চমু পৰিচয়ঃ-

নেলছন মাণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ১৮ জুলাই দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সকি (Transkei) নামৰ ঠাইত। তেখেতৰ পিতৃ নাম হেনৰি গিডলা আৰু মাতৃ নাম নছেকেনি ফেনি মাণ্ডেলাৰ। মাণ্ডেলাৰ আছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বিদ্বেষ বিৰোধী সংগ্ৰামৰ প্ৰখ্যাত নেতা। 


শিক্ষাঃ-

মাণ্ডেলাৰে প্ৰাথমিক শিক্ষা মেথ'ডিষ্ট বর্ডিং স্কুলত লাভ কৰে আৰু তাৰ পাছত মাণ্ডেলাৰে মাধ্যমিক শিক্ষা ব্লেকবেৰী ব’র্ডিং ইনষ্টিটিউটত বিদ্যালয়ত আৰম্ভ কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁৰ ফ'র্ট বিউফ'ৰ্টৰ ৱেছলেইয়ান কলেজত নামভৰ্তি কৰে। জোহান্স       বার্গলৈ মাণ্ডেলাৰে ১৯৪১ চনত  আইন অধ্যয়ন কৰিবলৈ লয়।


কৰ্মজীৱন

১৯৪৪ চনত তেওঁ আফ্ৰিকান নেছনেল কংগ্ৰেছত যোগদান কৰে আৰু ১৯৪৮ চনত চনত শ্বেতাংগৰ শাসকৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁৰ এই সংগ্ৰামৰ কাৰমে শ্বেতাংগ চৰকাৰে নেছনেল কংগ্ৰেছক নিষিদ্ধ ঘোষণা কৰে। কিন্তু নেছনেল মাণ্ডেলাই কৃষ্ণাংগসকলৰ অধিকাৰৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তোলে। ১৯৬২ চনত দক্ষিণ আফ্ৰিকাৰ শ্বেতাংক চৰকাৰে মাণ্ডেলাক গ্ৰেপ্তাৰ কৰি পাঁচ বছৰৰ বাবে কাৰাদণ্ড বিহে, পাছত আকৰ্ষণ কৰে। অৱশেষত বিশ্ব বিভিন্ন দেশৰ সংগঠনৰ প্ৰবল হেঁচাৰ পৰিপেক্ষিতত ১৯৯০ চনত মাণ্ডেলাক বিনাচৰ্তে মুক্তি দিয়ে। মাণ্ডেলাৰ নেতৃত্বতে দক্ষিীণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যবাদৰ অৱসান ঘটে। ইয়াৰ স্বীকৃতিৰূপে তেওঁক ১৯৯০ চনত শান্তিৰ নোবেল বঁটা দিয়া হয়। নিজৰ জীৱন বিপন্ন কৰি আনৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি এইজনা ব্যক্তিয়ে সুখ অনুভৱ কৰিছিল। পৃথিৱীত এনে বহুত ব্যক্তি আছে যিয়ে আনৰ মংগলৰ বাবে কাম কৰি সুখ পায়।

Nayan Jyoti Bordoloi