সংকৰ ধাতু (alloy)
সংকৰ ধাতু দুই বা ততোধিক ধাতু নাইবা এটা অধাতু সমসত্ব মিশ্ৰণ। সংকৰ ধাতুৰ উপাদানবোৰ ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। তথাপি ইয়াক এবিধ মিশ্ৰণ বুলি কোৱা হয়; কাৰণ ইয়াৰ উপাদানবোৰৰ ধৰ্ম অটুত থাকে আৰু ইয়াৰ সংযুতিৰোতাৰতম্য় হ'ব পাৰে। উদাহৰণহিচাপে পিতল (brass) এবিধ সংকৰ ধাতু; ইয়াত প্ৰায় 30% জিংক আৰু 70% কপাৰ থাকে।
Bidyut Thakuria.