Comprehension
বোধগম্যতা
Answer the following questions in complete sentences.
(নিম্নলিখিত প্ৰশ্নবোৰৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া)
1. What are the little silver fishes doing?
(সৰু ৰূপালী মাছবোৰে কি কৰি আছে?)
Answer:- The little silver fishes are daring to and fro.
সৰু ৰূপালী মাছবোৰ বেগাই ইফালে-সিফালে অহা-যোৱা কৰি আছে।
2. Where do the fish play? (মাছবোৰে ক'ত খেলে?)
Answer:- The fish plates in bright cool water.
মাছে উজ্জ্বল ঠাণ্ডা পানীত খেলে।
3. What does the poet ask the fish?
(কবিয়ে মাছটোক কি সুধিছে?)
Answer:- The poet asks the fish what does he do in the cool water when winter comes.
কবিয়ে মাছটোক সুধিছে যে যেতিয়া শীতকাল আহে , সি ঠাণ্ডা পানীত কি কৰৰ।
4. Find out Four Pairs of rhyming words from the poem?
(কবিতাটোৰ পৰা চাৰিযোৰ শব্দ বিচাৰি উলিওয়া?)
Answer:-
Ans: Fro―go,
Day―play,
Dlen―then,
Passes―fishes.
0 Comments