ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যম/উদ্যোগ

অনুশীলনী

বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Questionbs)ঃ

১। চৰকাৰী কোম্পানী হৈছে যিকোনো এক কোম্পানী, য'ত চৰকাৰে ধাৰণ কৰা আদায়ী মূলধণ (A governmevt company is any company in which the paid up capital held by the government is not less than)

(ক) ৪৯ শতাংশৰ কম লহয় (49 per cent)

(খ) ৫১ শতাংশৰ কম নহয় (51 per cent)

(গ) ৫০ শতাংশৰ কম নহয় (50 per cent)

(ঘ) ২৫ শতাংশৰ কম নহয় 25 per cent)

২। বহুজাতিক নিগমৰ কেন্দ্রীভূত নিয়ন্ত্রণে (Centralised control in MNC's implies control exercised by) 

(ক) শাখাসমূহৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় (Branches) 

(খ) অধীনস্থ কোম্পানিৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় (Subsidiaries) 

(গ) মুখ্য কার্যালয়ৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় (Headquarters) 

(ঘ) সংসদৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় (Parliament) 

৩। ৰাজহুৱা খণ্ডৰ সংস্থাসমূহ (PSE's are organisations owned by) 

(ক) যৌথ হিন্দু পৰিয়ালৰ দ্বাৰা মালিকানাধীন (Joint Hindu family) 

(খ) চৰকাৰৰ দ্বাৰা মালিকানাধীন (Government) 

(গ) বিদেশী কোম্পানীৰ দ্বাৰা মালিকানাধীন (Foreign Companies) 

(ঘ) ব্যক্তিগত উদ্যোগীৰ দ্বাৰা মালিকানাধীন (Private entrepreneurs) 

৪। ৰাজহুৱা খণ্ডৰ ৰুগ্ন গােটসমূহৰ পুনৰগঠন কৰিবলৈ (Reconstruction of sick public sector units is taken up by) 

(ক) বৃহত্তৰ মালিকানাৰ বৈদেশিক শাখাৰ (MOFA) ৰ দ্বাৰা লােৱা হয়। 

(খ) বুজাবুজিৰ চুক্তি (MOU) ৰ দ্বাৰা লােৱা হয়। 

(গ) ঔদ্যোগিক আৰু বিত্তীয় পুনৰগঠন ব’র্ড (BIFR) ৰ দ্বাৰা লােৱা হয়। 

(ঘ) ৰাষ্ট্ৰীয় নৱীকৰণ নিধি (NRF) ৰ দ্বাৰা লােৱা হয়। 

৫। ৰাজহুব্রা খণ্ডৰ উদ্যমত নির্বিনিয়ােগে (Disinvestments of PSE's implies) 

(ক) সাধাৰণ/সমাংশ ব্যক্তিগত খণ্ড/জনগণলৈ অংশ বিক্ৰী কৰা বুজায় (Sale of equity shares to) 

(খ) কাম-কাজ বন্ধ কৰাক বুজায় (Closing down private sector/public operations) 

(গ) নতুন নতুন ক্ষেত্ৰত বিনিয়ােগ কৰা বুজায় (Investing in new areas) 

(ঘ) ৰাজহ্বা খণ্ডৰ প্ৰতিষ্ঠানৰ অংশ ক্ৰয় কৰাক বুজায় (Buying shares PSE's) 

চমু উত্তৰৰ প্রশ্নাৱলী (Short Answer Questions)ঃ

১। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ ধাৰণা ব্যাখ্যা কৰা। (Explain the concept of public sector and private sector.) 

২। ব্যক্তিগত খণ্ডত বিভিন্ন প্রকাৰৰ সংগঠনসমূহ উল্লেখ কৰা। (State the various types of organisations in the private sector.) 

৩। ৰাজহুৱা খণ্ডৰ অধীনলৈ অহা বিভিন্ন সংগঠনবােৰ কি কি? (What are the different kinds of organisations that come under the public) 

৪। ৰাজহুৱা খণ্ডৰ অধীনৰ কেতবােৰ সংস্থা/উদ্যমৰ নামৰ তালিকা প্রস্তুত কৰা আৰু সেইবােৰ শ্রেণীভুক্ত কৰা। (List the names of some enterprises under the public sector and classify them.) 

৫। ৰাজহুৱা খণ্ডত আন প্ৰকাৰবােৰতকৈ চৰকাৰী কোম্পানী ৰূপৰ সংগঠনক কিয় অগ্রাধিকাৰ প্ৰদান কৰা হয়? (Why is the government company form of Organisation preferred to other types in the public sector?) 

৬। চৰকাৰে দেশত কিদৰে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰে? (How does the government maintain a regional balance in the country?) 

দীর্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ 

১। ৰাজহুৱা খণ্ডৰ প্রতি ১৯৯১ চনৰ ঔদ্যোগিক নীতি বর্ণনা কৰা। (Describe the Industrial Policy 1991, towards the public sector.) 

২। ১৯৯১ চনৰ আগেয়ে ৰাজহুৱা খণ্ডৰ ভূমিকা কি আছিল? (What was the role of the public sector before 1991?) 

৩। লাভ আৰু দক্ষতা সন্দৰ্ভত ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে ব্যক্তিগত খণ্ডৰ কোম্পানীৰ সৈতে প্রতিযােগিতা কৰিব পাৰেনে? তােমাৰ উত্তৰত কাৰণ দর্শোৱা। (Can the public sector companies compete with the private sector in terms of profits and efficiency? Give reasons for your answer.) 

৪। গােলকীয় উদ্যমবােৰক আন ব্যৱসায় সংগঠনবােৰতকৈ কিয় শ্রেষ্ঠ উৎকৃষ্ট বুলি বিবেচনা কৰা হয়। (Why are global enterprises considered superior to other business organisations?) 

৫। যৌথ উদ্যোগত প্রৱেশ কৰাৰ উপকাৰসমূহ কি কি? (What are the benefits of entering into joint ventures?)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)














Type Himanku Bora