প্রীতিৰ সুবাসে ..| জুবিনৰ অসমীয়া  প্রীতিৰ সুবাসে .. | প্রীতিৰ সুবাসে ..   জুবিন গান | Zubeen Grag Song Pritir Subase ...| 

 প্রীতিৰ সুবাসে ...

 প্রীতিৰ সুবাসে ধুৱাই দিলেহি

 মােৰেই উদাসী মন

 পাহৰা গীতৰ সুৰ আহি 

জগালেহি যৌৱন কিয় বাৰু ? 

চকুত তুলি চৌপাশে চালোঁ

 ফুলিছে ৰজনীগন্ধা

 আকাশত দেখে শাৰদী জোনাক

 নামিছে অলকানন্দা ।

 পাহৰা গীতৰ সুৰে আহি 

জগালেহি যৌৱন কিয় বাৰু ? 

শত ৰজনীৰ এন্ধাৰ আঁতৰি গ'ল

 নামিছে অলকানন্দা

 পাহৰা গীতৰ সুৰে আহি 

জগালেহি যৌৱন কিয় বাৰু ?

 সুন্দৰৰে ৰঙীন ফাকুৰে 

মন ৰাঙলী হ’ল 

আকাশত .....।। *