বৃটিছ ভাৰত বৰ্ষৰ শিক্ষাঃ আৰম্ভণি 

(Education in British India : The Beginning)

(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very short Answer)

(১) দেশীয় শিক্ষা ব্য়ৱস্থা কি?

What is Indigenous education system?

উত্তৰঃ


(২) সত্ৰসমূহ কোনে স্থাপন কৰিছিল?

Who established the Satras?

উত্তৰঃ


(৩) ভাৰতবৰ্ষলৈ অহা প্ৰথম ইউৰোপীয়ানসকল কোন আছিল?

Who Were the Europeans who came to India for the first time.

উত্তৰঃ


(৪) মনিটৰিয়েল পদ্ধতি বুলিলে কি বুজা?

What do you mean by Monitorial system?

উত্তৰঃ


(৫) মনিটৰিয়েল পদ্ধতিৰ প্ৰৱৰ্তন কোনে কৰিছিল?

Who introduced Monitorial system?

উত্তৰঃ


(৬) শ্ৰীৰামপুৰ ত্ৰয়ী বুলি কাক কোৱা হয়?

Who in known as "Serampore Trio"?

উত্তৰঃ


(৭) প্ৰথম অসমীয়া ব্য়াকৰণ "Grammar of the Assamese Language" কোনে প্ৰকাশ কৰিছিল?

Who published the first Assamese Grammar book "Grammar of the Assamese Language?

উত্তৰঃ


(৮) গুৱাহাটীত বেপ্তিষ্ট চাৰ্ছ কিমান চনত স্থাপন কৰা হৈছিল?

In which year the Baptists Church was established in Guwahati?

উত্তৰঃ


(৯) জানানা স্কুল কি?

What is Janana School?

উত্তৰঃ


(১০) নিম্নমুখী পৰিশ্ৰাৱণ নীতি কি?

What is Downward Filteration Theory? 

উত্তৰঃ


(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of short Answer)

(১) দেশীয় শিক্ষাৰ দুটা বৈশিষ্ট্য় লিখা।

Write two characteristics of Indigenous education system.

উত্তৰঃ


(২) দেশীয় শিক্ষাৰ বিদ্য়ালয়ৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।

Mention different types of Indigenous educational schools.

উত্তৰঃ


(৩) দেশীয় শিক্ষাৰ দুটা সবলতা লিখা।

Write two merits of Indigenous education system.

 উত্তৰঃ


(৪) দেশীয় শিক্ষাৰ দুটা দুৰ্বলতা লিখা।

Write two demerits of Indigenous education system.

উত্তৰঃ


(৫) দেশীয় শিক্ষা অকৃতকাৰ্য হোৱাৰ দুটা কাৰণ লিখা।

Write two causes of downfall of the Indigenous education system.

উত্তৰঃ


(৬) জনশিক্ষাত নামধৰৰ ভূমিকা কি?

What is the role of Namghar in mass education?

উত্তৰঃ


(৭) চাৰ্টাৰ আইনৰ গুৰুত্ব লিখা।

Write the importance of Charter Act 1813

উত্তৰঃ


(৮)প্ৰাচ্য়-পাশ্চাত্য়ৰ বিবাদ কি?

What is Anglicists-Classicists Controversy?

উত্তৰঃ


(৯) মেক্ লেৰ প্ৰতিবেদনৰ চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা।

Mention four characteristics of Macaulay's Minute. 

উত্তৰঃ


(১০) মেক্ লেৰ প্ৰতিবেনৰ দুটা দুৰ্বলতা লিখা।

Write two demerits of Macaulay's Minute.

উত্তৰঃ


(১১) নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ কাৰণসমূহ কি কি?

What are the causes of Downward Filteration Theory?

উত্তৰঃ


(১২) নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ ব্য়ৰ্থতাৰ দুটা কাৰণ লিখা।

Write two causes of failure of Downward Filteration Theory.

উত্তৰঃ


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Answers of Long question)

(১) ১৮১৩ চনৰ চাৰ্টাৰ আইন কি? এই আইনখনক কিয় ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ ভেঁটি বিচাপে অভিহিত কৰা হয়?

What is Charter Act of 1813? Why this Act is called as the foundation stone of Modern education in India?

উত্তৰঃ


(২) দেশীয় শিক্ষা কি? দেশীয় শিক্ষাৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা?

What is Indigenous education Systeem? Discuss the characteristics of indigenous education system.

উত্তৰঃ


(৩) দেশীয় শিক্ষাৰ সবলতা আৰু দূৰ্বলতাসমূহ আলোচনা কৰা।

Discuss the merits and demerits of Indigenous education System.

উত্তৰঃ


(৪) দেশীয় শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণসমূহ কি কি?

What are the causes of downfall of Indigenous education System?

উত্তৰঃ


(৫) ভাৰতবৰ্ষত মিছনেৰীসকলৰ কাৰ্য্য়সূহ বৰ্ণনা কৰা।

Describe the Missionary activities in India.

উত্তৰঃ


(৬) অসমৰ শিক্ষাত মিছনেৰীসকলৰ কাৰ্যসমূহ আলোচনা কৰা।

Describe the Missionary activities in India.

উত্তৰঃ


(৭) প্ৰাচ্য়পন্থীৰ আৰু পাশ্চাত্য়পন্থীৰ মাজত কি বিষয়সমূহ লৈ বিবাদ হৈছিল?

On what issues the controversies arose between the Anglicists and classicists?

উত্তৰঃ


(৮) মেক্ লেৰ প্ৰতিবেদনৰ ওপৰত চমুকৈ বৰ্ণনা কৰা।

Explain briefly on Macaulay's Minute.

উত্তৰঃ


(৯) ভাৰতীয় শিক্ষালৈ মেক্ লেই আগবঢ়োৱা অৰিহণাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

Discuss briefly about the contribution of Lord Macaulay's to Indian education.

উত্তৰঃ


(১০) নিম্নমুখী পৰিশ্ৰাৱণ নীতি কি? ইয়াৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা।

What is downward Filteration theory? Discuss the characteristics of downward Filteration theory.

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Question Type By- Maiur Rani Kashyap