জ্যোতি-বিষ্ণু গীতৰ শৰাই | জ্যোতি-বিষ্ণ গীতৰ শৰাই কিতাপখনৰ তথ্যসমূহ | Jyoti Vishnu Geetr Sharai


জ্যোতি-বিষ্ণু গীতৰ শৰাই


সংগ্ৰাহিকা

সংগীতা দেৱী


প্ৰকাশক

অমৰ প্ৰকাশ

গীতানগৰঃ গুৱাহাটী-২১


প্ৰকাশক

শ্ৰীতৰুণ কুমাৰ শৰ্মা


দ্বিতীয় প্ৰকাশ

জুন/২০১০


বেটুপাতৰ শিল্পী

ধনঞ্জয় শৰ্মা

গুৱাহাটী


অৰিহণাঃ ১৫.০০ (পোন্ধৰ) টকা


মুদ্ৰকাঃ ইম্প্ৰেছিত প্ৰিণ্টাৰ্চ

             ভঙাগড়, গুৱাহাটী-৫


সূচীপত্ৰ

জ্যোতি সংগীত

১। গছে গছে পাতি দিলে ফুলৰে

২। আমাৰে সখিয়া আকুল বিয়াকুলে

৩।বনৰীয়া আমি বনৰ চৰাই

৪।জোনাকী কাৰেঙত কোনে বীণ

৫। ৰূপহ কোঁৱৰৰ চুমা পৰশতে

৬। জননীৰ সন্তান জাগা

৭। মােৰে জীৱনৰে সখা কৃষ্ণ

৮। লুইতৰ পাৰৰে আমি

৯। অ’ সখী আহিব পিয়া

১০৷ সেউজী সেউজী সেউজী অ

১১। বিশ্ব বিজয়ী নৱ জোৱান

১২। শত যুগৰ কত চাকি

১৩। নূপুৰে মাতে ৰুণ জুন

১৪। আজি জাগা মােৰ মাতৃ

১৫। সপােন পাৰৰ মই

১৬। সাজু হ, সাজু হ, নৱ-জোৱান

১৭। মােৰ মন বনতে তই

১৮। লুইতৰে পানী যাবি অ’ বৈ

১৯। অ ’ সখী আজি

২০। জয় আলােকময়

২১। গাঁৱৰ ছােৱালী

২২। মােৰ গানত জ্বলে

২৩। অ ’ আমাৰ গাওঁ

২৪। মই গাঁৱৰ ল'ৰা

২৫।তোৰে মােৰে আলােকৰে যাত্রা

২৬।কোন ক'ত আছ

২৭। লুইতৰ আকাশত তৰাৰ তৰাৱলী

২৮। যাউতি যুগীয়া ধনে মােৰ অ

২৯। মােৰে ভাৰতৰে

৩০। উৰ উৰ উৰ উৰ অভ্রভেদী উৰ

বিষ্ণু সংগীত

১। পৰ জনমৰ শুভ লগনত

২। নাহৰ ফুলে নুশুৱায়

৩। বিলতে হালিছে ধুনীয়া পদুমী

৪। সুৰৰে দেউলৰে

৫। বিশ্বৰ ছন্দে ছন্দে

৬। ব'ল ব'ল ব'ল ব'ল

৭ মােৰ জীৱনৰ আকাশতে

৮। মেঘৰ বুকু ফালি আনিম

৯। অ’অসমীয়া ডেকা দল

১০। ভাঙ্ ভাঙ্ ভাঙ্

১১।মেলানী বেলাৰ

১২। এয়ে মােৰ শেষ

১৩। লগন উকলি গল

১৪। আজলী ছােৱালী নানা ফুল

১৫। ফুল কুঁৱৰী

১৬। উটি যা ৰূপালী নাওঁ

১৭। হিয়াৰ ফুলনিত

১৮। আজি মন্দিৰ দুৱাৰ খােলা

১৯।মােৰ কবিতাৰ ছন্দ লাগি

২০। জয় সাগৰৰ বুকুৰ মাজত

২১। টিলাই টিলাই

২২।সােণৰে সপােন

২৩। অ’ পূজাৰী আদৰি