১৯ শতিকাৰ বৃটিছ শসিত ভাৰতবৰ্ষত শিক্ষা 

(Education in British: In 19th Century)


(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short answers)


১। উদ্ভৰ ঘোষণা পত্ৰৰ অধ্যক্ষ কোন আছিল?

Who was the president of the Woods Despatch? 

উত্তৰঃ


২। উডৰ ঘোষণা পত্ৰৰ এটা লক্ষ্য উল্লেখ কৰা। 

Mention one aim of Woods Despatch.

উত্তৰঃ


৩। উডৰ ঘোষণা পত্ৰৰ এটা পৰামৰ্শ উল্লেখ কৰা।

Mention one recommendation of Wood's Despatch.

উত্তৰঃ


৪। উডৰ ঘোষণা পত্ৰৰ এটা সুফল লিখা। 

Write one merit of Woods Despatch.

উত্তৰঃ


৫। উডৰ ঘোষণা পত্ৰৰ এটা বিফল লিখা।

Write one demerit of Woods Despatch.

উত্তৰঃ


৬। ভাৰতীয় শিক্ষা আয়োগ কোনে গঠন কৰিছিল?

Who appointed the Indian Education Commission?

উত্তৰঃ


৭। ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?

Who was the chairman of the Indian Education Commission of 1882?

উত্তৰঃ


৮। ভাৰতীয় শিক্ষা আয়োগত সৰ্বমুঠ কিমানজন সদস্য আছিল? 

How many members were there in the Indian Education Commission.

উত্তৰঃ


৯। মিছনেৰীসকলে লণ্ডনত গঠন কৰা সংস্থাটোৰ নাম কি উল্লেখ কৰা।

Mention the name of the organisation formed by the Missionaries in London.

উত্তৰঃ


১০। ফলাফল ভিত্তিক অনুদান কোনখন আয়োগে প্ৰৱৰ্তন কৰিছিল ? 

Which Commission implemented Payment by Result?

উত্তৰঃ


১১। প্রাথমিক শিক্ষাৰ শিক্ষক প্ৰশিক্ষণৰ স্কুলক কি নামেৰে জনা গৈছিল?

What is the name of the school for teacher training of primary education?

উত্তৰঃ


১২। প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ লগত সম্বন্ধিত ভাৰতীয় শিক্ষা আয়োগৰ এটা পৰামৰ্শ লিখা।

Write one recommendation of Indian Education Commission regarding curriculum of Primary education.

উত্তৰঃ


(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer)

১। উডৰ ঘোষণা পত্ৰৰ পটভূমিৰ বিষয়ে লিখা। 

Write the background of the Wood's Despatch.

উত্তৰঃ


২। উডৰ ঘোষণা পত্ৰৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ লিখা।

Write the aims and objectives of Wood's Despatch.

উত্তৰঃ


৩। উডৰ ঘোষণা পত্ৰৰ পাঁচটা পৰামৰ্শ উল্লেখ কৰা।

Mention five recommendatons of the Wood's Despatch.

উত্তৰঃ


৪। সহায়ক অনুদান প্ৰথাৰ ওপৰত টোকা লিখা।

Write note on Grant-aid-system.

উত্তৰঃ


৫। ১৮৫৪ চনৰ উত্তৰ ঘোষণা পত্ৰৰ পাঁচটা সুবিধা লিখা। 

Write five merits of the Wood's Despatch of 1854.

উত্তৰঃ


৬। ১৮৫৪ চনৰ উডৰ ঘোষণা পত্ৰৰ পাঁচটা কুফল উল্লেখ কৰা। 

Mention five demerits of the Wood's Despatch of 1854.

উত্তৰঃ


৭। হাণ্টাৰ আয়োগ নিযুক্তিৰ কাৰণবোৰ উল্লেখ কৰা। 

Mention the reasons for appointment of Hunter Commission.

উত্তৰঃ


৮। ভাৰতীয় শিক্ষা আয়োগৰ নিযুক্তিৰ বিষয়ে চমুকৈ লিখা। 

Write shortly about the appointment of Indian Education Commission.

উত্তৰঃ


৯। ভাৰতীয় শিক্ষা আয়োগৰ কাৰ্য পৰিসৰ উল্লেখ কৰা। 

Mention the terms of reference of Indian Education Commission.

উত্তৰঃ


১০। হাণ্টাৰ আয়োগৰ লক্ষ্য উদ্দেশ্যবোৰ লিখা।

Write the aims and objectives of Hunter Commission.

উত্তৰঃ


১১। মহিলা শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগৰ পৰামৰ্শবোৰ লিখা। 

Write the recommendations of the Hunter Commission on women education.

উত্তৰঃ


১২। মুছলমান শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগৰ পৰামৰ্শবোৰ লিখা। 

Write the recommendations of Hunter Commission on muslim education.

উত্তৰঃ


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer)

১। উডৰ ঘোষণাপত্ৰৰ পৰামৰ্শবোৰ বৰ্ণনা কৰা।

Explain the recommendations of Wood's Despatch.

উত্তৰঃ


২। উডৰ ঘোষণা পত্ৰৰ পৰামৰ্শবোৰৰ মূল্যায়ণ কৰা।

Evaluate the recommendations of Wood's Despatch.

উত্তৰঃ


৩। উডৰ ঘোষণা পত্ৰক ভাৰতীয় শিক্ষাৰ ‘মেগনাকার্টা' বুলি কিয় কোৱা হয়? কাৰণ লিখা।

 Why Wood's Despatch is termed as 'Magnacarta' of Indian education? Write reasons.

উত্তৰঃ


৪। উডৰ ঘোষণা পত্ৰৰ কাৰ্যকৰীকৰণৰ বিষয়ে আলোচনা কৰা। 

Discuss the Implementation of Wood's Despatch.

উত্তৰঃ


৫। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগে আগবঢ়োৱা প্রধান পৰামৰ্শবোৰ লিখা।

Wrtie the chief recommendations of the Indian Education Commission of 1882 regarding elementary education.

উত্তৰঃ


৬। মাধ্যমিক শিক্ষাত হাণ্টাৰ আয়োগৰ পৰামৰ্শৰ চমু বর্ণনা আগবঢ়োৱা। মাধ্যমিক শিক্ষাত আগবঢ়োৱা পৰামৰ্শ ফলাফল তুমি কি বুলি পর্যবেক্ষণ কৰা?

Give a brief account of Hunter Commission recommendations on secondary education. What effects do you observe of the recommendations on secondary education.

উত্তৰঃ


৭। ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগৰ সমালোচনা আগবঢ়োৱা। 

Critically examine the Indian Education Commission of 1882.

উত্তৰঃ


৮। ভাৰতবৰ্ষত শিক্ষাৰ পৰৱৰ্তী বিকাশত হাণ্টাৰ আয়োগৰ প্ৰভাৱ আলোচনা কৰা। 

Discuss the impact of Hunter Commission on the subsequent development of education in India.

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Question Type By- Maiur Rani Kashyap