Chapter 7

অধ্য়ায় ৭

Sri Surya Pahar

(শ্ৰী সূৰ্য্য পাহাৰ)

Comprehension:
(বোধগম্যতা:)

1. Answer the following questions in complete sentences:

প্ৰশ্ন সমূহৰ সম্পূৰ্ণ ভাবে উত্তৰ দিয়া:

a. Which historical place does Rajarshi tell about?

ৰাজৰ্ষিয়ে কোন খন ঐতিহাসিক ঠাইৰ কথা ক'লে?

Ans: Rajarshi tells about Tezpur.

ৰাজৰ্ষিয়ে তেজপুৰৰ কথা ক'লে।

b. Where did Jeetu go with his parents last year?

জিতু যোৱা বছৰ তাৰ মাক দেউতাকৰ লগত কলৈ গৈছিল?

Ans: Jeetu went to Sri Surya Pahar last year with his parents.

জিতু তাৰ মাক দেউতাকৰ লগত যোৱা বছৰ শ্ৰী সূৰ্য্য পাহাৰলৈ গৈছিল।

c. Where is Surya Pahar located?

সূৰ্য্য পাহাৰ কত অৱস্থিত?

Ans: Surya Pahar is located 12k.m southeast of Goalpara town.

সূৰ্য্য পাহাৰ গোৱালপাৰা টাউন ৰ পৰা ১২ কি. ম. দক্ষিণপূব ত অৱস্থিত।

d. Who engraved the Shiva Lingas at Sri Surya Pahar? 

শ্ৰী সূৰ্য্য পাহাৰত শিৱ লিঙ্গ কোনে খণ্ডিত কৰিছিল?

Ans: The Shiva Lingas at Sri Surya Pahar was engraved by Vyasa.

শ্ৰী সূৰ্য্য পাহাৰত শিৱ লিঙ্গ ব্যাস এ খণ্ডিত কৰিছিল।

e. Who mentioned about the Sri Surya Pahar in his writings?

কোনে তেওঁৰ লিখনিত শ্ৰী সূৰ্য্য পাহাৰৰ কথা উল্লেখ কৰিছিল?

Ans: Hsuan Tsang mentioned about the Sri Surya Pahar in his writings.

হিউৱেন চাঙে তেওঁৰ লিখনিত শ্ৰী সূৰ্য্য পাহাৰৰ কথা উল্লেখ কৰিছিল। 

2. Write briefly about the historical importance of Sri Surya Pahar.

শ্ৰী সূৰ্য্য পাহাৰৰ ঐতিহাসিক গুৰুত্বৰ সম্পৰ্কে চমুকৈ লিখা।

Ans: The historical importance of Sri Surya Pahar are- 

 শ্ৰীসূৰ্য্য পাহাৰৰ ঐতিহাসিক গুৰুত্বসমূহ হ’ল-

i) Sri Surya Pahar is filled with Shiva Lingas.

i) শ্ৰীসূৰ্য পাহাৰ শিৱলিংগেৰে পৰিপূৰ্ণ।

ii) 99999 Shiva Lingas were engraved by Vyasa in order to build second Kashi.

ii) দ্বিতীয় কাশী নিৰ্মাণৰ উদ্দেশ্যে ব্যাসে ৯৯৯৯৯ টা শিৱ লিংগ খোদিত কৰিছিল।

iii) There is also a Shiva temple.

iii) শিৱ মন্দিৰো আছে।

iv) Hsuan Tsang also mentioned about this place in his writings.

iv) Hsuan Tsang য়েও তেওঁৰ লেখাত এই স্থানৰ বিষয়ে উল্লেখ কৰিছে।

v) There is a natural cave with Jain carvings.

v) জৈনৰ খোদিত থকা এখন প্ৰাকৃতিক গুহা আছে।

vi) There are 25 stupas of different shapes.

vi) বিভিন্ন আকৃতিৰ ২৫ টা স্তুপ আছে।

3. Fill in the blanks:

(খালী ঠাই পুৰুৱা:)

a) Some relics belonging to Buddhism and Jainism are also there.

বৌদ্ধ ও জৈন ধৰ্ম সম্পৰ্কিত কিছু ধ্বংসাবশেষও আছে।

b) There are 25 stupas of different shapes at Sri Surya Pahar.

শ্ৰী সূৰ্য্য পাহাৰত বিভিন্ন আকাৰৰ ২৫ টা স্তুপ আছে।

c) Naranarayan Setu is about 27.7 kilometres from Sri Surya Pahar.

নৰনাৰায়ণ সেতু শ্ৰী সূৰ্য্য পাহাৰৰ পৰা প্ৰায় ২৭.৭ কিলোমিটাৰ দূৰত।

\d) The site of Sri Surya Pahar was perhaps associated with the cult of sun worship.

শ্ৰী সূৰ্য্য পাহাৰৰ ঠাই খন সম্ভৱ সূৰ্য্য উপাসনাৰ ধৰ্মৰ লগত জৰিত আছিল।

e) Jeetu shows Mini and Rajarshi some photographs of Sri Surya Pahar.

জিটোৱে মিনি আৰু ৰাজৰ্ষিক শ্ৰী সূৰ্য্য পাহাৰৰ দুখনমান ছবি দেখুৱালে।

Grammar and usage:

Adverb ( বিশেষণ )

An adverb modifies anything except a Noun or a Pronoun

এটা বিশেষণ বিশেষ্য বা বিশেষ্য ব্যতীত অন্য কোনো কাৰোবাক পৰিবৰ্তন কৰে।

Examples:( উদাহৰণ )

1) Namita runs slowly (the adverb "slowly" modifies the verb "runs")

নামিতা লাহে লাহে দৌৰিছে ( ক্ৰিয়া পদ "slowly" এ ক্ৰিয়া "run" ক সংশোধন কৰে)

2) she is a very beautiful girl (the adverb "very" modifies the adjective "beautiful")

তেওঁ এগৰাকী খুব ধুনীয়া ছোৱালী ( বিশেষণ "Very" এ বিশেষ্য "beautiful" ক পৰিবৰ্তন কৰে)

3. She sings very sweetly ( the adverb "very" modifies the adverb "sweetly")

তাই খুৱ মিঠা কৈ গাইছে ( ক্ৰিয়া বিশেষ "Very" এ ক্ৰিয়া বিশেষ "sweetly" ক পৰিবৰ্তন কৰে)

4. The bird flew exactly over our head (the adverb "exactly" modifies the preposition "over" )

চৰাই টো ঠিক আমাৰ মূৰৰ উপৰেদি উৰি গ'ল (ক্ৰিয়া বিশেষ "exactly" এ প্ৰেপচিচন "over" ক পৰিবৰ্তন কৰে) 

5. I like her simply because she is friendly (the adverb "simply" modifies the conjunction "because")

মোৰ তাইক ভাল লাগে কাৰণ তাই বন্ধুত্বপূৰ্ণ ( বিশেষ্য "simply" এ "because" ৰ সংযোগ পৰিবৰ্তন কৰে) 

Kinds of Adverb( বিশেষণৰ প্ৰকাৰ )

1. Adverb of place : Adverb of place shows where an action is done. 

স্থান বিশেষণ : স্থান ক্ৰিয়া পদে যিকোনো জেগাৰ ক্ৰিয়া হৈ যোৱা দেখুৱাই। 

Example: The boys are playing outside.

উদাহৰণ: ল'ৰা বোৰে বাহিৰত খেলি আছে।

 (Some more examples- here, there, inside, near, everywhere etc.) 

(কিছু আৰু উদাহৰণ: ইয়াত, তাত, ভিতৰত, ওচৰত, সকলোতে ইত্যাদি) 

2. Adverb of time: Adverb of time show when an action takes place.

সময়ৰ ক্ৰিয়া বিশেষণ: কোনো ক্ৰিয়া সংঘটিত হোৱাৰ সময়, সময় ক্ৰিয়া বিশেষণ দেখুৱাই।

Example: Bipul came here yesterday.( উদাহৰণ: বিপুল যুৱাকালি ইয়ালৈ আহিছিল।)

(Some more examples- today, already, tomorrow, daily, always, sometimes, regularly, everyday, usually, often, just, seldom, frequently, hardly, rarely, soon, early, etc.) 

(কিছু অন্য উদাহৰণ: আজি, ইতিমধ্যে, কাইলৈ, সদাই, কেতিয়াবা, প্ৰাইয়েই, নিয়মিত, প্ৰতিদিন, সাধাৰণত, খুব কমেই, কেৱল, শীঘ্ৰেই, সোনকালে ইত্যাদি)

3. Adverb of manner: Adverb of manner shows how an action is done.

ক্ৰীয়াপদ বিশেষণ: ক্ৰীয়াপদ বিশেষণ এ দেখুৱাই যে কোনো ক্ৰিয়া কি ভাবে কৰা হয়।

Example: The old man walks slowly.

উদাহৰণ: বৃদ্ধ মানুহ জনে লাহে লাহে খোজ কাঢ়িছে।

(Some more examples: beautifully, fast, quickly, bravely, carefully, hard, well, sweetly etc.)
(কিছু অন্য উদাহৰণ: সুন্দৰ, দ্ৰুত, সাহসী, সাৱধান, শক্ত, ভাল, মিঠা ইত্যাদি) 

4. Adverbs of Number: Adverbs of number show how often an action is done.

সংখ্যাৰ ক্ৰিয়া কলাপ: সংখ্যাৰ ক্ৰিয়া কলাপে দেখুৱাই যে কিমান বাৰ কি ক্ৰিয়া কৰা হয়।

Example: The boy hit the ball twice.

উদাহৰণ: ল'ৰা টোৱে বল টো দুবাৰ মাৰিলে।

(Some more examples: once, thrice) 

(কিছু অন্য উদাহৰণ: এবাৰ, তিনিবাৰ) 

5. Adverbs of Degree: Adverbs of degree show how much or to what extent a thing is done.

৫। ডিগ্ৰীৰ ক্ৰিয়া বিশেষণ: দেখুৱাই যে কোনো কাম কিমান বা কিমান পৰিমাণেৰ লৈকে কৰা হয়।

Example: The book is very interesting.

উদাহৰণ: কিতাপখন বৰ আকৰ্ষণীয়।

(Some more examples: quite, almost, fully, completely, totally, etc.)

(কিছু অন্য উদাহৰণ: প্ৰায়, সম্পূৰ্ণ ইত্যাদি)

6. Interrogative adverbs: interrogative adverbs are those adverbs which introduce a question.

প্ৰশ্ন বুদক ক্ৰিয়া বিশেষণ: যিয়ে কোনো প্ৰশ্নৰ পৰিচয় দিয়ে।

Examples: ( উদাহৰণ )

Where do you live? (তুমি ক'ত থাকা?)

When did he come? ( সি কেতিয়া আহিল?)

How did you do that? ( তুমি সেইটো কেনেকৈ কৰিলা?) 

Why did he go to the police station? ( শি পুলিচ থানালৈ কীয় গৈছিল?) 

Activity 1 কাৰ্য্যসূচী ১)

Find out the adverbs from the following sentences and write their kinds:

তলত দিয়া ক্ৰিয়া বিশেষণ সমূহৰ প্ৰকাৰ বিচাৰি লিখা:

i) The girl sings well.ছোৱালী জনিয়ে ভাল গায়। )

= Adverbs of Manner ( = আচাৰ-ব্যৱহাৰৰ বিভক্তি )

ii) I get up early. ( মই সোনকালে উঠোঁ। )

= Adverbs of Time. ( = সময়ৰ বিভক্তি।)

iii) We often go to the village. ( আমি প্ৰায়েই গাঁৱলৈ যাওঁ।)

= Adverbs of Time. ( = সময়ৰ বিভক্তি।)

iv) She looked for her pen everywhere.

তাই তাইৰ কলম টো সকলোতে বিচাৰি ফুৰিছে।

= Adverbs of Place. ( = স্থানৰ বিভক্তি।)

v) The bird sang sweetly. ( চৰাই টোৱে মিঠা কৈ গাইছে।)

= Adverbs of Manner ( = আচাৰ-ব্যৱহাৰৰ বিভক্তি)

vi) Uncle will come tomorrow. ( খুৰা কাইলৈ আহিব।)

= Adverbs of Time. (= সময়ৰ বিভক্তি।)

vii) The doll is very beautiful. vii) পুতলাটো বৰ ধুনীয়া।)

= Adverbs of Degree ( = ডিগ্ৰীৰ বিভক্তি)

viii) I have already found the answer. মই ইতিমধ্যে উত্তৰটো পাইছো।)

= Adverbs of Time. = সময়ৰ বিভক্তি।) 

Activity 2 কাৰ্য্যসূচী ২ )

Rewrite the sentences by using the adverbs in brackets in their proper position:

ব্ৰেকেত ত দি থোৱা ক্ৰিয়া বিশেষণ সমূহক সিহঁতৰ নিৰ্দিষ্ট ঠাইত বহুৱাই বাক্য কেইটা সম্পূৰ্ণকৈ লিখা: 

i) She goes to the cinema. (Sometimes) ( তাই চিনেমা চাবলৈ যায়। (কেতিয়াবা))

= She goes to the cinema sometimes. ( = তাই কেতিয়াবা চিনেমা চাবলৈ যায়।)

ii)We have finished our homework. (Already)  (আমি আমাৰ হোমৱৰ্ক শেষ কৰিলোঁ।                                                                                    (ইতিমধ্যে))

= We have already finished our homework. ( আমি ইতিমধ্যেই আমাৰ হম ৱৰ্ক শেষ কৰিলোঁ।)

iii) The train has arrived. (Just) (ৰেলখন আহি পালেহি। (মাত্ৰ))

= The train has just arrived. ( ট্ৰেইন খন এইমাত্ৰ আহি পালে।) 

iv) She has not returned home. (Yet)তাই ঘৰলৈ উভতি অহা নাই। (এতিয়ালৈকে))

= She has not returned home yet. ( তাই এতিয়াও ঘৰলৈ ঘূৰি আহি পোৱা নাই।)

v) Mine has completed her project. (Almost) ( মাইনে তাইৰ প্ৰজেক্ট সম্পূৰ্ণ কৰিছে। (প্ৰায়))

= Mina has almost completed her project. ( = মিনাৰ প্ৰজেক্ট প্ৰায় সম্পূৰ্ণ হৈছে।)

vi) My mother drinks a cup of tea in the morning. (Always) 

( vi) মায়ে ৰাতিপুৱা চাহ একাপ খায়। (সদায়))

= My mother always drinks a cup of tea in the morning.

(মোৰ মায়ে সদায় পোৱা এক কাপ চাহ খায়।)

The present perfect continuous tense বৰ্তমান নিখুঁত অবিৰত কাল )

- is used for an action which began at sometime in the past and still continuing.

- এটা কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰা হয় যিটো অতীতৰ কোনোবা এটা সময়ত আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে।

Examples: ( উদাহৰণ )

i) He has been doing this work for two hours.

শি এইটো কাম দুঘণ্টা ধৰি কৰি আছে।

ii) I have been studying in this school since 2012.

 মই এই স্কুল খনত ২০১২ চনৰ পৰা পঢ়ি আছোঁ।

('For' refers to a 'period of time' and 'since' refers to a 'point of time') "For" বুলিলে "সময়ৰ সময়" বুজাই আৰু "since" বুলিলে "সময় সীমা" বুজাই।

iii) I have been reading for five hours. ( মই পাঁচ ঘণ্টা ধৰি পঢ়ি আছোঁ।)

iv) She has been sleeping since 10 p.m তাই দহটা বজাৰ পৰা শুই আছে।)

v) The children have been playing for half an hour. লৰা ছোৱালী বোৰে আধা ঘণ্টা                                                                                               ধৰি খেলি আছে।)

vi) It has been raining since last night. ( যোৱা নিশাৰ পৰা বৰষূণ যাক দি আছে।)

vii) We have been living in this town for ten years.আমি এই চহৰ খনত দহ বছৰ                                                                                                 ধৰি বাস কৰি আছোঁ।)

viii) He has been suffering from fever for five days. ( সি পাঁচ দিনৰ পৰা বেমাৰত ভুগি                                                                                           আছে।)

ix) She has been writing an essay since morning. তাই ৰাতিপুৱাৰ পৰা ৰচনা লিখি আছে।)

x) The crow has been cawing for a long time.( কাউৰী টোৱে বহু সময় ধৰি কা কা কৰি আছে।)

Activity 3কাৰ্য্যসূচী ৩)

Rewrite the sentences using the present perfect continuous tense.

( বৰ্তমান নিখুঁত অবিৰত কাল ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰ লিখা।)

   Present perfect continuous tense ব্যৱহাৰ কৰি বাক্য কেইটা সম্পূৰ্ণ কৈ লিখা।

i) The girl (sing) for an hour. ছোৱালীজনীয়ে এঘণ্টা ধৰি (গান গোৱা)।)

= The girl has been singing for an hour. ( ছোৱালী জনীয়ে এঘণ্টা ধৰি গান গায় আছে।)

ii) We (wait) for you here since noon.আমি ইয়াত দুপৰীয়াৰ পৰা আপোনাৰ বাবে                                                                             (ৰৈ আছো)।)

= We have been waiting for you here since noon. (= আমি ইয়াত দুপৰীয়াৰ পৰা আপোনাৰ                                                                                     বাবে অপেক্ষা কৰি আছো।)

iii) He (swim) in the river for an hour. iii) এঘণ্টা নদীত তেওঁ (সাঁতুৰি থাকে)।)

= He has been swimming in the river for an hour. সি এঘণ্টা ধৰি পুখুৰী টোত সাঁতুৰি                                                                                              আছে।)

iv) Gopal (work) in the field since 7 o' clock. (৭ বজাৰ পৰা গোপাল (কাম) পথাৰত।)

= Gopal has been working in the field since 7 o' clock.

গোপালে 7টা বজাৰ পৰা পথাৰত কাম কৰি আছে।

v) The dog (bark) for twenty minutes. ( কুকুৰটোৱে বিশ মিনিটৰ বাবে (বাকলি) কৰে। )

= The dog has been barking for twenty minutes. ( কুকুৰ টোৱে বিছ মিনিট ধৰি ভুকি আছে।) 

vi) She (play) on the violin for an hour.তাই এঘণ্টা ধৰি ভায়লিনত (বজায়)।)

= She has been playing on the violin for an hour.( তাই এঘণ্টা ধৰি ভিয়লিন বজাই আছে।)

Activity 4 (কাৰ্য্যসূচী ৪)

Fill in the blanks with "since" or "for"  "Since" বা "for" বহোৱাই খালি ঠাই পূৰণ কৰা: 

i) We have been sitting here for one hour. ( আমি ইয়াত এঘণ্টা ধৰি বহি আছোঁ।)

ii) It has been raining heavily since this morning. ( আজি ৰাতিপুৱাৰ পৰা বহুত বৰষূণ                                                                                        দি আছে।)

iii) He has been reading this novel since last Friday.

শি এই উপন্যাস খন যোৱা সুক্ৰবাৰৰ পৰা পঢ়ি আছে।

iv) I have been trying to solve this sum for ten minutes.

মই এই অংক টো দহ মিনিট ধৰি সমাধান কৰিব চেষ্টা কৰি আছোঁ।

v) That book has been lying on the table for three days.

সেই কিতাপ খন তিনি দিন ধৰি টেবুল খনৰ উপৰত পৰি আছে।

Conjunction: ( সংযোগ:)

A conjunction is a word used for joining words or sentences.

   Conjunction এটা শব্দ যিয়ে বহু শব্দ বা বাক্য জোৰা লগাই।

Examples:  উদাহৰণ:)

i) Dipali and Bina are good friends. দীপালী আৰু বিনা ভাল বন্ধু।)

ii) The boy came in and sat down on the chair.(লৰা টো সোমাই আহিল আৰু চকী খনত বহিল।

iii A cat can move slowly and silently. ( মেকুৰী লাহে লাহে আৰু মনে মনে যাব পাৰে।)

iv) Ramen is thin but brave. ( ৰমেন খিন কিন্তু বিৰ।)

v) Do it or go out. কৰা নহলে বাহিৰলৈ যোৱা।)

vi) Study hard or you will fail.ভাল দৰে পঢ়া নহলে তুমি ফেল কৰিবা।)

   (The words, and, but, or are called conjunctions) 

And, but, or আদি বোৰক conjunction বুলি কোৱা হয়।

Activity 5 কাৰ্য্যসূচী ৫)

 Fill in the blanks with and/but/or ( খালী ঠাইবোৰ আৰু/কিন্তু/বা ৰে পূৰণ কৰক ) and/but/or বহুৱাই খালি ঠাই পূৰণ কৰা: 

i) She is fat but not strong. ( তাই শকত কিন্তু মজবুত নহয়।) 

ii) I went to my friend's house and played there. ( মই মোৰ বন্ধুৰ ঘৰলৈ গলোঁ আৰু তাত                                                                                                           খেকিলোঁ।)

iii) Two and two go are four. ( দুই আৰু দুই চাৰি হয়।)

iv) Walk fast or you will miss the school bus.

সোনকালে খোজ কাঢ়া নহবা তুমি স্কুলৰ বাছ খন মিছ কৰি দিবা।

v) Rina is thin but her sister is fat. ( ৰিনা ক্ষীণ কিন্তু তাইৰ বায়েক শকত।)

vi) Mr. Das and Mr. Sarma are friends. ( মিষ্টাৰ দাস আৰু মিষ্টাৰ শৰ্মা বন্ধু।)

vii) They are sad but hopeful. তেওঁলোক দুখি কিন্তু আশাবাদী।)

viii) The teacher entered the classroom and told the students to keep quiet.

শিক্ষক জন ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ সকলক মনে মনে থাকিবলৈ কলে।

Writing activity:লিখাৰ কাৰ্য্যকলাপ:)

Pollution is anything that makes the earth dirty and unhealthy. Land, air and water are all affected by pollution.

প্ৰদুৰ্ষণ এনে এক বস্তু যিয়ে পৃথিৱী খন লেতেৰা আৰু অস্বাস্থ্যকৰ কৰি তোলে। ভূমি, বায়ু আৰু পানী সকলোবোৰ প্ৰদুৰ্শনেৰে দূষিত হয়।

     Water pollution is the most dangerous and the worst form of pollution. It affects the human and animal lives in all aspects. Water is getting polluted through many sources. 

পানী প্ৰদুষণ আটাইতকৈ বিপদজনক আৰু প্ৰদুৰ্ষণৰ সকলোতকৈ বেয়া ৰূপ। ই মানৱ আৰু প্ৰাণী ৰ জীৱনক সমস্ত দিশ ভাবে প্ৰভাৱিত কৰে। পানী বহু মাধ্যমৰ দ্বাৰা দূষিত হৈছে।

       Air pollution is the pollution of the air by smoke and harmful gases. It is harmful to humans, animals and plants. The release of gaseous pollutants from burning fuel of motor vehicles, industrial processes, burning of garbage, etc are contributing to the air pollution. 

বায়ু প্ৰদূষণ এনে এক প্ৰদূষণ যি ধোঁৱা আৰু ক্ষতি কাৰক গেছৰ দ্বাৰা হয়। ই মানৱ, জীৱ জন্তু আৰু গছ গছনিৰ বাবে হানিকাৰক। যান বাহন ৰ তেল জ্বলোৱা, শিল্প প্ৰক্ৰিয়াজাতকৰণ, আৱৰ্জনা জ্বলোৱা মাধ্যমে বায়ু দুষণকাৰীৰ ভূমিকা ৰাখিছে।

      Noise pollution is considered as the environmental pollution caused in the environment by excess level of noise through many sources. Excessive noise is harmful to the health and causes imbalance to the human or animal.

শব্দ দুষণক অনেক উৎসৰ মাধ্যমে অতিৰিক্ত স্তৰৰ শব্দ কৰি পৰিবেশৰ সৃষ্টি পৰিৱেশ দুষণ হিচাপে বিবেচিত কৰা হয়। অতিৰিক্ত শব্দ স্বাস্থ্যৰ পক্ষে ক্ষতি কাৰক আৰু মানৱ বা প্ৰাণী জগতৰ ভাৰসাম্যহীনতা সৃষ্টি কৰে।

        Pollution prevention is a major concern nowadays because of the harmful effects of pollution on our health and on environment. Everybody can contribute to the prevention of pollution. 

আমাৰ স্বাস্থ্য ও পৰিৱেশৰ ওপৰত প্ৰদূষণৰ ক্ষতি কাৰক প্ৰভাৱ বোৰৰ কাৰণে আজিকালি দুষণ ৰোধ এটা বৰ গুৰুত্বৰ কথা। দুষণ ৰোধ কৰিবৰ বাবে প্ৰত্যেকেই অৱদান দিব পাৰে।

Given below are some measures for the prevention of pollution. Read them carefully and fill in the blanks with appropriate words from the box

প্ৰদূষণ প্ৰতিৰোধৰ বাবে কিছুমান ব্যৱস্থা তলত দিয়া হৈছে। সেইবোৰ ভালদৰে পঢ়ি খালী ঠাইখিনি বাকচৰ পৰা উপযুক্ত শব্দৰে পূৰণ কৰক

1. Instead of using cars, we can choose to walk or ride a bicycle whenever possible.

১/ গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি সম্ভৱ হ’লে খোজকাঢ়ি বা চাইকেল চলাবলৈ বাছি ল’ব পাৰো।

2. Plant more trees.

যিমান পাৰি সিমান গছ ৰোৱা।


3. Never throw any harmful materials into water.

কোনো ধৰণৰ ক্ষতি কাৰক উপকৰণ পানীত নেপেলাবা।


4. Do not create loud noise.

অত্যধিক শব্দ নকৰিবা।


5. Do not litter in public places.

জনসাধাৰণৰ ঠাইত আৱৰ্জনা নেপেলাবা।


6. Use dustbins.

দাস্তবিন ব্যৱহাৰ কৰিবা।


7. Industries should strictly follow regulations on pollution control.

কাৰখানা বোৰে দুষণ নিয়ন্ত্ৰণ সম্পৰ্কিত নিয়ন্ত্ৰণ সমূহ কঠোৰ ভাৱে অনুকৰণ কৰা উচিত।


Build up your vocabulary:

1. One who studies heavenly bodies - Astronomer.

যিয়ে স্বৰ্গীয় দেহ অধ্যয়ন কৰে - জ্যোতিৰ্বিদ।


2. One who travels in space - Astronaut.

যিয়ে মহাকাশ ভ্ৰমণ কৰে - মহাকাশচাৰি।


3. One who shoots with bows and arrows - Archer.

যিয়ে ধনু আৰু কাৰ চলাই - ধনুৰ্বিদ।


4. One who belongs to a foreign country- Foreigner.

বিদেশত থকা জন - বিদেশী।


5. One who dies for a noble cause - Martyr.

যিয়ে এক মহৎ উদেদশ্য ৰে মৰে- শ্বহীদ।


6. One who loves one's own country- Patriot.

যিয়ে নিজৰ দেশক ভাল পায় - দেশপ্ৰেমিক।


7. One who journeys to a holy place- Pilgrim.

যিয়ে পবিত্ৰ স্থানলৈ ভ্ৰমণ কৰে - পিলগ্ৰিম।


8. One who is unable to read and write- Illiterate.

যিয়ে পঢ়িব আৰু লিখিব নোৱাৰে - নিৰক্ষৰ।


9. One who studies about birds- Ornithologist.

যি চৰাইৰ সম্পৰ্কে পঢ়ে - পক্ষিবিদ।


10. One who goes on foot- Pedestrian.

যিয়ে খোজ কাঢ়ি যায় - পথচাৰী।


11. One who looks on the bright side of things- Optimist.

যিয়ে বস্তু বোৰৰ উজ্জ্বল দিশটো চাই - আশাবাদী।


12. One who looks on the dark side of things- Pessimist.

যিয়ে বস্তু বোৰৰ অন্ধকাৰ দিশটো চাই - হতাসাবাদী।


13. One who draws maps- Cartographer.

যিয়ে মানচিত্ৰ আঁকে - কৰ্টোগ্ৰাফাৰ ।


14. One who compiles a dictionary- Lexicographer.

যিয়ে এখন অভিধান সংকলন কৰে - লিকক্সোগ্রাফাৰ


15. One who has lost parents- Orphan.

যিয়ে তেওঁৰ মাতৃ পিতৃ হেৰুৱাইছে - অনাথ।


16. One who collects stamps - Philatelist.

স্তাম্প সংগ্রহকাৰী - ফিলিস্টলিস্ট।


17. One who is a specialist in child diseases- Pediatrician.

যি শিশুৰ ৰোগৰ বিশেষজ্ঞ - শিশু বিশেষজ্ঞ।


18. One who voluntarily expresses a willingness to undertake a service- Volunteer.

যিয়ে স্ব ইচ্চাই কোনো পৰিশেৱা গ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰে - স্বেচ্ছাসেবক।



19. One who has a long experience of any occupation- Veteran.

যাৰ যি কোনো পেশাৰ দীৰ্ঘ অভিজ্ঞতা আছে - অভিজ্ঞ। 


20. One who leaves his own country to settle in another- Emigrant.

যিয়ে নিজৰ দেশ এৰি অন্য স্থানত বসতি স্থাপন কৰে - অভিবাসী।


21. One who spends too little- Miser

যিয়ে খুউব কম ব্যয় কৰে - চিপচ।


Mayuri Saikia

M.A. in English