ব্যৱসায় সেৱা

অনুশীলনী

বহু পছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Choice Questions)ঃ

১। গৃহলৈ পোনপটীয়া সেৱা (DTH) আগৱঢ়োৱা হয়- (DTH services are provided by)

(ক) পৰিবহণ কোম্পানীৰ দ্বাৰা (Transport companies),

(খ) বেংকৰ দ্বাৰা (Banks),

(গ) কোষিক কোম্পানীৰ দ্বাৰা (Cellular companies), 

(ঘ) ওপৰৰ কোনােটোৰ দ্বাৰাই নহয় (None of the above)। 

২। ৰাজহুৱা পণ্যাগাৰৰ উপকাৰে অন্তর্ভুক্ত কৰে (The benefits of public warehousing includes) 

(ক) নমনিয়তা (Flexibility) 

(খ) নিয়ন্ত্রণ (Control ) 

(গ) ওপৰৰ কোনােটোরে অন্তর্ভুক্ত নকৰে (None of the above)। 

(ঘ) ব্যৱসায়ীৰ সম্পর্ক (Dealer relationship) 

৩। তলত দিয়া কোনটো বীমাৰ কার্য নহয়? (Which of the following is not function of insurance?) 

(ক) বিপদাশংকাৰ ভাগবাটোৱাৰা (Risk sharing) 

(খ) মূলধন গঠনত সহায় কৰা (Assist in capital formation) 

(গ) পুঁজি ধাৰলৈ দিয়া/ঋণ প্রদান কৰা (Lending of funds) 

(ঘ) ওপৰৰ কোনােটোৱেই নহয় (None of the abov। 

৪। তলৰ কোনটো জীৱন বীমা চুক্তি প্রযােজ্য নহয়? (Which of the following is not applicable in life insurance contract?) 

(ক) চর্তসাপেক্ষ চুক্তি (Conditional contract) 

(খ) একপাক্ষিক চুক্তি (Unilateral contract) 

(গ) ক্ষতিপূৰণ চুক্তি (Indemnity contract) 

(ঘ) ওপৰৰ কোনােটোৱেই নহয়। (None of the above) 

৫। ‘চি', ডব্লিউ চি’য়ে প্রতিনিধিত্ব কৰে (CWC stands for) 

(ক) কেন্দ্রীয় জল আয়ােগক (Central Water Commision) 

(খ) কেন্দ্রীয় পণ্যাগাৰকৰণ আয়ােগক (Central Warehousing Commission) 

(গ) কেন্দ্রীয় পণ্যাগাৰকৰণ নিগমক (Central Warehousing Corporation) 

(ঘ) কেন্দ্রীয় জল নিগমক (Central Water Corporation) 

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ 

১। সেৱা আৰু পণ্য-সামগ্ৰীৰ সংজ্ঞা দিয়া। (Define services and goods.) 

২। ই-বেংকিং কি? ই- বেংকিঙৰ সুবিধাবােৰ কি কি? (What is e-banking. What are the advantages of e-banking?) 

৩। ব্যৱসায় বঢ়োৱাৰ/বৃদ্ধি কৰাৰ বাবে উপলব্ধ বিভিন্ন টেলিকম সেৱাৰ ওপৰত এটা টোকা লিখা। (Write a note on various telecom services available for enhancing business.) 

৪। উপযুক্ত উদাহৰণেৰে সৈতে বীমাৰ নীতিসমূহ সংক্ষেপে ব্যাখ্যা কৰা। (Explain briefly the principles of insurance with suitable examples.) 

৫। পণ্যাগাৰকৰণ আৰু ইয়াৰ কার্যাৱলী ব্যাখ্যা কৰা। (Explain warehousing and its functions.) 

দীর্ঘোত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ 

১। সেৱাসমূহ কি কি? সেইবােৰৰ সহজে দেখা বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। (What are services? Explain their distinct characteristics?) 

২। প্রত্যেক কার্যৰে একোটাকৈ উদাহৰণেৰে সৈতে বাণিজ্যিক বেংকসমূহৰ কার্যাৱলী ব্যাখ্যা কৰা। (Explain the functions of commercial banks with an example of each.) 

৩। ভাৰতীয় ডাক বিভাগৰ দ্বাৰা আগবঢ়োৱা বিভিন্ন সুবিধাসমূহৰ ওপৰত এক বিশদ টোকা লিখা। 

(write a detailed note on various facilities offered by indian Postal Department.) 

৪। বিভিন্ন প্রকাৰৰ বীমাৰ বৰ্ণনা দিয়া আৰু বীমাৰ প্রত্যেক প্ৰকাৰৰ দ্বাৰা সুৰক্ষিত কৰা বিপদাশংকাৰ প্রকৃতি পৰীক্ষা কৰা। (Describe various types of insurance and examine the nature of risks protected by each type of insurance.) 

৫। পণ্যাগাৰকৰণৰ সেৱাসমূহৰ/সুবিধাসমূহৰ বিশদ ব্যাখ্যা দিয়া। (Explain in detail tric warehousing services.)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)











Type Himanku Bora