পুৰণী অসমীয়া অঙ্কীয়া নাট | পুৰণী অসমীয়া অঙ্কীয়া নাট কিতাপখনৰ তথ্যসমূহ | PURANI AXMIYA ANKIYA NAT


পুৰণী অসমীয়া অঙ্কীয়া নাট



পুৰণী অসমীয়া অঙ্কীয়া নাট

(ৰুক্মিণী হৰণ, অৰ্জ্জুন ভঞ্জন, জন্মযাত্ৰা, সুভদ্ৰা হৰণ)


(গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ অসমীয়া

প্ৰধান পাঠ্যৰ আধাৰত)


সম্পাদনা

ড° মালবিকা ভট্টচাৰ্য্য


ইউনিয়ন বুক পাব্লিকেচন 

গোবিন্দ শ্বপিং কমপ্লেক্স (দিছপুৰ কলেজ লিংক ৰোড)

গণেশগুৰি, গুৱাহাটী-৫

ফোনঃ ৯৮৬৪৭-৫৫৮৬১


প্ৰকাশক

নয়নমণি কলিতা

ইউনিয়ন বুক পাব্লিকেচন

গণেশগুৰি, গুৱাহাটী-৫


© লেখিকা


প্ৰথম প্ৰকাশঃ ২০১৩


ISBN: 978-81-927304-3-1


মুদ্ৰণঃ

ডেষ্টিনী প্ৰিণ্টিং প্ৰেছ

ৰাজগড় ৰোড, উপপথ নং-১১, গুৱাহাটী-৭৮১০০৩



আদি কালৰ অসমীয়া নাটকঃ অংকীয়া নাট

    ১.১ 'অংকীয়া নাট'ৰ নামকৰণ

    ১.২ অংকীয়া নাটৰ বৈশিষ্ট্য

    ১.৩ সংস্কৃতক নাটৰ লগত অংকীয়া নাটৰ সাদৃশ্য

    ১.৪ সংস্কৃত নাটৰ লগত অংকীয়া নাটৰ বৈসাদৃশ্য

    ১.৫ শংকৰদেৱ আৰু মাধৱদেৱৰ নাটক পার্থক্য

    ১.৬ শংকৰােত্তৰ যুগৰ নাটৰ বৈশিষ্ট্য

শংকৰদেৱৰ 'ৰুক্মিণী হৰণ’

    ২.১ নাট্যকাৰৰ পৰিচয়

    ২.২ শংকৰদেৱৰ নাটৰ চমু পৰিচয়

    ২.৩ নাটখনিৰ কাহিনী

    ২.৪ মৌলিকতা

    ২.৫ নাটৰ চৰিত্ৰসমূহ

    ২.৬ নাটৰ পঞ্চসন্ধি আৰু 'ৰুক্মিণী হৰণ’ নাট

    ২.৭ ৰস

মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন’

    ৩.১ নাট্যকাৰৰ পৰিচয়

    ৩.২ মাধৱদেৱৰ নাট

    ৩.৩ 'অর্জুন ভঞ্জন’ৰ মূল

    ৩.৪ নাটৰ শ্লোক, গীত

    ৩.৫ কাহিনী

    ৩.৬ মাধৱদেৱৰ মৌলিকতা

    ৩.৭ চৰিত্ৰ

জন্ম-যাত্রা

    ৪.১ নাট্যকাৰৰ পৰিচয় আৰু সাহিত্যকৃতি

    ৪.২ জন্মযাত্রা নাটঃ মূল

    ৪.৩ নাটৰ বিষয়বস্তু

    ৪.৪ মূল ভাগৱতৰ কাহিনী আৰু নাট্য-কাহিনীৰ সাদৃশ্য

    ৪.৫ 'দশম’ৰ লগত মিল-অমিল

    ৪.৬ জন্মযাত্ৰাৰ মূল পাঠ সম্বন্ধে কিছু কথা

সুভদ্রা হৰণ

    ৫.১ নাট্যকাৰৰ পৰিচয়

    ৫.২ শ্ৰী ৰাম আতাৰ ৰচনাৰাজি

    ৫.৩ ‘সুভদ্রা হৰণ'ৰ মূল আৰু কাহিনী

    ৫.৪ নাট্যকাৰৰ ওপৰত শংকৰদেৱৰ প্ৰভাৱ

    ৫.৫ চৰিত্ৰ