How to tell Wild Animals


Word Mening

Summary

The poet is describing the various wild animals. These animals are very dangerous & she has introduced them one by one in a very funny way. Frist of all she tells us about an Asian lion. She says that if you are visiting the jungles of the east and there you see an animal which has tawny skin and he roars so loudly that you will die out of fear. This means that you have seen an Asian lion . Next in the line is the Bengal tiger that she has explained to be a regal animal that at once attacks and kills a man. She says by adding humaur that if this beautiful black striped animal kills you and eats you, then you have surely met a Bengal  tiger.After this, she says that if the reader  met an animal that has black spotted skin and it at once jumps on him, then it means that the reader has met a leopard. Moreover, she says that if one will cry out in pain, it may be of no use as the leopard   will not stop attacking him. Then she moves on to the bear that she  says will hug very tightly. This is the way to recognize him. After   this, she asks a question to the readers  that do they Know how to recognize beasts that hunt their prey. Here she explains about hyenas which  she thinks have a smiling face and the crocodiles that have tears in their eyes. This can be seen  when they are killing   their prey. The lost one in  the list is the chameleon. She says that it is a lizard like creature which does not have ears & wings just like a lizard. Only  this can help you differentiate between a lizard and chameleon. She  further says that  the chameleon has a  quality of changing  its colour   according to the  colour of the surface. So to explain this she says that if the reader looks at the tree and if he can only see the tree, this means that there is a chameleon sitting on it   which has already  turned its  colour to brown just the branch of the tree.      

মূলভাৱঃ কবিতাটোত বিভিন্ন বনৰীয়া জন্তুৰ কথা কোৱা হৈছে, এই জন্তুবোৰ বৰ বিপদজনক আৰু কবিয়ে  খুহুতীয়াভাৱে সকলোৰে পৰিচয় দাঙি ধৰিছে । পোন প্ৰথমে তেওঁ এছিয়ান সিংহৰ বিষয়ে উল্লেখ কৰিছে । তেওঁ কৈছে যদি তুমি  পূব দিশৰ জংঘলবোৰত ফুৰিব যোৱা তেতিয়া ডাঠ হালধীয়া ৰঙৰ সিংহ দেখিবলৈ পাবা  যি বৰ ডাঙৰকৈ শব্দ কৰে মানুহে ভয় খাই যোৱাকৈ । যেতিয়াই তুমি সিহংৰ গুজৰণিত ভয় খাবা  তেতিয়াই জানিবা সেইটো এছিয়ান সিংহ বুলি । ইয়াৰ পাছতে তেওঁ বেঙ্গলৰ বাঘৰ কথা কৈছে য়ি ৰাজকীয় আচৰণৰ অধিকাৰী আৰু এবাৰ এটা মানুহক মাৰি পেলাইছিল । কবিয়ে কৈছে যদি ক'লা চিহ্ন থকা বাঘ এটাই তোমাক কামুৰি খাই পেলাই তেতিয়া জানিবা সেইটো বেঙ্গল বাঘ হয় । আকৌ যদি পচুৱৈ সকলে ক'লা ফুটফুটীয়া থকা জন্তুলগ পাই যিয়ে গাত জঁপিয়াই দিব তেতিয়া জানিবা যে সেইয়া নাহৰফুটুকী বাঘ আৰু কোনোবাই যদি কান্দোন বন্ধ নকৰে তেতিয়া জানিবা নাহৰফুটুকী বাঘটোৱে আক্ৰমণ কৰিবলৈ এৰা নাই । তাৰ পাছত তেওঁ ভালুকৰ কথা কৈছে যিয়ে মানুহক জোৰকৈ সাৱট মাৰি ধৰে । তেওঁ পচুৱৈসকলক সুধিছে বনৰীয়া জন্তুৱে নিজৰ চিকাৰক আটক কৰোতে কিদৰে চিনাক্ত কৰিবা। কবিয়ে কৈছে কুকুৰনেচীয়া বাঘে চিকাৰ ধৰোতে হাঁহি থকাৰ দৰে লাগে আৰু ঘৰিয়ালে চিকাৰ ধৰোতে কান্দি থকাৰ দৰে লাগে।ইয়াৰ পাছত কবিয়ে কেমিলিয়নৰ কথা কৈছে যাৰ জেঠীৰ দৰে কোনো কাণ আৰু পাখী নাথাকে।কেমিলিয়নে নিজৰ চৌপাশৰ ৰং অনুযায়ী গাৰ বৰণ সলাব পাৰে।সেয়ে কবিয়ে কৈছে কেতিয়াবা মানুহে গছত কেমিলিয়ন থকা দেখিব পাৰে যিয়ে নিজৰ গাৰ বৰণ গছজোপাৰ সৈতে মিলাই থয়।


1. Does ' dyin' realy rhyme with lion'? Can you say it in such a way that it does?

  ডাইং শব্দটোৱে লায়ন শব্দটোৰ লগত ছন্দ মিলেনে? তুমি দুয়োটা শব্দ মিলি যোৱাকৈ কব পাৰা নে?

Answer: No 'dying' does not rhyme with 'lion'.If we change the pronaunciation of lion by speaking it as 'lying' then it may rhyme with the word 'dyin'.

নাই ডাইং শব্দটোৰ 'লায়'ন' শব্দটোৰ লগত কোনো মিল নাই।যদি আমি লায়ন শব্দটো লাইং বুলি উচ্চাৰণ কৰো তেনেহ'লে ই ডায়িং শব্দৰ লগত মিলি যাব।


2.  How does the poet suggest that you identify the lion and the tiger? When can you do so, according to him?

তুমি বাঘ আৰু সিংহক কেনেকৈ চিনাক্ত কৰিবা? তেওঁৰ মতে তুমি কেতিয়া সেইয়া কৰিব পাৰিবা?

Answer: A lion is a large and tawny beast. A Bengal Tiger has black stripes on its yellow coat. A lion roars when it falls upon its prey, while a tiger attacks silently. We can identify the two while roaming in the jungle. 

        সিংহ হৈছে এটা ডাঙৰ আৰু ভয়ানক জন্তু।ঠিক তেনেদৰে বাঘ হৈছে গাত ক'লা চিন থকা হালধীয়া ৰঙৰ জন্তু ।সিংহই চিকাৰৰ ওপৰত গৰজি উঠে আৰু বাঘে মনে মনে চিকাৰক আটক কৰে।আমি জংঘলত গৈ সিহঁতক চিনাক্ত কৰিব পাৰো।


3. Do you think the words ' lept ' and ' lep ' in the third stanza are spelt correctly ? Why does the poet spell them like this ?

তুমি কি ভাবা যে তৃতীয় স্তৱকত লেপ আৰু লেপ্ত শব্দটো শুদ্ধকৈ উচ্চাৰণ হৈছেনে? কবিয়ে কিয় তেনেকৈ উচ্চাৰণ কৰিছে।

Answer:  The words 'lept' and 'lep' are not spelt correctly. The poet has spelt then like this in order to maintain the rhythm of the poem. The correct speeling of the words 'lept' is leapt & 'lep' is leap.The poet has intentionally spelt them in correctly to create a sense of humaur

   লেপ আৰু লেপ্ত শব্দটো শুদ্ধকৈ উচ্চাৰণ হোৱা নাই।কবিয়ে ছন্দ মিলাবৰ বাবে শব্দ দুটা তেনেকৈ উচ্চাৰণ কৰিছে।এই দুয়োটা শব্দৰ শুদ্ধ উচ্চাৰণ হ'ল লিপ্ত আৰু লিপ, কবিয়ে উদ্দেশ্য প্ৰাণাদিতভাবে তেনেকৈ উচ্চাৰণ কৰিছে হাঁহি উঠিবৰ বাবে।


4. Do you know what a 'bearhug' is? It's a friendly and strong hug - such as bears are thought to give, as they attack you! Again, hyenas are thought to laugh, and crocodiles to weep ('crocodile tears ') as they swallow their victims. Are there similar expressions and popular ideas about wild animals in your own language ( s ) ?

তুমি জানানে 'ভালুক সাৱতা' কি হয়? ইয়াৰ অৰ্থ হৈছে ভালুকে আটক কৰা সময়ত জোৰকৈ সাৱত মাৰি ধৰা।আকৌ কুকুৰনেচীয়া বাঘবোৰে হঁহাৰ দৰে আৰু ঘৰিয়ালবোৰে কন্দাৰ দৰে লাগে।তোমাৰ অঞ্চলতো বনৰীয়া জন্ত্তৰ লগত জড়িত এনে ধৰণৰ ধাৰণা আছেনে?

Answer: A bearhug is when the bear hugs his prey tightly with both hands and presses him to death.There are indeed similer expressions and popular ideas about wild animals in every language. For example, in Assamese, we say 'Ghoriyalor sokupani,  hatir dore khuj' etc.

 ভালুক সাৱটাৰ অৰ্থ হ'ল যেতিয়া ভালুক টোৱে চিকাৰটোক দুয়োটা হাতেৰে মৃত্যু নোহোৱালৈকে জোৰেৰে সাৱতি ধৰে। পত্যেক অঞ্চলতে এনেধৰণৰ জন্তুৰ লগত জড়িত জনপ্ৰিয় ধাৰণা আছে, উদাহৰণস্বৰূপে ঘৰিয়ালৰ চকুপানী, হাতীৰ দৰে খোজ আদি।


5. Look at the line “ A novice might nonplus " . How would you write this ' correctly ' ? Why is the poet's ' incorrect line better in the poem ?

'এ নভিচ মাইট ননপ্লাচ' এই লাইটো মন কৰা।তুমি কেনেকৈ এইটো শুদ্ধকৈ

Answer:  The line 'A novice  might nonplus' can be written correctly as 'A novice might be nonplussed".  However, the poets incorrect line is better in the poem as it maint ains the rhyme scheme of the poem. By writing it incorrectly, 'nonplus' rhymes with 'thus'.

'এ নভিচ মাইট ননপ্লাছ' লাইনটো শুদ্ধ ৰূপত 'এ নভিচ মাইট বি ননপ্লাছড্' এইদৰে লিখিব পাৰি।যদিও এই লাইনটো কবিয়ে অশুদ্ধ ৰূপত লিখিছে মাত্ৰ কবিতাটোৰ ছন্দ মিলিবৰ বাবে।ইয়াত 'ননপ্লাছ' শব্দটো 'ডাছ' শব্দটোৰ লগত মিলি গৈছে। 


6. Can you find other examples of poets taking liberties with language, either in English or in your own language(s)? Can you find examples of humorous poems in your own language(s)?

উক্ত কবিতাটোত তুমি কবিয়ে ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্বাধীনচিতিয়া মনোভাৱ অৱলম্বন কৰা দেখিছানে উদাহৰণ দিয়া।

Answer: One can find plenty of esamples in poetry where poets take liberty with language. This is called 'poetic license'. Poets take such liberties in order to create proper rhyming and rhythm. For example in the following  lines the word 'prest' is used instead of 'pressed' so that it may rhyme with 'beast'.

    'a tree whose hungry mauth is prest Against the earths sweat flowing breast'.

    বহু কবিতাত কবিয়ে সাধাৰণতে স্বাধীনভাৱে শব্দ প্ৰয়োগ কৰে, যাক 'কাব্যিক অনুজ্ঞা পত্ৰ' বুলি কোৱা হয়।কবিয়ে ভাষাৰ লালিত্য আৰু শব্দৰ ছন্দ মিলাবৰ বাবে ইয়াক ব্যৱহাৰ কৰে।উদাহৰণস্বৰূপে কিছুমান লাইনত 'প্ৰেছড্'ৰ ঠাইত 'প্ৰেষ্ট' শব্দ ব্যৱহাৰ কৰিছে মাথো 'ৰেষ্ট'ৰ লগত ছন্দ মিলাবৰ বাবে।


7. Much of the humour in the poem arises from the way language is used,although the ideas are funny as well. If their are particuler lines in the poem that you especialy like, shair these with the class, speaking briefly about what it is  about the ideas or the language that you like or find funny.
কবিতাটোত ভাষাৰ পৃথক ব্যৱহাৰৰ বাবে খুহুতীয়া ৰসৰ সৃষ্টি হৈছে।কবিতাটোত তুমি ভাল পোৱা শব্দকেইটা শ্ৰেণীৰ সহপাঠীসকলৰ সৈতে আলোচনা কৰা।

Answer: The way the poet has used language and ideas in the poem is indeed humourous. The lines from the poem that appears to be funny are "A noble wild beast greets you". The idea that a wild beast is going to welcome you is quite funny. The language in the line". He'll only lep and lep again" Is also very humourous. The concept of 'lep' from the word 'leopard' generates humour.

   কবিতাটোত খুহুতীয়াভাৱে কেইবাটাও জন্তুৰ পৰিচয় দাঙি ধৰা হৈছে।উদাহৰণ স্বৰূপেঃ এটা উদাৰ বনৰীয়া জন্তুৱে তোমাক আদৰণি জনাব',  ইয়াত হাঁহি উঠা কথাটো হ'ল যে বনৰীয়া জন্তুৱে কিদৰে আদৰ সম্ভাষণ কৰিব।ঠিক তেনেদৰে 'লেপ' ৰ ঠাইত 'লিপ' শব্দৰূপৰ প্ৰয়োগ কবিতাটোত হাস্যৰসৰ সৃষ্টি কৰিছে।


Angamita Dutta

M.A in English



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------


Post ID : DABP002830