প্ৰাচীন আৰু মধ্য ভাৰতত শিক্ষা

 (Education in Ancient and Mediaval India)


I. অতি চমু উত্তৰ দিয়া (Give very short answers)

(১) উপনয়ন কি?

What is Upanayan?

উত্তৰঃ 


(২) সমাৱৰ্তন কি? 

What is Samavartana?

উত্তৰঃ


(৩) বৌদ্ধ শিক্ষাৰ এটা কেন্দ্ৰৰ নাম লিখা?

Write the name of one centre of Buddhist Education. 

উত্তৰঃ


(৪) 'আকবৰ নামা' কোনে লিখিছিল?

Who Wrote Akbarnama?

উত্তৰঃ


(৫) বেদ কেইখন?

How many Vedas are there?

উত্তৰঃ


(৬) 'মনন' মানে কি?

 What is 'Manan"?

উত্তৰঃ


(৭) ‘পৰ্ব্বজ্জা' কি?

What is 'Pabbajja"?

উত্তৰঃ


(৮) কিমান বছৰ বয়সত উপসম্পদা অনুষ্ঠান অনুষ্ঠিত কৰা হয়?

 At what age was the 'Upasampada' ceremoney held?

উত্তৰঃ


(৯) মক্তাৱ কি?

What is Maktab?

উত্তৰঃ


(১০) গুৰুকুল কি?

 What is Gurukula?

উত্তৰঃ


(১১) মুছলমান যুগৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ নাম কি আছিল? 

Name the institution of higher education in Muslim period?

উত্তৰঃ


(১২) মনিটৰিয়েল প্রথা কি?

What is Monitarial System?

উত্তৰঃ


(১৩) বিচমিল্লাহ কি?

What is Bismillah? 

উত্তৰঃ


(১৪) বৈদিক শিক্ষাৰ এটা লক্ষ্য উল্লেখ কৰা।

Mention one aim of vedic education.

উত্তৰঃ


(১৫) বৌদ্ধ শিক্ষাৰ শিক্ষাকাল কেই বছৰীয়া ?

What is the duration of education in Buddhist Education?

উত্তৰঃ


II. চমু উত্তৰৰ প্ৰশ্ন (Question of Short answers) : 


(১) বৈদিক শিক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে লিখা।

Write about the curriculum of vedic education.

উত্তৰঃ


(২) বৈদিক শিক্ষাৰ শিক্ষাদান পদ্ধতি কি কি আছিল?

What were the teaching methods of Vedic education?

উত্তৰঃ


(৩) বৈদিক শিক্ষাত ছাত্ৰৰ কৰ্তব্যবোৰ কি কি আছিল?

What were the duties of students in Vedic education?

উত্তৰঃ


(৪) বৈদিক শিক্ষাৰ ভাল দিশবোৰ লিখা। 

Write about the good points of Vedic education.

উত্তৰঃ


(৫) বৌদ্ধ শিক্ষাৰ লক্ষ্য চাৰিটা লিখা।

Write four aims of Buddhist education.

উত্তৰঃ


(৬) বৌদ্ধ শিক্ষাৰ চাৰিটা নীতিৰ বিষয়ে লিখা। 

Write about the four principles of Buddhist education.

উত্তৰঃ


(৭) বৌদ্ধ শিক্ষাৰ ভাল দিশবোৰ লিখা। 

Write about the good points of Buddhist education.

উত্তৰঃ


(৮) বৌদ্ধ শিক্ষাৰ সীমাৱদ্ধতাবোৰ লিখা। 

Write the limitations of Buddhist education.

উত্তৰঃ


(৯) ইছলাম ধৰ্মৰ বৈশিষ্ট্যবোৰ লিখা। 

Write the characteristics of Islam.

উত্তৰঃ


(১০) ইছলাম শিক্ষাৰ চাৰিটা লক্ষ্য বৰ্ণনা কৰা।

Explain four aims of Islamic education.

উত্তৰঃ


(১১) মুছলমান যুগৰ শিক্ষাত আকবৰৰ অৱদানৰ বিষয়ে লিখা। 

Write about the contribution of Akbar in education of Muslim period. 

উত্তৰঃ


(১২) চমুটোকা লিখা : Write short notes:


(ক) গুৰুকুল ব্যৱস্থা

Gurukul System

উত্তৰঃ


(খ) বৈদিক যুগৰ মহিলাৰ শিক্ষা 

Women education of Vedic period.

উত্তৰঃ


(গ) বৈদিক শিক্ষাৰ ছাত্ৰ শিক্ষকৰ সম্বন্ধ

Relatonship between teacher and taught of Vedic education.

উত্তৰঃ


(ঘ) বৈদিক শিক্ষাৰ অনুষ্ঠানবোৰ 

Centres of Buddhist education.

উত্তৰঃ


(ঙ) বৌদ্ধ শিক্ষাৰ অনুষ্ঠানবোৰ 

Centres of Buddhist education

উত্তৰঃ


(চ) বৌদ্ধ যুগৰ মহিলা শিক্ষা 

Women education of Buddhist period.

উত্তৰঃ


(ছ) বৌদ্ধ যুগৰ শিক্ষাৰ অনুশাসন

Discipline of Buddhist education

উত্তৰঃ


(জ) নালন্দা

Nalanda

উত্তৰঃ


(ঝ) তক্ষশীলা

Taxila

উত্তৰঃ


(ঞ) বাৰাণসী

Varanashi

উত্তৰঃ


(ট) বিক্রমশীলা 

Vikramshila

উত্তৰঃ


(ঠ) মাদ্রাছা

Madrassa

উত্তৰঃ


(ড) মুচলমান শিক্ষাৰ পাঠ্যক্ৰম

Curriculum of Muslim education

উত্তৰঃ


(ঢ) মুছলমান শিক্ষাৰ কেন্দ্ৰস্বৰূপে দিল্লী

Delhi as centre of Muslim education

উত্তৰঃ


(ণ) মক্তাব

Maktab

উত্তৰঃ


III. দীঘল উত্তৰৰ প্ৰশ্ন (Question of long answers ) :

(১) বৈদিক শিক্ষাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

Discuss the characteristics of Vedic education. 

উত্তৰঃ


(২) বৈদিক শিক্ষাৰ সমালোচনাত্মক আলোচনা আগবঢ়োৱা।

Critically discuss the vedic education.

উত্তৰঃ


(৩) বৈদিক শিক্ষাৰ লগত বৰ্তমান ভাৰতৰ শিক্ষাৰ তুলনা কৰা।

Compare the education of vedic period with present education. 

উত্তৰঃ


(৪) ভাৰতত বৌদ্ধ শিক্ষাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যবোৰ আলোচনা কৰা। 

Discuss the important features of Buddhist education in India.

উত্তৰঃ


(৫) বৌদ্ধ শিক্ষা ব্যৱস্থাৰ সমালোচনাত্মক বিশ্লেষণ আগবঢ়োৱা।

Critically analyse the buddhist education system.

উত্তৰঃ


(৬) মুছলমান যুগৰ শিক্ষাৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of education of muslim period. 

উত্তৰঃ

(৭) মুছলমান শিক্ষাৰ আসোঁৱাহবোৰ বৰ্ণনা কৰা।

Explain the defects of muslim education.

উত্তৰঃ


(৮) মুচলমান শিক্ষাৰ কেন্দ্ৰবোৰ বৰ্ণনা কৰা।

Exmplain the centres of muslim education.

উত্তৰঃ


(৯) ভাৰতবৰ্ষত চুলতানসকলৰ সময়ত শিক্ষাৰ বিষয়ে বৰ্ণনা কৰা।

Give an account of the education prevailing in the rule of Sultans in India.

উত্তৰঃ


(১০) মুছলমান শিক্ষানুষ্ঠানৰ প্ৰকাৰবোৰ লিখা। 

Write the types of muslim educational institutions.

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)