জাতীয়তাবাদৰ জাগৰণ আৰু শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱ 

(Rise of Nationalism and on Education) 


 (i) অতি চমু উত্তৰৰ প্ৰশ্ন (Answers of short Question) 

১। লর্ড কার্জন কোন চনত ভাৰতবৰ্ষলৈ আহিছিল?

In which year Lord Curzon came to India?

উত্তৰঃ


২। চিমলা সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল? 

In which year Simla Education Conference was held?

উত্তৰঃ


৩। ১৯১০ চনত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বিলখন কোনে উত্থাপন কৰিছিল? 

Who raised the Compulsory Primary education Bill in 1910?

উত্তৰঃ


৪। গোখলেৰ শিক্ষাবিলৰ প্ৰধান উদ্দেশ্য কি আছিল?

What is the main objective of Gokhale Bill?

উত্তৰঃ


৫। কলিকতা বিশ্ববিদ্যালয় আয়োগ ১৯১৭ ৰ আন এটা নাম কি? 

What is the other name of Calcutta University Commission 1917? 

উত্তৰঃ


৬। ঢেডলাৰ আয়োগৰ সভাপতি কোন আছিল?

Who was Chairman of Sadler Commission?

উত্তৰঃ


৭। কলিকতা বিশ্ববিদ্যালয় আয়োগক কিয় নিযুক্তি দিয়া হৈছিল ? 

Why Calcutta University Commission was appointed? 

উত্তৰঃ


৮। অসমৰ প্ৰথম প্রাথমিক শিক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? 

In which year the first Primary Education Act of Assam was introduced?

উত্তৰঃ


৯। ১৯০৫ চনৰ ভাৰতৰ জাতীয় কংগ্ৰেছ মহাসভাৰ অধ্যক্ষ কোন আছিল? 

Who was the chairman of Indian National Congress in 19057

উত্তৰঃ


১০। কেন্দ্রীয় কৃষি গৱেষণা সংস্থা কোনে স্থাপন কৰিছিল? 

Who established National Agricultural Research Institute?

উত্তৰঃ


(ii) চমু উত্তৰৰ প্ৰশ্ন (Answers of short Question)

১। প্রাথমিক শিক্ষা সম্বন্ধে লর্ড কার্জনৰ চাৰিটা পৰামৰ্শ উল্লেখ কৰা। 

Mention four suggestions of Lord Curzon regarding Primary Education.

উত্তৰঃ


২। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত লর্ড কার্জনৰ শিক্ষানীতি দুটা উল্লেখ কৰা। 

Mention two educational Policy of Lord Curzon regarding Secondary Edu cation.

উত্তৰঃ


৩। বিশ্ববিদ্যালয় শিক্ষা আয়োগ ১৯০২ক নিয়োগ কৰাৰ কাৰণ লিখা।

Write the reasons of appointing University education Commission of 1902. 

উত্তৰঃ


৪। ১৯০২ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ দুটা উদ্দেশ্য লিখা। 

Write two objectives of University education commission 1902. 

উত্তৰঃ


৫। ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ মতে উচ্চ শিক্ষাৰ আসোঁৱাহ লিখা। 

Write the defects of higher education according to University Act of 1904.

উত্তৰঃ


৬। গোখলেৰ শিক্ষাবিলৰ প্ৰধান প্ৰস্তাৱসমূহ লিখা। 

Write the major clauses of Gokhale's education Bill.

উত্তৰঃ


৭। গোখলেৰ শিক্ষাবিল অগ্রাহ্য হোৱাৰ কাৰণ লিখা।

Write the reasons of rejection of Gokhale's education Bill. 

উত্তৰঃ


৮। ১৯২৬ চনৰ অসম প্রাথমিক শিক্ষা আইনৰ চাৰিটা মূল চৰ্ত উল্লেখ কৰা।

Write four major clauses of Assam Primary Education Act, of 1926. 

উত্তৰঃ


৯। অসম প্রাথমিক শিক্ষা আইন ১৯২৬ ব্যর্থ হোৱাৰ চাৰিটা কাৰণ লিখা। 

Write four causes of failure of Assam Primary education Act. 1926.

উত্তৰঃ


১০। কলিকতা বিশ্ববিদ্যালয় আয়োগ ১৯১৭ ক কিয় নিয়োগ কৰা হৈছিল?

Why Calcutta University Commission was appointed?

উত্তৰঃ


১১। শৈক্ষিক পৰিষদৰ কাৰ্য কি?

What is the functions of educational council?

উত্তৰঃ


১২। কলিকতা বিশ্ববিদ্যালয় আয়োগৰ পাঁচটা সফলতা লিখা। 

Write five merits of Calcutta University Commission.

উত্তৰঃ


১৩। কলিকতা বিশ্ববিদ্যালয় আয়োগৰ পাঁচটা দুৰ্বলতা লিখা। 

Write five demerits of Calcutta University Commission.

উত্তৰঃ


(iii) দীঘল উত্তৰৰ প্ৰশ্ন (Answers of Long question)

১। প্রাথমিক শিক্ষা সম্বন্ধে লর্ড কার্জনৰ শিক্ষানীতি আলোচনা কৰা। 

Discuss the educational Policy of Lord Curzon with reference to Primary education.

উত্তৰঃ


২। ভাৰতবৰ্ষত প্ৰথমিক শিক্ষা সম্বন্ধে লর্ড কার্জনৰ গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ চমুকৈ লিখা। 

Write briefly the important suggestions given by Lord Curzon regarding Primary education in India.

উত্তৰঃ


৩। মাধ্যমিক শিক্ষা সম্বন্ধে লর্ড কার্জনৰ শিক্ষানীতি আলোচনা কৰা।

 Discuss the eudcational Policy of Lord Curzon with reference to Secondary education.

উত্তৰঃ


৪। উচ্চ শিক্ষা সম্বন্ধে লর্ড কার্জনৰ শিক্ষানীতি আলোচনা কৰা। 

Discuss the educational Policy of Lord Curzon with reference to higher education.

উত্তৰঃ


৫। ভাৰতীয় শিক্ষালৈ লৰ্ড কাৰ্জনৰ অৱদান চমুকৈ আলোচনা কৰা।

Discuss briefly on Contribution of Lord Curzon to Indian Education.

উত্তৰঃ


৬। ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ ব্যৱস্থাসমূহ কি কি?

What are the Provisions of the University Act of 1904? 

উত্তৰঃ


৭। “শিক্ষাৰ প্ৰত্যেকটো দিশকে লর্ড কার্জনে স্পৰ্শ কৰিছিল আৰু ইয়াৰ সংস্কাৰ সাধন কৰিছিল” __এই বাক্যষাৰি আলোচনা কৰা। 

"Lord Curzon has touched every branch of education and reformed them." - Discuss the statement.

উত্তৰঃ


৮। ১৯০২ চনৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগৰ ব্যৱস্থাসমূহ কি কি? 

What are the provisions the University Education Commission of 1902?

উত্তৰঃ


৯। ১৯১০ৰ পৰা ১৯১২ চনৰ ভিতৰত প্ৰাথমিক শিক্ষাক বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ গোখলেৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা। 

Discuss the attempt made by Gokhale for the introduction of free and compulsory primary education within the period of 1910 to 1912. 

উত্তৰঃ


১০। কিয় গোখলেৰ বিলখন অগ্রাহ্য কৰা হৈছিল। আলোচনা কৰা। 

Why Gokhale's Bill was rejected? Discuss.

উত্তৰঃ


১১। গোখলে বিলৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা।

Briefly discuss about impact of Gokhale's Bill.

উত্তৰঃ


১২। ১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইনৰ ব্যৱস্থাসমূহ আলোচনা কৰা। 

Discuss the Provision of Primary Education Act of Assam 1926.

উত্তৰঃ


১৩। কিয় ১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইনখন অসমৰ কোনো ঠাইতে কার্যকৰী হোৱা নাছিল?

Why was the Primary education Act of Assam 1926 not implemented any where in Assam?

উত্তৰঃ


১৪। কলিকতা বিশ্ববিদ্যালয় আয়োগৰ মূল পৰামৰ্শসমূহ কি আছিল? চমুকৈ আলোচনা কৰা। 

What were the main recommendations of the Calcutta University Commission? Discuss briefly.

উত্তৰঃ


১৫। তলৰ বিষয়সমূহৰ ওপৰত চেদলাৰ আয়োগৰ পৰামৰ্শ লিখা___

Write recommendations of the Sadler Commission on the following topic


(ক) মাধ্যমিক শিক্ষা (Secondary Education) 

উত্তৰঃ


(খ) বিশ্ববিদ্যালয় শিক্ষা (University Education)

উত্তৰঃ


(গ) নাৰী শিক্ষা (Women education)

উত্তৰঃ


(ঘ) কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা (Technical and Vocational Education)

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Question Type By- Maiur Rani Kashyap