for the emergence of regional political parties in India.

ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনাে দুটা কাৰকৰ বিষয়ে চমুকৈ আলােচনা কৰা। 


4. Discuss the demands for autonomy in North- "Eastern Region of India.

 ভাৰতৰ উত্তৰ - পূৱ অঞ্চলৰ স্বতন্ত্রতাৰ দাবীৰ বিষয়ে আলােচনা কৰা।


5. Do you think that social movement is important in India? justify your answer. 

 ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্ব আছে বুলি তুমি ভাবানে?তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রদর্শন কৰা। 


 6. Discuss briefly about the secessionist movements in North East India. 

 উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা। 


 Additional Important Questions:

A. Very Short Type Questions: 

1. In which year Shiv Sena was established?

শিৱসেনা কিমান চনত প্রতিষ্ঠা হৈছিল? 


2. When was National Conference established? 

নেচনেল কনফাৰেন্স কেতিয়া প্রতিষ্ঠা হৈছিল? 


3. In which year Punjab was reorganised on linguistic basis? 

 কিমান চনত পঞ্জাৱক ভাষিক ভিত্তিত পুনৰ সংগঠিত কৰা হৈছিল? 


4. When Telegu Desam was established? 

তেলেগু দেশম কেতিয়া প্রতিষ্ঠা হৈছিল? 


5. Who was the founder President of Telegu Desam?

তেলেগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 


6. Under which article Jammu and Kashmir is given autonomy?

 কোন অনুচ্ছেদত জম্মু - কাশ্মীৰক স্বায়ত্বশাসন প্রদান কৰা হৈছে?


7. Write the full form of AASU. 

 AASU -ৰ সম্পূৰ্ণ ৰূপটো লিখা।


8. In which year Nagaland state was created? 

 কোন চনত নগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল?


9. What is the full form of MNF? 

 MNF- ৰ সম্পূর্ণ ৰূপটো কি? 


10. Who was the leader of MNF? 

MNF - ৰ নেতা কোন আছিল? 


11. Write full form of MGP. 

 MGP - ৰ সম্পূৰ্ণ ৰূপটো লিখা।


12.  When was first Assembly Election held in Sikka? 

ছিকিমত প্রথম বিধানসভা নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?


 13. Who was Laldenga? 

লালডেংগা কোন আছিল?


14. Mention any two factors responsible for Regionalism.

 আঞ্চলিকতাবাদৰ যিকোনাে দুটা কাৰক উল্লেখ কৰা।


 15. What is the basic nature of Kashmir Issue? 

কাশ্মীৰ বিষয়টোৰ প্রাথমিক প্রকৃতি কি?


 16. Write few lines on ' Instrument of Accession"? 

 অন্তর্ভুক্তিৰ বিষয়টোৰ ওপৰত কেইশাৰীমান লিখা। 


17. Give the significance of Article 370 of our Constitution? 

আমাৰ সংবিধানৰ 370 অনুচ্ছেদৰ গুৰুত্ব কি? 


18. What do you mean by seven sisters?

সাতভনী বুলিলে তুমি কি বুজা?


19. in which year first Assembly Election was held in Sikkim? 

 চিকিমত প্রথম বিধান সভাৰ নির্বাচন কোন বছৰ অনুষ্ঠিত হৈছিল?


20. Write full form of M.GP.

M.GP. সম্পূর্ণ ৰূপটো লিখা।


21. Which issue is always seems a major issue be T tween India arad Pakistan? 

 ভাৰত আৰু পাকিস্তানৰ মাজৰ কিবােৰ বিষয়ক সদায় প্রধান বিষয় হিচাপে বােধ হয়?


 22. What were the main provisions of the Punjab Accord? In what way can they be the basis for further tensions between the Punjab and its neighbouring states? 

 পাঞ্জাৱ চুক্তি প্রধান দফাসমূহ কি কি? পৰৱৰ্তী সময়ত এই দফাসমূহ কেনেকৈ পাঞ্জাৱ আৰু সুৰীয়া ৰাজ্যসমূহৰ বাবে সমস্যা হৈ পৰিছে?


 23. Discuss the factors responsible for the emergence of regional parties in India.

ভাৰতত আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণসমূহ আলােচনা কৰা।


24. Describe the policies and programmes of Shironmani Akali Dal. 

 শিৰােমণি আকালি দলৰ নীতি আৰু কাৰ্যসমূহ বর্ণনা কৰা।


 25. What are the basis of separatist tendencies in India today? 

 ভাৰতত বর্তমান পৃথকতাবাদী নীতিৰ মূল ভিত্তি কি?


 26. Explain the rise of political violence in the North - Eastern parts in India. 

 ভাৰতৰ উত্তৰ পূর্বাঞ্চলৰ ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি ব্যাখ্যা কৰা। মূল ভিত্তি কি?


27. Briefly discuss the Assam Accord.

অসম চুক্তি চমুকৈ আলোচনা কৰা।


28. Are Regional parties necessary in India? Give any two arguments in support of your answer. 

 ভাৰতবৰ্ষত আঞ্চলিক দল প্রয়ােজনীয় নে? তােমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি দিয়া।


29. Who was Hari Singh? 

 হৰি সিং কোন আছিল?


30. Who was Tara sing? 

 তাৰা সিং কোন আছিল? 


31. Who was Laldenga? 

 লালডেংগা কোন আছিল?


32. When was the Assam agitation on foreigner's issue started?

 বিদেশী বিষয়ক লৈ অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?


 33. To which state does the AGP belong

AGP CPA কোন ৰাজ্যৰ? 


 34 . In which year did Goa become a state of the Indian Union?

 কোন চনত গােৱা ভাৰতৰ এখন ৰাজ্য হিচাপে চামিল হৈছিল? 


 35. When Prime Minister Indira Gandhi was assassinated? 

 প্রধানমন্ত্রী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? 


 36. Who was the leader of the Naga National Council? 

নগা নেশ্যনেল কাউন্সিলৰ নায়ক কোন আছিল? 


 37. When Anandapur Sahib Resolution was passed? 

 আনন্দপুৰ চাহিবপ্রস্তাৱ কেতিয়া গৃহীত হৈছিল? 


 38. When Govt. of India carried out operation Blue Star? 

 ভাৰত চৰকাৰে কেতিয়া অপাৰেশ্যন ব্লু ষ্টাৰ চলাইছিল?


39. When Sikkim was merged with India.

ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল? 


 40. In Which state Assam Gana Parished is active?

 কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্রিয়? 


 41. Mention any one factors that leads to regionalism.

 আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনাে এটা কাৰক উল্লেখ কৰা। 


 42. What was the tragic turn which complicated the Punjab problem further? 

পঞ্জাব সমস্যাক পুনৰ জটিল কৰি তােলা শােকাবহ ঘটনাটো কি আছিল? 


43. Which Prime Minister expressed regret over the violence against Sikhs after Indira Gandhi's death? 

 ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত শিখসকলৰ বিৰুদ্ধে সৃষ্টি হােৱা হিংসাত্মক ঘটনাৱলী সন্দৰ্ভত কোনগৰাকী প্রধানমন্ত্রীয়ে দুখ প্ৰকাশ কৰিছিল? 


B. Short Type Questions:

1. Write about the Assam Movement. 

 অসম আন্দোলনৰ বিষয়ে লিখা ।


2. What do you understand by Punjab crisis?

 পঞ্জাৱ সমস্যাৰ দ্বাৰা তুমি কি বুজা?


3. Describe the demands of AASU , AGP and ULFA.

আছু, এজিপি আৰু আলফাৰ দাবীসমূহ বর্ণনা কৰা। 


4. What do you mean by Regionalism? 

আঞ্চলিকতাবাদ বুলিলে তুমি কি বুজা?


5. Write a short note on Anandpur Sahib Resolution passed in 1973. 

 ১৯৭৩ চনৰ 'আনন্দপূৰ চাহেব প্রস্তাৱৰ ওপৰত এটা চমুটোকা লিখা।

 

 6. What was Operation Blue Star '? 

অপাৰেচন ব্রষ্টাৰ ' কি?


 7. Who was Sheikh Mohammad Abdullah. 

শ্বেইখ মহম্মদ আব্দুল্লা কোন আছিল?


 8. Write a short note on National Conference. 

নেচনেল কনফাৰেন্সৰ ওপৰত এটা চমুটোকা লিখা। 


9. Write a short note on Assam Gana Parishad.

 অসম গণ পৰিষদৰ ওপৰত এটা চমুটোকা লিখা। 


 10. Describe about the reorganization of North East Region after India's Independence. 

ভাৰতৰ স্বাধীনতাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰ সংগঠনৰ বিষয়ে  বর্ণনা কৰা।


 11. Write a short note on Telegue Desham. 

তেলেগু দেশমৰ ওপৰত এটা চমুটোকা লিখা।


 12. Write a note on Shiromoni Akali Dal.

শিৰোমণি অকালি দলৰ ওপৰত এটা টোকা লিখা। 


 13. How the problem of regionalism can be solved? 

 আঞ্চলিকতাবাদৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি? 


14. Write three causes of regionalism?

 আঞ্চলিকতাবাদৰ তিনিটা কাৰণ লিখা। 


15. How Regionalism has affected Indian politics?

 আঞ্চলিকতাবাদে কেনেকৈ ভাৰতৰ ৰাজনীতিত প্ৰভাৱ পেলাইছে?  


 16. Discuss the policies and programmes of DMK. 

 DMK- ৰ নীতি আৰু কার্যাবলী আলােচনা কৰা। 


 17. Write some words on regional aspirations.

 আঞ্চলিক প্রত্যাশাৰ ওপৰত কিছু লিখা।





18. Write a short note on Sikkim's merge in India. 

ভাৰতত সংযােজিত হােৱাৰ ওপৰত এটা চমুটোকা লিখা। 


19. "The AASU and AGP have demarided that the head quarters of the tea plantation companies showed be located in Assam." - Why? 

''আছু আৰু এজিপিয়ে চাহ কোম্পানীৰ মুখ্য কার্যালয় অসমত স্থাপন হােৱাটো দাবী কৰিছে । ” – কিয়?


 20. Discuss the role of Congress in the politics of T | Jammu and Kashmir. 

জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্ৰেছ দলৰ ভূমিকা আলােচনা কৰা। 


21. Discuss the ideology and electoral performance of National Conference. 

নেশ্বনেল কনফাৰেঞ্চৰ আদর্শ আৰু নির্বাচনী পাৰদৰ্শিতা আলােচনা কৰা।


 22. How Regionalism has affected Indian Politics? 

 আঞ্চলিকতাবাদে ভাৰতীয় ৰাজনীতিত কেনে প্রভাৱ পেলাইছে?


23.  How the problem of regionalism can be solved?.

 আঞ্চলিকতাবাদৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি। 


24. In 1972 which two union territories were given ststus of statehood? 

1972 চনক কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়া হৈছিল? 


25. When Sikkim was merged with India? 

ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল?


26. What do you understand by ' Regionalism?

 আঞ্চলিকতাবাদ ’বুলিলে কি বুজা?


 27. Write few lines about Laldenga.

 লালডেংগাৰ বিষয়ে কেই শাৰীমান লিখা।


28. What do you understand by MNF? 

 MNF বুলিলে কি বূজা?


29. Mention any provision, cial status to Jammu and Kashmir. 

 কাশ্মীৰক বিশেষ মর্যাদা দিয়াটো প্রতিপন্ন কৰা দুটা ব্যৱস্থাৰ উল্লেখ কৰা। 


 30. Give the significance of Article 370 of our constitution.

 আমাৰ সংবিধান অনুচ্ছেদ 370 ৰ তাৎপর্য উল্লেখ কৰা । 


31. What is the basic nature of Kasmir Issue? 

 কাশ্মীৰ সমস্যাটোৰ মূল প্রকৃতি কি? 


32. What is the basic principle of the Indian approach to diversity? 

 বৈচিত্ৰ সন্দৰ্ভত ভাৰতীয় প্রচেষ্টাৰ মূল নীতিটো কি? 


33. What issue do regional movements involve? 

 কিবােৰ বিষয় আঞ্চলিক আন্দোলনবােৰত জড়িত হৈ কি বুজা?  



C. Essay Type Questions: 

1. The Assam movement was a combination of cultural pride and economic backwardness. 

 “ অসম আন্দোলন হৈছে সাংস্কৃতিক গৌৰৱ আৰু । T অর্থনৈতিক অনগ্ৰসৰতাৰ সমন্বয় । ” - ব্যাখ্যা কৰা।

 

 2. What were the main provisions of the Punjab accord? 

 পঞ্জাৱ চুক্তিৰ প্ৰধান দফাসমূহ কি কি? 


3. What are the various positions on the issue of regional autonomy for Kashmir? Give reasons for your answer. 

 কাশ্মীৰৰ আঞ্চলিক স্বায়ত্বশাসনৰ বিভিন্ন অৱস্থাসমূহ কি কি? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। 


4. Write an essay on national integration. 

 জাতীয় সংহতিৰ ওপৰত এখন ৰচনা লিখা।


5. Write an essay on DMK and AIASMK. 

ডি এম কে আৰু এ আই এ ডি এম কে-ৰ ওপৰত এখন ৰচনা লিখা। 


6. Describe about the politics of the North - East and the demands of autonomy in the region. 

 উত্তৰ-পূবৰ ৰাজনীতি আৰু অঞ্চলটোত স্বায়ত্বশাসনৰ দাৰীৰ বিষয়ে বর্ণনা কৰা।


 7. Write an essay on Regional Aspirations in India. 

 আঞ্চলিক প্রত্যাশাৰ ওপৰত এখন ৰচনা লিখা।


8. Write about the policies and programmes of ! Assam Gana Parishad. 

অসম গণ পৰিষদৰ নীতি আৰু কার্যাৱলীৰ বিষয়ে লিখা।


9. Describe the role of Regionalism in Indian Politics.

 ভাৰতীয় ৰাজনীতিত আঞ্চলিকতাবাদৰ ভূমিকা বর্ণনা কৰা। 


 10. All regional movements need not lead to separatist demands. Explain by giving examples from this chapter. 

 সকলাে আঞ্চলিক আন্দোলনে পৃথকতাবাদী দাবী উত্থাপন নকৰে।এই অধ্যায়ৰপৰা উদাহৰণ দি ব্যাখ্যা কৰা। 


 11. Give the significance of Article 370 of our constitution. 

 আমাৰ সংবিধান অনুচ্ছেদ 370 ৰ তাৎপর্য উল্লেখ কৰা। 


12. Give a brief description of Jammu and Kasmir. 

 জন্মু আৰু কাশ্মীৰৰ চমু বিৱৰণ দিয়া। 


13. How does regionalism come in the way of bringing about unity in diversity? 

 অনৈক্যৰ মাজত ঐক্যৰ পথত আঞ্চলিকতাবাদৰ সৃষ্টি হ’ল কিদৰে?


 14. Discuss the nature of the Dravidian movement. 

 দ্রাবিড়সকলৰ আন্দোলনৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা।


15. How does regionalism come in the way of bringing about unity in diversity? 

 ঐক্যৰ মাজত অনৈক্য অনাৰ পথত আঞ্চলিকতাবাদে কিদৰে বাধা সৃষ্টি কৰে?


16. List the areas of tension immediately after independence in India. 

 ভাৰতৰ স্বাধীনতাৰ ঠিক পিছতেই উত্তেজনা সৃষ্টি হােৱা এলেকা সমূহৰ তালিকা দিয়া।


17. Why did the Anandpur Sahib Resolution become controvesial? 

 আনন্দপুৰ চাহিব প্রস্তাৱ কিয় বিতর্কিত হৈ পৰিছিল?


 18. Discuss the Assam Accord. 

 অসম চুক্তি সম্পর্কে আলােচনা কৰা। 


19. Are regional parties necessary in India ? Give any | two arguments in support of your answer

 ভাৰতত আঞ্চলিক দলসমুহ প্রয়ােজনীয় নে? তােমাৰ উত্তৰৰ সমৰ্থনত যিকোনাে দুটা মত আগবঢ়োৱা। 


20. Discuss the policy and programme of Telugu Desam Party  T.D.P

 তেলুগু দেশম পার্টীৰনীতি আৰু কার্যসুচীসমূহৰ বিষয়ে আলােচনা কৰা।


 21. Discuss the ideology and electoral Performance of National conference.

নেশ্যনেল কনফাৰেন্সৰআদর্শ আৰু নির্বাচনী সফলতা - বিফলতাৰ বিষয়ে আলােচনা কৰা।


22. " Regionalism is a curse ' . How can it be curbed ? Give any four suggestions. ' আঞ্চলিকতাবাদ ’ এক অভিশাপ। ইয়াক কিদৰে ৰােধ কৰিব পাৰি? যিকোনাে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।


 23. What are the different forms of separatist politics of Kashmir? 

 কাশ্মীৰৰ বিভিন্ন ধৰণৰ বিচ্ছিন্নতাবাদী ৰাজনীতিবােৰ কি কি?


 24. What do you know about Kazi Lhendeep Dorji Khangsarpa? 

 কাজী লেনদীপ দর্জী খাংছাপাৰ বিষয়ে কি জানা?


25. Discuss the role of congress in the politics of Jammu and Kashmir. 

 জন্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্রেছৰ ভূমিকা সম্পর্কে আলােচনা কৰা।


 26. What are the factors that fuel the fires of separatism in India?

 ভাৰতত বিচ্ছিন্নতাবাদৰ জুই জ্বলাত কি কি কাৰকে ইন্ধন হিচাপে কাম কৰে? 


27. Identify one similarity and difference between the crisis in Punjab and Assam during the 1980s

 1980 ৰ দশকৰ পঞ্জাব আৰু অসমৰ সংকট দুটাৰ এটা সাদৃশ্য আৰু বৈসাদৃশ্য চিনাক্ত কৰা।


29. Do you think that regionalism is good for Indian democracy?

 ভাৰতীয় গণতন্ত্রৰ বাবে আঞ্চলিকতাবাদক তুমি ভাল বুলি ভাবা নে?