ভাৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰ | ভাৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰ কিতাপখন কিছু তথ্য | Bharatbarkhar Pabitra Tirthasthan Aru Math-Mandir


ভাৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰ

ভাৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰ

ভাৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰ



সংকলন-সম্পাদনাঃ মৌচম গগৈ


প্ৰকাশকঃ অনন্ত হাজৰিকা

                  বনলতা

                  পাণ বজাৰ , গুৱাহাটী-১


মুখ্য কাৰ্যালয়ঃ নতুন বজাৰ ডিব্ৰুগড়-


website: www. banlata. in

Webmail: banalata@banalata. in

email: banalata_india@yahoo.com


প্ৰথম সংস্কৰণঃ জুলাই, ২০১৬


আৰ্হিপাঠঃ আব্দুল হুছেইন


বেটুপাতঃ পংকজ পৰাণ


মূল্যঃ ২০০.০০ টকা


অলংকৰণঃ কুমুদ শৰ্মা

বৰ্ণময়, পাণবজাৰ, গুৱাহাটী-১


মুদ্ৰকঃ শৰাইঘাট ফটো টাইপছ প্ৰাঃ লিঃ

            উদ্যোগ পাম, বামুণীমৈদাম

            গুৱাহাটী-২১


অৰ্পণ

শ্ৰদ্ধেয় শ্ৰীযুত থানেশ্বৰ মালাকাৰ মহোদয়

মোৰ জীৱনৰ এছোৱা অতি দুঃসময়ত ৃ

আপোনৰ নিঃস্বাৰ্থ ভূমিকা আছিল মোৰ বাবে

সুস্থতা আৰু সততাৰে জীয়াই থকাৰ একমাত্ৰ

প্ৰেৰণৰ উৎস। মোৰ জীৱনকালত

কোনোদিনেই পাহৰিব নোৱৰা এজন অতি

দৰদী হৃদয়ৰ ব্যক্তি আপুনি!!!

ভাৰতৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰ

শীৰ্ষক গ্ৰন্থখনি মই আপোনাৰ নামতে এবুকু

কৃতজ্ঞতা ভৰা আন্কৰিকতাৰে অৰ্পণ কৰিলোঁ।


মৌচম গগৈ

সূচীপত্ৰ

প্ৰথম খণ্ডঃ ভাৰতবৰ্ষপ পৱিত্ৰ তীৰ্থস্থান


অমৰকণ্টক

অমৰনাথ

অমৰাৱতী

অযোধ্যা

উদুপি

উজ্জয়ন

এলাহাবাদ

ওংকাৰেশ্বৰ

কন্যাকমাৰী

কৰ্ণপ্ৰয়াগ

কল্পেশ্বৰ

কামাখ্যা

কাঞ্চিপুৰম

কামাৰপুকুৰ

কিন্নৰকৈলাস

কুম্ভমেলা

কুৰুক্ষেত্ৰ

কেদাৰনাথ

কৈলাস মানসসৰোবৰ

গংগা সাগৰ

গংগোত্ৰি-গোমুখ

গয়া

গুৰুবায়ুৰ

গোকৰ্ণ

চিত্ৰকূট

চিদাম্বৰম

চিন্তাপুৰ্ণী

জয়ৰীামবাটি

জ্বালামুখী

ডাকোৰ

ডোংগৰগড়

তাঞ্জোৰ

তাৰকেশ্বৰ

তাৰাপীঠ

তিৰুপতি

তুংগনাথ

ত্ৰম্বকেশ্বৰ

দ্বাৰকা

দেওঘৰ

দেৱপ্রয়াগ

নন্দ প্রয়াগ

নাছিক (নাসিক)

নৈমাষাৰণ্য

পুত্তাপুর্তি

পুৰী

পুষ্কৰ

পূর্ণাগিৰি

বদ্রীনাথ

বৃন্দাবন

বিন্ধ্যাচল

বিষ্ণুপ্ৰয়াগ

বাৰাণসী (বেনাৰস)

বৈষ্ণোদেৱী

ভদ্ৰাচলম

মণিমহেশ

মথুৰা

মদমহেশ্বৰ

মহেশ্বৰ

মায়াপুৰ

যজ্ঞেশ্বৰ

যমুনােত্রি

ৰামেশ্বৰম

ৰুদ্ৰনাথ

ৰুদ্রপ্রয়াগ

শিৰডি

শৃংগেৰী

সবৰিমালা

সপ্তবদ্রী

সীমাচলম

হৰিদ্বাৰ

হৃষিকেশ


দ্বিতীয় খণ্ড: ভাৰতবৰ্ষৰ পৱিত্র হিন্দু মঠ-মন্দিৰ

অক্ষৰধাম মন্দিৰ (গুজৰাট)

আদ্যাপীঠ মন্দিৰ (কলকাতা)

আম্বাজী মন্দিৰ (গুজৰাট)

ইসকন মন্দিৰ (বাংগালুৰু)

কালীঘাট মন্দিৰ (কলকাতা)

গৃষ্ণেশ্বৰ মন্দিৰ (ঔৰংগাবাদ)

চামুণ্ডেশ্বৰী মন্দিৰ (মহীশূৰ)

ত্রিপুৰেশ্বৰী মন্দিৰ (উদয়পুৰ; ত্ৰিপুৰা)

দক্ষিণেশ্বৰ মন্দিৰ (কলকাতা)

থানুমালায়ন মন্দিৰ (শচীন্দ্রম)

নয়নাদেৱী মন্দিৰ (হিমাচল)

নাগেশ্বৰ মন্দিৰ (দ্বাৰকা)

শ্রীপদ্মনাভস্বামী মন্দিৰ (ত্রিবান্দ্রম)

বিড়লা মন্দিৰ (দিল্লী)

বীৰভদ্র মন্দিৰ (লেপাক্ষী)

বেলুড় মঠ (হাওড়া)

বৈজনাথ মন্দিৰ (হিমাচল)

ভীমাশংকৰ মন্দিৰ (পুনে)

মহালক্ষ্মী মন্দিৰ (কোলাপুৰ)

মল্লিকার্জুন মন্দিৰ (শ্রীশৈলম)

মীনাক্ষী মন্দিৰ (মাদুৰাই)

লিংগৰাজ মন্দিৰ (ভুৱনেশ্বৰ)

শংকৰাচার্য মন্দিৰ (শ্রীনগৰ)

শ্ৰীপুৰম স্বর্ণমন্দিৰ (ভেলােৰ)

সােমনাথ মন্দিৰ (গুজৰাট)


তৃতীয় খণ্ডঃ ভাৰতবৰ্ষ শক্তিপীঠ  বা সতীপীঠ-মহাত্ম্য/২০১


চতুৰ্থ খণ্ডঃ ভীৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থান আৰু মঠ-মন্দিৰৰ নিৰ্বাচিত ফটো/২০৯