বিদ্যুৎ
👉MCQ Online Exam
👉MCQ Answer
1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা?
উত্তৰঃ- বিদ্যুৎ প্ৰৱাহৰ সোঁত বব পৰা বন্ধ পথক বৈদ্যুতিক বৰ্তনী বোলে।
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ- বিদ্যুৎ প্ৰবাহৰ এছ.আই একক হ’ল এম্পিয়াৰ। কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্রবাহক এক এম্পিয়াৰ বুলি কোৱা হয়। যদিহে পৰিবাহীৰ কোনো অংশৰে এক ছেকেণ্ডত এক কুলম্ব আধান প্রবাহিত হয়।
প্ৰশ্নাৱলীঃ
1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
উত্তৰঃ- বিদ্যুৎ কোষ।
2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক’লে কি বুজায়?
উত্তৰঃ- দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V মানে এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয়।
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব্ আধানক কিমান শক্তি দিয়া হয়?
উত্তৰঃ- আধানৰ পৰিমাণ = 1C
বিভৱ পাৰ্থক্য = 6 V
∴ বিদ্যুৎ শক্তি = V × Q
= 6 × 1
= 6 J
প্ৰশ্নাৱলীঃ
1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ- (i) পৰিবাহীৰ দৈৰ্ঘ্য
(ii) পৰিবাহীৰ প্ৰস্থচ্ছেদ
(iii) পৰিবাহীৰ উষ্ণতা
(iv) পৰিবাহীৰ পদাৰ্থৰ প্ৰকাৰ।
2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয়? আৰু কিয়?
উত্তৰঃ- ক্ষীণ তাঁৰতকৈ শকতডালৰ মাজেৰে সহজে প্ৰৱাহিত হয়। কাৰণ শকত তাঁৰৰ ৰোধ, ক্ষীণ তাঁৰৰ ৰোধতকৈ কম।
3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ’ব?
4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
উত্তৰঃ- (i) বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধ বেছি।
(ii) অত্যাধিক তাপত সংকৰ ধাতুৰ জাৰণ নহয়।
5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া一
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?
(b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী?
উত্তৰঃ-
প্ৰশ্নাৱলীঃ
1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক আৰু এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা।
উত্তৰঃ-
2. 100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব?
উত্তৰঃ-
3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?
উত্তৰঃ- (i) বৰ্তনীৰ মুঠ ৰোধৰ মান কমি যায়।
(ii) যদি সৰঞ্জামৰ চুইছ of/on কৰা হয়, বাকী সৰঞ্জামবোৰ চলি থাকে।
(iii) প্ৰতিটো সৰঞ্জামে সম্পূৰ্ণ বেটাৰী ভল্টেজ পায়।
4. 2 Ω, 3 Ω আৰু 6 Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4 Ω আৰু (b) 1 Ω পোৱা যাব?
উত্তৰঃ-
5. 4 Ω, 8 Ω, 12 Ω আৰু 24 Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব?
উত্তৰঃ- (a) R = 4 + 8 + 12 + 24 = 48 Ω
গতিকে শ্ৰণীৱদ্ধভাৱে সংযোগ কৰিলে সৰ্বোচ্চ ৰোধ পোৱা যাব।
(b) সৰ্বনিম্ন হ’বলৈ সমান্তৰালভাৱে সংযোগ কৰিব লাগিব।
প্ৰশ্নাৱলীঃ
1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
উত্তৰঃ- হিটাৰৰ কুণ্ডলীৰ তাঁৰবোৰৰ ৰোধ বেছি। কিন্তু সংযোগী তাঁৰৰ ৰোধ কম। তাপ ৰোধৰ সমানুপাতিক। গতিকে বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত, কিন্তু সংযোগী তাঁৰৰ নহয়।
2. 9600 কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
উত্তৰঃ- Q = 9600 C , V = 50 V
t = 1 hr = 3600 s
∴ উৎপাদিত তাপ, H = VI
3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।
উত্তৰঃ- R = 20 Ω, I=5A, t = 30 Sec
∴ উৎপাদিত তাপৰ পৰিমাণ,
প্ৰশ্নাৱলীঃ
1. এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
উত্তৰঃ- বৰ্তনীত ব্যৱহৃত উৎসৰ বিভৱ আৰু তাঁৰ পৰিৱাহীৰ ৰোধে আৰু প্ৰৱাহে নিৰ্ময় কৰে।
2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।
উত্তৰঃ- I = 5 A, V = 220 V
T = 2h = 2 × 3600 S
= 7200 S
∴ ক্ষমতা, p = VI
= 220 × 5
= 1100 w
∴ বৈদ্যুতিক শক্তি = p ×t
=1100w ×72005
=7920000 j
অনুশীলনীঃ
1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব 一
উত্তৰঃ- (d) 25 ।
2. তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে?
3. এটা বৈদ্যুতিক বাল্বৰ 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব一
(a) 100 W (b) 75 W (c) 50 W (d) 25 W
উত্তৰঃ- d) 25 W
4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত 一
(a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1
উত্তৰঃ- (c) 1:4
5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা?
উত্তৰঃ- সমান্তৰালভাৱে সংযোগ কৰা হয়।
7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল 一
I (এম্পিয়াৰ) 0.5 1.0 2.0 3.0 4.0
V (ভল্ট) 1.6 3.4 6.7 10.2 13.2
V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰঃ- V আৰু I ৰ লেখ 一
8. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰঃ- V = 12V, I = 2.5 mA
9. এটা 9 V বেটাৰীৰ লগত 0.2 Ω, 0.3 Ω, 0.4 Ω, 0.5 Ω আৰু 12 Ω, ৰোধক কেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে?
উত্তৰঃ- R = 0.2 + 0.3 + 0.4 + 0.5 + 12 Ω
10. 176 Ω ৰ কিমানটা ৰোধক হ’লে 220 V ৰ লাইন এটাত 5 A প্ৰবাহ পোৱা যাব?
উত্তৰঃ-
12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব?
উত্তৰঃ- ধৰা হ’ল, সংযোগ কৰিব পৰা বাল্বৰ সংখ্যা = n
প্ৰতিটো লেম্পৰ ক্ষমতা = 10 W
n টা লেম্পৰ ক্ষমতা = 10 nw
13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 Ω, যিকেইটা পৃথকে পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ’ব?
উত্তৰঃ- (i) যেতিয়া পৃথকে পৃথকে ব্যৱহাৰ হয়,
R = 24 Ω V = 220 V
14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1 Ω আৰু 2 Ω ৰ দুটা ৰোধক 6 V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) 12 Ω আৰু 2 Ω ৰ ৰোধক এটা 4 V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
উত্তৰঃ- (i) মুঠ ৰোধৰ পৰিমাণ,
R = 1 + 2 = 3 Ω
বিভৱ পাৰ্থ্যক্য, V = 6 V
15. এটা 220 V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 V হয়, কিমান প্রবাহ ই ল’ব।
উত্তৰঃ- মুঠ ক্ষমতা = 100 + 60
16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?
উত্তৰঃ- TV চেটে খৰচ কৰা মুঠ বৈদ্যুতিক শক্তি,
E=250 ×1 Whr
=250 Whr
ৰুটি সেকা সঁজুলিয়ে খৰচ কৰা শক্তি,
17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
উত্তৰঃ- R = 8 Ω, I=15 A, t = 2 hr
আমি জানো,
18. ব্যাখ্যা কৰাঃ
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
উত্তৰঃ- টাংষ্টেন ধাতুৰ গলনাংক বেছি। এই মান 3380.C । যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্ৰৱাহিত কৰে ই গলি নাযায় আৰু উত্তপ্ত হৈ পোহৰ বিকিৰণ কৰে।
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃ- সংকৰ ধাতুৰ আপেক্ষিক ৰোধৰ মান বিশুদ্ধ ধাতুতকৈ বেছি। ৰোধ বেছি বাবে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত হ’লে ইয়াত তাপৰ উদ্ভৱ বেছি হয়। গতিকে, বিদ্যুৎ তাপীয় সঁজুলিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃ- স্থিৰ বিভৱভেদৰ কাৰণে প্ৰৱাহ ৰোধ ব্যস্তানুপাতিক। আনহাতে, শ্ৰেণীৱদ্ধ সজ্জাত মুঠ ৰোধ বাঢ়ি যায়। সেয়ে, কেইবাবিধো বৈদ্যুতিক সৰঞ্জাম শ্ৰেণীৱদ্ধ সজ্জাত সংযোজিত কৰিলে সৰঞ্জামৰ কাৰ্যদক্ষতা হ্ৰাস পায়। সেয়ে ঘৰুৱা বৰ্তনীত শ্ৰেণীৱদ্ধ সজ্জা ব্যৱহৃত হয়।
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয়?
উত্তৰঃ- আপেক্ষিক ৰোধৰ সূত্ৰমতে,
A হ’ল তাৰৰ প্ৰস্থচ্ছেদ। A ৰ মান বেছি হ’লে R ৰ মান কমে। অৰ্থাৎ পৰিৱাহী তাঁৰৰ প্ৰস্থচ্ছেদৰ মান বাঢ়িলে বৰ্তনীৰ ৰোধৰ মান কমে। গতিকে প্ৰৱাহৰ মান বাঢ়িব।
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
Buy Our Best Quality Answer Bank Only 59/- Rupees Get All Chapter
BUY NOW
Kaberi Barman
(M.Sc in Chemistry)
Spelling checked by 一 Mampi Kakati
Buy Our Best Quality Answer Bank Only 59/- Rupees Get All Chapter
BUY NOW