গছ-গছনিৰ কথা | পাঠ-১ | Lesson 1 | Class 3 Environment Solution Assam | Class 3 Environment Question Answer Assamese Medium | Class 3 Environment Suggestion | Class 3 Environment Assam Government School | Assam Government School Class 3 Environment Question and Answer Notes | তৃতীয় শ্ৰেণী পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশৰ গছ-গছনিৰ কথা পাঠটো প্ৰশ্ন আৰু উত্তৰ |



পাঠ-১

গছ-গছনিৰ কথা

অনুশীলনী 

১) উত্তৰ লিখা 一

ক) চাৰিবিধ বৃক্ষৰ নাম

উত্তৰঃ- চাৰিবিধ বৃক্ষৰ নাম হৈছে আম,কঁঠাল, শাল আৰু আঁহাত।


খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম

উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হৈছে শাল আৰু চেগুন।


গ) দুবিধ লতা জাতীয় উদ্ভিদৰ নাম

উত্তৰঃ- দুবিধ লতা জাতীয় উদ্ভিদৰ নাম হৈছে ৰঙালাউ আৰু তৰমুজ।


ঘ) ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম

উত্তৰঃ ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম হৈছেঃ- নিমপাত আৰু তুলসী।


ঙ) গছৰ শিপাৰ দুটা কাম 

উত্তৰঃ গছৰ শিপাৰ দুটা কাম হৈছে-

১। গছে শিপা দ্বাৰা পানী শুহি লয়।

২। শিপাই মাটিত খামুচি ধৰি গজজোপা থিয় কৰি ৰখাত সহায় কৰে।


চ) লাউ, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?

উত্তৰঃ লাউ গছৰ গা-গছ লেহুকা ই থিয় হৈ থাকিব নোৱাৰে। সেইকাৰণে ইহঁতক চাং সাজি দিয়া হয়। 



২। 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা 一

           

          

      চিত্ৰনলা গছৰ পৰা

     

 তেজপাত

 চাহ গছৰ পাতৰ পৰা

      নিম গছৰ পাত

কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

চাহপ্ৰস্তুত কৰা হয়। 

তেল উলিওৱা হয়। 

ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰাহয়। 


উত্তৰঃ-

            ‘

          ‘

      চিত্ৰনলা গছৰ পৰা

তেল উলিওৱা হয়। 

তেজপাত

ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰাহয়। 

চাহ গছৰ পাতৰ পৰা

চাহপ্ৰস্তুত কৰা হয়। 

      নিম গছৰ পাত

কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

 

৩) খালী ঠাই পূৰ কৰা 一
ক) গছে শিপা ৰ দ্বাৰা পানী শুহি লয়।

খ) চাহ গছবোৰ চাপৰ আৰু জোপোহা

গ) কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়।

ঘ) টকৌ পাতেৰে জাপি সজা হয়।


৪) শুদ্ধ উত্তৰত '✔' চিন দিয়া 一 

ক) বাঁহ গছ গুল্ম/বৃক্ষ/ তৃণ জাতীয় উদ্ভিদ।

উত্তৰঃ- তৃণজাতীয় উদ্ভিদ।


খ) গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।

উত্তৰঃ- সৰু। 


গ) বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছৰ বৰ টান/কোমল।

উত্তৰঃ- বৰ টান।


ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।

উত্তৰঃ- তাল।


৫। এটাকৈ পাৰ্থক্য লিখা 一

ক) বৃক্ষ আৰু গুল্ম 

উত্তৰঃ- বৃক্ষঃ                                              

(i) বৃক্ষবোৰ গা-গছ টান আৰু শকত

যেনে- আম, আঁহাত।

 আনহাতে 

গুল্মঃ

(i) গুল্মবোৰ হৈছে চাপৰ আৰু জোপোহা। 

যেনে- চাহ গছ, গোলাপ।


খ) বাঁহ গছ আৰু আম গছ 

উত্তৰঃ- 

বাঁহঃ

বাঁহবোৰৰ গা-গছ ফোপোলা।

আনহাতে 

আম গছ

আম গছবোৰ শকত আৰু ডালপাতেৰে ভৰা। 


গ) লতা আৰু তৃণ

লতা

লতাবোৰ লেহুকা আৰু বগাই যায়। 

আনহাতে 

তৃণবোৰ

তৃণবোৰ হৈছে গা-গছ সৰু আৰু কোমল। 


 Nayan Jyoti Bordoloi 

(Morigaon)




Post ID : DABP006528