ব্যৱসায় উত্থিত ধৰণসমূহ

অনুশীলনী

বহু-বাৈছনিযুক্ত/পছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Choice questions)ঃ

তলৰ প্ৰশ্নবোৰৰ অতি উপযুক্ত উত্তৰটোত (✓) চিন দিয়া

১। ই-বাণিজ্যই অন্তৰ্ভুক্ত নকৰে (E-commerce deos not include)-

(ক) এখন ব্যৱসায়ৰ যোগনিয়াৰৰ সৈতে আদান-প্ৰদান/মিলা-মিছা (A business's interactions with its suppliers)

(খ) এখন ব্যৱসায়ৰ গ্ৰাহকৰ সৈতে আদান-প্ৰদানয মিলা-মিছা (A business's interactions with its customers)

(গ) ব্যৱসায়ৰ ভিতৰুৱা বিভিন্ন বিভাগৰ মাজত আদান-প্ৰদান/মিলা-মিছা (interactions among the departments Within the business)

(ঘ) ঘৌগলিকভাৱে বিস্তাৰিত ব্যৱসায়ৰ গোটসমূহৰ মাজত আদান-প্ৰদান/মিলা-মিছা (interactions among the geographically dispersed units of the busniess)

২। বহিঃ উৎসকৰণ (Outsourcing)

(ক) মাথোন তথ্য-প্ৰযুক্তি সামৰ্থ্য সেৱা চুক্তিৰে বাহিৰলৈ সম্পাদনৰ বাবে সীমাবদ্ধ (Restricts only to the contracting out of Information Technology Enabled Services (ITES)

(খ) অনা-অন্তস্তল বা লঘু গুৰুত্বৰ ব্যৱসায় প্ৰক্ৰিয়া বাহিৰলৈ সম্পাদনাৰ বাবেৈ দিয়াত সীমাবদ্ধ (Restricts only to the contracting out of non-core business processes)

(গ) প্ৰস্তুতকৰণ আৰু গৱেষমা আৰু উন্নয়নৰ লগতে অন্তস্তল আৰু অনা-অন্তস্তল সেৱা প্ৰক্ৰিয়াসমূহক অন্তৰ্ভুক্ত কৰে কিন্তু ই দেশীয় ক্ষেত্ৰত সীমাবদ্ধ (Includes contracting out of manufacturing and & D as well service processes-both core and non-core-but restricts only to domestic territory)

(ঘ) বৈদেশিক/সমুদ্ৰৰ সিপাৰকো অন্তৰ্ভুক্ত কৰে (Includes off-shoring)

৩। ই-ব্যৱসায়লৈ মূল্য আদায়ৰ নিদৰ্শনীয় পদ্ধতি হৈছে- (The payment mechanism typical to e-business)

(ক) বিতৰণতে নগদ পৰিশোধ (CoD) (Cash on Delivery (Cod)

(খ) চে'ক (Cheques)

(গ) ক্ৰেডিট আৰু ডেবিট কাৰ্ড (Credit and Debit Cards)

(ঘ) ই-নগদ (e-Cash)

৪। কল চেণ্টাৰে (A call Centre handles)-

(ক) মাথোন অন্তৰ্মুখী কণ্ঠস্বৰভিত্তিক ব্যৱসায় পৰিচালনা কৰে (Only in-bound voice based business)

(খ) মাথোন বহিৰ্মুখী কণ্ঠস্বৰভিত্তিক ব্যৱসায় পৰিচালনা কৰে ( Only out-bound voice based business)

(গ) কণ্ঠস্বৰভিত্তিক আৰু অনা-কণ্ঠস্বৰভিত্তিক ব্যৱসায় উভয়কে পৰিচালনা কৰে (Both voice based and non-voice based business)

(ঘ) গ্ৰাহকৰ লগত মুখামুখি আৰু পিছমূৰেদি- উভয় উপায়েৰে ব্যৱসায় পৰিচালনা কৰে (Both customer facing and back-end business)

৫। ই-ব্যসায়ত প্ৰয়োগ নহয় (It is not an application of e-business)-

(ক) অনলাইন যাচন (Online bidding)

(খ) অনলাইন বেহা-বেপাৰ (Online trading)

(গ) অনলাইন সংগ্ৰহ (Online procurement)

(ঘ) চুক্তিৰ/ঠিকাৰ গৱেষণা আৰু অন্নয়ণ (Contract R & D)

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Question)ঃ

১। ই-ব্যৱসায় আৰু পৰম্পৰাগত ব্যৱসায়ৰ মাজত তিনিটা পার্থক্য উল্লেখ কৰা (State any three differences between e business and traditional business.) 

২। বহিঃ উৎসৰণে কিদৰে ব্যৱসায়ৰ এক নতুন ধৰণৰ প্রতিনিধিত্ব কৰে? (How does outsourcing represent a new mode of business?) 

৩। ই-ব্যৱসায়ৰ দুটা প্রয়ােগৰ চমু বর্ণনা দিয়া (Describe briefly any two applications of e-business.) 

৪। বহিঃ উৎসকৰণত জড়িত নৈতিকতাৰ উদ্বেগবােৰ কি কি? (What are the ethical concerns involved in outsourcing?) 

৫। ইব্যৱসায়ত তথ্য মজুতকৰণ আৰু প্ৰেৰণৰ বিপদাশংকা চমুকৈ বর্ণনা কৰা। (Describe briefly the data storage and transmission risks in e-business) 

দীর্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ 

১। ই-ব্যৱসায় আৰু বহিঃ উৎসকৰণক কিয় ব্যৱসায়ৰ উত্থানৰ ধৰণ বুলি বুজোৱা হয়? এই ধাৰাৰ বৰ্দ্ধিত গুৰুত্বৰ বাবে জগৰীয়া উপাদান আলােচনা কৰা। (Why are e-business and outsourcing referred to as the emerging modes of business? Discuss the factors responsible for the growing importance of these trends.) 

২। অনলাইন বেহা-বেপাৰত জড়িত পদক্ষেপবােৰ বহলাই লিখা। (Elaborate the steps involved in on- line trading.) 

৩। বহিঃ উৎসকৰণৰ বাবে প্রয়ােজনীয়তা মূল্যাংকন কৰা আৰু ইয়াৰ সীমাবদ্ধতা আলােচনা কৰা। (Evaluate the need for outsourcing and discuss its limitations.) 

৪। ব্যৱসায়ৰ পৰা গ্রাহকলৈ (B2C) বাণিজ্যৰ লক্ষণীয় দিশ আলােচনা। (Discuss the salient aspects of B2C commerce.) 

৫। ব্যৱসায় কৰাৰ ইলেক্ট্রনিক ধৰণৰ সীমাবদ্ধতা আলােচনা কৰা। এই সীমাবদ্ধতাবােৰ ব্যৱসায় কৰাৰ পৰিসৰত বাধা প্রদান কৰিবলৈ যথেষ্ট জটিল হয়নে? তােমাৰ উত্তৰত কাৰণ দেখুওৱা (Discuss the limitations of electronic mode of doing business. Are these limitations severe enough to restrict. its scope? Give reasons for your answer.) 

প্রকল্প (Projects/Assignments)ঃ 

১। ইণ্টাৰনেট আৰু খুচুৰা দোকানত উপলব্ধ উৎপাদিত দ্রব্য আৰু সেইবােৰ দৰৰ তুলনাৰে সাদৃশ্য- বৈসাদৃশ্য দেখুওৱা। উভয়ৰে গুণ, গ্রাহক সন্তুষ্টি আৰু অন্যান্য উপাদান সদৃশ নে? (Compare and contrast the products and their prices available on the internet and in retail shops. Is the quality, customer satisfaction and factors the same?) 

২। ব্যৱসায় কৰাৰ উপায় হিচাপে ই-ব্যৱসায়ঃ ই-বাণিজ্য ব্যৱহাৰ কৰা যিকোনাে ব্যৱসায় গােট/কোম্পানী অধ্যয়ন কৰা। তাত কাম কৰা কিছুমান লােকৰ সাক্ষাৎকাৰ লােৱা আৰু ব্যয়ৰ বিবেচনাত ইয়াৰ ব্যৱহাৰিক সুবিধা বিচাৰ কৰা। (Study any business unit/company which is using e-commerce, e-business as a way of doing business. Interview some people working there and find out the advantages in practical business in terms of its costs also).




Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Type Himanku Bora