7.3.5  ৰাজ্য় ঃ প্ৰাণী (Animalia)

কোষবেৰহীন সংকোষকেন্দ্ৰীয় কোষেৰে বহুকোষী জীৱবিলাকেই পৰপুষ্ট। এই ৰাজ্য়ৰ বিভিন্ন বিভাগবিলাকৰ বিষয়ে (দফা 7.5ত) আমি পুনৰ আলোচনা কৰিম।



প্ৰশ্নাৱলী

1.  মনেৰা আৰু প্ৰটিষ্টা ৰাজ্য়ৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?
2.  সালোক সংশ্লেষণ সংঘটিত হ'ব পৰা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত এককোষী তুমি কোনটো ৰাজ্য়ত অন্তৰ্ভুক্ত কৰিবা?

3. শ্ৰেণীবিভাজনৰ বৰ্গাণুক্ৰমত একে বৈশিষ্ট্য়সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটা বৰ্গাণুক্ৰমত আটাইতকৈ বেছি সংখ্য়ক জীৱ অন্তৰ্ভুক্ত হয়?


Type:- Bidyut Thakuria

Class 9 G.Science Assam SCERT Book.