সাধাৰণ জ্ঞান বিশাল সংগ্ৰহ (পৰিকল্পনা মনোজ জৈন)
সাধাৰণ জ্ঞান বিশাল সংগ্ৰহ (পৰিকল্পনা মনোজ জৈন)
পৰকল্পনাঃ মনোজ জৈন
Published by:
Good Books Distributors publishers,
31 Chowringhee Road, Kolkata-16.
Price: ₹ 90/-
Printed At: A. Offset, Ghy.
B. Printers, Ghy.
I. Printers, Ghy.
Revised Edition: 2012
সূচিপত্ৰ
♦ ভাৰত সম্পৰ্কে কিছু তথ্য
♦ ভাৰত সম্বন্ধে কিছু ধাৰণা
♦ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ণসমূহ
♦ ভাৰতৰ মাণ্ডলিক পৰিষদসমূহ
♦ ভাৰতীয় ধৰ্মসমূহ, ইয়াৰ ধৰ্মগ্ৰন্থ আৰু তীৰ্থস্থানসমূহ
♦ ভাৰতৰ উৎসৱসমূহ
♦ ভাৰতৰ মুখ্য নৃত্যসমূহ
♦ ভাৰতৰ জনগােষ্ঠীসমূহ
♦ ভাৰতৰ উচ্চতম, বৃহত্তম, দৈর্ঘ্যতম
♦ ভাৰতৰ প্রথম স্থাপনাসমূহ
♦ ভাৰতৰ প্রথম
♦ ভাৰতৰ সর্বপ্রথম আৰু সর্বশেষ
♦ থােৰতে ভাৰতৰ ৰাজ্যসমূহ
♦ ভাৰতৰ ৰাজ্যসমূহৰ কিছু প্রাথমিক তথ্য আৰু পৰিসংখ্যা
♦ ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চলসমূহ
♦ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল
♦ মাটিকালিৰ ভিত্তিত ৰাজ্যসমূহৰ অৱস্থান
♦ সদনত আসন সংখ্যা
♦ ভাৰতৰ কেইখনমান ৰাজ্যৰ প্রতিষ্ঠা দিবস
ভাৰতৰ সংবিধন
♦ আমাৰ সংবিধান
♦ ভাৰতীয় সংবিধানৰ প্ৰধান সংশোধনীবোৰ
♦ ভাৰতীয় সংবিধীনৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ
♦ সংবিধানৰ অনুসূচীসমূহ
♦ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ (Articles) আৰু দফাসমুহ
♦ অইন সংবিধানৰ পৰা ধাৰ কৰা ভাৰতীয় সংবিধানৰ বৈশিষ্টবোৰ
♦ প্রস্তাৱনা
♦ মৌলিক অধিকাৰ
♦ মৌলিক অধিকাৰ
♦ ভাৰতৰ শীর্ষ পদাধুিকাৰীসকলৰ ক্ষমতা
♦ নির্বাচন প্রক্রিয়া
♦ প্রতিক্ষা বিভাগৰ নিৰ্ধাৰিত পদবীসমূহ
ভূগােল
♦ ভৌগােলিক অৱস্থানৰ ভিত্তিত হিমালয়
♦ ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চলসমূহ
♦ ভাৰতৰ উপদ্বীপীয় পর্বতমালাসমূহ
♦ নদী আৰু ইয়াৰ উপনৈসমূহ
♦ ভাৰতৰ প্ৰধান নদীসমূহ
♦ ভাৰতৰ প্ৰধান হ্রদসমূহ
♦ প্রধান অশ্বক্ষুৰ হ্রদ
♦ নির্মল পানীৰ হ্রদ
♦ নির্মল পানীৰ হ্রদ
♦ ভাৰতৰ মুখ্য পর্বতমালাসমূহ
♦ ভাৰতৰ উচ্চতম পর্বত শৃংগসমূহ
♦ ভাৰতৰ প্ৰধান বন্দৰসমূহ
♦ ভাৰতৰ প্ৰধান বন্দৰসমূহ
♦ ভাৰতৰ বিভিন্ন ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ্য
♦ ভাৰতৰ সর্ববৃহৎ দহােটা ৰাষ্ট্ৰীয় ঘাইপথ
♦ ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ
♦ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ থকা ভাৰতৰ পাঁচখন ৰাজ্য
♦ ভাৰতৰ শাসকসকল
♦ ভাৰতৰ গুৰুত্বপূৰ্ণ বংশসমূহ
♦ ভাৰতৰ যুদ্ধ-বিগ্রহসমূহ
♦ ভাৰতৰ জনপ্রিয় ভাইচৰয়সকল
♦ ভাৰতৰ স্বাধীনতা সংগ্রামীসকল
♦ ভাৰতীয় জাতীয় আন্দোলনৰ সময়ৰ গুৰুত্বপূর্ণ ঘটনাৱলী
♦ ভাৰতত ব্রিটিছৰ আমােলত হােৱা সংস্কাৰসমূহ
♦ ভাৰতৰ নতুন জাগৰণ
♦ ভাৰতীয় ইতিহাসৰ উল্লেখযােগ্য বছৰ আৰু ঘটনাসমূহ
♦ ভাৰতৰ ৰাষ্ট্ৰপতিসকল
♦ ভাৰতৰ উপ-ৰাষ্ট্রপতিসকল
♦ ভাৰতৰ প্ৰধানমন্ত্রীসকল
♦ ভাৰতত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰা মহিলাসকল
♦ ভাৰতত বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰা মহিলাসকল
♦ লােকসভাৰ অধ্যক্ষসকল
♦ ভাৰতৰ মুখ্য নির্বাচনী আয়ুক্তসকল
♦ ভাৰতৰ মুখ্য ন্যায়াধীশসকল
♦ স্থল বাহিনীৰ সেনাধ্যক্ষসকল
♦ নৌবাহিনী সেনাধ্যক্ষসকল
♦ বায়ুসেনা বাহিনীৰ সেনাধ্যক্ষসকল
অর্থনীতি
♦ ভাৰতৰ প্ৰধান শস্য আৰু প্রাথমিক উৎপাদনকাৰী ৰাজ্যসমূহ
♦ ভাৰতৰ প্ৰধান মাটিৰ প্ৰকাৰসমূহ
♦ ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ
♦ ভাৰতৰ মুখ্য উদ্যোগসমূহ
♦ ভাৰতৰ নদী উপত্যকা প্রকল্পসমূহ
♦ ভাৰতৰ খনিজ সম্পদসমূহ
বেংক ব্যৱস্থা
♦ ভাৰতৰ বেংক ব্যৱস্থা
♦ ভাৰতীয় ৰিজাৰ্ভ বেংক
♦ ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া
♦ ভাৰতীয় ষ্টেট বেংক (SBI)
♦ বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ
♦ বিভিন্ন ভাৰতীয় বাণিজ্যিক বেংক
♦ ভাৰতীয় বেংক ব্যৱস্থাৰ গঠন
♦ ভাৰতৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনাসমূহ
♦ অর্থনীতিৰ সতে জড়িত কেতবােৰ গুৰুত্বপূর্ণ সমিতি
♦ ভাৰতৰ কেইখনমান গুৰুত্বপূৰ্ণ আয়ােগ
♦ ভাৰতৰ কেইখনমান গুৰুত্বপূৰ্ণ নিগম
♦ ভাৰতীয় গুৰুত্বপূর্ণ সংগঠনসমূহ
ভাষা আৰু সাহিত্য
♦ ভাৰতবৰ্ষৰ প্ৰধান ভাষাসমূহ
♦ প্রাচীন আৰু মধ্য ভাৰতৰ সাহিত্য
♦ ভাৰতীয় বিভিন্ন ভাষাৰ জনপ্রিয় লেখক/লেখিকাসকল
♦ বিভিন্ন ভাষাৰ কেইগৰাকীমান জনপ্রিয় লেখক/লেখিকা
♦ ন’বেল বঁটা বিজয়ী ভাৰতীয়
♦ কিছুমান জনপ্রিয় উদ্ধৃতি
♦ কালজয়ী গ্রন্থ আৰু গ্রন্থকাৰ
♦ সংক্ষিপ্তকৰণ
♦ ভাৰতৰ কেইখনমান জনপ্রিয় বাতৰিকাকত
♦ ভাৰতৰ অগ্রণী বাতৰি এজেন্সিসমূহ
খ্যাতনামা ব্যক্তি আৰু স্থানসমূহ
♦ বিখ্যাত ব্যক্তিত্বসম্পন্ন লােকসকল
♦ বিভিন্ন ঠাইৰ সৈতে জড়িত বৰেণ্য ব্যক্তিসকল
♦ জনপ্রিয় ব্যক্তিসকলৰ সমাধি স্থল
♦ ভাৰতৰ প্রসিদ্ধ পাহাৰীয়া অঞ্চলসমূহ
♦ ভাৰতৰ পৱিত্ৰ স্থলসমূহ
♦ ভাৰতবৰ্ষৰ কেতবােৰ জনপ্রিয় স্থান
♦ ভাৰতৰ ঐতিহাসিক কীর্তিস্তম্ভ,
♦ ভাৰতবৰ্ষৰ ঐতিহাসিক দুর্গসমূহ
♦ ভাৰতবৰ্ষৰ ঐতিহাসিক প্রাসাদসমূহ
♦ ভাৰতবৰ্ষৰ কেতবােৰ সুউচ্চ গাঁথনি
♦ ভাৰতবৰ্ষৰ কেতবােৰ বিখ্যাত প্ৰৱেশদ্বাৰ, স্তম্ভ আৰু কৰস্থান
♦ ভাৰতৰ প্রসিদ্ধ উদ্যানসমূহ
♦ ভাৰতৰ জনপ্রিয় মিউজিয়াম (যাদুঘৰ)
♦ ভাৰতৰ কেতবােৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য আৰু পক্ষী অভয়াৰণ্য
♦ কিছুমান ভৌগােলিক আখ্যা
সংগীত আৰু কলা
♦ সংগীত আৰু বাদ্যযন্ত্র
♦ ভাৰতৰ মালিক সাংস্কৃতিক কেন্দ্র
♦ কেইগৰাকীমান মহান ভাৰতীয় সংগীতকাৰ
♦ সংগীত আৰু নৃত্যৰ সৈতে জড়িত বৰেণ্য ব্যক্তিসকল
♦ ভাৰতীয় কলা আৰু স্থপতিবিদ্যাৰ আৰ্হি
♦ ভাৰতীয় চিত্রকলা/চিত্রশিল্প
বঁটা আৰু বঁটা বিজয়ীসকল
♦ ৰাষ্ট্ৰীয় বঁটা, সন্মান আৰু পুৰস্কাৰ
♦ আন্তঃৰাষ্ট্ৰীয় বঁটা, পুৰস্কাৰ আৰু সন্মানসমূহ
♦ কিছুমান জনপ্রিয় বঁটা, পুৰস্কাৰ আৰু বিজেতাসকল
বিজ্ঞান আৰু প্রযুক্তিবিদ্যা
♦ ভাৰতীয় কৃত্রিম উৎগ্রহবােৰৰ চমু খতিয়ান
♦ ভাৰতীয় মহাকাশ গবেষণা কার্যসূচীৰ চমু ইতিহাস
♦ ভাৰতীয় পাৰমাণৱিক শক্তি প্রতিষ্ঠানসমূহৰ অৱস্থান
♦ চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সাফল্য
♦ ভাৰতৰ গৱেষণা আৰু উন্নয়ন প্রতিষ্ঠান
♦ চিকিৎসা আৰু স্বাস্থ্য গৱেষণা প্রতিষ্ঠানসমূহ
ক্ৰীড়া
♦ ভাৰতৰ ষ্টেডিয়ামসমূহ
♦ কিছুমান জনপ্রিয় খেলৰ খেলুৱৈৰ সংখ্যা
♦ বিভিন্ন খেলৰ সৈতে জড়িত কাপ আৰু ট্ৰফীসমূহ
♦ গুৰুত্বপূৰ্ণ খেলসমূহৰ সৈতে জড়িত শব্দাৱলী
♦ ক্রীড়াংগনৰ জোখ-মাখ
♦ ক্রীড়াৰ সৈতে জড়িত কেতবােৰ গুৰুত্বপূর্ণ ঠাই
♦ খেলপথাৰ/ক্রীড়াংগনৰ নাম
♦ বিশ্ব প্রসিদ্ধ ক্রীড়া ষ্টেডিয়াম কিছুমান দেশৰ ৰাষ্ট্ৰীয় খেল
♦ পলকতে বিশ্বকাপ ফুটবল ইতিহাস
♦ ক্রীড়াৰ সৈতে জড়িত কেতবােৰ ঠাই
♦ পলকতে বিশ্বকাপ ক্রিকেটৰ ইতিহাস
♦ পলকতে বিশ্বকাপ হকীৰ ইতিহাস
অমাৰ বিশ্ব
♦ চকুৰ পচাৰতে বিশ্বখন
♦ ৰাজধানী আৰু মুদ্ৰাৰ নামেৰে পৃথিৱীৰ দেশসমূহ
♦ পৃথিৱীৰ সাতশন মহাদেশৰ কালি
♦ সংষশ্লিষ্ট দেসৰ সংখ্যাৰ সৈতে মহাদেশসমূহ
♦ মহাদেশ অনুসৰি উচ্চতম স্থান
♦ মহাদেশ অনুসৰি নিম্নতম স্থান
♦ মাটিকালিৰ ফালৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰ
♦ মাটিকালিৰ ফালৰ পৰা বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰসমূহ
♦ কিছুমান দেশৰ ৰাষ্ট্ৰীয় সংগীত
♦ কিছুমান দশৰ ৰাষ্ট্ৰীয় প্ৰতীক
♦ কিছুমান ৰাষ্ট্ৰৰ কীৰ্তিস্তম্ভ
♦ কিছুমান ৰাষ্ট্ৰৰ/দেশৰ ৰাষ্ট্ৰীয় ফুল
♦ চৰকাৰী পুথি আৰু নথি-পত্ৰসমূহ
♦ বিভিন্ন দেশৰ সংসদৰ নাম
ভূগােল
♦ ভূগােল ভূগােল সম্পর্কীয় কিছুমান শব্দাৱলী
♦ প্রসিদ্ধ আন্তর্জাতিক সীমা ৰেখাসমূহ
♦ পৃথিৱীৰ ভূমণ্ডলসমূহ
♦ পৃথিৱীৰ গুৰুত্বপূর্ণ নদীসমূহ
♦ পৃথিৱীৰ প্ৰধান সাগৰসমূহ
♦ পৃথিৱীৰ মুখ্য মহাসাগৰসমূহ
♦ গভীৰতম খাল
♦ পৃথিৱীৰ প্ৰধান হ্রদসমূহ মানৱ
♦ নির্মিত কিছুমান বৃহৎ হ্রদ/বান্ধ
♦ পৃথিৱীৰ প্ৰধান সাগৰীয় পথ
♦ পৃথিৱীৰ মুখ্য পর্বত শৃংগসমূহ
♦ পৃথিৱীৰ প্ৰধান দ্বীপসমূহ
♦ পৃথিৱীৰ গুৰুত্বপূর্ণ মালভূমিসমূহ
♦ পৃথিৱীৰ প্ৰধান উপদ্বীপসমূহ
♦ পৃথিৱীৰ গুৰুত্বপূর্ণ উপসাগৰসমূহ
♦ পৃথিৱীৰ প্রধান প্রণালীসমূহ
♦ পৃথিৱীৰ মুখ্য মৰুভূমিসমূহ
♦ পৃথিৱীৰ কেতবােৰ জনপ্রিয় সামুদ্রিক বন্দৰৰ নাম
♦ পৃথিৱাৰ জনপ্রিয় জলপ্রপাতসমূহ
♦ বিশ্বৰ গুৰুত্বপূৰ্ণ/ডাঙৰ/প্রলয়ংকাৰী ভূমিকম্পসমূহ
♦ পৃথিৱীৰ প্ৰধান সক্রিয় আগ্নেয়গিৰিসমূহ
♦ জাহাজ চলাচল কৰা পৃথিৱীৰ কেইটামান গুৰুত্বপূৰ্ণ খাল
♦ বিশ্ব প্রসিদ্ধ ঠাইসমূহ
♦ নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ বিখ্যাত চহৰ/নগৰ
♦ পৃথিৱীৰ প্ৰাকৃতিক উদ্ভিদসমূহ
♦ উদ্যোগৰ লগত জড়িত দেশসমূহ
♦ পৃথিৱীৰ উদ্যোগিক চহৰসমূহ
বুৰঞ্জী
♦ সন্ধি আৰু চুক্তি
♦ পৃথিৱীৰ গুৰুত্বপূৰ্ণ ৰাজবংশ
♦ ভাৰতৰ বাহিৰত সংঘটিত যুদ্ধ
♦ বিশ্ব বুৰঞ্জীৰ উল্লেখযােগ্য যুদ্ধসমূহ
♦ গুৰুত্বপূৰ্ণ বছৰ আৰু ঘটনাসমূহ
♦ গুৰুত্বপূৰ্ণ সপ্তাহসমূহ
♦ গুৰুত্বপূর্ণ তাৰিখসমূহ আৰু দিবস
♦ বিশ্বৰ কেইখনমান দেশৰ স্বাধীনতা দিবস
♦ বিশ্ব ইতিহাসৰ কেইটামান মাইলৰ খুঁটি
ভাষা আৰু সাহিত্য
♦ পৃথিৱীৰ মূল ভাষাসমূহ
♦ পৃথিৱীৰ ভাষাসমূহ
♦ বিভিন্ন ভাষাৰ বিখ্যাত কবিসকল
♦ কাৰাবাসত লিখা বিখ্যাত গ্রন্থসমূহ
♦ বিশ্বৰ কেইখনমান আগশাৰীৰ বাতৰি কাকত
♦ পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ পৰিয়াল/গােট
♦ বিশ্বৰ প্ৰসিদ্ধ জনগােষ্ঠীসমূহ
♦ কিছুমান দেশ, ৰাজ্য আৰু চহৰৰ পুৰণি আৰু নতুন নাম
♦ পৃথিৱীৰ কিছুমান ঠাইৰ উপনাম
♦ পৃথিৱীৰ গুৰুত্বপূৰ্ণ আৱাসসমূহ
♦ বিশ্ব বিখ্যাত গাঁথনি
♦ পৃথিৱীৰ আশ্চর্যসমূহ
মহাকাশ
♦ সৌৰজগত সম্পৰ্কীয় কিছু তথ্য
♦ আমাৰ সৌৰজগতৰ আঠোটা গ্রহ
♦ সৌৰজগতৰ গ্ৰহ সম্পর্কে গুৰুত্বপূর্ণ তথ্য
♦ মহাকাশ তত্ত্ব মহাকাশৰ জোখৰ একক
♦ মহাকাশ অভিযান
♦ মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ বছৰ
♦ মহাকাশ অভিযানকাৰী দেশসমূহ
♦ মহাকাশত প্রথম
♦ পৃথিৱীৰ বিশিষ্ট উদ্ভাৱন আৰু আৱিষ্কাৰসমূহ
♦ চিকিৎসা বিজ্ঞানৰ উদ্ভাৱন আৰু আৱিষ্কাৰসমূহ
বিজ্ঞান, স্বাস্থ্য আৰু কম্পিউটাৰ
♦ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক সঁজুলি
♦ বিজ্ঞানৰ বিভিন্ন শাখা
♦ বিজ্ঞানৰ কেইটামান গুৰুত্বপূর্ণ শাখাৰ জনক
♦ বিজ্ঞানত সচৰাচৰ ব্যৱহৃত হােৱা কেইটামান নির্বাচিত গ্রীক বর্ণমালা
♦ এছ আই (SI) পদ্ধতিৰ মূল এককসমূহ
♦ কেইটামান আমোদজনক আৰু আশ্চৰ্যজনক তথ্য
♦ বিজ্ঞানত কিছুমান গুৰুত্বপূৰ্ণ সূত্ৰ
♦ মৌল, চিহ্ন আৰু পাৰমানৱিক সংখ্যা
♦ নাম আৰু এককৰ সৈতে কিছুমান ভৌতিক ৰাশি
♦ কিছুমান সংকৰ ধাতু বা মিশ্র ধাতু
♦ কিছুমান ৰাসায়নিক যৌগৰ সাধাৰণ নাম
♦ কেইবিধমান ৰােগ আৰু শৰীৰৰ আক্রান্ত অংশ
♦ দেহৰ সাধাৰণ বেমাৰ-আজাৰ সাধাৰণ দৰৱ/ঔষধ আৰু ইয়াৰ ব্যৱহাৰ
♦ বিজ্ঞানত সচৰাচৰ ব্যৱহৃত সাংখ্যিক মান
♦ কম্পিউটাৰৰ মৌলিক তথ্য
♦ সচৰাচৰ ব্যৱহৃত কম্পিউটাৰ সম্পৰ্কীয় সংক্ষিপ্তকৰণ
সানমিহলি
♦ পৃথিৱীৰ সর্বপ্রথম
♦ প্রথম ভ্ৰমণকাৰী, আক্রমণকাৰী আদি
♦ ক্রীড়াৰ ক্ষেত্ৰত প্ৰথম বিশ্বৰ বৃহত্তম, প্রাচীনতম, উচ্চতম, দৈৰ্ঘ্যতম, আৰু অন্যান্য সর্বোৎকৃষ্ট
♦ ৰাষ্ট্ৰসংঘ
♦ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ তালিকা ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ
♦ বিশ্বৰ কেইখনমান দেশৰ চোৰাংচোৱা সংস্থাৰ নাম
♦ বিশ্বৰ কেইখনমান দেশৰ বাতৰি সংস্থা
♦ ৰাষ্ট্ৰভেদে চৰকাৰৰ প্ৰকাৰ
♦ পৃথিৱীৰ বিভিন্ন দেশৰ কিছুমান উল্লেখযােগ্য ৰাজনৈতিক দল
Post ID : DABP005331
0 Comments