শিক্ষাত পৰিসংখ্যা বিজ্ঞান আৰু কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপন (Statistics in Education and Measures of Central Tendency)  Chapter 9 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer শিক্ষাত পৰিসংখ্যা বিজ্ঞান আৰু কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপন (Statistics in Education and Measures of Central Tendency)  পাঠটোৰ প্ৰশ্ন-উত্তৰ 


শিক্ষাত পৰিসংখ্যা বিজ্ঞান আৰু কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপন

 (Statistics in Education and Measures of Central Tendency) 


প্রশ্নাৱলী

১। পৰিসংখ্যা বিজ্ঞান কি ? 

What is statistics?

২। পৰিসংখ্যা বিজ্ঞানৰ ধাৰণাটো কি? 

What is the concept of statistics?

৩। “পৰিসংখ্যা বিজ্ঞান” শব্দটো ক'ৰ ক'ৰ পৰা আহিছে?

In which words the word 'statistics' in come?

৪। পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিসমূহ কি কি?

What are the methods of statistical methods?

৫। পৰিসংখ্যা বিজ্ঞানৰ কেতবোৰ বৈশিষ্ট্য লিখা। 

Write some characteristics of statistics.

৬। গড়, মধ্যমা আৰু বহুলকৰ তাৎপৰ্য লিখা। 

Write the significance of mean, median and mode.

৭। কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা। 

What do you mean by measure centrals tendency? Explain with example. 

৮। কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপনবোৰ কি কি?

What are the measures of central tendency?

৯। তলত দিয়া অসমূহিত ৰাশিসমূহৰ গড় নির্ণয় কৰা।

8, 10, 12, 20 আৰু 28 

১০। সমুহিত তথ্যৰ পৰা গাণিতিক গড় নির্ণয় কৰাত সংক্ষিপ্ত পদ্ধতিৰ সূত্ৰটো কি? লিখা । 

Write the formula of Mean of the Group data.

১১। তলত দিয়া অসমূহিত তথ্যৰ পৰা মধ্যমা নিৰ্ণয় কৰা। 

Compute Median from ungruped data.

8, 7, 6, 4, 6, 3, 2

১২। ধৰি লোৱা কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 75 আৰু মধ্যমাও 75। সূত্র প্রয়োগ কৰি বহুলক নিৰ্ণয় কৰা।

১৩। তলত দিয়া বাৰংবাৰ্তা বিভাজন তালিকাৰ গাণিতিক গড় আৰু মধ্যমা নিৰ্ণয় কৰা।

Compute arithmatic mean and median from the following data.


শ্ৰেণী অন্তৰাাল

বাৰংবাৰতা

90-94

2

85-89

2

80-84

5

75-79

3

70-74

8

65-69

4

60-64

2

55-59

3

50-54

1

 

N = 30






১৪। তলত দিয়া তালিকাখনৰ গাণিতিক গড়, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা।

Compute Mean, Median and Mode from the following data.


শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

80-84

6

75-79

4

70-74

8

65-69

10

60-64

8

55-59

6

50-54

2

45-49

4

40-44

2

 

N = 50


১৫। চমুটোকা লিখা :

(ক) মধ্যমা (Median)

(খ) পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ (Uses of Statistics)

(গ) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ  (Measures of Central Tendency)

 (ঘ) শ্ৰেণী-অন্তৰাল (Class)

  (চ)  বহুলক বা ম’ড (Mode)


১৬। অনুমিত পদ্ধতিৰে তলৰ তালিকাৰপৰা গড় নির্ণয় কৰা। 

Compute mean by short method from the following data.


শ্ৰেণী অন্তৰাল

বাৰংবাৰতা

70-74

1

65-69

3

60-64

5

55-59

6

50-54

12

45-49

5

40-44

5

35-39

1

30-34

2

 

N = 40





Question Type: Himashree Bora.