ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

অনুশীলনী

বহু পছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Choice Question)ঃ

১। তলৰ কোনটোৱে ব্যৱসায়িক কার্যৰ বৈশিষ্ট্য বহন নকৰে? (Which of the following does not characterise business activity?) 

(ক) পণ্য আৰু সেৱাৰ উৎপাদন (Production of goods and services) 

(খ) বিপদাশংকাৰ বর্তমান (Presence of risk). 

(গ) পণ্য আৰু সেৱাৰ বিক্ৰী বা বিনিময় (Sale or exchange of goods and services) 

(ঘ) দৰমহা অথবা মজুৰি (Salary or wages)। 

২। উদ্যোগৰ কোনটো বহল শ্ৰেণীয়ে তেল শােধানাগাৰ আৰু চেনিকলক সামৰি লয়? (Which of the broad categories of industries covers oil refinery and sugar mills?) 

(ক) প্রাথমিক উদ্যোগ (Primary) 

(খ) গৌণ উদ্যোগ (Secondary) 

(গ) তৃতীয় শ্রেণীৰ বা সমর্থন সেৱাৰ উদ্যোগ (Tertiary) 

(ঘ) ওপৰৰ কোনােটোৱেই নহয় (None of them)। 

৩। তলৰ কোনটো বেহা-বেপাৰৰ আনুষঙ্গিক হিচাপে শ্রেণীভুক্ত কৰিব নােৱাৰি? (Which of the following cannot be classified as an auxilliary to trade?) 

(ক) খনন (Mining) 

(খ) বীমা (Insurance) 

(গ) পণ্যাগাৰকৰণ (Warehousing) 

(ঘ) পৰিবহণ (Transport)। 

৪। যি পেছাত মানুহে আনৰ বাবে কাম কৰে আৰু প্রতিদানত পাৰিশ্রমিক লাভ কৰে সেই পেছাক জনা যায়— (The occupation in which people work for others and get remunerated in return is known as—) 

(ক) ব্যৱসায় হিচাপে (Business) 

(খ) নিযুক্তি হিচাপে (Employment) 

(গ) বৃত্তি হিচাপে (Profession) 

(ঘ) ওপৰৰ কোনােটোৱেই নহয় (None of them)। 

৫। যি উদ্যোগে আন উদ্যোগলৈ সমর্থনসূচক সেৱা আগবঢ়ায় তাক জনা যায়— (The industries which provide support services to other industries are known as—)

(ক) প্রাথমিক উদ্যোগ হিচাপে (Primary industries) 

(খ) গৌণ উদ্যোগ হিচাপে (Secondary industries) 

(গ) বাণিজ্যিক উদ্যোগ হিচাপে (Commercial industries) 

(ঘ) তৃতীয় শ্রেণীৰ\সমর্থন সেৱাৰ উদ্যোগ হিচাপে (Tertiary industries)। 

৬। তলৰ কোনটোক ব্যৱসায়ৰ এক উদ্দেশ্য হিচাপে শ্রেণীভুক্ত কৰিব নােৱাৰি? (Which of the following cannot be classified as an objective of business? 

(ক) বিনিয়ােগ (Investment) 

(খ) উৎপাদনশীলতা (Productivity) 

(গ) উদ্ভাৱন/অভিনরত্ব (Innovation) 

(ঘ) লাভ অর্জন (Profit earning)। 

৭। যিটো কাৰণত ব্যৱসায়িক বিপদাশংকাৰ উদ্ভৱ নহ'ব পাৰে সি হৈছে— (Business risk is not likely to arise due to) 

(ক) চৰকাৰী নীতিৰ পৰিৱৰ্তন (Changes in government policy) 

(খ) উন্নত পৰিচালনা/ব্যৱস্থাপনা (Good management) 

(গ) কর্মচাৰীৰ অসাধুতা (Employee dishonesty) 

(ঘ) শক্তিৰ যােগান ব্যর্থতা (Power failure)। 

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ 

১। বিভিন্ন ধৰণৰ আর্থিক কার্যবােৰ নিৰূপণ কৰা। (State the different types of economic activities.) 

২। ব্যৱসায়ক কিয় এক আর্থিক কার্য হিচাপে বিবেচনা কৰা হয়? (Why is business considered an economic activity?) 

৩। ব্যৱসায়ৰ ধাৰণা ব্যাখ্যা কৰা। (Explain the concept of business.) 

৪। ব্যৱসায়িক কার্যবােৰক কিদৰে শ্রেণী বিভাগ কৰিবা? (How would you classify business activities?) 

৫। উদ্যোগৰ বিভিন্ন প্রকাৰসমূহ কি কি? (What are various types of industries?) 

৬। যিকোনাে দুটা ব্যৱসায়িক কার্য ব্যাখ্যা কৰা যি বেহা-বেপাৰৰ আনুষঙ্গিক হয়। (Explain any two business activities which re auxiliaries to trade.) 

৭। ব্যৱসায়ত লাভৰ ভূমিকাটো কি? (What is the role of profit in business?) 

৮। ব্যৱসায়িক বিপদাশংকা কি? ইয়াৰ প্ৰকৃতি কি? (What is business risk? What is its nature?) 

দীর্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ 

১। ব্যৱসায়ৰ বিশেষ লক্ষণসমূহ ব্যাখ্যা কৰা। (Explain the characteristics of business.) 

২। ব্যৱসায়ক বৃত্তি আৰু নিযুক্তিৰ সৈতে তুলনা কৰা। (Compare business with profession and employment.) 

৩। বিভিন্ন প্রকাৰৰ উদ্যোগবােৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। (Explain with examples the various types of industries.) 

৪। বাণিজ্যৰ সৈতে সম্পর্কিত কার্যবােৰ ব্যাখ্যা কৰা। (Describe the activities relating to commerce.) 

৫। ব্যৱসায়ক কিয় বহু ৰূপ বিশিষ্ট উদ্দেশ্যৰ প্ৰয়ােজন হয়? এনে উদ্দেশ্যৰ যিকোনাে পাঁচোটা ব্যাখ্যা কৰা। (Why does business need multiple objective? Explain any five such objectives.) 

৬। ব্যৱসায়িক বিপদাশংকাৰ ধাৰণা আৰু ইয়াৰ কাৰণ ব্যাখ্যা কৰা। (Explain the concept of business risk and its causes.) 

৭। এখন ব্যৱসায় যেতিয়া আৰম্ভ কৰা হয় কিবােৰ গুৰুত্বপূর্ণ উপাদান বিবেচনা কৰা হয়? ব্যাখ্যা কৰা। (What factors are important to be considered while starting a business? Explain.)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Type Himanku Bora