কৃষ্ণকান্ত সন্ধিকৈৰ সকলো প্ৰশ্ন উত্তৰ 


১) কৃষ্ণকান্ত সন্ধিকৈ কোন আছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈ এজন লেখক, শিক্ষাবিদ, আৰু এজন সংস্কৃত পণ্ডিত আছিল।

 ২)  কৃষ্ণকান্ত সন্ধিকৈৰ জন্ম কোন চনত  জন্ম হৈছিল? 

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈৰ ১৮৯৮ চনত  জন্ম  হৈছিল।

৩) কৃষ্ণকান্ত সন্ধিকৈৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ-কৃষ্ণকান্ত সন্ধিকৈৰ পিতৃৰ নাম  ৰাখাকান্ত সন্ধিকৈ।

৪) কৃষ্ণকান্ত সন্ধিকৈৰ মাতৃৰ নাম কি আছিল? 

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈৰ মাতৃৰ নাম নাৰায়নী সন্ধিকৈ।

৫) কৃষ্ণকান্ত সন্ধিকৈয়ে প্ৰথমিক শিক্ষা ক'ত লাভ কৰিছিল?

উত্তৰঃ-কৃষ্ণকান্ত সন্ধিকৈয়ে যোৰহাটতৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল।

৬)  কৃষ্ণকান্ত সন্ধিকৈয়ে প্ৰৱেশিকা পৰীক্ষাত কোন চনত উত্তীৰ্ন  হৈছিল?

উত্তৰ-- কৃষ্ণকান্ত সন্ধিকৈয়ে  প্ৰৱেশিকা পৰীক্ষা ১৯১৩ চনত উত্তীৰ্ন হৈছিল।

৭) কৃষ্ণকান্ত সন্ধিকৈয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ন হৈ কোন কলেজত নামভত্তি কৰিছিল ?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ন হৈ গুৱাহাটীৰ কটন কলেজত নামভত্তি কৰিছিল।

৮) কৃষ্ণকান্ত সন্ধিকৈয়ে কিমান চনত আই.এই পৰীক্ষাত উত্তীৰ্ন হৈছিল?

উত্তৰ- কৃষ্ণকান্ত সন্ধিকৈয়ে ১৯১৫ চনত আই.এই পৰীক্ষাত উত্তীৰ্ন হৈছিল।

৯) কৃষ্ণকান্ত সন্ধিকৈয়ে কোন চনত কোন কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ন হৈছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে ১৯১৭ চনত সংস্কৃত কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ন হৈছিল। 

১০) কৃষ্ণকান্ত সন্ধিকৈয়ে কটন কলেজত কিমানটা ভাষা আয়ত্ত কৰিছিল ?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে কটন কলেজত ১৩ ভাষা আয়ত্ত কৰিছিল।

১১) কৃষ্ণকান্ত সন্ধিকৈয়ে নিজে স্থাপন কৰা মহাবিদ্যালয়খনৰ নাম কি লিখাঁ?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে নিজে স্থাপন কৰা মহাবিদ্যালয়খনৰ নাম জগন্নাথ বৰুৱা মহাবিদ্যালয় আছিল।

১২) কৃষ্ণকান্ত সন্ধিকৈয়ে কিমান চনত মহাবিদ্যালয়খন স্থাপন কৰিছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে মহাবিদ্যালয়খন ১৯৩০ চনত স্থাপন কৰিছিল।

১৩) কৃষ্ণকান্ত সন্ধিকৈয়ে কিমান চনৰ পৰা কিমান চনলৈকে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্মত নিয়োজিত হৈ আছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে ১৯৩০ চনৰ পৰা ১৯৪৮ চন লৈকে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্মত নিয়োজিত হৈ আছিল।

১৪) কৃষ্ণকান্ত সন্ধিকৈয়ে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে ১৯৪৮ চনত চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম গৰাকী উপাচাৰ্য হিচাপে নিয়োজিত হৈ আছিল।

১৫) কৃষ্ণকান্ত সন্ধিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবছৰৰ বাবে উপাচাৰ্যৰ আখনত নিয়োজিত হৈ আছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত ৯ বছৰৰ বাবে উপাচাৰ্যৰ আখনত নিয়োজিত হৈ আছিল। 

১৬) কৃষ্ণকান্ত সন্ধিকৈয়ে কিমান চনত উপাচাৰ্যৰ সন্মিলনত আৰু ৱাল্টাৰত অনুষ্টিত হোৱা সন্মিলনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে ১৯৯২ চনত উপাচাৰ্যৰ সন্মিলনত আৰু ৱাল্টাৰত অনুষ্টিত হোৱা সন্মিলনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

১৭) কৃষ্ণকান্ত সন্ধিকৈয়ে নিজৰ পুথিভঁৰাটো কোন বিশ্ববিদ্যালয়ৰ নামত কৰি দিছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে নিজৰ পুথিভঁৰাটো  গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত কৰি দিছিল।

১৮) কৃষ্ণকান্ত সন্ধিকৈৰ পুথিভঁৰাটো কিমান গন্থ আছিল ?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈৰ পুথিভঁৰাটোত ১০ হাজাৰ অমূল্য গন্থ আছিল। 

১৯) কৃষ্ণকান্ত সন্ধিকৈয়ে কিমান চনৰ কি মাহত গুৱাহাটীৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল?

উত্তৰঃ-কৃষ্ণকান্ত সন্ধিকৈয়ে ১৯৩৭ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।  

২০) কৃষ্ণকান্ত সন্দিকৈয়ে কিমান চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈয়ে ১৯৫৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল।

২১) কৃষ্ণকান্ত সন্দিকৈয়ে্ কিমান চনত পদ্মভূষন সন্মানেৰে সন্মানিত কৰিছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈয়ে ১৯৬৭ চনত পদ্মভূষন সন্মানেৰে সন্মানিত হৈছিল। 

২২)  কৃষ্ণকান্ত সন্দিকৈয়ে কোন কোন বিশ্ববিদ্যালয়ৰ পৰা ডি লিট সন্মান পাইছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্ধিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডি লিট সন্মান পাইছিল।

২৩) কৃষ্ণকান্ত সন্দিকৈয়ে কিমান চনত অসম সাহিত্য সভাৰ পৰা কি সন্মানেৰে সন্মানিত হৈছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈয়ে ১৯৭৮ চনত অসম সাহিত্য সভাৰ পৰা সদস্য সহীয়ান সন্মানেৰে সন্মিত হৈছিল।

২৪) কৃষ্ণকান্ত সন্দিকৈয়ে  কিমান আৰু কিমান চনত সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল ?

উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈয়ে ১৯৮৪ আৰু ১৯৮৫ চনত সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল।

২৫) কৃষ্ণকান্ত সন্দিকৈয়ে কি ভাৱে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল?

উত্তৰঃ-কৃষ্ণকান্ত সন্দিকৈয়ে মৰণোত্তমভাৱে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল।

২৬)