প্ৰয়োগশালাৰ প্ৰায়োগিক কাৰ্য

প্ৰশ্নাৱলী

১। তলত দিয়া মনােবৈজ্ঞানিক অভীক্ষাবােৰ সৰ্জুলিৰ সৈতে সম্পাদন কৰা আৰু সজুলিৰ বৰ্ণনা, কার্য পদ্ধতি আৰু পর্যবেক্ষণ লিখা। 

Conduct psychological experiment with apparatus from the following and write the description of apparatus , procedure and observation. 

(i) মানৱ বেহু শিক্ষণ 

Human maze Learning. 

(ii) মনােযােগৰ প্ৰসাৰ 

Span of Attention 

(iii) বিন্ধন ফলিদ্বাৰা বেহু শিক্ষণ 

Maze Learning by Punch Board Maze. 

(iv) দাপােণ অংকন অভীক্ষা 

Mirror Drawing Test 

(v) প্রচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ আৰু দ্বিপাক্ষিক স্থানান্তৰ 

Trail and Error Learning and Bilateral Transfer. 

২। পুনঃস্মৰণ আৰু প্রত্যাভিজ্ঞাৰ মনােবৈজ্ঞানিক অভীক্ষাটো সম্পাদন কৰা আৰু কার্যপদ্ধতি আৰু পর্যবেক্ষণ লিখা। 

Conduct the psychological experiment of recall and recognition and write the procedure and observation.



Type Himanku Bora