১। 'ব্ৰহ্ম সিদ্ধান্ত' গ্ৰন্থৰ প্ৰণেতা কোন ?

উত্তৰ = ব্ৰহ্মগুপ্ত ।

২। 'সেতুবন্ধ' কাব্যখনৰ ৰচক তোন ?

উত্তৰ = কালিদাস যুগৰ সমসাময়িক কবি 'প্ৰবৰসেন' ।

৩। 'নাম-ঘোষা' কোনে ৰচনা কৰিছিল ?

উত্তৰ = মাধৱদেৱে ।

৪। আকবৰৰ ৰাজত্বকালৰ বিৱৰণ থকা তথা আকবৰৰ সময়ৰ গ্ৰন্থ 'আইন-ই আকবৰী' গ্ৰন্থৰ ৰচয়িতা কোন ?

উত্তৰ = আবুল ফজল । 

৫। বিখ্যাত হিন্দী কবি মুন্সী প্ৰেমচান্দৰ প্ৰকৃত নাম কি ?

উত্তৰ = ধনপত্ৰী শ্ৰীবাস্তৱ

৬। 'চাৰিবেদ' কি কি ?

উত্তৰ = ঋক্, সাম, যজুৰ আৰু অথৰ্ব বেদ ।

৭। 'সিদ্ধান্ত শিৰোমণি' গ্ৰন্থৰ প্ৰণেতা কোন ?

উত্তৰ = দ্বাদশ শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ 'দ্বিতীয় ভাস্কচাৰ্য' ।

৮। বিশ্বৰ দীৰ্ঘতম মহাকাব্য 'মহাভাৰত 'ৰ গ্ৰন্থকাৰ কোন ?

উত্তৰ = মহৰ্ষি বেদব্যাস ।

৯। 'কামায়নী' গ্ৰন্থখন কাৰ ?

উত্তৰ = জয়শংকৰ প্ৰসাদৰ ।

১০। গীতা, ভাগৱত, পুৰাণ আদিৰ সাৰভাগেৰে ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱৰ 

কাব্য-প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ?

উত্তৰ = কীৰ্ত্তন-ঘোষা ।

১১। মহাভাৰতৰ বনপৰ্বৰ নল-দময়ন্তী আখ্যানৰ আধাৰত ৰচিত, বাইশটা সৰ্গত বিভক্ত সংস্কৃত সাহিত্যৰ সুবৃহৎ কাব্য 'নৈষিধ চৰিত্ৰম্' কাব্যখনৰ ৰচক কোন ?

উত্তৰ = 'শ্ৰীহৰ্ষ' ।

১২। ভৰত মুনিৰদ্বাৰা ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = নাট্যশাস্ত্ৰ ।

১৩। 'ৰাজস্থানৰ ইতিহাস' নমাৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল ?

উত্তৰ = ঐতিহাসিক টডে ।

১৪। বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় গ্ৰন্থ 'ৰাজতৰংগিনী'ৰ ৰচক কোন ?

উত্তৰ = এঘাৰ শতিকাৰ কাশ্মিৰী কবি-ইতিহাসবিদ 'কলহন' ।

১৫। 'নীল দৰ্পণ' নাটকৰ লেখক কোন ?

উত্তৰ = দীনবন্ধু মিত্ৰ ।

১৬। 'চৰফনামা' কোনে লিখিছিল ?

উত্তৰ = ইবন্-বতুতাই ।

১৭। ফিৰদৌছীয়ে ফাৰ্চী ভাষাত ৰচনা কৰা বিশ্ববিখ্যাত কাব্যখনৰ নাম কি ?

উত্তৰ = 'শ্বাহনামা' ।

১৮। 'A Princess Remembers' -- এইখন কোনগৰাকী ৰাজপুত মহাৰাণীৰ  আত্মজীৱনী ?

উত্তৰ = মহাৰাণী গায়ত্ৰী দেৱীৰ ।

১৯। বেদ কেতিয়া ৰচিত হয় ?

উত্তৰ = খৃঃ পূঃ ২৫০০ৰ পৰা ১০০০ বছৰৰ ভিতৰত ।

২০। খ্ৰীঃ পূঃ কিমানত ৰামায়ণ আৰু মহাভাৰত মহাকাব্য ৰচনা কৰা হয় ?

উত্তৰ = খ্ৰীষ্ঠপূৰ্ব ১০০০ ত ।

২১। প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি ?

উত্তৰ = অমৰকোষ ।

২২। গৌতম বুদ্ধৰ সমগ্ৰ জীৱনৰ বৰ্ণনা থকা ২৮ টা সৰ্গত বিভক্ত 'বুদ্ধচৰিত' কাব্যখনৰ ৰচক কোন ?

উত্তৰ = অশ্বঘোষ ।

২৩। ১৮ টা সৰ্গত বিভক্ত 'কিৰাতাৰ্জুনীয়ম্' কাব্যখনৰ ৰচক কোন ?

উত্তৰ = 'ভাৰবি' ।

২৪। ভাৰতীয় গদ্য সাহিত্যৰ প্ৰথমখন ভ্ৰমন কাহিনী গ্ৰন্থৰ নাম কি ?

উত্তৰ = পৰেম্মকাই থোমা কতনৰ "বৰ্দ্ধমান পুস্তকম" ।

২৫। লৌকিক সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণিকজন কোন আছিল ?

উত্তৰ = পাণিনি ।

২৬। পণ্ডিত ৰবিশংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি ?

উত্তৰ = মাই মিউজিক মাই লাইফ । (My Music My Life)

২৭। ভাৰতৰ প্ৰথমখন মুদ্ৰিত বাতৰি কাকত বেংগল গেজেট কোনে সম্পাদনা কৰিছিল ?

উত্তৰ = আগষ্টাছ হিকীয়ে ।

২৮। 'গোদান' ভাৰতৰ কোনগৰাকী ব্যক্তিৰদ্বাৰা ৰচিত গ্ৰন্থ ?

উত্তৰ = প্ৰেম চান্দ ।

২৯। ২০০৬ চনত "বুকাৰ" বটা লাভ কৰা কিৰণ দেশাইৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = দি ইনহেৰিটেনছ্ অৱ লছ ।

৩০। ভাৰতবৰ্ষৰ শেবেইক্সপীয়েৰ বুলি কাক কোৱা হয় ?

উত্তৰ = মহাকবি কালিদাসক ।

৩১। অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত কোনখন কিতাপ পুলিচে বাজেয়াপ্ত কৰিছিল ?

উত্তৰ = বন্দিনী ভাৰত (১৯০৬) ।

৩২। গান্ধীজীৰ সম্পাদিত সংবাদ পত্ৰখনৰ নাম কি আছিল ?

উত্তৰ = ইয়ং ইণ্ডিয়া(১৯৩০)। (Young India)

৩৩। ভাৰতৰ ৰাষ্ট্ৰ ভাষা কি ?

উত্তৰ = হিন্দী । (Hindi)

৩৪। ভাৰতৰ ইংৰাজী ভাষাৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উত্তৰ = দ্য টাইমছ অব্ ইণ্ডিয়া । (The Times Of India)

৩৫। অসমৰ সহযোগী ভাষা কি কি ?

উত্তৰ = বড়ো আৰু বঙালী ।

৩৬। মধ্যপ্ৰদেশৰ মুখ্য চৰকাৰী ভাষা কি ?

উত্তৰ হিন্দী ।

৩৭। গোৱাৰ ৰাজ্যিক ভাষা কি ?

উত্তৰ = মাৰাঠী আৰু কোংকণী ।

৩৮। ভাৰতৰ বৰ্তমান সংবিধান স্বীকৃত ভাষাৰ সংখ্যা কিমান ?

উত্তৰ = ২২ টা ।

৩৯। পশ্মিমবংগৰ মুখ্য চৰকাৰী ভাষা কি ?

উত্তৰ = বঙলা ।

৪০। ৰাজস্থানৰ চৰকাৰী ভাষা কি ?

উত্তৰ = ৰাজস্থানী আৰু হিন্দী ।

৪১। ভাৰতীয় সংস্কৃতিৰ মূল ভিত্তি কি ?

উত্তৰ = ভাৰতীয় সংস্কৃতিৰ মূল ভিত্তি হ'ল বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সমাহাৰ ।

৪২। বিশ্বৰ সবোতোকৈ পূৰণি ধৰ্মটো কি ?

উত্তৰ = হিন্দু ধৰ্ম ।

৪৩। দমন আৰু দিউৰ মুখ্য ভাষা কি ?

উত্তৰ = গুজৰাটী ।

৪৪। সম্প্ৰতি ভাৰতবৰ্ষৰ মুঠ অধিবাসীৰ কিমান শতাংশ মংগোলদয় গোষ্ঠীৰ লোকে বাস কৰে ?

উত্তৰ = ৩ শতাংশ ।

৪৫। মহাভাৰতৰ পুৰণি নামটো কি ?

উত্তৰ = জয় সংহিতা ।

৪৬। পঞ্চ মহাপাপ কি কি ?

উত্তৰ = দূৰ্বলতা, ভীৰুতা, কাপুৰুষতা, সংকীৰ্ণতা আৰু স্বাৰ্থপৰতা ।

৪৭। মহাভাৰতৰ পুৰণি নামটো কি ?

উত্তৰ = জয় সংহিতা ।

৪৮। মহামতি অশোক কোন বংশৰ ৰজা আছিল ?

উত্তৰ = মৌৰ্য বংশৰ ।

৪৯। পঞ্চ উপাচাৰ কি কি ?

উত্তৰ = চন্দন, পুষ্প, ধূপ, দীপ আৰু নৈবেদ্য ।

৫০। পঞ্চ পাণ্ডৱ বুলিলে কাক কাক বুজোৱা হয় ?

উত্তৰ = যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সবদেৱ ।

৫১। ভাৰচতবৰ্ষৰ নেপোলিয়াম বুলি কাক কোৱা হয় ?

উত্তৰ = সমুদ্ৰ গুপ্তক ।

৫২। ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ = জাহিৰুদ্দিন মহম্মদ বাবৰে ।

৫৩। কোন চনত খিলজি বংশ প্ৰতিষ্ঠিত হৈছিল ?

উত্তৰ = ১২৯০ খ্ৰীতঃ ।

৫৪। কোনজন দিল্লীৰ চুলতানে তেওঁৰ সৈন্য বাহিনীক নগদ দৰমহা দিয়াৰ নিয়ম কৰিছিল ?

উত্তৰ = আলাউদ্দিন খিলজীয়ে ।

৫৫। আকবৰৰ সেনা বাহিনীৰ নেতৃত্ব দিয়া হিন্দু সেনাপতিজনৰ নাম কি আছিল ?

উত্তৰ = মান সিং ।

৫৬। কোনজন দিল্লিৰ চুলতানে তামৰ মুদ্ৰা প্ৰচলন কৰিছিল ?

উত্তৰ = ইৱতুৎমিচে ।

৫৭। কোনজন দিল্লিৰ চুলতানে 'চল্লিচ আমীৰ'ৰ ক্ষমতা ধ্বংস কৰিছিল ?

উত্তৰ = গিয়াচউদ্দীন বলবনৰ ।

৫৮। সম্ৰাট ছাহজাহানৰ দিনৰ বিখ্যাত ময়ূৰ সিংহাসনখন কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ = বাবাদল খাঁই ।

৫৯। সম্ৰাট আকবৰে প্ৰবৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল ?

উত্তৰ = দীন-ঈ-ইলাহি ।

৬০। কোনজন দিল্লিৰ চুলতানে নিজকে দ্বিতীয় চিকন্দৰশ্বাহ (আলেকজেণ্ডাৰ) বুলি ভাবিছিল ?

উত্তৰ = আলাউদ্দীন খিলজীয়ে ।

৬১। কোনজন ৰাজপুত ৰজাই নিজ কন্যাক আকবৰলৈ বিয়া দিছিল ?

উত্তৰ = অম্বৰ ৰজা বিহাৰমিলে ।

৬২। ১৫২৬ চনত ইব্ৰাহীম লোডীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?

উত্তৰ = পানিপথৰ প্ৰথম যুদ্ধ ।

৬৩। কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয় ?

উত্তৰ = ১৯১২ চনৰ ১২ এপ্ৰিলত ।

৬৪। কোন চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল ?

উত্তৰ = ১৬৬৪ চনত ।

৬৫। বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট কোন ?

উত্তৰ = কৃষ্ণদেৱ ৰায় ।

৬৬। ১৫৭৬ খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্যদল হাতত মেৱাৰৰ শাসক 

ৰাণা প্ৰতাপ সিংহ পৰাজিত হয় ?

উত্তৰ = হলদিঘাটৰ যুদ্ধ ।

৬৭। প্ৰায় ছশ বছৰধৰি শাসন কৰা আহোমসকলে অসমত কিমানজন ৰজাই শাসন কৰিছিল ?

উত্তৰ = প্ৰায় ৪০ জন ৰজাই ৰাজত্ব কৰিছিল ।

৬৮। কৰ্ণেল কোটৰ নেতৃত্বাধীন ইংৰাজ শক্তিয়ে লেলে' নেতৃত্বাধীন ফৰাছী শক্তিক ১৭৬০ চনত পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?

উত্তৰ = ৱাণ্ডিৱাছৰ ।

৬৯। ঐতিহাসিক 'পথৰুঘাটৰ ৰণ' কিমান চনত হৈছিল ?

উত্তৰ = ১৮৯৪ চনত ।

৭০। ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল (Governor General) আৰু ভাইচৰয় (Brotherhood) কোন আছিল ?

উত্তৰ = লৰ্ড লুই মাউন্টবেটন । (Lord Loui Mountbatten)

৭১। কংগ্ৰেছৰ সম্পাদক হিচাপে কোনে প্ৰথমে কাৰ্যনিৰ্বাহ কৰিছিল ?

উত্তৰ = এলেন অক্টোভিয়াম হিউম । (Ellen Octavium Hume)

৭২। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ = ডাঃ আত্মাৰাম পাণ্ডৰংগ ।

৭৩। ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress) কোন চনত গঠন হৈছিল ?

উত্তৰ = ১৮৮৪ চনত ।

৭৪। ১৯৩৯ চনত 'ফৰৱাৰ্ড ব্লক' (Forward block) আৰু ১৯৪৩ 'আজাদ হিন্দ ফৌজ' কোনে গঠন কৰিছিল ?

উত্তৰ = নেজাজী সুভাস চন্দ্ৰ বসুয়ে ।

৭৫। কোনে হ'মৰুল (Humrul) আন্দোলনৰ নেতৃত্ব দিছিল ?

উত্তৰ = এনি বেচান্ত (Annie Besant) আৰু বাল গঙ্গাধৰ তিলকে ।

৭৬। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ = ১৯২০ চনত ।

৭৭। মহাত্মা গান্ধীয়ে কেতিয়া আৰু কোন ঠাইত লোণ আইন (Loan law) ভংগ কৰে ?

উত্তৰ = ১৯৩০ চনৰ ১২ মাৰ্চত ।

৭৮। কেতিয়া পৰা চিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হ'ল ?

উত্তৰ = ১৯৭৫ চনত ।

৭৯। ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হয় ?

উত্তৰ = ২৬ নৱেম্বৰৰ ১৯৪৯ চনত ।

৮০। সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰ = ৩ নং অধ্যায়ৰ ১৪ ৰ পৰা ৩২ ধাৰালৈ ।

৮১। সংবিদান সভাৰ মহিলা সদস্যা দুগৰাকীৰ নাম লিখা ।

উত্তৰ = সৰোজিনী নাইডু (Sarojini Naidu) আৰু বিজয়লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit)

৮২। ভাৰতৰ সংবিধানৰ কোনখন অনুচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ উল্লেখ আছে ?

উত্তৰ = সপ্তম অনুসূচীত ।

৮৩। ভাৰতৰ সংবিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল ?

উত্তৰ = সচ্চিদানন্দ সিনহা । (Sachchidananda Sinha)

৮৪। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰি কৰা হয় ?

উত্তৰ = ২৬ জানুৱাৰীৰ ১৯৫০ চনত ।

৮৫। ভাৰতীয় সংবিধানৰ মুঠ ধাৰা কিমান ?

উত্তৰ = সংবিধানত ৩৯৫ টা অনুচ্ছেদ ৯ টা অনুসূচী আৰু ২২ টা অধ্যায় আছিল ।

৮৬। ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয় ?

উত্তৰ = ১৯০৭ চনত ।

৮৭। ভাৰতীয় সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান ?

উত্তৰ = ১২টা ।

৮৮। সংসদৰ যুটীয়া অধিবেশনৰ কোনে আহ্বান কৰিব পাৰে ?

উত্তৰ = লোকসভাৰ অধ্যক্ষই ।

৮৯। ভাৰতৰ এটৰ্নী জেনেৰেলজনক(Attorney General) কোনে নিযুক্তি দিয়ে ?

উত্তৰ = ৰাষ্ট্ৰপতিয়ে । (The President)

৯০। বিত্তীয় সংস্কাৰ কিমান দিনৰ মূৰত বহে ?

উত্তৰ = ৫ বছৰ ।

৯১। ভাতীয় প্ৰশাসন ব্যৱস্থাত কি কি স্তৰ আছে ?

উত্তৰ = 'কেন্দ্ৰীয় চৰকাৰ' (Central Government), 'ৰাজ্য চৰকাৰ' (State Government), 'স্থানীয় নিকায়সমূহ' (Local bodies)।

৯২। ভাৰতৰ বৰ্তমান লোকসভাৰ আসন কেইখন ?

উত্তৰ = ৫৪৭ খন ।

৯৩। "Protection Of Woman From Domestic Violence Bill"খন কেতিয়া পাছ হৈছিল ?

উত্তৰ = ৩ জুন ২০০৫ চনত ।

৯৪। ভাৰতৰ সংসদত কেইখন সদন আছে আৰু কি কি ?

উত্তৰ = ২ খন সদন আছে । উচ্চসদন আৰু নিম্ন সদন ।

৯৫। সংসদৰ যুটীয়া অধিৱেশনত (Joint session)কোনে সভাপতিত্ব কৰে ?

উত্তৰ = লোকসভা অধ্যক্ষই ।

৯৬। উচ্চতম ন্যায়লয়ৰ ন্যায়াধীশৰ সংখ্যা কোনে নিৰ্ধাৰণ কৰে ?

উত্তৰ = সংসদে ।

৯৭। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে ?

উত্তৰ = ৰাষ্ট্ৰপতিয়ে ।

৯৮। কাৰ নেতৃত্বত ১৯৮০ চনত ভাতীয় জনতা পাৰ্টিৰ (Bharatiya Janata Party) জন্ম হয় ?

উত্তৰ = অটল বিহাৰী বাজপেয়ীৰ (Atal Bihari Vajpayee) নেতৃত্বত ।

৯৯। ভাৰতৰ প্ৰথমজন নিৰ্বাচন আয়ুক্তৰ (Election Commissioner) নাম কি ?

উত্তৰ = সুকুমাৰ সেন ।

১০০। স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?

উত্তৰ = সুচেতা কৃপালনী ।

১০১। আৰ্যসকলে কিমান খ্ৰীষ্টপূৰ্বত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল ?

উত্তৰ = ১২০০ খ্ৰীষ্টপূৰ্বত ।

১০২। ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুচিত জনজাতিৰ সংখ্যা কিমান ?

উত্তৰ = ৭০৫ টা ।

১০৩। শুঙ্গ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ = পুষ্যমিত্ৰ শুঙ্গ ।

১০৪। চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ = ১৭ বাৰ ।

১০৫। ১৮৫৭ চনৰ বিদ্ৰোহীসকলে কাক হিন্দুস্থানৰ সম্ৰাট বুলি ঘোষণা কৰিছিল ?

উত্তৰ = দ্বিতীয় বাহদুৰশ্বাহক ।

১০৬। চীন-ভাৰতৰ যুদ্ধ কিমান চনত হয় ?

উত্তৰ = ১৯৬১ চনত ।

১০৭। ভাৰতীয় সংবিধানৰ পিতৃস্বৰুপ ব্যক্তিজন কোন ?

উত্তৰ = বাবাচাহেব ° ভীমৰাও আম্বেদকাৰ ।

১০৮। ভাৰতৰ বৰ্তমান ৰাজ্যসভা সদস্য কিমান ?

উত্তৰ = ২২৬ জন ।

১০৯। কিমান চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কৰা হয় ?

উত্তৰ = ১৯৫১ চনত ।

১১০। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচিত কৰে ?

উত্তৰ = ৰাজ্যসভা আৰু লোকসভাৰ সদস্য সকলে ।

১১১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ (Supreme Court) গঠন সম্পৰ্কে উল্লেখ আছে ?

উত্তৰ = ১২৪ (১) নং অনুচ্ছেদত ।

১১২। কিমান চনত ভাৰতত পোন প্ৰথমে স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ = ১৮৮২ চনত ।

১১৩। ভাৰতীয় জনসংঘ দলৰ জন্ম কেতিয়া হয় ?

উত্তৰ = ১৯৫১ চনত ।

১১৪। তেলুগু দেশম পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰ = এন টি ৰামাৰাওৱে প্ৰতিষ্ঠা কৰিছিল ।

১১৫। কোন চনত আকালী দলৰ জন্ম হৈছিল ?

উত্তৰ = ১৯২০ চনত ।

১১৬। ভাৰতীয় সংবিধানখন ২০১৫ চনলৈ কিমানবাৰ সংশোধন ঘটোৱা হৈছে ।

উত্তৰ = ১০০ বাৰ ।

১১৬। জন্মু-কাশ্মীৰৰ আঞ্চলিক ৰাজনৈতিক দলটো নাম কি ?

উত্তৰ = জাতীয় মহাসভা (National Assembly)।

১১৭। কোন চনত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ জন্ম হৈছিল ?

উত্তৰ = ১৯৮৫ চনত ।

১১৮। ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি কোেতিয়া গ্ৰহণ কৰে ?

উত্তৰ = ২০০১ চনত ।

১১৯। পিপলচ পাৰ্টি (Peoples Party) নামৰ আঞ্চলিক ৰাজনৈতিক দলটো কোনখন ৰাজ্যৰ ?

উত্তৰ = অৰুণাচল প্ৰদেশৰ ।

১২০। কোন চনত ভাৰতবৰ্ষৰ কাগজী নোটৰ প্ৰচলন ঘটে ?

উত্তৰ = ১৮৬২ চনত ।

১২১।ভাৰতীয় মুদ্ৰাৰ সাংকেতিক চিহ্ন '₹' ৰ আৰ্হি প্ৰস্তুতকৰ্তাজন কোন ?

উত্তৰ = বোম্বে IIT ৰ প্ৰাকস্নাতক বৰ্ষৰ ছাত্ৰ ডি. উদয় কুমাৰ ।

১২২। NITI আয়োগৰ পূৰ্ণ পাঠ কি ?

উত্তৰ = National Institute For Transforming India .

১২৩। NCAER ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ = National Council Of Applied Economic Research .

১২৪। N.S.S.O ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ = National Sample Survey Organisation.

১২৫। ভাৰতৰ "পৰিকল্পনা আয়োগ" কেতিয়া গঠন কৰা হয় ?

উত্তৰ = ১৯৫০ চনৰ মাৰ্চ মাহত ।

১২৬। ইণ্ডিয়ান ওভাৰচিজ বেংক (Indian Overseas Bank) কেতিয়া স্থাপন কৰা হয় ?

উত্তৰ = ১৯৩৭ চনৰ ১০ ফেব্ৰুৱাৰীত ।

১২৭। কোন চনত ভাৰতৰ ১৪ টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ?

উত্তৰ = ১৯৬৯ চনত ।

১২৮। ভাৰতৰ প্ৰথম শিল্প নীতি কেতিয়া প্ৰণয়ন কৰা হৈছিল ?

উত্তৰ = ১৯৪৮ চনত ।

১২৯। ইউ. টি. আই (U.T.I) বুলিলে কি বুজা ?

উত্তৰ = ইউ. টি. আই (U.T.I) সম্পূৰ্ণ অৰ্থ হৈছে ইউনিত ট্ৰাষ্ট অৱ ইণ্ডিয়া (United Trust of India) আৰু ই হৈছে এক প্ৰকাৰৰ বিত্তি প্ৰতিষ্ঠান যাক কেন্দ্ৰীয় চৰকাৰে ১৯৬৪ চনত স্থাপন কৰে ।

১৩০। ভাৰতত সৰ্বপ্ৰথম ATM সেৱা আগবঢ়োৱা বেংকটো ?

উত্তৰ = অন্ধ্ৰ বেংক ।

১৩১। ভাৰতৰ মুঠ চাহৰ কিমান অংশ অসমে যোগান ধৰে ?

উত্তৰ = ৫৫ শতাংশ ।

১৩২। বিশ্ব অৰ্থনৈতিক সংস্থা (WEF) ১৪০ খন দেশৰ বিশ্ব প্ৰতিযোগিতামূলক সূচকৰ ভাৰতৰ শেহতীয়া স্থান কি ?

উত্তৰ = ৫৫ তম ।

১৩৩। ভাৰতত সৰ্বপ্ৰমে কেতিয়া আৰু ক'ত মেট্ৰ ৰে'ল (Metro rail) চলে ?

উত্তৰ = ১৯৮৪-৮৫ চনত কলকাতাত ।

১৩৪। ভাৰতবৰ্ষৰ প্ৰথমটো ৰে'ল লাইন কোনে মুকলি কৰিছিল ?

উত্তৰ = বোম্বে প্ৰেছিডেন্সিৰ মুখ্য ন্যায়াধীশে ।

১৩৫। ভাৰতত সৰ্বূমুঠ কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছে ?

উত্তৰ = ২২০ টা ।

১৩৬। ভাৰতবৰ্ষত তৃতীয়টো ৰে'ল লাইন কেতীয়া মুকলি কৰা হয় ?

উত্তৰ = ১৮৫৬ চনত ।

১৩৭। ভাৰতত প্ৰথম কিক্সা ক'ত চলোৱা হয় ?

উত্তৰ = ১৮৮০ চনত, ছিমলাত ।

১৩৮। অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয় ?

উত্তৰ = ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত ।

১৩৯। কিমান চনত ভাৰতত প্ৰথম ডাক-টিকটৰ প্ৰচলন হৈছিল ?

উত্তৰ = ১৮৫৪ চনত ।

১৪০। বিদেশলৈ যাত্ৰা কৰা প্ৰথমখন ভাৰতীয় জাহাজৰ নাম কি ?

উত্তৰ = এছ এছ লয়েলটি, ১৯১৯ ।

১৪১। ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি ?

উত্তৰ = গ্ৰেণ্ড ট্ৰাংক ৰোড (Grand Trunk Road)

১৪২। ভাৰতৰ প্ৰধান বন্দৰ কেইটা আৰু কি কি ?

উত্তৰ = ১৩ টা । কান্দালা, মুম্বাই, মাৰগাঁও, নিউমাঙ্গালোৰ, কোচিন, টুটিকৰিণ, চেন্নাই, বিশাখাপাট্টনম, কলকাতা, হালদিয়া, পাৰাদ্বীপ, এন্নোৰ আৰু জৱাহৰলাল নেহৰু ।

১৪৩। ভাৰতত কেতিয়াৰপৰা প্ৰথমবাৰলৈ STD সোৱা আৰম্ভ হয় ?

উত্তৰ = ১৯৬০ চনৰ ২৬ নৱেম্বৰৰ পৰা ।

১৪৪।অসমত কেতিয়া আৰু ক'ত প্ৰথম ৰে'ল লাইন পতা হয় ?

উত্তৰ = ১৮৮২ চনত কলকাতাৰ পৰা গুৱাহাটীলৈ ।

১৪৫। ভাৰতবৰ্ষৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে ?

উত্তৰ = কৰ্কট ক্ৰান্তি ৰেখা ।

১৪৬। ২০১৫ চনৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ মাটিকালিৰ কিমান শতাংশ বনভূমি অঞ্চলে অধিকাৰ কৰি আছে ?

উত্তৰ = ২১.৩৪ শতাংশ ।

১৪৭। পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভাৰতৰ দখলত আছে ?

উত্তৰ = ২.২ শতাংশ ।

১৪৮। পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ জনসংখ্যা কিমান ?

উত্তৰ = ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৩১,৪০,৯৭,৬১৬ জন ।

১৪৯। কোনবিধ বতাহৰ প্ৰভাৱত মেঘালয় মৌচিনৰামত সৰ্বাধিক বৰষুণ হয় ?

উত্তৰ = দক্ষিণ-পশ্চিম মৌচুমি বতাহৰ প্ৰভাৱত ।

১৫০। ভাৰতৰ শিক্ষিতৰ হাৰ সবাতোতকৈ বেছি থকা ৰাজ্যখন কি ?

উত্তৰ = কেৰালা ।

১৫১। ভাৰতৰ অতি কম জনসংখ্যাৰ ৰাজ্যখন কি ?

উত্তৰ = ছিকিম ।

১৫২। ভাৰতৰ বৃহত্তম যাদুঘৰটো কি ?

উত্তৰ = ভাৰতীয় যাদুঘৰ (কলকাতা) ।

১৫৩। ভাৰতৰ বৃহত্তম গুহা মন্দিৰটো কি ?

উত্তৰ = ইলোৰা (মহাৰাষ্ট) ।

১৫৪। ভাৰতবৰ্ষৰ জনবসতিৰ ঘনত্ব সবাটোতকৈ কম ৰাজ্যখন কি ?

উত্তৰ = পশ্চিমবংগ ।

১৫৫। পৃথিৱী ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখন কি ?

উত্তৰ = মেঘালয় মৌছিৰাম ।

১৫৬। ভাৰতৰ প্ৰাচীনতম পৰ্বতটোৰ নাম কি ?

উত্তৰ = আৰাৱলী ।

১৫৭। ভাৰতৰ দীৰ্ঘতম দলংখন ক'ত আছে ?

উত্তৰ = অসমৰ ধলা-শদিয়াত ।

১৫৮। ভাৰতৰ বৃত্ততম চিনেমা হলটো ক'ত অৱস্থিত ?

উত্তৰ = ছেন্ট কেথেড্ৰেল, গোৱা ।

১৫৯। ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ (Waterfall) নাম কি ?

উত্তৰ = খাৰডুনগ্না (৫,৬৮২) ।

১৬০। ভাৰতৰ উচ্চতম স্তম্ভটোৰ নাম কি ?

উত্তৰ = কুটুবমিনাৰ (Kutubminar) (৮৮.৪ মিটাৰ) ।

১৬১। ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথম 'নদীদ্বীপ জিলা ' হিচাপে স্বীকৃতি লাভ কৰা জিলাখনৰ নাম কি ?

উত্তৰ = মাজুলী ।

১৬২। উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ টেঙা গৱেষণা কেন্দ্ৰটো ক'ত আছে ?

উত্তৰ = অসমৰ তিনিচুকীয়াৰ গেলাপুখুৰীত ।

১৬৩। মেকমোহন ৰেখা কি ?

উত্তৰ = ভাৰত আৰু চীনৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ।

১৬৪। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘলত্ব কিমান ?

উত্তৰ = প্ৰতি বৰ্গকিলোমিটাৰত ৩৯৭ জন ।

১৬৫। ভাৰতৰ বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান ?

উত্তৰ = ২০১১ চনৰ লোকপিয়ল অনুসৰি ৭৪.০৪ শতাংশ ।

১৬৬। ভাৰতৰ প্ৰথম শিক্ষা আযোগখন কোনে গঠন কৰে ?

উত্তৰ = লৰ্ড কাৰ্জনে ।

১৬৭। হান্টাৰ আয়োগৰ গঠন কেতিয়া কৰা হয় ?

উত্তৰ = ১৮৮২ চনৰ ৩ ফেব্ৰুৱাৰীত ।

১৬৮। বুনিয়াদী শিক্ষাৰ উদ্ভাৱক কোন আছিল ?

উত্তৰ = জাতিৰ পিতা মহাত্মা গান্ধী ।

১৬৯। ইউ. ই. ই (UEE) মানে কি ?

উত্তৰ = সাৰ্জবনীন প্ৰাথমিক শিক্ষা (Universalisation Of Elemantary Education) .

১৭০। IGNOU ৰ সম্পূৰ্ণ অৰ্থটো কি ?

উত্তৰ = Indira Gandhi National Open University.

১৭১। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ = ১৯৪৮ চনত ।

১৭২। কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ = ১৯০১ চনত

১৭৩। কটন কলেজৰ প্ৰথম অধ্যক্ষজন কোন আছিল ?

উত্তৰ = ফ্ৰেডৰিক উইলিয়াম ছুডমাৰছেন ।

১৭৪। MDM ৰ সম্পূৰ্ণ গঢ়টো কি ?

উত্তৰ = Mid Day Meal (দূপৰিয়াৰ আহাৰ) ।

১৭৫। NLM ৰ সম্পূৰ্ণ গঢ়টো কি ?

উত্তৰ = National Literacy Mission.

১৭৬। DPEP ৰ সম্পূৰ্ণ গঢ়টো কি ?

উত্তৰ = District Primary Education Programme.

১৭৭। নাৰীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ = ১৯৯২ চনৰ জানুৱাৰী মাহত ।

১৭৮। ভাৰতৰ প্ৰথম মহিলা মহাবিদ্যালয়খনৰ নাম কি ?

উত্তৰ = দি হিন্দু ফিমেল স্কুল (The Hindu Female School).

১৭৯। ভাৰতৰ প্ৰথমখন IIT ক'ত আছে ?

উত্তৰ = খড়গপুৰত ।

১৮০। ১০+২+৩ শিক্ষাৰ সূত্ৰটো কোনখন আয়োগৰ পৰামৰ্শ আছিল ?

উত্তৰ = ড° ডি. এছ. কোঠাৰি আয়োগে ।

১৮১। ভাৰতৰ প্ৰথমটো শৈক্ষিক কৃত্ৰিম উপগ্ৰহৰ নাম কি ?

উত্তৰ = Edusat.

১৮২। ভাৰতত সবাক চলচ্চিত্ৰৰ প্ৰথম প্ৰদৰ্শন কেতিয়া হৈছিল ?

উত্তৰ =১৮৯৯ চনত ।

১৮২। কোন দুবিধ খেলক ভাৰতবৰ্ষত জাতীয় খেলৰুপে গণ্য কৰা হয় ?

উত্তৰ = কাবাডী আৰু হকী (Kabaddi and Hockey) খেলক ।

১৮৩। ভাৰতৰ সৰ্বপ্ৰথমে গঠন হোৱা ফুটবল ক্লাবটোৰ (Football Club) নাম কি ?

উত্তৰ = ১৮৭২ চনত কলকাতাত স্থাপন হোৱা "ডেলহাউছি ক্লাব" (Dalhousie Club).

১৮৪। ভাৰতৰ কোনজন খেলুৱৈক "হকীৰ যাদুকৰ" বোলা হয় ?

উত্তৰ = ধ্যানচাঁদক ।

১৮৫। বিশ্বকাপ ক্ৰিকেটত হেটট্ৰিক (Hat trick) কৰা প্ৰথমজন বলাৰ কোন ?

উত্তৰ = ভাৰতৰ চেতন শৰ্মা ।

১৮৬। এঘাৰ নম্বৰ বেটছমেন (Batsmen) হিচাপে সৰ্বাধিক ৭৫ ৰান কৰি বিশ্বাভিলেখ গঢ়া ভাৰতীয় খেলুৱৈজন কোন ?

উত্তৰ = জাহিৰ খান ।

১৮৭। টেষ্ট ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় উইকেটকীপাৰজন কোন ?

উত্তৰ = পাৰ্থিৱ পাটেল।

১৮৮। ভাৰতৰ কোন তিনিগৰাকী ভাই-ককায়ে ইউম্বলডন চেনিছত ভাগ লৈছিল ?

উত্তৰ = বিজয় অমৃতৰাজ, আনন্দ অমৃতৰাজ আৰু অশোক অমৃতৰাজ |

১৮৯। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱাগৰাকী কোন ?

উত্তৰ = ভোগেশ্বৰ বৰুৱা ।

১৯০। টেষ্ট হেটট্ৰিক (Hat trick) কৰা প্ৰথমজন ভাৰতীয় বলাৰ কোন ?

উত্তৰ = হৰভজন সিং .

১৯১। এদিনীয়া ক্ৰিকেটত সৰ্বমুঠ ১০ হাজাৰ ৰান কৰা প্ৰথমজন খেলুৱৈ কোন ?

উত্তৰ = শচীন তেণ্ডুলকাৰ ।

১৯২। শতৰানকাৰী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ নাম কি ?

উত্তৰ = লাল অমৰ নাথ ।

১৯৩। ভাৰতে প্ৰথম কেতিয়া ডেভিচ কাপ খেলিছিল ?

উত্তৰ = ১৯২১ চনত ।

১৯৪। বিশ্বকাপ ক্ৰিকেট ফাইনেলত (Final) ভাৰতীয় দলৰ কোনজন অধিনায়কে প্ৰথম 'মেন অৱ দ্য মেচ' (Man Of The Match) সন্মান লাভ কৰে ?

উত্তৰ = মহেন্দ্ৰ সিং ধোনী । (Mahendra Singh Dhoni).

১৯৫। শচীন তেণ্ডুলকাৰে তেওঁৰ কেৰিয়াৰৰ কোনটো বৰ্ষত আটাইতকৈ বেছি সংখ্যক শতৰান কৰিছে ?

উত্তৰ = ১৯৯৮ ।

১৯৬। বিশ্ব টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক কেচ লোৱা খেলুৱৈগৰাকী কোন ?

উত্তৰ = ভাৰতৰ ৰাহুল দ্ৰাবিড় ।

১৯৭। চেষ্ট ক্ৰিকেটত ত্ৰি-শতৰান কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন ?

উত্তৰ = বিৰেন্দ্ৰ সেৱাগ ।

১৯৮। দবা খেলত গ্ৰেণ্ডমাষ্টাৰ খিতাপ পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন ?

উত্তৰ = কনাৰু হাম্পি ।

১৯৯। বৰদলৈ ট্ৰফীত ফাইনেল খেলা প্ৰথম বিদেশী দলটো কোন আছিল ?

উত্তৰ = বাংলাদেশৰ 'ঢাকা একাদশ' ।

২০০। বৰদলৈ ট্ৰফী প্ৰথম কোনটে বিদেশী দলে লাভ কৰে ?

উত্তৰ = বেংককৰ পৰ্ট অৰ্থ'ৰিটি ।

২০১। সাতখনকৈ অলিম্পিত অৱতীৰ্ণ হোৱা বিশ্বৰ একমাত্ৰ টেনিচ খেলুৱৈজন কোন ?

উত্তৰ = লিয়েণ্ডাৰ পেজ ।

২০২। ২০১৩ চনৰ এছিয়ান বক্সিং চেম্পিয়শ্বিপত স্বৰ্ণ পদক আৰু ২০১৫ চনত বক্সিং চেম্পিয়শ্বিপত তেওঁ ব্ৰঞ্জক পদক অৰ্জন কৰে । ২০১৬ বৰ্ষৰ অৰ্জুন বটা লাভ কৰা অসমৰ এইগৰাকী খেলুৱৈ নাম কি ?

উত্তৰ = শিৱ থাপা ।

২০৩। ভাৰতত কম্পিউটাৰ সেৱা কেতিয়া পৰা আৰম্ভ হৈছিল ?

উত্তৰ = ৩ এপ্ৰিল ১৯৬৬ চনৰ পৰা ।

২০৪। ভাৰতীয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) কোন চনত স্থাপন কৰা হয় ?

উত্তৰ = ১৯৬৯ চনত ।

২০৫। ভাৰতবৰ্ষই নিজাকৈ সাজি উলিওৱা প্ৰথম ছুপাৰ কম্পিউটাৰটো নাম কি ?

উত্তৰ = পৰম (Param) ।

২০৬। PARAM ছিৰিজৰ ছুপাৰ কম্পিউটাৰ খনিকৰ বুলি কাক কোৱা হয় ?

উত্তৰ = বিজয় ভাটকাৰ ।

২০৭। ভাৰতৰ প্ৰথম উপগ্ৰহটো নাম কি ? উত্তৰ = আৰ্যভট্ট ।

২০৮। ভাৰতৰ প্ৰথমটো বতৰ বিজ্ঞান আৰু যোগাযোগ উপগ্ৰহটো নাম কি ?

উত্তৰ = INSAT- 1A .

২০৯। মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম কি ?

উত্তৰ = কল্পনা চাওলা ।

২১০। কোনগৰাকী ব্যক্তিক 'মানৱ কম্পিুটাৰ' বুলি আখ্যা দিয়া হৈছে ?

উত্তৰ = শকুন্তলা দেৱাক ।

২১১। কম্পিউটাৰ " ইণ্ডিকা, শ্ৰীলিপি, ৰামধেনু, লিপ্ অফিছ" ইত্যাদি কি ?

উত্তৰ = ছফটওৱেৰ ।

২১২। ভাৰতবৰ্ষৰ প্ৰথম চাইবাৰ অপৰাধটো কি ?

উত্তৰ = ১৯৯৭ চনত "ষ্টাৰডাষ্ট" আলোচনীয়ে ভাৰতৰ চিনেমা তাৰকা এগৰাকীৰ নগ্ন ফটো প্ৰকাশ কৰা ।

২১৩। মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ কোন ?

উত্তৰ = ৰাকেশ শৰ্মা ।

২১৪। ভাৰতৰ প্ৰথমখন কৃত্ৰিম উপগ্ৰহ বাহন কি ?

উত্তৰ = SLV - 3.

২১৫। ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপন কেতিয়া হৈছিল ?

উত্তৰ = ১৯৬৩ চনত ।

২১৬। ভাৰতৰ প্ৰথমটো ৰকেট কি নামেৰে নামাকৰণ কৰা হয় ?

উত্তৰ = ৰোহিণী- ৭৫ ।

২১৭। ভাৰতৰ প্ৰথমটো তৰল ইন্ধনযুক্ত ৰকেট কি ?

উত্তৰ = ৰোহিণী- ৫৬০ ।

২১৮। পৰিৱেশ সুৰক্ষা আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয় ?

উত্তৰ = ১৯৮৬ চনত ।

২১৯। বিশ্বৰ সৰ্বপ্ৰথম কোনখন দেশে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে ?

উত্তৰ = ভাৰতবৰ্ষই ।

২২০। পৰিৱেশ সুৰক্ষা আইনখন কেতিয়া প্ৰৱৰ্তন কৰা হয় ?

উত্তৰ = ১৯ নৱেম্বৰ ১৯৮৬ চনত ।

২২১। ১৯৭২ চনত আমাৰ ভাৰতীয় সংবিধানে পৰিৱেশ সম্পৰ্কীয় প্ৰণয়ন কৰা পাঁচখন আইন কি কি ?

উত্তৰ = বন্য প্রাণী (সুৰক্ষা) আইন ; জল (প্ৰদূষণ প্রতিবােধ / নিয়ন্ত্রণ) আইন ; বন সংৰক্ষণ আইন ; বায়ু (প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ) আইন আৰু পৰিৱেশ (সুৰক্ষা) আইন ।

২২২। বন্যপ্ৰানী সুৰক্ষা আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয় ? উত্তৰ = ১৯৮৬ চনত ।

২২৩। বন সুৰক্ষা বা সংৰক্ষন আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয় ?

উত্তৰ = ১৯৭২ চনত ।

২২৪। বিশ্বৰ কোনখন দেশত জন্তু বা পশুৰ দ্বাৰা গাখীৰ পোৱাৰ পৰা হাল বোৱালৈকে সৰ্বাধিক ব্যৱহাৰ কৰা হয় ?

উত্তৰ = ভাৰতত ।

২২৫। কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰুপে স্বীকৃতি দিয়ে ?

উত্তৰ = ১ জানুৱাৰিৰ ১৯৭৪ চনত ।

২২৬। কোন চনত ভাৰত চৰকাৰে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জনসংখ্যা নীতি ঘোষণা কৰে ?

উত্তৰ = ১৯৭৬ চনত ।

২২৭। কাবেৰী নদীৰ পানী ভাগ বিতৰণৰ বাবে এখন ট্ৰিবিউনেল অৰ্থাৎ ন্যায়পীঠ কেতিয়া গঠন কৰা হয় ?

উত্তৰ = ২ জুন ১৯৬০ ।

২২৮। জন আইন কোন চমত প্ৰৱৰ্তন কৰা হয় ?

উত্তৰ = ১৯৭৪ চনত ।

২২৯। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান ?

উত্তৰ = ৪৩০ বৰ্গ কিলোমিটাৰ ।

২৩০। কেন চনত সিন্ধু নদীৰ পানীৰ চুক্তি কৰা হৈছিল ?

উত্তৰ = ১৯৬০ চনত ।

২৩১। 'ব্যাঘ প্ৰকল্প' হিচাপে স্বীকৃতি দিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ?

উত্তৰ = মানাহ ৰাষ্ট্ৰীয় উদ্যান ।

২৩২। চৰ্দাৰ সৰোবৰ প্ৰকল্প কোন নদীৰ উপত্যকাত অৱস্থিত ?

উত্তৰ = নৰ্মদা নদীৰ উপত্যকাত ।

২৩৩। পাভৈ অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ?

উত্তৰ = হাতী আৰু বনৰীয়া ম'হৰ বাবে ।

২৩৪। চেৰাপুঞ্জী অঞ্চলত বছৰি কিমান বৰষুণ হয় ?

উত্তৰ = ১১,০০০ মিটাৰ ।

২৩৫। কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দুৰ্ঘটনাটো ঘটি বহু লোকৰ মৃত্যু হৈছিল ?

উত্তৰ = মিথাইল আইচ'চায়েনেট (Methyl Ich Chinet).

২৩৬। ভাৰতবৰ্ষত গড় হিচাপত কিমান বৰষুণ হয় ?

উত্তৰ = ১২০০ মিটাৰ ।

২৩৭। আমাৰ দেশত কেতিয়া বায়ু আইন প্ৰণয়ন কৰি কোলাহল এক অপৰাধ বুলি ঘোষণা কৰা হৈছে ?

উত্তৰ = ১৯ নৱেম্বৰ ১৯৮৬ চনত ।

২৩৮। মানুহৰ বসতিপ্ৰধান অঞ্চলত কোলাহলৰ মাত্ৰা কিমানত সীমিত থাকিব লাগে?

উত্তৰ = ৭০ ডেছিবেল (70 decibels).

২৩৯। পৰিৱেশ সংৰক্ষণ নীতি ১৯৮৬ চনৰ নীতি অনুসৰি শব্দ ধ্বনি কিমান মিটাৰতকৈ অধিক দূৰলৈ যোৱা হ'ব নালাগিব ?

উত্তৰ = ৪ মিটাৰ ।

২৪০। বিশ্বৰ সৰ্বশ্রেষ্ঠ সন্মানীয় নােবেল বঁটা অর্থনীতিত নােবেল বটা লাভ কৰা একমাত্র ভাৰতীয়জন কোন ?

উত্তৰ = অমর্ত্য সেন ( ১৯৯৮ চন ) ।

২৪১। মেগছেছে বঁটা লাভ কৰা প্রথম ভাৰতীয়জন কোন ?

উত্তৰ = আচার্য বিনােৱা ভাৱে ( কিৰণ বেদী এই বঁটা পােৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা ) ।

২৪২। ভাৰতবৰ্ষৰ সর্বোচ্চ সম্মান “ভাৰত ৰত্ন” কোনকেইটা বিষয়ত দিয়া হয় ?

উত্তৰ = সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি বিষয়ত ।

২৪৩। 'ভাৰত ৰত্ন’ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?

উত্তৰ = লােকপ্রিয় গােপীনাথ বৰদলৈ ( ১৯৯৯ চনত মৰণােত্তৰভাৱে ) ।

২৪৪। অসমৰ কোনগৰাকী ব্যক্তিয়ে ২০১২ চনৰ ‘পদ্মবিভূষণ’ বঁটা লাভ কৰে ?

উত্তৰ = ড ° ভূপেন হাজৰিকাই ( মৰণােত্তৰভাৱে ) ।

২৪৫। 'জ্ঞানপীঠ' বঁটা লাভ কৰা সর্বপ্রথম ব্যক্তিজন কোন আছিল ?

উত্তৰ = জি . শংকৰা কুৰুপ , ১৯৬৫ চনত ( পুথি ও ওডাকুজাল ) ।

২৪৬। ‘পদ্মভূষণ ’ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন কোন ?

উত্তৰ = প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা ।

২৪৭। পৰমবীৰ চক্র কি ?

উত্তৰ = শত্ৰুৰ বিৰুদ্ধে যুঁজি অতি বিক্ৰম আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক দিয়া সম্মান ।

২৪৮। আশােক চক্র কি ?

উত্তৰ = অশােক চক্র হ’ল বীৰত্বৰ বাবে দিয়া সর্বোচ্চ সামৰিক সন্মান ।

২৪৯। ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু উন্নতিৰ অৰ্থে কাম কৰা ব্যক্তিক প্ৰদান কৰা চলচ্চিত্র জগতৰ সর্বোচ্চ বঁটা কি ?

উত্তৰ = দাদা চাহেব ফাল্কে বঁটা ।

২৫০। অর্জুন বঁটা কি ?

উত্তৰ = ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সফলতাৰ বাবে প্ৰদান কৰা বঁটা ।

২৫১। কোনগৰাকী অসমীয়া ব্যক্তিয়ে ২০০২ চনৰ ‘পদ্মশ্ৰী' বঁটা লাভ কৰে ?

উত্তৰ = কথাছবি পৰিচালক তথা নির্মাতা জাহ্নু বৰুৱা ।

২৫২। 'মাচল মেনিয়া মিঃইউনিভাৰ্ছ, ২০০৯' খিতাপ লাভ কৰা অসমৰ খেলুৱৈজন কোন ?

উত্তৰ = মহাদেৱ ডেকা ।

২৫৩। ইংলেণ্ডৰ ডে মণ্টফ'ৰ্ট বিশ্ববিদ্যালয়ৰ পৰা ২০০৬ চনৰ সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰা ভাৰতীয় অভিনেতাগৰাকী কোন ?

উত্তৰ = অমিতাভ বচ্চন ।

২৫৪। জাপানৰ সম্মানীয় ক'ডাক ভিছন বঁটা লাভ কৰা অসমৰ ব্যক্তিজন কোন ?

উত্তৰ = বােলছবি পৰিচালক জাহ্নু বৰুৱা । ( ২০০৬ চনত জাপানত অনুষ্ঠিত আন্তর্জাতিক বােলছবি মহােৎসৱত তেওঁৰ ‘মেইনে গান্ধীকো নেহী মাৰা নামৰ কথাছবিখনৰ বাবে । )

২৫৫। ২০০৬ চনৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে ষ্টাৰাষ্ট ফিল্ম এৱাৰ্ড লাভ কৰা অসমৰ ব্যক্তিগৰাকী কোন ?

উত্তৰ = জুবিন গাৰ্গ ( গেংষ্টাৰ ) ।

২৫৬। ২০০৮ চনৰ 'অকাডেমী ৰত্ন’ বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন কোন ?

উত্তৰ = ড ° ভূপেন হাজৰিকা ।

২৫৭। যশস্বী সংগীত পৰিচালক এ.আৰ , ৰহমানে কোনখন ছবিৰ বাবে ৬৬ তম গল্ডেন গ্ল'ব বঁটা, অস্কাৰ বঁটা ২০০৮ আৰু ৫২ তম গ্ৰেমী বঁটা ( ২০১০ ) লাভ কৰিবলৈ সক্ষম হৈছে ?

উত্তৰ = 'শ্লামডগ মিলিঅ'নাৰ' ।

২৫৮। হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = ঋকবেদ ।

২৫৯। ভাৰতীয় ইংৰাজী সাহিত্যৰ প্রথম উপন্যাসখনৰ নাম কি ?

উত্তৰ = কৈলাশ চন্দ্র দত্তৰ- “জার্নেল অৱ ফর্টি এইট আৱার্চ ইন দ্য ইয়াৰ নাইন্টিন ফর্টিফাইভ” ।

২৬০। বাংলা সাহিত্যৰ মহাকাব্য “মেঘনাদ বধ" কাৰ ৰচনা ?

উত্তৰ = মাইকেল মধুসূদন দত্তৰ ।

২৬১। আধুনিক মাৰাঠী কবিতাৰ জনক কোন ?

উত্তৰ = কেচভচুট ।

২৬২। ৰাজস্থানী সাহিত্যৰ প্ৰথম আধুনিক কবিতাৰ পুথি বাদল’ৰ ৰচকগৰাকী কোন ?

উত্তৰ = চন্দ্র সিংহ ।

২৬৩। আধুনিক তেলেগু সাহিত্যৰ পিতৃস্বৰূপ ব্যক্তিজন কোন ?

উত্তৰ = বীৰচলিংগম পন্টুলু ।

২৬৪। কোনখন পুথিৰ বাবে ৰবীন্দ্রনাথ ঠাকুৰে ১৯১৩ চনত নােবেল বঁটা লাভ কৰিছিল ?

উত্তৰ = গীতাঞ্জলি ।

২৬৫। কাক ‘উৰিষ্যাৰ ব্যাস’ বুলি কোৱা হয় ?

উত্তৰ = সৰলা দাস ।

২৬৬। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম ভাৰতীয় মহিলাগৰাকী কোন ?

উত্তৰ = আশাপূর্ণা দেৱী ।

২৬৭। ১৯৭৯ চনত মৃত্যুঞ্জয় গ্রন্থৰ বাবে ভাৰতীয় সাহিত্যৰ সর্বোচ্চ সম্মান “জ্ঞানপীঠ” বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন ?

উত্তৰ = ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্য ।

২৬৮। ১৯৭১ চনত ইন এ ফ্রি ষ্টেট গ্ৰন্থৰ বাবে “বুকাৰ” বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় বংশােদ্ভৱ সাহিত্যিক কোন ?

উত্তৰ = ভি এছ নাইপ’ল ।

২৬৯। ১৯৮১ চনত “বুকাৰ” বঁটা লাভ কৰা চালমান ৰুদিৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = মিডনাইট’চ চিলড্রেন ।

২৭০। চালমান ৰুশ্বদিৰ কোনখন গ্রন্থ ভাৰতত নিষিদ্ধ কৰা হৈছে ?

উত্তৰ = দ্য চাটানিক ভার্চেছ ।

২৭১। ভাৰতীয় বংশােদ্ভৱ সাহিত্যিক নােবেল বঁটাপ্রাপক ( ২০০১ চনত ) ভি . এছ . নাইপ’লৰ বিখ্যাত এখন উপন্যাস কি ?

উত্তৰ = এ . হাউছ ফৰ মিষ্টাৰ বিশ্বাস ।

২৭২। ১৯৯৭ চনত 'দি গড অব স্মল থিংচ’ গ্রন্থৰ বাবে বুকাৰ বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নাম কি ?

উত্তৰ = অৰুন্ধতী ৰয় ।

২৭৩। 'Bharatvani' বহুভাষী জ্ঞান পটেল ( সহজে কঢ়িয়াই নিব পৰা ) কেন্দ্রীয় চৰকাৰৰ কোনটো মন্ত্ৰ্যালয়ে সূচনা কৰিছে ?

উত্তৰ = দক্ষতা বিকাশ আৰু বাণিজ্যিক মন্ত্ৰ্যালয় ।

২৭৪। ব্রিাটছে ভাৰতত স্থাপন কৰা প্ৰথমখন বিশ্ববিদ্যালয়খন কি ?

উত্তৰ = উত্তৰ কলিকতা বিশ্ববিদ্যালয় ।

২৭৫। ভাৰতৰ প্ৰথমখন আই আই টি কত আছে ?

উত্তৰ = খড়গপুৰত ।

২৭৬। প্রথম ভাৰতীয় স্নাতক ডিগ্রীধাৰী ব্যক্তি দুজন কোন ?

উত্তৰ = বংকিম চন্দ্র চট্টোপাধ্যায় , যদুনাথ বসু ( ১৮৫৮ চন ) ।

২৭৭। ২০১১ চনৰ লােকপিয়লৰ তথামতে অসমৰ মহিলা সাক্ষৰতাৰ ক্ষেত্রত আটাইতকৈ আগবঢ়া জিলা কোনখন ?

উত্তৰ = কামৰূপ ( মহানগৰ ) , ৮৫,৮২ শতাংশ ।

২৭৮। ২০১১ চনৰ লােকপিয়ল মতে মহিলা শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ পিছপৰা । জিলা কোনখন ? উত্তৰ = ধুবুৰী ; ৫৪.২৮ শতাংশ ।

২৭৯। মহিলা শিক্ষাৰ জাতীয় পৰিষদ কেতিয়া গঠন কৰা হয় ?

উত্তৰ = ১৯৫৯ চনত ।

২৮০। 'দুগাবাঈ দেশমুখ কমিটী' কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ = ১৯৫৯ চনত ।

২৮১। ১৯৮৫ চনত আন্তর্জাতিক মহিলা সম্মিলনখন ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰ = নাইবােবিত ।

২৮২। ভাৰতবৰ্ষৰ নাৰী শিক্ষাৰ প্রধান সমস্যা কি ?

উত্তৰ = অভিভাৱকৰ উদাসীনতা ।

২৮৩। অসমৰ প্রথম বেচৰকাৰী কলেজখন কত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ = ১৯৩০ চনত কৃষ্ণকান্ত সন্দিকৈয়ে স্থাপন কৰা যােৰহাটৰ জগন্নাথ বৰুৱা কলেজ ।

২৮৪। স্কুলীয়া শিক্ষাৰ মান উন্নততৰ কৰাৰ কাৰণে স্থাপন কৰা সৰ্বভাৰতীয় অনুষ্ঠানটোৰ নাম কি ?

উত্তৰ = ১৯৬১ চনত গঠিত ৰাষ্ট্ৰীয় শৈক্ষিক , গৱেষণা আৰু প্রশিক্ষণ পৰিষদ ( NCERT ) ।

২৮৫। আই . এ , এছ ক আগতে কি বুলি জনা গৈছিল ?

উত্তৰ = আই , চি , এছ ।

২৮৬। হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্ম গন্থখনৰ নাম কি ?

উত্তৰ = ঋকবেদ ।

২৮৭। 'হৰ্ষচৰিত' আৰু 'কান্দবৰী' পুথি দুখনৰ ৰচিয়তাগৰাকী কোন ?

উত্তৰ = বাণভট্ট ।

২৮৮। সৰ্বপ্ৰাচীন সংস্কৃত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = ঋকবেদ ।

২৮৯। হিন্দুধৰ্মৰ পুৰণি মহাকাব্য 'ৰামায়ণ' কোনে প্ৰথম অনুবাদ কৰিছিল ?

উত্তৰ = বাল্মীকি মুনিয়ে ।

২৯০। 'অৰ্থশাস্ত্ৰ'ৰ লেখকগৰাকী কোন ?

উত্তৰ = কৌটিল্য বা চাণক্য ।

২৯১। সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰত বুৰঞ্জীখনৰ নাম কি ?

উত্তৰ = ৰাজতৰঙ্গিণী ।

২৯২। ১৮ টা সৰ্গত বিভক্ত অশ্বঘোষৰদ্বাৰা ৰচিত প্ৰথম কাব্যখন কি ?

উত্তৰ = অশ্বঘোষ ।

২৯৩। বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি ?

উত্তৰ = কেশৰী ।

২৯৪। 'বন্দে মাতৰম'--- গীটতিৰ ৰচক কোন ?

উত্তৰ = বংকিমচন্দ্ৰ চট্টোপাধ্যায়।

২৯৫। 'পথেৰ দাবী'ৰ ৰচোঁতা কোন ?

উত্তৰ = শৰৎ চন্দ্ৰ চেটাৰ্জী ।

২৯৬। 'হুমায়োনামা' কোনে লিখিছিল ?

উত্তৰ = বাবৰৰ কন্যা গুলবদন বেগমে ।

২৯৭। 'জমিদাৰ দৰ্পণ'ৰ লেখক কোন ?

উত্তৰ = মীৰ মছাৰফ্ হুছেইন ।

২৯৮। 'বন্দে মাতৰম' সংবাদপত্ৰৰ সম্পাদক কোন ?

উত্তৰ = ঋষি অৰবিন্দ ঘোষ (Arvind Ghosh).

২৯৯। 'আনন্দ মঠ'ৰ লেখক কোন ?

উত্তৰ = বংকিমচন্দ্ৰ চট্টোপাধ্যায় ।

৩০০। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ একমাত্ৰ কাব্য সংকলখনৰ নাম কি ?

উত্তৰ = 'মেৰি ইক্যৱন কবিতায়ে ' ।

৩০১। 'এ প্ৰিজনাৰচ স্ক্ৰেপবুক' (A Prisoner Scrapbook)ভাৰতৰ কোনগৰাকী ব্যক্তিৰদ্বাৰা ৰচিত গ্ৰন্থ ?

উত্তৰ = এল. কে. আদৱানীৰ ।

৩০২। লোকমান্য বাল গংগাধৰ তিলকে কাৰাগাৰত থাকোতে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = গীতা ৰহস্য ।

৩০৩। 'হিন্দ স্বৰাজ' নামৰ আত্মজীৱনিমূলক গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰ = মহাত্মা গান্ধী ।

৩০৪। 'দ্য গল্ডেন গেট'(The Golden Gate) ভাৰতৰ কোনগৰাকী লেখকৰ ৰচিত গ্ৰন্থ ?

উত্তৰ = বিক্ৰম শেঠৰ । (Vikram Seth).

৩০৫। বিখ্যাত লেখক তথা সাহিত্যিক আৰ. কে. নাৰায়ণৰ আত্মজীৱনিখনৰ নাম কি ?

উত্তৰ = মাই ডেইজ (My Days).

৩০৬। 'ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলাইচ' ('Truth, Love and a Little Melaich) গ্ৰন্থখন কোন গৰাকী ব্যক্তিৰ আত্মজীৱনি ?

উত্তৰ = খুচবন্ত সিঙৰ (Khushwant Singh).

৩০৭। 'ডেথ অৱ এ চিটি', 'ফৰ্টি নাইন ডেজ' ('Death of a City', 'Forty Nine Days') আদি গ্ৰন্থৰ গ্ৰন্থাকাৰগৰাকী কোন ?

উত্তৰ = অমৃতা প্ৰীতম । (Amrita Pritam).

৩০৯। "উইংছ অৱ ফায়াৰ" ("Wings of Fire") আৰু "ইগনাইতেড মাইন্দছ্" ("Ignited mind") গ্ৰন্থ দুখন কাৰ ?

উত্তৰ = এ. পি. জে. আব্দুল কালামৰ (A. P. J. Abdul Kalam).

৩১০। 'ৱেক আপ ইণ্ডিয়া' (Weak up India) কোনগৰাকী বিখ্যাত মহিলাৰ দ্বাৰা ৰচিত জাতীয় জাগৰণৰ উদ্দেশ্য ৰচিত গ্ৰন্থ ?

উত্তৰ = এনি বেছান্ত (Annie Besant).

৩১১। কেৰালাৰ ৰাজ্যিক ভাষা কি ?

উত্তৰ = মালায়ালম ।

৩১২। কোনটো ভাষাক ভাৰতৰ সকলো ভাষাৰ জননী বুলি ভবা দেৱভাষা বুলি কোৱা হয় ?

উত্তৰ = সংস্কৃত ভাষাক ।

৩১৩। তামিলনাডুৰ চৰকাৰী ভাষা কি ?

উত্তৰ = তামিল ।

৩১৪। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক হিন্দু ধৰ্মালম্বী লোক ?

উত্তৰ = ৮১.৩ শতাংশ ।

৩১৫। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্ৰম ব্যৱস্থা কি কি ?

উত্তৰ = ব্ৰহ্মচাৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্যাস ।

৩১৬। 'সত্যমেৱ জেয়তে' এই বাক্যশাৰি মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰ = মুণ্ডক উপনিষদৰ ।

৩১৭। বাৰতীয় ইতিহাসত খুবেই চৰ্চিত মহেনঞ্জোদাৰো নগৰখন ক'ত অৱস্থিত আছিল ?

উত্তৰ = সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত আৱস্থিত ।

৩১৮। মগধৰ প্ৰাচীন ভাষা কি ?

উত্তৰ = পালি ভাষা ।

৩১৯। সম্ৰাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধখন কি ?

উত্তৰ = খ্ৰীঃ পূঃ ২৬১ ত হোৱা কলিংগ যুদ্ধ ।

৩২০। 'মহেঞ্জেদাৰো' অৰ্থ কি ?

উত্তৰ = 'মৃতকৰ ঢিপ' বা 'মৃতকৰ ঢিলা' ।

৩২১। আৰ্যসকলৰ আদি বাস্তান ক'ত ?

উত্তৰ = মধ্য এচিয়াত ।

৩২২। পঞ্চ কন্যা পঞ্চ সতী বুলিলে সাধাৰণতে কাক কা বুজোৱা হয় ?
উত্তৰ = অহল্যা, দ্ৰৌপদী, কুন্তি, তাৰা আৰু মন্দোদৰী ।

৩২৩। পঞ্চপল্লব বুলিলে সাধাৰণতে কি বুজোৱা হয় ?

উত্তৰ = আম,. আহঁত-জৰি, বট, ডিমৰু, পলাশ গছৰ পাত ।

৩২৪। 'পঞ্চতীৰ্থ' বুলিলে কোন কেইখন ঠাইক বুজায় ?

উত্তৰ = কুৰুক্ষেত্ৰ, গয়া, গঙ্গা, প্ৰভাস আৰু পুস্কৰ ।

৩২৫। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত 'জন-গন-মন’ প্রথম কেতিয়া আনুষ্ঠানিকভাৱে পৰিবেশন কৰা হৈছিল ?

উত্তৰ = ১৯১১ চনৰ ২৭ ডিচেম্বৰত ।

৩২৬। 'জন-গন-মন’ প্রথম ক’ত আনুষ্ঠানিকভাৱে পৰিবেশন কৰিছিল ?

উত্তৰ = ভাৰতৰ জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত ( ১৯১১ চনত ) ।

৩২৭। 'জন-গন-মন’ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়াৰ পৰা গ্ৰহণ কৰা হয় ?

উত্তৰ = ১৯৫০ চনৰ ২৪ জানুৱাৰীত ।

৩২৮। 'বন্দেমাতম' গীতটো প্রথম কেতিয়া গােৱা হৈছিল ?

উত্তৰ = ১৮৯৬ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত ।

৩২৯। ভাৰতীয় সংবিধানৰ মৌলিক কর্তব্যসমূহ প্রথম কেতিয়া সংশােধন কৰা হয় ?

উত্তৰ = ১৯৭৬ চনৰ ৪২ তম সংশােধনীত ।

৩৩০। মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে কোনে চূড়ান্ত সিদ্ধান্ত লৈছিল ?

উত্তৰ = চৰ্দাৰ বল্লভভাই পেটেলে ।

৩৩১। কেন্দ্রীয় শাসিত ৰাজ্যৰ পৰা লােকসভালৈ কিমানজন সদস্য নির্বাচিত হয় ?

উত্তৰ = ২০ জন ।

৩৩২। নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান ধাৰাত অন্তর্ভুক্ত কৰা হৈছে ?

উত্তৰ = ধাৰা ৩৬ ৰ পৰা ৫১ লৈ ।

৩৩৩। ৰাষ্ট্রৰ নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমানতম সংশােধনীত মৌলিক অধিকাৰ সমূহৰ ওপৰত গৃহীত কৰা হৈছে ?

উত্তৰ = ৪২ তম্ সংশােধনীত ।

৩৩৪। ৰাজ্য গঠনৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত ধৰা হৈছে ?

উত্তৰ = পঞ্চম অধ্যায় ।

৩৩৫। মৌলিক অধিকাৰত অন্তর্নিহিত থকা স্বাধীনতা অধিকাৰ ৬ টা কিমান নম্বৰ ধাৰাত পৰে ?

উত্তৰ = ধাৰা ১৯ ৰ পৰা ২২ লৈ ।

৩৩৬। ভাৰতৰ ৰাষ্ট্র ভাষা কি ?

উত্তৰ = হিন্দী ।

৩৩৭। ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান ?

উত্তৰ = ৭০৫ টা ।

৩৩৮। মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা কি ?

উত্তৰ = মাৰাঠী ।

৩৩৯। কৰ্ণাটকৰ চৰকাৰী ভাষা কি ?

উত্তৰ = কন্নড় ।

৩৪০। হাৰিয়ানাৰ চৰকাৰী ভাষা কি ?

উত্তৰ = হিন্দী ।

৩৪১। পঞ্চামৃত কি ?

উত্তৰ = দৈ, এৱা, ঘিঁউ, মৌ, গুড়-চেনি ।

৩৪২। পঞ্চৰত্ন সাধাৰণতে কি বুজোৱা হয় ?

উত্তৰ = মুকুতা, প্ৰবাল, সোণ, ৰূপ, তাম ।

৩৪৩। আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিচিল ?

উত্তৰ = খ্ৰীঃ পূঃ ৩২৭ ত ।

৩৪৪। সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম নিদৰ্শন ক'ত আৱিস্কাৰ হৈছিল ?

উত্তৰ = পশ্চিম পঞ্জাৱৰ মন্টগমাৰিৰ হৰপ্পাত ।

৩৪৫। পঞ্চ মহাশক্ৰ কি ?

উত্তৰ = আলস্য, নিন্দ্ৰা, জড়তা, ক্ৰোধ, লোভ ।

৩৪৬। দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা গৰাকী কোন ?

উত্তৰ = চুলতানা ৰেজিয়া ।

৩৪৭। কোনজন মোগল সম্ৰাটে বৃদ্ধ পিতাকক বন্দীশালত থৈ সিংহাসনত আৰোহণ কৰিছিল ?

উত্তৰ = ঔৰঙ্গজেৱে ।

৩৪৮। তৈমুৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ মোগল সম্ৰাট কোন আছিল ?

উত্তৰ = নাছিৰুদ্দিন মাহমুদ ছাহ ।                                                                                 

৩৪৯। কোনজন চুলতানৰ ৰাজত্বকালত দিল্লী মুছলমান সংস্কৃতিৰ প্ৰধান কেন্দ্ৰস্থান হৈ পৰিছিল ?

উত্তৰ = গিয়াচউদ্দিন বলবনৰ ।

৩৫০। কোচবংশৰ কোনজন ৰজা আকবৰৰ সমসাময়িক আছিল ?

উত্তৰ = নৰনাৰায়ণ ।

৩৫১। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰ = উমেশচন্দ্ৰ বেনাৰ্জী । (Umesh Chandra Banerjee).

৩৫২। গভৰ্ণৰ জেনেৰেলৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল ?

উত্তৰ = চক্ৰৱৰ্তী ৰাজা গোপালচাৰী ।

৩৫৩। কংগ্ৰেছৰ সভানেত্ৰী পদ অলংকৃত কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী নাম কি ?

উত্তৰ = সৰোজনী নাইডু (Sarojoni Naidu).

৩৫৪। বৃটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয়জন কোন আছিল ?

উত্তৰ = দাদভাই নৌৰাজী । (Dadabhai Naurji).

৩৫৫। আইন অমান্য আন্দোলন কেতিয়া হৈছিল ?

উত্তৰ = ১৯৩০ চনত ।

৩৫৬। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল ?

উত্তৰ = ১৯৪২ চনত ।

৩৫৭। ভাৰত স্বাধীন হোৱাৰ সময়ত ইমলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল ?

উত্তৰ = ৰিচাৰ্ড ক্লিমেন্ট এটলি (Richad Clement Attlee).

৩৫৮। কোনজন গৱৰ্ণৰ জেনেৰেলৰ (Governor General) দিনত ভাৰতত প্ৰথম লোকপিয়ল কৰা হৈছিল ?

উত্তৰ = লৰ্ড মেয়োৰ (Lord Mayo).

৩৫৯। ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ সৰ্বপ্ৰথম ৰাজ্যখন কি ?

উত্তৰ = অন্ধ্ৰ প্ৰদেশ ।

৩৬০। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো বাক্যৰে আৰম্ভ কৰা হৈছে ?

উত্তৰ = 'আমি ভাৰতীয় জনসাধাণে' ('We the people of India').

৩৬১। সংবিধান সভাৰ খচৰা কমিটিত থকা অসমৰ সদস্যজন কোন আছিল ?

উত্তৰ = চৈয়দ মহম্মদ চাদুল্লা (Chaid Mohammad Chadulla).

৩৬২। ৰাজ্য সভা আৰু লোক সভা যুটীয়া অধিৱেশনত কোনে আহ্বান কৰিব পাৰে ?

উত্তৰ = ৰাষ্ট্ৰপতিয়ে (President).

৩৬৩। এখন বিত্ত বিল (Finance bill) ক'ত উথাপন কৰিব পাৰি ?

উত্তৰ = লোকসভাত

৩৬৪। "মহিলাৰ বাবে ৰাষ্ট্ৰীয় যথানুপাত আঁচনি"কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ = ১৯৮৮ চনত ।

৩৬৫। ভাৰতৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীন হ'বলৈ ব্যক্তিজনৰ নিম্নতম বয়স কিমান হ'ব লাগিব ?

উত্তৰ = ৩৫ বছৰ ।

৩৬৭। সংসদৰ কোনখন সদনক জনসাধাৰণৰ সদন বুলি জনা যায় ?

উত্তৰ = লোকসভাক ।

৩৬৮। ৰাজ্য সভাৰ সদস্য এজনৰ নিম্নতম বয়স কিমান ?

উত্তৰ = ৩০ বছৰ ।

৩৬৯। ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নিৰ্বাচিত হয় ? উত্তৰ = উত্তৰ প্ৰদেশ ।

৩৭০। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?

উত্তৰ = ৬৫ ।

৩৭১। কোন চনত চৰকাৰী আইন গঠন কৰা হৈছিল ?

উত্তৰ = ১৯৮৩ চনত ।

৩৭২। জনতা দল কেতিয়া গঠন কৰা হয় ?

উত্তৰ = ১৯৭৭ চনত ভাৰতীয় লোকদল, সাংগঠনিক কংগ্ৰেছ, ভাৰতীয় জনসংঘৰ আৰু সমাজবাদী দলৰ নেতৃবৃন্দই একত্ৰিত হৈ জনতা দল গঠন কৰে ।

৩৭৩। ভাৰতীয় জনসংঘ কিমান চনত গঠন কৰা হৈছিল ?

উত্তৰ = ১৯৫১ চনত ।

৩৭৪। ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি কোন ?

উত্তৰ = সৰোজনী নাইডু ।

৩৭৫। ভাৰতৰ সাম্যবাদী দল ( মাৰ্ক্সবাদ-লেনিবাদ) CPI (ML) কেতিয়া জন্ম হয় ?

উত্তৰ= ১৯৬৯ চনত ।

৩৭৬। ভাৰতৰ বর্তমান সাক্ষৰতাৰ হাৰ কিমান ?

উত্তৰ= ৭৪.০৪ % ( ২০১১ চনৰ লােকপিয়ল অনুসৰি ) ।

৩৭৭। ২০১১ চনৰ লোেক পয়ল অনুসৰি ভাৰতৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান ?

উত্তৰ= ৮২.১৪ % ।

৩৭৮। ২০১১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ মহিলাৰ সাক্ষৰতৰ হাৰ কিমান ?

উত্তৰ= ৬৫ , ৪৬ % ।

৩৭৯। ২০১১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ শিক্ষিত হাৰ আটাইতকৈ বেছি ?

উত্তৰ= কেৰালা ( ৯৩.৯১ % ) ।

৩৮০। ২০১১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ শিক্ষিত হাৰ আটাইতকৈ কম ?

উত্তৰ= বিহাৰ ( ৬৩,৮২ % ) ।

৩৮২। ভাৰতত আধুনিক শিক্ষাৰ ভেটি কোনে স্থাপন কৰিছিল ?

উত্তৰ= থমাচ বেবিংটন মেকলের প্রতিবেদনৰ ভিত্তিত ভাৰতত আধুনিক শিক্ষাৰ ভেটি স্থাপন হৈছিল ।

৩৮৩। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰথমখন আইন বুলিলে কোনখন আইনক বুজা যায় ?

উত্তৰ= ১৮১৩ চনৰ চাৰ্টাৰ আইন ।

৩৮৪। ভাৰতৰ শিক্ষাৰ ইতিহাসৰ মেগনাকার্টা বা "শিক্ষা চনদ” বুলি অভিহিত কৰা চাৰ চার্লচ উড নামৰ এগৰাকী ইংৰাজী শিক্ষাবিদৰ নির্দেশিত ঘােষণা পত্র কিমান চনত প্রকাশ কৰা হয় ?

উত্তৰ= ১৮৫৪ চনত ।

৩৮৯। ভাৰতৰ প্রথম শিক্ষা আয়ােগখন কোনে গঠন কৰিছিল ?

উত্তৰ= লর্ড কার্জনে ।

৩৯০। লর্ড কার্জনে তেওঁৰ শিক্ষা নীতি কেতিয়া ঘােষণা কৰে ?

উত্তৰ= ১৯০৪ চনৰ ১১ মার্চত ।

৩৯১। ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ?

উত্তৰ= চাৰ উইলিয়াম হান্টাৰ ।

৩৯২। হান্টাৰ আয়ােগ গঠন কেতিয়া কৰা হয় ?

উত্তৰ=১৮৮২ চনৰ ৩ ফেব্ৰুৱাৰীত ।

৩৯৪। মহাৰাস নৃত্য কোন ৰজাৰ প্ৰধান উৎসৱ ?

উত্তৰ= মণিপুৰৰ ।

৩৯৫। ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেলৰ(Television channel) নাম কি ?

উত্তৰ= জি- টি. ভি. ।

৩৯৬। অসমত প্ৰথম দূৰদৰ্শন(Television) কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ= ১৯৮৫ চনত ।

৩৯৭। অসমত সৰ্বপ্ৰথম অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্তাপন কৰা হৈছিল ?

উত্তৰ= ১৯৪৮ চনত ।

৩৯৮। কাবাডি খেল সৰ্বপ্ৰথম ক'ত উৎপত্তি হৈছিল ?

উত্তৰ= ভাৰতত ।

৩৯৯। ভাৰতৰ কোনজন খেলুৱৈক "হকীৰ যাদুকৰ"(The magician of Hockey) বুলা হয় ?

উত্তৰ= ধ্যানচাঁদক ।

৪০০। প্ৰথম এছিয়ান গেমছ (Asian Games) ক'ত হৈছিল ?

উত্তৰ= নতুন দিল্লীত ।

৪০১। ভাৰতীয় ক্ৰিকেটত কাক 'বায়ৰন'(Byron) বুলি কোৱা হয় ?

উত্তৰ= লাল অমৰনাথক ।

৪০২। কোন ভাৰতীয় মহিলাই প্ৰথম আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ( international Football Game) খেলত হেটট্ৰিক অৰ্জন কৰিছিল ?

উত্তৰ= য়ুলাণ্ডা ডিচুজা (Yolanda D'Souza).

৪০৩। শতৰান কাৰি (Centurion) প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ নাম কি ?

উত্তৰ= লাল অমৰ নাথ ।

৪০৪। ২০১২ চনৰ ২৯ছেপ্টেম্বৰত উৎক্ষেপন কৰা ভাৰতৰ আটাইতকৈ গধূৰ কৃত্ৰিম উপগ্ৰহটো নাম কি ?

উত্তৰ= GSAT- 10.

৪০৫। বায়ু (প্ৰদূষণ, প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন কোন চনত প্ৰৱৰ্তন কৰা হয় ?

উত্তৰ= ১৯৮১ চনৰ ১৬ মে' তাৰিখৰ পৰা ।

৪০৬। মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জন কোন ?

উত্তৰ= আচাৰ্য বিনোৱা ভাৱে ।

৪০৭। অসমৰ কোনগৰাকী ব্যক্তিয়ে ২০১২ চনৰ 'পদ্মবিভূষণ'(Padma Vibhushan) বঁটা লাভ কৰে ?

উত্তৰ= ড° ভূপেন হাজৰীকা ।

৪০৮। ২০০৮ চনৰ 'অকাডেমি ৰত্ন'(Academy Gems) বঁটা লাভ কৰা অসমীয়া ব্যক্তিজনৰ নাম কি ?

উত্তৰ= ড° ভূপেন হাজৰীকা।

৪০৯। কোনগৰাকী অসমীয়া ব্যক্তিয়ে ২০০২ চনৰ 'পদ্মশ্ৰী' বঁটা লাভ কৰে ?

উত্তৰ= কথাছবি পৰিচালক তথা নিৰ্মাতা জাহ্নু বৰুৱা ।

৪১০। অশোক চক্ৰ(Asoka Chakra) কি ?

উত্তৰ= অশোক চক্ৰ হ'ল বীৰত্বৰ বাবে প্ৰদান কৰা বঁটা ।

৪১১। OLYMPIC ORDER লাভ কৰা প্ৰথম গৰাকী মহিলা কোন?

উত্তৰ= ইন্দিৰা গান্ধী ।

৪১২। মেন বুকাৰ(Man Booker) লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ?

উত্তৰ= অৰুন্ধতী ৰয় ।

৪১৩। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ (Tennis player) কোন ?

উত্তৰ= বিদ্যুৎ গোস্বোমী ।

৪১৪। একমাত্ৰ সোঁহাতেৰে খেলা খেল প'ল' (Polo) খেলৰ জন্মস্থান ক'ত ?

উত্তৰ= মণিপুৰ ।

৪১৫।ভাৰতীয় চিনেমা জগতৰ প্ৰথম সংগীতকাৰ দুজন কোন কোন ?

উত্তৰ= ফিৰােজাহ মিস্ত্রী আৰু বি. ইৰাণী ।

৪১৬। চলচ্চিত্র জগতৰ সর্বোচ্চ সম্মানীয় বঁটা “অস্কাৰ” বিজয়ী প্রথমগৰাকী ভাৰতীয় কোন ?

উত্তৰ= ভানু আথইয়া (তেওঁ ১৯৮২ চনত গান্ধী ’ ছবিখনৰ কষ্টিউম ডিজাইনৰ বাবে এই বঁটা লাভ কৰে) ।

৪১৭। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল ?

উত্তৰ= দেৱীকা ৰাণী (১৯৬৯ চন) ।

৪১৮। ১৯৫৫ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা হিচাপে স্বর্ণকমল বঁটা লাভ কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম কি ?

উত্তৰ= মাৰাঠী ছবি ‘শ্যামচি আই' ।

৪১৯। গিনীজ বুকত ভাৰতৰ কোনজন কণ্ঠ শিল্পীয়ে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ?

উত্তৰ= কুমাৰ ছানু ।

৪২০। কোনজন শিল্পীয়ে 'নয়া দিন নঈ ৰাত’ চিনেমাখনত নটা বেলেগ বেলে চৰিত্ৰত অভিনয় কৰিছিল ?

উত্তৰ= সঞ্জীৱ কুমাৰে ।

৪২১। ভাৰতত প্ৰথম তথ্যচিত্ৰ মহোৎসৱ ক'ত আৰু কেতিয়া হাছিল ?

উত্তৰ= ১৯৫৮ চনত, মুম্বাইত ।

৪২২। ভাৰতত নিৰ্মাণ হোৱা প্ৰথম ইংৰাজী ছবিখনৰ নাম কি ?

উত্তৰ= নুৰজাহান ।

৪২৩। ভাৰতীয় চিনেমাত কোনে প্ৰথমে নায়িকাৰ অভিনয় কৰে ?

উত্তৰ= চাফুনকে নামৰ এজন পুৰুষে ।

৪২৪। "হয় মাৰু" কি ?

উত্তৰ= ৰাভা সকলৰ প্ৰাচীন বীৰ-বীৰাংগনাসকলৰ স্মৃতি-বিজড়িত গীত অৰ্থাৎ দেৱস্তুতি ।

৪২৫। ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয় ?

উত্তৰ= দাদা চাহেব ফাল্কে অথবা ধনদিৰাজ গোবিন্দ ফাল্কেক ।

৪২৬। ভাৰতৰ প্ৰথম চিনেমা হ'লটো নাম কি ?

উত্তৰ= নভেলটি থিয়েটাৰ, মুম্বাই (Novelthy Theatre, Mumbai).

৪২৭। সৰোদ বজোৱা সামগ্ৰীবিধৰ নাম কি ?

উত্তৰ= মিজৰাৱ ।

৪২৮। মিজোসকলে বাঁহৰ সহায়ত কৰা নৃত্যবিধ কি ?

উত্তৰ= চিৰাও ।

৪২৯। হিকত কোনখন ৰাজ্যৰ জনপ্ৰিয় নিত্য ?

উত্তৰ= জন্মু-কাশ্মীৰৰ ।

৪৩০। অসমৰ মঞ্চকলাৰ পথ প্ৰদৰ্শক গৰাকী কোন ?

উত্তৰ= শ্ৰীশ্ৰী শংকৰদেৱ ।

৪৩১। অসমৰ চাহ জনজাতি সকলৰ প্ৰধান নৃত্যবিধৰ নাম কি ?

উত্তৰ= ঝুমুৰ ।

৪৩২। ওজাপালি নৃত্যবিধ বিশেষকৈ কোনখন ৰাজ্যত প্ৰচলিত ?

উত্তৰ= অসমত ।

৪৩৩। ভাৰতীয় সংগীতৰ আটাইতকৈ পুৰণি ঘাৰাণাটো কি ?

উত্তৰ= গোৱালি ঘৰ ঘাৰাণা ।

৪৩৪। বিখ্যাত 'নবকালবাৰা' কোনখন ৰাজ্যৰ উৎসৱ ?

উত্তৰ= ওড়িশাৰ ।

৪৩৫। কেৰালাৰ ঐতিহ্যপূৰ্ণ ধ্ৰুপদী নৃত্যবিধৰ নাম কি ?

উত্তৰ= কথাকলি ।

৪৩৬। ভাৰতবৰ্ষৰ নাৰী শিক্ষাৰ প্ৰধান সমস্য কি ?

উত্তৰ= অভিভাৱকৰ উদাসীনতা ।

৪৩৭। মাধ্যমিক শিক্ষা আয়োগৰ সভাপতিগৰাকী কোন আছিল ?

উত্তৰ= ড° লক্ষ্মণস্বামী মুডালিয়াৰ ।

৪৩৮। ঋকবেদ ইংৰাজীলৈ কোনে প্ৰথমে অনুবাদ কৰিছিল ?

উত্তৰ= হেৰিছ উইলছনে ।

৪৩৯। ১৮টা সৰ্গত বিভক্ত অশ্বঘোষদ্বাৰা ৰচিত প্ৰথম কাব্যখন কি ?

উত্তৰ= সৌন্দৰানন্দ ।

৪৪০। হিন্দী সাহিত্য জগতৰ অমৰ ধৰ্ম গ্ৰন্থ 'ৰাম চৰিত মানস' কোনে ৰচনা কৰিছিল ?

উত্তৰ= তুলচী দাসে ।

৪৪১। কৰ্ণাটকৰ চৰকাৰী ভাষা কি ?

উত্তৰ= কন্নড় ।

৪৪২। ভাৰতীয় সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষা কেইটা কি কি ?

উত্তৰ= অসমীয়া, বাংলা, হিন্দী, তামিল, তেলেগু, মালায়ালম, গুজৰাটী, মাৰাঠী, উৰিয়া, উৰ্দু, পাঞ্জাৱী, কানাড়া, কাশ্মিৰী, সংস্কৃত, সিন্ধী, মণিপুৰী, লেপালী, বড়ো, কংকনী, ডোগ্ৰী, মৈথিলী, আৰু চাওঁতালী ।

৪৪৩। মিজোৰামৰ মুখ্য ভাষা কি ?

উত্তৰ= মিজো ।

৪৪৪। প্ৰথম অসমীয়া বাতৰি কাকত খনৰ নাম কি ?

উত্তৰ= 'অৰুনোদই'

৪৪৫। ২০০৮ চনত 'দি হোৱাইট পেপাৰ'(The White Paper) গ্ৰন্থৰ বাবে "বুকাৰ"(Booker) বঁটা লাভ কৰা ভাৰতীয় সাহিত্যিক গৰাকী কোন ?

উত্তৰ= অৰবিন্দ আদিগা (Arvind Adiga).

৪৪৬। উত্তৰ প্ৰদেশৰ চৰকাৰী ভাষা কি ?"

উত্তৰ= হিন্দী, (উৰ্দু সহযোগী ভাষা) ।

৪৪৭। কোন প্ৰাচীন ভাৰতীয় ৰজাই গ্ৰীক ৰাজকুমাৰীক বিয়া কৰাইছিল ?

উত্তৰ= চন্দ্ৰগুপ্ত মৌৰ্যই ।

৪৪৮। কুৰুক্ষেত্ৰৰ যুদ্ধ কিমান দিন চলিছিল ?

উত্তৰ= ১৮ দিন ।

৪৪৯। পঞ্চদেৱতা বুলিলে সাধাৰণতে কাক কাক বুজোৱা হয় ?

উত্তৰ= গণেশ, বিষ্ণু, শিৱ, সূৰ্য, আৰু দুৰ্গা ।

৪৫০। দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ= কুতুবুদ্দিন আইবাক ।

৪৫১। চুলতাম মামুদে প্ৰথম কেতিয়া ভাৰবৰ্ষৰত আক্ৰমণ কৰিছিল ?

উত্তৰ= ১০০১ খ্ৰীঃত (তেওঁ মুঠ ১৭ৰ বাৰ আক্ৰমণ কৰিছিল) ।

৪৫২। কোনজন দিল্লীৰ চুলতানে চীন বিজয় কৰিবলৈ তিব্বতলৈ অভিযান চলায় ?

উত্তৰ= মহম্মদ বিন টোগলকে ।

৪৫৩। মোগল সাম্ৰাজ্যৰ সৰ্বশেষ ৰজাজন কোন ?

উত্তৰ= দ্বিতীয় বাহাদুৰ শ্বাহ ।

৪৫৪। দিল্লীৰ কোনজন চুলতানে তামৰ মুদ্ৰা প্ৰচলন কৰিচিল ?

উত্তৰ= মহম্মদ বিন টোগলকে ।

৪৫৫। মহম্মদ বিন টোগলকে কুশাসনৰ ফলত দাক্ষিণাত্যত স্থাপিত হোৱা স্বাধীন ৰাজ্য দুখন কি কি ?

উত্তৰ= বিজয়নগৰ আৰু বাহমণী ৰাজ্য ।

৪৫৬। মোগলৰ শাসন কেতিয়া ভাৰতৰ পৰা ওৰ পৰিছিল ?

উত্তৰ= ১৮৫৭ খৃঃত ।

৪৫৭। তালিকোটৰ যুদ্ধ কিমান চনত হৈছিল ?

উত্তৰ= ১৫৬৫ চনত ।

৪৫৮। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন ?

উত্তৰ= মংগল পাণ্ডে ।

৪৫৯। আৰ্যৰসমাজৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ= স্বামী দয়ানন্দ ৰায়ে ।

৪৬০। ভাৰতৰ শেষৰজন ব্ৰিটিছ ভাইচৰয় কোন আছিল ?

উত্তৰ= লৰ্ড লুই মাইন্টবেটেন (Lord Louis Mountbatten).

৪৬১। ভাষাৰ ভিত্তিত গঠণ সুকীয়া ৰাজ্য বিচাৰি প্ৰথমে কোনে আন্দোলন কৰিছিল ?

উত্তৰ= দক্ষিন ভাৰতৰ তেলেগুভাষী লোকসকলে ।

৪৬২। ভাষাৰ ভিত্তিত গঠণ হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখন কি ?

উত্তৰ= অন্ধ্ৰ প্ৰদেশ ।

৪৬৩। ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল ?

উত্তৰ= ১৯৪২ চনত ।

৪৬৪। ভাৰতৰ ৰাজধানী দিল্লী হ'ব বুলি কোনে কেতিয়া ঘোষণা কৰিছিল ?

উত্তৰ= বৃটিছ সম্ৰাট পঞ্চম জৰ্জে, ইংৰাজী ১৯১১ তনত ঘোষণা কৰিছিল ।

৪৬৫। ভাৰত কেতিয়া ইংৰাজৰ হাতৰ পৰা স্বাধীন হৈছিল ?

উত্তৰ= ১৯৪৭ চনৰক ১৫ আগষ্টত ।

৪৬৬। ভাৰতৰ সংবিদান খন আন কোন দেশৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰ= আয়াৰলেণ্ডৰ সংবিধান, কানাডাৰ সংবিধান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান আৰু বৃটিছ সমবিদান ।

৪৬৭। বৰ্তমান ভাৰতীষ সংবিধানৰ অনুসূচী কিমান ?

উত্তৰ= বাৰ টা ।

৪৬৮। ভাৰতৰ কোনকন ৰাজ্যৰ নিজাববীয়া সংবিধান আছে ?

উত্তৰ= জন্মু আৰু কাশ্মীৰ ৰাজ্য ।

৪৬৯। কিমান দিনৰ ভিৰতৰ ৰাজ্যসভাই বিত্ত বিল এখন অনুমোদন কৰিব লাগে ?

উত্তৰ= ১৪ বিনৰ ভিতৰত ।

৪৭০। আমাৰ মৌলিক অধিকাৰ কেইতা আৰু কি কি ?

উত্তৰ= ৬ টা সেইকেইতা হ'ল--

১) সাম্যৰ অধিকাৰ, ২) স্বাঝধীনতাৰ অধিকাৰ, ৩) শোষণৰ বিৰুদ্ধে প্ৰিতিবাদ কৰাৰ অধিকাৰ, ৪) ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, ৫) সাংস্কৃতিক আৰু শিক্ষামূলক অধিকাৰ, ৬) সাংবিধানিক অধিকাৰ আদি ।

৪৭১। কিমানজন এংলো-ইণ্ডিয়ান (Anglo Indian) প্ৰতিনিধি ভাৰতীয় সংসদত থাকে ?

উত্তৰ= ২ জন ।

৪৭২। ভাৰতৰ নিৰ্বাচন আয়োগৰ সদস্য কিমান ?

উত্তৰ= তিনি জন ।

৪৭৩। ৰাষ্ট্ৰপতীয়ে লোক সভালৈ কিমান জন সদস্য মনোনীত কৰে ?

উত্তৰ= দুই জন ।

৪৭৪। ভাৰতীয় সংবিধানৰ অনুয়ায়ী সংসদৰ নিম্ন সদন লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?

উত্তৰ= ৫৫২ জন ।

৪৭৫। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন সংক্ৰান্তীয় বিবাদ কোনে নিষ্পতি কৰিব পাৰে ?

উত্তৰ= ভাৰতৰ উচ্চতম ন্যয়ালয়ে ।

৪৭৬। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰ= ৫ বছৰ ।

৪৭৭। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ?

উত্তৰ= ৰাষ্ট্ৰপতিয়ে ।

৪৭৮। ভাৰতীয় সংবিধানৰ ৰক্ষক কাক বোলা হয় ?

উত্তৰ= উচ্চতম ন্যায়লক ।

৪৭৯। উচ্চ ন্যায়লয়ৰ ন্যায়ধীশসকলে কিমান বছৰ পূৰ্ণ হ'লে অৱসৰ গ্ৰহণ কৰিব লাগে ? উত্তৰ= ৬২ বছৰ ।

৪৮০। ভাৰতৰ প্ৰথমটো চৰকাৰী নিগমৰ নাম কি আৰু এইটো কোন চনত গঠিত হৈছিল ?

উত্তৰ= দামোদৰ ভেলি ক'ৰপোৰেচন (Damodar Velley Corporation) আৰু এইটো ১৯৪৮ চনত গঠিত হৈছিল ।

৪৮১। উচ্চতম ন্যয়ালয়ৰ ন্যায়ধীশসকলে কাৰ ওচৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰে ?

উত্তৰ= ৰাষ্ট্ৰপতিৰ ওচৰত ।

৪৮২। ভাৰতীয় জনতা পাৰ্টীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ= ১৯৮০ চনত ।

৪৮৩। ভাৰতৰ প্ৰথমগৰাকী মহীলা ৰাষ্ট্ৰপতি কোন ?

উত্তৰ= প্ৰতিভা দেৱীসিং পাটিল (Pratibha Devisingh Patil).

৪৮৪। ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰ= ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (Dr. Sarvapalli Radhakrishnan).

৪৮৫। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰ= ড° ৰাজেন্দ্ৰ প্ৰসাদ (Dr. Rajendra Prasad).

৪৮৬। ভাৰতৰ প্ৰথম জন প্ৰধানমন্ত্ৰীৰ নাম কি ?

উত্তৰ= পণ্ডিত জৱাহৰলাল নেহৰু (Pandit Jawaharlal Nehru).

৪৮৭। দ্ৰাবিড়ল কাজাগম কেতিয়া আৰু কাৰ নেতৃত্বত গঠিত হৈছিল ?

উত্তৰ= ই. ভি. ৰামস্বামী নেইকাৰ (E. V. Ramaswamy Neikar) নেতৃত্বত ১৯৪৪ চনত ।

৪৮৮। ভাৰতবৰ্ষত প্ৰথমে স্থাপন কৰা বেংকটো নাম কি ?

উত্তৰ= বেংক অব্ হিন্দুস্তান (Bank of Hindustan).

৪৮৯। ভাৰতবৰ্ষৰ নাম মুদ্ৰা কি ?

উত্তৰ= টকা ।

৪৯০। ভাৰতবৰ্ষত প্ৰথম বেংটো কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰ= ১৭৭০ চনত ।

৪৯১। NITI আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ= ২০১৫ চনত ।

৪৯২। ভাৰতৰ জাতীয় আয় কমিটি কেতিয়া গঠণ কৰা হৈছিল ?

উত্তৰ= ১৯৪৯ চনত ।

৪৯৩। ভাৰতৰ ঔদ্যোগিক উন্নয়ন বেংক কোন চনত স্থাপন কৰা হৈছিল ?

উত্তৰ= ১৯৬৪ চনত ।

৪৯৪। ঔদ্যোগিক বিত্ত নিগম কোন চনত স্থাপন কৰা হৈছিল ?

উত্তৰ= ১৯৪৮ চনত ।

৪৯৫। পৃথিৱীৰ ভিতৰতে সকলোতকৈ চহকী বক্তি হিচাপে পৰিচিত ভাৰতীয় ব্যক্তিজন কোন ?

উত্তৰ= মুকেশ আম্বানি ।

৪৯৬।অসমৰ মাজেদি যোৱা দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাই পথটোৰ কি ?

উত্তৰ= ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

৪৯৭। কেতিয়া ভাৰতৰ সৰ্বপ্ৰথম ডাকসেৱা প্ৰৱৰ্তন হয় ?

উত্তৰ= ১৮৩৭ চনত ।

৪৮৮। ভাৰতৰ সকলোতকৈ ব্যস্ত ব্মান বন্দৰটো নাম কি ?

উত্তৰ= মুম্বাই বিমান বন্দৰ ।

৪৯৯। ভাৰতৰ প্ৰথম আধুনিক জাহাজখনৰ নাম কি ?

উত্তৰ= জল উষা ।

৫০০। ভাৰতৰ ক'ত সোণৰ খনি আছে ?

উত্তৰ= কৰ্ণাটকৰ 'কোলাৰ' ।


Read More


Type: Hirak Jyoti Bora.