সাধাৰণ জ্ঞান বিশাল সংগ্ৰহ (পৰিকল্পনা মনোজ জৈন)

সাধাৰণ জ্ঞান বিশাল সংগ্ৰহ (পৰিকল্পনা মনোজ জৈন)


 সাধাৰণ জ্ঞান বিশাল সংগ্ৰহ (পৰিকল্পনা মনোজ জৈন)



পৰকল্পনাঃ মনোজ জৈন


Published by:

Good Books Distributors publishers,

31 Chowringhee Road, Kolkata-16.


Price: ₹ 90/-


Printed At: A. Offset, Ghy.

                    B. Printers, Ghy.

                    I. Printers, Ghy.


Revised Edition: 2012


 সূচিপত্ৰ 


♦ ভাৰত সম্পৰ্কে কিছু তথ্য

♦ ভাৰত সম্বন্ধে কিছু ধাৰণা

♦ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ণসমূহ

♦ ভাৰতৰ মাণ্ডলিক পৰিষদসমূহ

♦ ভাৰতীয় ধৰ্মসমূহ, ইয়াৰ ধৰ্মগ্ৰন্থ আৰু তীৰ্থস্থানসমূহ

♦ ভাৰতৰ উৎসৱসমূহ

 ভাৰতৰ মুখ্য নৃত্যসমূহ

 ভাৰতৰ জনগােষ্ঠীসমূহ

 ভাৰতৰ উচ্চতম, বৃহত্তম, দৈর্ঘ্যতম

 ভাৰতৰ প্রথম স্থাপনাসমূহ

 ভাৰতৰ প্রথম

 ভাৰতৰ সর্বপ্রথম আৰু সর্বশেষ

 থােৰতে ভাৰতৰ ৰাজ্যসমূহ

 ভাৰতৰ ৰাজ্যসমূহৰ কিছু প্রাথমিক তথ্য আৰু পৰিসংখ্যা

 ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চলসমূহ

 ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল

 মাটিকালিৰ ভিত্তিত ৰাজ্যসমূহৰ অৱস্থান

 সদনত আসন সংখ্যা

 ভাৰতৰ কেইখনমান ৰাজ্যৰ প্রতিষ্ঠা দিবস

ভাৰতৰ সংবিধন

♦ আমাৰ সংবিধান

♦ ভাৰতীয় সংবিধানৰ প্ৰধান সংশোধনীবোৰ

♦ ভাৰতীয় সংবিধীনৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ

♦ সংবিধানৰ অনুসূচীসমূহ

♦ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ (Articles) আৰু দফাসমুহ

♦ অইন সংবিধানৰ পৰা ধাৰ কৰা ভাৰতীয় সংবিধানৰ বৈশিষ্টবোৰ

♦ প্রস্তাৱনা

 মৌলিক অধিকাৰ

 মৌলিক অধিকাৰ

 ভাৰতৰ শীর্ষ পদাধুিকাৰীসকলৰ ক্ষমতা

 নির্বাচন প্রক্রিয়া

 প্রতিক্ষা বিভাগৰ নিৰ্ধাৰিত পদবীসমূহ

ভূগােল

 ভৌগােলিক অৱস্থানৰ ভিত্তিত হিমালয়

 ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চলসমূহ

 ভাৰতৰ উপদ্বীপীয় পর্বতমালাসমূহ

 নদী আৰু ইয়াৰ উপনৈসমূহ

 ভাৰতৰ প্ৰধান নদীসমূহ

 ভাৰতৰ প্ৰধান হ্রদসমূহ

 প্রধান অশ্বক্ষুৰ হ্রদ

 নির্মল পানীৰ হ্রদ

 নির্মল পানীৰ হ্রদ

 ভাৰতৰ মুখ্য পর্বতমালাসমূহ

 ভাৰতৰ উচ্চতম পর্বত শৃংগসমূহ

 ভাৰতৰ প্ৰধান বন্দৰসমূহ

 ভাৰতৰ প্ৰধান বন্দৰসমূহ

 ভাৰতৰ বিভিন্ন ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ্য

 ভাৰতৰ সর্ববৃহৎ দহােটা ৰাষ্ট্ৰীয় ঘাইপথ

 ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ

 দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ থকা ভাৰতৰ পাঁচখন ৰাজ্য

 ভাৰতৰ শাসকসকল

 ভাৰতৰ গুৰুত্বপূৰ্ণ বংশসমূহ

 ভাৰতৰ যুদ্ধ-বিগ্রহসমূহ

 ভাৰতৰ জনপ্রিয় ভাইচৰয়সকল

 ভাৰতৰ স্বাধীনতা সংগ্রামীসকল

 ভাৰতীয় জাতীয় আন্দোলনৰ সময়ৰ গুৰুত্বপূর্ণ ঘটনাৱলী

 ভাৰতত ব্রিটিছৰ আমােলত হােৱা সংস্কাৰসমূহ

 ভাৰতৰ নতুন জাগৰণ

 ভাৰতীয় ইতিহাসৰ উল্লেখযােগ্য বছৰ আৰু ঘটনাসমূহ

 ভাৰতৰ ৰাষ্ট্ৰপতিসকল

 ভাৰতৰ উপ-ৰাষ্ট্রপতিসকল

 ভাৰতৰ প্ৰধানমন্ত্রীসকল

 ভাৰতত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰা মহিলাসকল

 ভাৰতত বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰা মহিলাসকল

 লােকসভাৰ অধ্যক্ষসকল

 ভাৰতৰ মুখ্য নির্বাচনী আয়ুক্তসকল

 ভাৰতৰ মুখ্য ন্যায়াধীশসকল

 স্থল বাহিনীৰ সেনাধ্যক্ষসকল

 নৌবাহিনী সেনাধ্যক্ষসকল

 বায়ুসেনা বাহিনীৰ সেনাধ্যক্ষসকল

অর্থনীতি

 ভাৰতৰ প্ৰধান শস্য আৰু প্রাথমিক উৎপাদনকাৰী ৰাজ্যসমূহ

 ভাৰতৰ প্ৰধান মাটিৰ প্ৰকাৰসমূহ

 ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ

 ভাৰতৰ মুখ্য উদ্যোগসমূহ

 ভাৰতৰ নদী উপত্যকা প্রকল্পসমূহ

 ভাৰতৰ খনিজ সম্পদসমূহ

বেংক ব্যৱস্থা

 ভাৰতৰ বেংক ব্যৱস্থা

 ভাৰতীয় ৰিজাৰ্ভ বেংক

 ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া

 ভাৰতীয় ষ্টেট বেংক (SBI)

 বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ

 বিভিন্ন ভাৰতীয় বাণিজ্যিক বেংক

 ভাৰতীয় বেংক ব্যৱস্থাৰ গঠন

 ভাৰতৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনাসমূহ

 অর্থনীতিৰ সতে জড়িত কেতবােৰ গুৰুত্বপূর্ণ সমিতি

 ভাৰতৰ কেইখনমান গুৰুত্বপূৰ্ণ আয়ােগ

 ভাৰতৰ কেইখনমান গুৰুত্বপূৰ্ণ নিগম

 ভাৰতীয় গুৰুত্বপূর্ণ সংগঠনসমূহ

ভাষা আৰু সাহিত্য

 ভাৰতবৰ্ষৰ প্ৰধান ভাষাসমূহ

 প্রাচীন আৰু মধ্য ভাৰতৰ সাহিত্য

 ভাৰতীয় বিভিন্ন ভাষাৰ জনপ্রিয় লেখক/লেখিকাসকল

 বিভিন্ন ভাষাৰ কেইগৰাকীমান জনপ্রিয় লেখক/লেখিকা

 ন’বেল বঁটা বিজয়ী ভাৰতীয়

 কিছুমান জনপ্রিয় উদ্ধৃতি

 কালজয়ী গ্রন্থ আৰু গ্রন্থকাৰ

 সংক্ষিপ্তকৰণ

 ভাৰতৰ কেইখনমান জনপ্রিয় বাতৰিকাকত

 ভাৰতৰ অগ্রণী বাতৰি এজেন্সিসমূহ

খ্যাতনামা ব্যক্তি আৰু স্থানসমূহ

 বিখ্যাত ব্যক্তিত্বসম্পন্ন লােকসকল

 বিভিন্ন ঠাইৰ সৈতে জড়িত বৰেণ্য ব্যক্তিসকল

 জনপ্রিয় ব্যক্তিসকলৰ সমাধি স্থল

 ভাৰতৰ প্রসিদ্ধ পাহাৰীয়া অঞ্চলসমূহ

 ভাৰতৰ পৱিত্ৰ স্থলসমূহ

 ভাৰতবৰ্ষৰ কেতবােৰ জনপ্রিয় স্থান

 ভাৰতৰ ঐতিহাসিক কীর্তিস্তম্ভ,

 ভাৰতবৰ্ষৰ ঐতিহাসিক দুর্গসমূহ

 ভাৰতবৰ্ষৰ ঐতিহাসিক প্রাসাদসমূহ

 ভাৰতবৰ্ষৰ কেতবােৰ সুউচ্চ গাঁথনি

 ভাৰতবৰ্ষৰ কেতবােৰ বিখ্যাত প্ৰৱেশদ্বাৰ, স্তম্ভ আৰু কৰস্থান

 ভাৰতৰ প্রসিদ্ধ উদ্যানসমূহ

 ভাৰতৰ জনপ্রিয় মিউজিয়াম (যাদুঘৰ)

 ভাৰতৰ কেতবােৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য আৰু পক্ষী অভয়াৰণ্য

 কিছুমান ভৌগােলিক আখ্যা

সংগীত আৰু কলা

 সংগীত আৰু বাদ্যযন্ত্র

 ভাৰতৰ মালিক সাংস্কৃতিক কেন্দ্র

 কেইগৰাকীমান মহান ভাৰতীয় সংগীতকাৰ

 সংগীত আৰু নৃত্যৰ সৈতে জড়িত বৰেণ্য ব্যক্তিসকল

 ভাৰতীয় কলা আৰু স্থপতিবিদ্যাৰ আৰ্হি

 ভাৰতীয় চিত্রকলা/চিত্রশিল্প

বঁটা আৰু বঁটা বিজয়ীসকল

 ৰাষ্ট্ৰীয় বঁটা, সন্মান আৰু পুৰস্কাৰ

 আন্তঃৰাষ্ট্ৰীয় বঁটা, পুৰস্কাৰ আৰু সন্মানসমূহ

 কিছুমান জনপ্রিয় বঁটা, পুৰস্কাৰ আৰু বিজেতাসকল

বিজ্ঞান আৰু প্রযুক্তিবিদ্যা

 ভাৰতীয় কৃত্রিম উৎগ্রহবােৰৰ চমু খতিয়ান

 ভাৰতীয় মহাকাশ গবেষণা কার্যসূচীৰ চমু ইতিহাস

 ভাৰতীয় পাৰমাণৱিক শক্তি প্রতিষ্ঠানসমূহৰ অৱস্থান

 চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সাফল্য

 ভাৰতৰ গৱেষণা আৰু উন্নয়ন প্রতিষ্ঠান

 চিকিৎসা আৰু স্বাস্থ্য গৱেষণা প্রতিষ্ঠানসমূহ

ক্ৰীড়া

 ভাৰতৰ ষ্টেডিয়ামসমূহ

 কিছুমান জনপ্রিয় খেলৰ খেলুৱৈৰ সংখ্যা

 বিভিন্ন খেলৰ সৈতে জড়িত কাপ আৰু ট্ৰফীসমূহ

 গুৰুত্বপূৰ্ণ খেলসমূহৰ সৈতে জড়িত শব্দাৱলী

 ক্রীড়াংগনৰ জোখ-মাখ

 ক্রীড়াৰ সৈতে জড়িত কেতবােৰ গুৰুত্বপূর্ণ ঠাই

 খেলপথাৰ/ক্রীড়াংগনৰ নাম

 বিশ্ব প্রসিদ্ধ ক্রীড়া ষ্টেডিয়াম কিছুমান দেশৰ ৰাষ্ট্ৰীয় খেল

 পলকতে বিশ্বকাপ ফুটবল ইতিহাস

 ক্রীড়াৰ সৈতে জড়িত কেতবােৰ ঠাই

 পলকতে বিশ্বকাপ ক্রিকেটৰ ইতিহাস

 পলকতে বিশ্বকাপ হকীৰ ইতিহাস

অমাৰ বিশ্ব

 চকুৰ পচাৰতে বিশ্বখন

♦ ৰাজধানী আৰু মুদ্ৰাৰ নামেৰে পৃথিৱীৰ দেশসমূহ

♦ পৃথিৱীৰ সাতশন মহাদেশৰ কালি

♦ সংষশ্লিষ্ট দেসৰ সংখ্যাৰ সৈতে মহাদেশসমূহ

♦ মহাদেশ অনুসৰি উচ্চতম স্থান

♦ মহাদেশ অনুসৰি নিম্নতম স্থান

♦ মাটিকালিৰ ফালৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰ

♦ মাটিকালিৰ ফালৰ পৰা বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰসমূহ

♦ কিছুমান দেশৰ ৰাষ্ট্ৰীয় সংগীত

♦ কিছুমান দশৰ ৰাষ্ট্ৰীয় প্ৰতীক

♦ কিছুমান ৰাষ্ট্ৰৰ কীৰ্তিস্তম্ভ

♦ কিছুমান ৰাষ্ট্ৰৰ/দেশৰ ৰাষ্ট্ৰীয় ফুল

♦ চৰকাৰী পুথি আৰু নথি-পত্ৰসমূহ

♦ বিভিন্ন দেশৰ সংসদৰ নাম

ভূগােল

 ভূগােল ভূগােল সম্পর্কীয় কিছুমান শব্দাৱলী

 প্রসিদ্ধ আন্তর্জাতিক সীমা ৰেখাসমূহ

 পৃথিৱীৰ ভূমণ্ডলসমূহ

 পৃথিৱীৰ গুৰুত্বপূর্ণ নদীসমূহ

 পৃথিৱীৰ প্ৰধান সাগৰসমূহ

 পৃথিৱীৰ মুখ্য মহাসাগৰসমূহ

 গভীৰতম খাল

 পৃথিৱীৰ প্ৰধান হ্রদসমূহ মানৱ

 নির্মিত কিছুমান বৃহৎ হ্রদ/বান্ধ

 পৃথিৱীৰ প্ৰধান সাগৰীয় পথ

 পৃথিৱীৰ মুখ্য পর্বত শৃংগসমূহ

 পৃথিৱীৰ প্ৰধান দ্বীপসমূহ

 পৃথিৱীৰ গুৰুত্বপূর্ণ মালভূমিসমূহ

 পৃথিৱীৰ প্ৰধান উপদ্বীপসমূহ



 পৃথিৱীৰ গুৰুত্বপূর্ণ উপসাগৰসমূহ

 পৃথিৱীৰ প্রধান প্রণালীসমূহ

 পৃথিৱীৰ মুখ্য মৰুভূমিসমূহ

 পৃথিৱীৰ কেতবােৰ জনপ্রিয় সামুদ্রিক বন্দৰৰ নাম

 পৃথিৱাৰ জনপ্রিয় জলপ্রপাতসমূহ

 বিশ্বৰ গুৰুত্বপূৰ্ণ/ডাঙৰ/প্রলয়ংকাৰী ভূমিকম্পসমূহ

 পৃথিৱীৰ প্ৰধান সক্রিয় আগ্নেয়গিৰিসমূহ

 জাহাজ চলাচল কৰা পৃথিৱীৰ কেইটামান গুৰুত্বপূৰ্ণ খাল

 বিশ্ব প্রসিদ্ধ ঠাইসমূহ

 নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ বিখ্যাত চহৰ/নগৰ

 পৃথিৱীৰ প্ৰাকৃতিক উদ্ভিদসমূহ

 উদ্যোগৰ লগত জড়িত দেশসমূহ

 পৃথিৱীৰ উদ্যোগিক চহৰসমূহ

বুৰঞ্জী

 সন্ধি আৰু চুক্তি

 পৃথিৱীৰ গুৰুত্বপূৰ্ণ ৰাজবংশ

 ভাৰতৰ বাহিৰত সংঘটিত যুদ্ধ

 বিশ্ব বুৰঞ্জীৰ উল্লেখযােগ্য যুদ্ধসমূহ

 গুৰুত্বপূৰ্ণ বছৰ আৰু ঘটনাসমূহ

 গুৰুত্বপূৰ্ণ সপ্তাহসমূহ

 গুৰুত্বপূর্ণ তাৰিখসমূহ আৰু দিবস

 বিশ্বৰ কেইখনমান দেশৰ স্বাধীনতা দিবস

 বিশ্ব ইতিহাসৰ কেইটামান মাইলৰ খুঁটি

ভাষা আৰু সাহিত্য

 পৃথিৱীৰ মূল ভাষাসমূহ

 পৃথিৱীৰ ভাষাসমূহ

♦ বিভিন্ন ভাষাৰ বিখ্যাত কবিসকল

 কাৰাবাসত লিখা বিখ্যাত গ্রন্থসমূহ

 বিশ্বৰ কেইখনমান আগশাৰীৰ বাতৰি কাকত

 পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ পৰিয়াল/গােট

 বিশ্বৰ প্ৰসিদ্ধ জনগােষ্ঠীসমূহ

 কিছুমান দেশ, ৰাজ্য আৰু চহৰৰ পুৰণি আৰু নতুন নাম

 পৃথিৱীৰ কিছুমান ঠাইৰ উপনাম

 পৃথিৱীৰ গুৰুত্বপূৰ্ণ আৱাসসমূহ

 বিশ্ব বিখ্যাত গাঁথনি

 পৃথিৱীৰ আশ্চর্যসমূহ

মহাকাশ

♦ সৌৰজগত সম্পৰ্কীয় কিছু তথ্য

 আমাৰ সৌৰজগতৰ আঠোটা গ্রহ

 সৌৰজগতৰ গ্ৰহ সম্পর্কে গুৰুত্বপূর্ণ তথ্য

 মহাকাশ তত্ত্ব মহাকাশৰ জোখৰ একক

 মহাকাশ অভিযান

 মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ বছৰ

 মহাকাশ অভিযানকাৰী দেশসমূহ

 মহাকাশত প্রথম

 পৃথিৱীৰ বিশিষ্ট উদ্ভাৱন আৰু আৱিষ্কাৰসমূহ

 চিকিৎসা বিজ্ঞানৰ উদ্ভাৱন আৰু আৱিষ্কাৰসমূহ

বিজ্ঞান, স্বাস্থ্য আৰু কম্পিউটাৰ

 গুৰুত্বপূৰ্ণ বৈজ্ঞানিক সঁজুলি

 বিজ্ঞানৰ বিভিন্ন শাখা

 বিজ্ঞানৰ কেইটামান গুৰুত্বপূর্ণ শাখাৰ জনক

 বিজ্ঞানত সচৰাচৰ ব্যৱহৃত হােৱা কেইটামান নির্বাচিত গ্রীক বর্ণমালা

 এছ আই (SI) পদ্ধতিৰ মূল এককসমূহ

♦ কেইটামান আমোদজনক আৰু আশ্চৰ্যজনক তথ্য

♦ বিজ্ঞানত কিছুমান গুৰুত্বপূৰ্ণ সূত্ৰ

♦ মৌল, চিহ্ন আৰু পাৰমানৱিক সংখ্যা

♦ নাম আৰু এককৰ সৈতে কিছুমান ভৌতিক ৰাশি

 কিছুমান সংকৰ ধাতু বা মিশ্র ধাতু

 কিছুমান ৰাসায়নিক যৌগৰ সাধাৰণ নাম

 কেইবিধমান ৰােগ আৰু শৰীৰৰ আক্রান্ত অংশ

 দেহৰ সাধাৰণ বেমাৰ-আজাৰ সাধাৰণ দৰৱ/ঔষধ আৰু ইয়াৰ ব্যৱহাৰ

 বিজ্ঞানত সচৰাচৰ ব্যৱহৃত সাংখ্যিক মান

 কম্পিউটাৰৰ মৌলিক তথ্য

 সচৰাচৰ ব্যৱহৃত কম্পিউটাৰ সম্পৰ্কীয় সংক্ষিপ্তকৰণ

সানমিহলি

 পৃথিৱীৰ সর্বপ্রথম

 প্রথম ভ্ৰমণকাৰী, আক্রমণকাৰী আদি

 ক্রীড়াৰ ক্ষেত্ৰত প্ৰথম বিশ্বৰ বৃহত্তম, প্রাচীনতম, উচ্চতম, দৈৰ্ঘ্যতম, আৰু অন্যান্য সর্বোৎকৃষ্ট

 ৰাষ্ট্ৰসংঘ

 ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ তালিকা ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ

 বিশ্বৰ কেইখনমান দেশৰ চোৰাংচোৱা সংস্থাৰ নাম

 বিশ্বৰ কেইখনমান দেশৰ বাতৰি সংস্থা

 ৰাষ্ট্ৰভেদে চৰকাৰৰ প্ৰকাৰ

 পৃথিৱীৰ বিভিন্ন দেশৰ কিছুমান উল্লেখযােগ্য ৰাজনৈতিক দল






Post ID : DABP005331