তৃতীয়ক আৰু চতুৰ্ক বৃত্তি | অধ্য়ায় ৭ | Chapter 7 | Class 12 Geography Solution | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Question Answer Notes | Class 12 Geography Free Question Answer | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | উচ্চতৰ মাধ্যমিক মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ |


অধ্যায় ৭ 

তৃতীয়ক আৰু চতুৰ্থক বৃত্তি


অনুশীলনী

1. তলত দিয়া চাৰিটা বিকল্প সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-

(i) নিম্ন উল্লেখিত কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভূক্ত?

a) কৃষিকাৰ্য,  b) ব্যৱসায়,  c) কাপোৰ বোৱা,  d) চিকাৰ কৰা।

উত্তৰঃ b) ব্যৱসায়

(ii) নিম্ন উল্লেখিত কোনটো দ্বিতীয়ক খণ্ডৰ বৃত্তি নহয়ঃ-

a) লো শোধন, b) মাছ ধৰা, c) কাপোৰ চিলোৱা, d) পাছি-খৰাহী বনোৱা।

উত্তৰঃ b) মাছধৰা 

(iii) তলৰ কোনটো বৃত্তিয়ে দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাৰ অধিক লোক নিয়োজিত কৰিছে?

a) প্ৰাথমিক,  b) তৃতীয়ক,  c) দ্বিতীয়ক,  d) সেৱা।

উত্তৰঃ d) সেৱা 

(iv) উচ্চ পৰ্যায়ৰ চাকৰিৰ কোনটো অধিক নতুন চিন্তা উদ্ৰেককাৰী হিচাবে গন্য কৰা হয়ঃ-

a) দ্বিতীয়ক বৃত্তি,               b) তৃতীয়ক বৃত্তি,

c) পাঁছুতীয়া বৃত্তি,               d)  প্ৰাথমিক বৃত্তি।


(v) নিম্ন উল্লেখিত কোনটো চতুৰ্থক বৃত্তি হিচাবে গন্য কৰা হয়ঃ-

a) কম্পিউটাৰ উৎপাদন,       b) কাগজ আৰু কাগজ মণ্ডপাদন,

c) কটন কলেজত শিক্ষকতা কৰা, d) কিতাপ ছপা কাৰ্য।

উত্তৰঃ d)কটন কলেজত শিক্ষকতা কৰা ।

(vi) তলৰ কোনটো উক্তি শুদ্ধ নহয়ঃ-

a) ঠিকাভিত্তিক কামত উৎপাদন ব্যয় কম হয় আৰু পাৰদৰ্শিতা বাঢ়ে।

b) সময় অনুসৰি কাৰিকৰী আৰু উৎপাদনৰ সতে জড়িত কাম ঠিকা ভিত্তিত সম্পাদন কৰিব পাৰি।

c) ঠিকাভিত্তিত কাম কৰিলে বনুবাৰ নিয়োগ কমি চাকৰিৰ সুবিধা হ্ৰাস হয়।

d) ব্যৱসায়তকৈ জ্ঞানৰ সৃষ্টিৰ জড়িয়তে গৱেষণা আৰু উন্নয়নৰ বিকাশ অধিক হয়।


2. ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) খুচৰা ব্যৱসায় সেৱা কি?

উত্তৰঃ- খুচুৰা ব্যৱসায়িক সেৱাৰ যোগেদি উপভোক্তালৈ প্ৰত্যক্ষভাৱে বিভিন্ন সা-সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰা হয় । একোখন নিদিষ্ট দোকান বা প্ৰতিষ্ঠানৰ যোগেদি সামগ্ৰী বোৰ যোগান ধৰা হয় । এনে প্ৰতিষ্ঠানবোৰ সাধাৰণতে স্থায়ীঘৰত অৱস্থিত ।


(ii) চতুৰ্থক বৃত্তি বা সেৱা কি?

উত্তৰঃ-  


(iii) চিকিৎসা সেৱাত অগ্ৰনী দেশ কোনবোৰ আৰু কিয়?

উত্তৰঃ-


(iv) জ্ঞানৰ সৃষ্টি কেনেকৈ কৰিব পাৰি?

উত্তৰঃ-


3. তলত দিয়া প্ৰশ্নবোৰ ১৫০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) আধুনিক অৰ্থব্যৱস্থাৰ উন্নয়নত সেৱা খণ্ডৰ বিকাশ আৰু গুৰুত্ব আলোচনা কৰা।

(ii) যাতায়ত আৰু পৰিবহন সেৱাৰ গুৰুত্ব ব্যাখ্যা কৰা।


প্ৰকল্প / প্ৰজেক্টৰ কাম

(i) পৰ্যটনৰ বাবে বাহিৰলৈ যাবলগীয়া হলে এজেন্টৰ পৰা কি কি তথ্য (Document) গোটাব লাগিব।


Type- Nayan Jyoti Bordoloi

Author- Leena Kakati B.A 1st semester



Post ID : DABP006475