7.3.1   ৰাজ্য়   ঃ মনেৰা (Monera)

    এই ৰাজ্য়ত অন্তৰ্গত জীৱবিলাকৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণুসমূহ নথকাৰ উপৰিও সিহঁতৰ দেহ বহুকোষীয় নহয়। আনহাতে, এই জীৱবিলাকৰ অন্য়ান্য় কিছুমান বৈশিষ্ট্য়ৰ বাবে সিহঁতৰ বাবে সিহঁতৰ মাজত অনেক বৈচিত্ৰতা বিৰাজমান। ইয়াৰে কিছুমানৰ কোষবেৰখন থাকে, অন্য় কিছুমানৰ নাথাকে। সি যিয়েই নহওঁক লাগিলে, বহুকোষী জীৱৰ কোষবেৰ থকা বা নথকা বৈশিষ্ট্য়টোতকৈ ই ৰাজ্য়ৰ অন্তৰ্গত জীৱবিলাক বলেগ প্ৰভাৱ পেলাই। এই ৰাজ্যৰ  জীৱবিলাকৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াৰ কোষবেৰ থকা বা নথকা বৈশিষ্ট্য়টোৱে সিহঁতৰ দেহৰ গঠনটোত বেকিছুমানৰ ক্ষেত্ৰত স্বপুষ্ট অৰ্থাৎ নিজৰ আহাৰ নিজেই সংশ্লেষণ কৰি লয় আৰু অন্য় কিছুমানে আনৰ পৰা আহৰণ কৰি লয় অৰ্থাৎ পৰপুষ্ট। এই ৰাজ্য়ৰ অন্তৰ্গত জীৱবিলাক হ'ল一 বেক্টেৰিয়া, নীল সেউজ শেলাই বা চায়ান'  বেক্টেৰিয়া আৰু মাইক্ৰ'প্লাজমা। ইয়াৰে কিছুমান কিছুমান চিত্ৰ一 7.1ত দেখুৱা হৈছে।

মনেৰা




Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria