বিশ্ব কুইজ

1) বিশ্বৰ পাঁচখন বুজোৱা অলিম্পিকৰ বল পাঁচটাৰ ৰং কি কি ?

উত্তৰঃ নীলা, হালধীয়া , ক'লা াৰু সেউজীয়া ।

2) বিশ্বকাপ ফুটবলৰ আয়োজন (FIFA) ফিফাৰ  চৰকাৰী ভাষাটো কি ?

উত্তৰঃ ফৰাচী ।

3) বিশ্বৰ বৃহত্তম ফুটবল খেলপথাৰ কোন খন ?

উত্তৰঃ মাৰাকানা মিউনিচিপাল ষ্টেডিয়াম, ব্ৰাজিল । ইয়াত ২,০৫, ০০০ জন দৰ্শকে চাব পাৰে ।

4) বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ?

উত্তৰঃ ধনুৰ্বিদ্যা বা আৰ্চাৰি ।

5) বিশ্বৰ আটাইতকৈ প্ৰাচিন খেল সমাৰোবটোৰ নাম কি ?

উত্তৰঃ 'গ্ৰেটেষ্ট শ্ব' অন দ্য আৰ্থ খ্যাত অলিম্পিক ।

6) বিশ্বকাপ ফুটবল কিেইবছৰ মূৰত অনুষ্ঠিত হয় আৰু প্ৰথম খন বিশ্বকাপ কোন ঠাইত হৈছিল?

উত্তৰঃ চাৰি বছৰ মূৰত আৰু প্ৰথম খন বিশ্বকাপ উৰুগুৱেত ১৯৩০ চনত হৈছিল ।

7) ভলীবল খেলৰ উদ্ভাৱক কোন আছকিল?

উত্তৰঃ উইলিয়াম জি মৰ্গন (১৮৯৫ চন, আমেৰিকা ) । 

8) বিশ্বকাপ ফুটবলৰ খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে ?

উত্তৰঃ কমলেশ্বৰ শংকৰ ।

9) বিশ্বকাপ ফুটবলৰ 'কাপটাৰ' নাম কি ?

উত্তৰঃ ১৯৭০ চনলৈ "জুলে ৰীমে কাপ " আৰকু ১৯৭০ চনৰ পৰা 'ফিফা বিশ্বকাপ।

10) বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হয় ?

উত্তৰঃ ১৯৩০ চনৰ জুলাই মাহৰ ১৩ তাৰিখ দেউবাৰ ।

11) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতা কি ?

উত্তৰঃ ফিফাকাপ (FIFA CUP ) ।

12) বিশ্বকাপ ফুটবল খেল কেতৰিয়া অনুষ্ঠিত হোৱা নাছিল ?

উত্তৰঃ বিশ্বযুদ্ধৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত বিশ্বকাপ ফুটবল খেল হোৱা নাছিল।

13) প্ৰথম মহিলা বিশ্বকাপ ফুটবল ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ ঃ চীনৰ গুয়াং ঋৌত, ১৯৯১ টনত ।

14) .বিশ্বকাপ ফুটবল কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় ?

উত্তৰঃ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ।

15) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ কোন ?

উত্তৰঃ ব্ৰাজিলৰ পেলে (ক'লা মুকতা বা Black Dimond ।

16) ক্ৰিকেট খেলৰ জন্ম স্থান ক'ত আৰু প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ জন্মস্থান ইংলেণ্ডৰ আৰু প্ৰথম বিশ্বকাপ খেল ১৯৭৫ চনত ইংলেণ্ডতে অনুষ্ঠিত হৈছিল ।  

17) ফিফাৰ ( FIFA) ২০০৮ চনৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা কোনে লাভ কৰিছিল ?

উত্তৰঃ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে ।

19) ভাৰতবৰ্ষত সৰ্বপ্ৰথমে গঠন হোৱা ফউটবল ক্লাবটোৰ নাম কি ?

উত্তৰঃ 'ডেলহাউছি ক্লাব' । ১৮৭২ চনত কলকাতাত স্থাপন হৈছিল ।

20) ফুটবল খেলপথাৰত খেলুৱৈক নিয়ন্ত্ৰিণত ৰখাৰ কাৰকনে ব্যৱাহাৰ কৰা ৰঙা আৰু হালধীয়া  কাৰ্ডৰ আৱিস্কাৰক কোন আছিল?

উত্তৰঃ কেন এষ্টল । 

21) বিশ্বকাপ ক্ৰিকেটক হেট্ট্ৰিক কৰপা প্ৰথম জন বলাৰ কোন ?

উত্তৰঃ ভাৰকতৰ চেতন শৰ্মা । 

22) ভাৰতীয়  ক্ৰিকেটক কাক 'বায়ৰন' বুলি কোৱা হয় ?

উত্তৰঃ লালা অমৰনাথক ।

23) গাভাস্কাৰৰ এই ৰেকৰ্ড স্পৰ্শ কৰা আন গৰাকী ভাৰতীয় খেলুৱৈ কোন ? 

উত্তৰঃ শচীন তেণ্ডুলকাৰ ।

24) টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতৰান প্ৰথম ভাৰতীয় খেলুৱৈজন কোন ?

উত্তৰঃ সুনীল গাভাস্কাৰ ।

25) এদিনীয়া ক্ৰিকেটত কম সংখ্যাক বলত শতৰান কৰা খেলুৱৈগৰাকী কোন ?

উত্তৰঃ পাকিস্তানৰ ছাহিদ আফ্ৰিদিয়ে ( মাত্ৰ ৩৭টা বলত ১০২ ৰান কৰিছিল।

26) কোনগৰাকী ইংৰাজ ক্ৰিকেট কেপ্তেইনে অলিম্পিকত বক্সিং চেম্পিয়ন  হৈছিল ?

উত্তৰঃ জে , ডব্লিউ, এইচ, টি ডগলাচ ।

27) তৃতীয় আম্পায়াৰৰ দ্বাৰা  েল , বি, ডব্লিউৰে , আউট হোৱা সৰ্বপ্ৰথম বেট্ছমেন গৰ০াকৰী কোন ? 

উত্তৰঃ ছোৱেইব মালিক (পাকিস্তান) ।

28) বিশ্বকাপ ক্ৰিকেটত সৰ্বাধিক ুইকেট দসল কৰা খেলুৱৈ জন কোন ?

উত্তৰঃ গ্লান মেকগ্ৰাথ (২০০৭ৰ বিশ্বকাপত তেওঁ ৫৭ টা উইকেট লয়)।

29) প্ৰথম ভাৰতীয় ক্ৰিকেটাজন কোন, যিজনে একেৰাহে চাৰিখন টেষ্টত চাৰিটা শতৰান কৰিছিল ?

উত্তৰঃ ৰাহুল দ্ৰাবিড় (বিশ্বত চতুৰ্থ স্থান ) ।

30)এজন ভাৰতীয় এঘাৰ নম্বৰ বেট্ছমেনে সৰ্বাধিক (৭৫) ৰান কৰিবিশ্বাভিলেখ গঢ়িছিল, তেওঁ কোন ?

উত্তৰঃ জাহিৰ খান (২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে ) । 

31) আধু নিক অলিম্পিকত প্ৰথমটো পদক অৰ্জন কৰা খেলুৱৈগৰাকী কোন ?

উত্তৰঃ আমেৰিকাৰ ত্ৰিপল জাম্পাৰ জেম্পাছ ব্ৰেণ্ডন কানলী । 

32) টেষ্ট ক্ৰিকেট খেলা ভাৰতীয় কম বয়সীয়া উইকেট কীপাৰ জন কোন ?

উত্তৰঃ পাৰ্থৱ পেটল (বয়স ১৭ বছৰ ১৫৮ দিন) । 

33) অলিম্পিকত অংশগ্ৰহন কৰা প্ৰথম ভাৰয়ীয় মহিলা গৰাকী কোন আছিল?

উত্তৰঃ নীলিমা ঘোষ (১৯৫২ চন ) ।

34) ১৮৯৬ চনত এথেন্সত আৰম্ভ হয় আধুনিক অলিম্পক, এই প্ৰতিযোগিতাত কিমান প্ৰতিযোগিয়ে ভাগ লৈছিল?

উত্তৰঃ ১৩ খন দেশৰ ৩১১ গৰাকী প্ৰতিযোগিয়ে ।

35) বিশ্ব ক্ৰিকেটৰ ঐতিহাসত সৰ্বপ্ৰথম ২০ হাজাৰৰো অধিক ৰান কৰা ভাৰতীয় খেলুৱৈজন কোন?

উত্তৰঃ শচীন তেণ্ডুলকাৰ ।

36) আধুনিক অলিম্পিকৰ জন্মদাতা বুলি কাক কোৱা হয় ?

উত্তৰঃ বেৰন পিয়েৰ দ্য কুবাৰ্তিনক পৰা ।

37) অলিম্পিক খেল কেইবছৰ মূৰত অনুষ্ঠিত হয়?

উত্তৰঃ ৪ বছৰৰ মূৰত ।

38) এছিয়াৰ কোন ঠাইত প্ৰথম অলিম্পিক  অনুষ্ঠিত হৈছিল ?

উত্তৰঃ জাপানৰ ৰাজধানী টকিঅ "ত (১৯৬৪ চন ) ।

39) অলিম্পিক খেলৰ প্ৰথম কেতিয়ীৰ পৰা মহিলাই অংশগ্ৰহন কৰিছিল?

উত্তৰঃ ১৯০০ চনৰ পেৰিচ অলিম্পিকৰ পৰাই ।

40) অলিম্পিকত বেডমিণ্টন খেল কেতিয়াৰ পৰা অন্তৰ্ভুক্ত হয় ?

উত্তৰঃ ১৯৯২ চনৰ বাৰ্চিলোন অলিম্পিকৰ পৰা ।

41) অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ৭৭৬ চনত গ্ৰীচ দেশৰ এথেন্সৰ ওচৰতে অলিম্পিয়া নামে ঠাই -ডোখৰত।

42) এজন ভাৰতীয় ক্ৰিকেতাৰে শতিকাৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰিছে । তেওঁ কোন ? 

উত্তৰঃ কপিল দেৱ (এৱেঁই ৪০০ উইকেট সলোৱা প্ৰথম ভাৰতীয় ) ।

43) এছিয়ান গেমচ্ সংক্ষেপতে কি বোলে? 

উত্তৰঃ অছিয়াড ।

44) পোনপ্ৰথমে এছিয়ান গেমচ্ ক'ত অনুষ্ঠিত হৈছিল আৰু কোনে উদ্বোধন কৰিছিল?

উত্তৰঃ ভাৰতত। ১৯৫১ চনত । উদ্বোদন কৰিছিল পণ্ডিত জৱাহৰলাল নেহেৰুৱে।  

45) এছিয়ান গেমচ্ কেইবছৰৰ মূৰে মূৰপে অলুষ্ঠিত হয়?

উত্তৰঃ চাৰি বছৰৰ মূৰে মূৰে ।

46) অলিম্পিকত হকীত ভাৰতে বৰ্তমানলৈ কিমানবাৰ স্বণ পদক লাভ কৰিছে? 

উত্তৰঃ ৮বাৰ।      

47) বেইজিং অলিম্পিকৰ প্ৰধান ষ্টেডিয়াম খনৰ নাম কি? 

উত্তৰঃ 'বাৰ্ডছ নেষ্ট' ।       

 48) বিশ্বৰ আটাইতকৈ পুৰনী খেলবিধ কি?

উত্তৰঃ ধনুৰ্বিদ্যা বা আৰ্চাৰি। ধনুৰ্বিদ্যা ভূটানৰ জাতীয় খেল।

49) অলিম্পিকত ভাগ লোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা  এথলেট কোন ?

উত্তৰঃ    মেৰী ডিচুজা ।

50) অলিম্পিকৰ মূলমন্ত্ৰ তিনিটা কি কি ?

উত্তৰঃ "চাইটিয়াছ, এলটিয়াচ , ফৰটিয়াছ" অৰ্থাৎ অধিক বেগী, অধিক উচ্চ আৰু অধিক শক্তিমান।

51) অলিম্পিকৰ মূলমন্ত্ৰ ত্নিটা কোন ব্যক্তিয়ে ঠিক কৰিছিন?

উত্তৰঃ ফাডাৰ ডিডনে।

52) বেইজিং অলিম্পিকৰ শ্লোগান কি আছিল?

উত্তৰঃ "ৱান ৱৰ্ল্ড ৱান ড্ৰিম" অৰ্থাৎ এখন বিশ্ব এটি সপোন ।

53) অলিম্পিকত ভাৰতীয় ফুটবল দলত প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়ৰা খেলুৱৈজন কোন?

উত্তৰঃ ড° টালিমেৰণ আও, নাগালেণ্ডৰ ( ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত) । 

54) ২৯ তম বেইজিং অলিম্পিকৰ নাম কি আছিল?

উত্তৰঃ 'গ্ৰেটেষ্ট শ্ব অন দা আৰ্থ '।

55) অলিম্পিক বেডমিণ্টন খেলৰ ভাগ লোৱা অসমীয়া খেলুৱৈজন ,কোন?

উত্তৰঃ দীপাংকৰ ভট্ৰাচাৰ্য ।

56) নৱম এছিয়ান গেমচ্ ক'ত অলুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৮২ চনৰ নৱেম্বৰ মাহত ভাৰতৰ দিল্লীত ।

57) টেনিছ খেলৰ জন্মস্থান ক'ত ?

উত্তৰঃ ফ্ৰান্স । 

উত্তৰঃ নৱম এছিয়ান গেম্চৰ স্বীকৃত প্ৰতীক কি আছিল?

উত্তৰঃ হাটী পোৱালি।

58) সৰ্বপ্ৰথম ্লিম্পিক টেনিছত পদক পোৱা ভাৰতীয়জন কোন?

উত্তৰঃ লিয়েণ্ডাৰ পেজ ।

59) ভাৰতৰ কোন তিনিগৰাকৰী ভাই-ককায় উইম্বলডন টেনিছত ভাগ লৈছিল?

উত্তৰঃ জিজয়ৰাজ , অমৃতৰাজ, আৰু অশোক অমৃতৰাজ ।

60) এছিয়ান ১৯৮২ দিল্লীৰ প্ৰতীক কি আছিল?

উত্তৰঃ যন্তৰ মন্তৰ (দিল্লী) ই প্ৰাচীন ভাৰতৰ নিৰূপক যন্ত।

61) উইম্বলডন টেনিছ প্ৰতিযোগিতা কেতিয়াৰ পৰা আৰম্ভ হয় ।

উত্তৰঃ ১৮৮০ চনৰ পৰা ।

62) টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী ক্ৰিকেটাৰ জন কোন?

উত্তৰঃ শ্ৰীলংকাৰ মুথিয়া মুৰুলিধৰন (৭০০ ৰো অধিক) ।

63) কোনগৰাকী এছিয়ান খেলুৱৈয়ে সৰ্বপ্ৰথম জুনিয়ৰ উইম্বলডন খিতাপ পাইছিল?

উত্তৰঃ ভাৰতৰ ৰামানাথন কৃষ্ণানে (১৯৫৪ চনত) । 

64) অষ্ট্ৰেলিয়ান আপেন টেনিছ টুৰ্নামেন্ট ( ২০০৯ ) ত মিক্সড ডাবলচ শাখাত চূড়ান্ত বিজয়ী খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মহেশ ভূপতি াৰু ছানিয়া মিৰ্জা ।

65) ভাৰতীয় টেবুল টেনিছ দলত প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল?

উত্তৰঃ নন্দিনী বৰুৱা ।

66) জুনিয়ৰ বিশ্ব টেবল টেনিছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি তৃতীয় স্থান লাভ কৰা খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ অসমৰ পল্লৱী পৰশৰ ।

67) এচিয়ান গেমছ খেলা প্ৰথম গৰাকী টেনিছ খেলুৱৈ কোন আছিল ?

উত্তৰঃ বিদ্যুৎ গোস্বামী ।



Post ID: DABP002285