ব'ৰাগী নদীৰ ঘাট | ব'ৰাগী নদীৰ ঘাট কিতাপ খনৰ তথ্য সমূহ | Boragi Nadir Ghat


ব'ৰাগী নদীৰ ঘাট

ব'ৰাগী নদীৰ ঘাট

ব'ৰাগী নদীৰ ঘাট


Boragi Nadir Ghat: An Assamese Novel written by Anuradha Sarma Pujari And published by Ananata Hazarika on behalf of Banalata, Panbazar, Guwahati-781001. Eight Edition: March, 2012

price. 50/-


প্ৰকাশকঃ অনন্ত হাজৰিকা

                  বনলতা

                  পাণবজাৰ, গুৱাহাটী-১


মুখ্য কাৰ্যালয়ঃ নতুন বজাৰ, ডিব্ৰুগড়-১

প্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০০৪ চন

দ্বিতীয় প্ৰকাশঃ ডিচেম্বৰ, ২০০৪ চন

তৃতীয় প্ৰকাশঃ ফেব্ৰুৱাৰী, ২০০৫ চন

চতুৰ্থ প্ৰকাশঃ জুন, ২০০৫ চন

পঞ্চম প্ৰকাশঃ নৱেম্বৰ, ২০০৫ চন

ষষ্ঠ প্ৰকাশঃ নৱেম্বৰ ২০০৭ চন

সপ্তম প্ৰকাশঃ ডিচেম্বৰ, ২০০৯ চন

অষ্টম প্ৰকাশঃ মাৰ্চ, ২০১২ চন


প্ৰচ্ছদঃ পদ্ম সিংহ


মূল্যঃ ৫০.০০ টকা


ISBN: 81-7339-419-9


ডি. টি. পি. ঃ লোকনাথ এণ্টাৰপ্ৰাইজ

                     চি. কে. ৰোড

                     পাণবজাৰ, গুৱাহাটী-১

                     ফোন - ২৬০৫১১০


মুদ্ৰকঃ শৰাইঘাট ফটো টাইপছ্ প্ৰাঃ লিঃ

            উদ্যোগপাম, বামুণীমৈদাম

            গুৱাহাটী-৭৮১০২১


উচৰ্গা

যি মোৰ কিতাপ বা লেখা প্ৰকাশ পালেই

আনন্দত উতলা হৈ উঠিছিল কিছুদিন আগলৈকে....

'মেচেছ খান্ন'ক লগ পাব পাৰি নেকি সুধিছিল,

সেই মোৰ দাদা 'মাইনা' (প্ৰকাশ শৰ্মা)ৰ সোৱৰণত....


    'ব'ৰাগী নদীৰ ঘাট', মই দেখি থকা এটা অঞ্চল আৰু জনা চৰিত্ৰৰ কিছু সমষ্টি। ইয়াৰ এটা প্ৰধান চৰিত্ৰ 'মিচেছ খান্না'ৰ নামকৰণেৰে এখন ক্ষদ্ৰ উপন্যাস 'অসমীয়া প্ৰতিদিন'ৰ পূজা সংখ্যাত পূৰ্বতে প্ৰকাশ পাইছিল। এই চৰিত্ৰটোক গুৰুত্ব দি সেইসময়ত কিয়দংহে প্ৰকাশ কৰা হৈছিল। সেয়ে পূৰ্ণ উপন্যাসখন প্ৰকাশ কৰা হ'ল 'বনলতা'ৰ উদ্যমী প্ৰকাশক অনন্ত হাজৰিকা তাগিদাত। অনন্ত হাজৰিকালৈ ধন্যবাদ

-অনুৰাধা শৰ্মা পূজাৰী