ব্যৱসায় সংগঠনৰ ৰূপসমূহ

অনুশীলনী

বহু পছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Choice Questions)ঃ

উপযুক্ত উত্তৰটো বাছি উলিওৱা (Tick the appropriate answer)ঃ

১। যি গাঁথনিত মালিকীস্বত্ব আৰু পৰিচালনাৰ ভিন্নতা থাকে তাক কোৱা হয়- (The structure in which there is separation of ownership and management is called)

(ক) একমাত্ৰ স্বত্বাধিকাৰী (Sole proprietorship)

(খ) অংশীদাৰিত্ব (Partnership)

(গ) কোম্পানি (Company)

(ঘ) সকলো ৰূপৰ সংগঠন (All business organisations)

২। যৌথ হিন্দু পাৰিবাৰিক ৰূপৰ ব্যৱসায়ত কৰ্তা (Karta)ৰ- (The karta in Joint. Hindu family business has-)

(ক) সীমিত দেনা-দায়িত্ব (Limited liability)

(খ) অপৰিসীম দেনা-দায়িত্ব (Unlimited liability)

(গ) দেনাৰ দায়িত্বহীনতা (No liability for debts)

(ঘ) যৌথ দেনা-দায়িত্ব (Joint liability)

৩। সমবায় সমিতিত অনুশীলন ঘটা নীতিটো হৈছে- (In a cooperative society the princiople followed is)

( ক ) এক অংশ এক ভােট (One share one vote) 

(খ) এজন ব্যক্তি এটা ভােট (One man one vote) 

(গ) ভোটহীনতা (No vote) 

(ঘ) বহুভােট (Multiple votes) 

৪। যৌথ মূলধনী কোম্পানিৰ পৰিচালক মণ্ডলী নির্বাচিত হয় (The board of directors of a joint stock company is elected by) 

(ক) সাধাৰণ জনগণৰ দ্বাৰা (General public) 

(খ) চৰকাৰী সংস্থাৰ দ্বাৰা (Government bodies) 

(গ) অংশধাৰকসকলৰ দ্বাৰা (Shareholders) 

(ঘ) কর্মচাৰীসকলৰ দ্বাৰা (Employees) 

৫। বেংকিং ব্যৱসায়ত অনুমতিপ্রাপ্ত সর্বোচ্চ অংশীদাৰৰ সংখ্যা (The maximum number of partners allowed in the banking business are) 

(ক) বিশজন  (২০) (Twenty) 

(খ) দহজন (১০) (Ten) 

(গ) সীমা নাথাকে (No limit) 

(ঘ) দুজন (২) (Two) 

৬। 'লাভৰ ভাগ-বাটোৱাৰা কৰিব নালাগে’–বিবৃতিটোৱে বুজায় (Profits do not have to be shared. This statement refers to) 

(ক) অংশীদাৰিত্বক (Partnership) 

(খ) যৌথ হিন্দু পাৰিবাৰিক ব্যৱসায়ক (Joint Hindu family business) 

(গ) এককএকমাত্র অধিকাৰক (Sole proprietorship) 

(ঘ) কোম্পানিক (Company) 

৭। কোম্পানি মূলধনক যি অংশত বিভক্ত কৰা হয় তাক কোৱা হয়— (The capital of a company is divided into number of parts each one of which are called) 

(ক) লভক্ষ্যাংশ (Dividend) 

(খ) লাভ (Profit) 

(গ) সুদ (Interest) 

(ঘ) অংশ (Share) 

৮। যৌথ হিন্দু পাৰিবাৰিক কাৰবাৰৰ মূৰব্ৰীজনক কোৱা হয়- (The Head of the joint Hindu family business is called) 

(ক) অধিকাৰী (Proprietor)

(খ) সঞ্চালক (Director) 

(গ) কর্তা (Karta) 

(ঘ) পৰিচালক (Manager) 

৯। সদস্যসকললৈ যুক্তিযুক্ত নিৰিখত আৱাসিক গৃহৰ ব্যৱস্থাৰ উদ্দেশ্য হৈছে— (Provision of residential accommodation to the members at reasonable rates is the objective of) 

(ক) উৎপাদকসকলৰ সমবায়ৰ (Producer's cooperative) 

(খ) উপভােক্তাসকলৰ সমবায়ৰ (Consumer's cooperative)

(গ) গৃহ নির্মাণ সমবায়ৰ (Housing cooperative) 

(ঘ) ঋণদান সমবায়ৰ (Credit cooperative) 

১০। সাধাৰণ জনগণলৈ প্ৰতিষ্ঠানৰ সৈতে অজ্ঞাত সম্পৰ্কৰ অংশীদাৰজনক কোৱা হয়- (A partner whose association with the firm is unknown to the general public is called) 

(ক) সক্রিয় অংশীদাৰ (Active partner) 

(খ) সুপ্ত বা নিষ্ক্রিয় অংশীদাৰ (Sleeping partner) 

(গ) নামমাত্র অংশীদাৰ (Nominal partner) 

(ঘ) গােপন অংশীদাৰ (Secret partner)। 

চমু উত্তৰৰ প্রশ্নাবলী (Short Answer Questions)ঃ 

১। তলৰ কোনটো প্ৰকাৰৰ ব্যৱসায়ৰ বাবে একমাত্র স্বত্বাধিকাৰীত্বৰ ৰূপৰ ৰূপৰ ব্যৱসায় সংগঠনক অধিক উপযুক্ত বুলি ভাবা আৰু কিয় ভাৱা? (For which of the following types of business do you think a sole proprietorship form of organisation would be more suitable, and why?) 

(ক) গেলামাল ভাণ্ডাৰ (Grocery store) 

(খ) ভেষজ ভাণ্ডাৰ (Medical store) 

(গ) বিধিগত পৰামর্শ দিয়া কার্য (Legal consultancy) 

(ঘ) দক্ষতা/নৈপূণ্যতা কেন্দ্র (Craft centre) 

(ঙ) ইণ্টাৰনেট কেন্দ্র (কাফে) (Internet cafe) 

(চ) চনদীয় হিচাপৰক্ষণ প্রতিষ্ঠান (Chartered accountancy firm) 

২। তলৰ কোনটো প্ৰকাৰৰ ব্যৱসায়ৰ বাবে অংশীদাৰিত্বক অধিক উপযুক্ত বুলি ভাবা আৰু কিয়? For which of-the following types of business do you think a partnership form of organisation would be more suitable, and why?) 

(ক) গেলামালৰ ভাণ্ডাৰ (Grocery store) 

(খ) মেডিকেল ক্লিনিক (Medical clinic) 

(গ) বিধি/আইনগত পৰামৰ্শ দিয়া কার্য (Legal consultancy) 

(ঘ) দক্ষতা/নৈপূণ্যতা কেন্দ্র (Craft centre) 

(ঙ) ইণ্টাৰনেট কেন্দ্র। দোকান/কাফে (Internet cafe) 

(চ) চনদীয় হিচাপৰক্ষণ প্রতিষ্ঠান (Chartered Accountancy firm) 

৩। তলৰ পদসমূহ চমুকৈ ব্যাখ্যা কৰা (Explain the following terms in brief) 

(ক) চিৰস্তন অস্তিত্ব (Perpetual succession) 

(খ) সাধাৰণ চিল-মােহৰ (Common seal) 

(গ) কর্তা (Karta) 

(ঘ) কৃত্রিম ব্যক্তি (Artificial person) 

৪। যৌথ হিন্দু পাৰিবাৰিক কাৰবাৰ আৰু অংশীদাৰিত্বৰ প্রতিষ্ঠানত এজন নাবালকৰ মর্যাদা তুলনা কৰা। (Compare the status of a minor in a Joint Hindu Family Business with that in a partnership firm.) 

৫। পঞ্জীয়নকৰণ ঐচ্ছিক হয় যদিও এখন অংশীদাৰিত্বৰ প্রতিষ্ঠানে পঞ্জীয়নকৰণৰ বিধিগত আনুষ্ঠানিকতাৰ জৰিয়তে কিয় অগ্ৰসৰ হয় আৰু পঞ্জীকৰণ কৰে? ব্যাখ্যা কৰা। (If registration is optional, why do partnership firms willingly go through this legal formality and get themselves registered? Explain.) 

৬। গণ্ডীবদ্ধ/প্রাইভেট কোম্পানিৰ বাবে উপলব্ধ বিশেষ গুৰুত্বপূর্ণ সুবিধা/ক্ষমতাবােৰ বৰ্ণনা কৰা। (State the important privileges available to a private company.) 

৭। সমবায় সমিতিসমূহে কিদৰে গণতান্ত্রিকতা আৰু ধর্ম-নিৰপেক্ষতাৰ নিদর্শন দেখুৱায়? ব্যাখ্যা কৰা। (How does a cooperative society exemplify democracy and secularism?' Explain.) 

৮। মুখবন্ধনৰ দ্বাৰা অংশীদাৰ বুলিলে কি বুজায়? ব্যাখ্যা কৰা। (What is meant by partner by estoppel'? Explain.)

দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Question)ঃ  

১। একমাত্র স্বত্বাধিকাৰীত্বৰ প্রতিষ্ঠান বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু সীমাবদ্ধতা ব্যাখ্যা কৰা। (What do you understand by a sole proprietorship firm? Explain its merits and limitation?) 

২। অংশীদাৰিত্বক কিছুমান লােকৰ দ্বাৰা আপেক্ষিকভাৱে কিয় অজনপ্রিয় ৰূপৰ গৰাকীত্ব বিবেচনা কৰা হয়? অংশীদাৰিত্বৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ ব্যাখ্যা কৰা। (Why is partnership considered by some to be a relatively unpopular form of business ownership? Explain the merits and limitations of partnership.)

৩। এক উপযুক্ত ৰূপৰ সংগঠন বাছনি কৰাতত কিয় গুৰুত্বপূৰ্ণ? সংগঠনৰ ৰূপ পছন্দ বা বাছনি নিৰ্দ্ধাৰণ কৰা উপাদানসমূহ আলোচনা কৰা (Why is it important to choose an appropriate form of organisation? Discuss the factors that determine the choice of form of organisation.) 

৪। সমবায় ৰূপৰ সংগঠনৰ বৈশিষ্ট্য, সুবিধা আৰু সীমাবদ্ধতাসমূহ আলােচনা কৰা। লগতে, বিভিন্ন প্ৰকাৰৰ সমিতিবােৰ চমুকৈ বৰ্ণনা কৰা (Discuss the characteristics , merits and limitation of cooperative form of organisation. Also describe briefly different types of cooperative societies.) 

৫। যৌথ হিন্দু পাৰিবাৰিক কাৰবাৰ আৰু অংশীদাৰিত্বৰ মাজত পার্থক্য দেখুওৱা। (Distinguish between a Joint Hindu family business and partnership.) 

৬। আকাৰগত আৰু সম্পদৰ সীমাবদ্ধতাস্বত্বেও বহুতাে লােকে আন ৰূপৰ সংগঠনতকৈ একমাত্র স্বত্বাধিকাৰীত্ব পছন্দ কৰিবলৈ লয়? কিয়? (Despite limitations of size and resources, many people continue to prefer sole proprietorship over other forms of organisation? Why?) 


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Type Himanku Bora