নিয়োগ | Chapter 7 | Class 11 Economics Assam | Class 11 Economics Assam Quiestion And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion |
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ দিয়াঃ
(ক) কৰ্মী জনসংখ্যাৰ অনুপাত কি দৰে নিৰ্ধাৰণ কৰা হয়?
(খ) নৈমিত্তিক নিয়োজন কি?
(গ) কোনবোৰ প্ৰতিষ্ঠান বিধিবদ্ধ খণ্ডৰ অন্তৰ্ভুক্ত?
(ঘ) নিবনুৱা কোন?
(ঙ)স্বনিয়োজন মানে কি?
(ছ) প্ৰছন্ন বা ছদ্মবেশী নিবনুৱাৰ কি দৰে সৃষ্টি হয়?
(জ) ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সুনিশ্চিতকৰণ আইন কোন চনৰ পৰা বলবৎ কৰা হৈছে?
(ঝ) ব্যৱসায়িক প্ৰক্ৰিয়াৰ বহিঃ উৎস গ্ৰহণ কি?
(ঞ) মুঠ জাতীয় উৎপাদন বুলিলে কি বুজা?
২। পাৰ্থক্য দেখুওৱাঃ
(ক) স্ব-নিয়োজন
(খ) নৈমিত্তিক নিয়োজন
(গ) স্থায়ী বেতনভোগী কৰ্মী।
৩। চমু উত্তৰ লিখাঃ
(ক) ভাৰতবৰ্ষৰ গাঁও আৰু নাগৰাঞ্চলত ১৯৯৯-২০০০ চনত কৰ্মী জনসংখ্যা অনুপাত কিমান আছিল?
(খ) নগৰ অঞ্চলৰ নিয়োগৰ প্ৰধান উৎসবোৰ কি কি?
(গ) এজন নিবনুৱাক তুমি কিহৰ ভিত্তিত চিনাক্ত কৰিবা তোমাৰ মতামত আগবঢ়োৱা।
(ঘ) ভাৰত চৰকাৰে গ্ৰহণ কৰা দুখন নিয়োগ সৃষ্টি আঁচনিৰ নাম লিখা।
(ঙ) ঋতুজনিত নিৱনুৱা আৰু ছদ্মবেশী নিবনুৱা-ব্যাখ্যা কৰা।
৪। ছদ্মবেশী নিবনুৱা কি? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
৫। শিক্ষিত নিবনুৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা। এই সমস্যা সমাধানৰ দুটা পৰামৰ্শ আগবঢ়োৱা।
৬। ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সুনিশ্চিতকৰণ আইনৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
৭। "গাঁও অঞ্চলত কৰ্মী জনসংখ্যা অনুপাত বেছি"-কথাষাৰৰ পৰ্যালোচনা কৰা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Post ID : DABP006322