শবৰীৰ এৰেহা হোৱা বগৰী । অধ্যায় ১১  । Chapter 11 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১১


শবৰীৰ এৰেহা হোৱা বগৰী


(১) চমু উত্তৰ দিয়া-


(ক) জটায়ুৱে ৰামক কি ক'লে ?

উত্তৰঃ জটায়ুৱে ৰামক সীতাক হৰণ কৰি নিয়া গোটেই ঘটনা ক'লে ।


(খ) শবৰী কোন আছিল ?

উত্তৰঃ শবীৰ ভীল জনজাতিৰ তিৰোতাৰ আছিল।


(গ) শবৰীয়ে ৰামক কিদৰে সহায় কৰিছিল ?

উত্তৰঃ শবৰীয়ে ৰামক বগৰী দিয় আৰু কিষ্কন্ধ্যা ৰজা সুগ্ৰীৱৰ বিষয়ে কৈ সহায় কৰিছিল।


(২) নিম্নলিখিত প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰত শুদ্ধ চিন লগোৱা-


(ক) সেই বগৰীবোৰ মিঠা আছিল ।

উত্তৰঃ শুদ্ধ চিন।


(খ) ৰাম সেই সময়ত বৰ ভোক লাগিছিল।

উত্তৰঃ অশুদ্ধ চিন।


(গ) শবীৰ শূদ্ৰ ভীল জনজাতিৰ আছিল।

উত্তৰঃ শুদ্ধ চিন।


(ঘ) শবৰীৰ অন্তৰত ৰামৰ প্ৰতি অপাৰ প্ৰেম আছিল ।

উত্তৰঃ অশুদ্ধ চিন।


Apurba Kakati