এতিয়া জোনাকে .... । এতিয়া জোনাকে জুবিনৰ অসমীয়া গান । জুবিন গাৰ্গৰ অসমীয়া গান এতিয়া  জোনাকে । Zubeen Garg Assamese Song Etiya junake | 

এতিয়া জোনাকে..


এতিয়া জোনাকে ন মায়া আনিছে 

এতিয়া ডাৱৰে ন খোলা পাতে 

তুমি অহা বাবেই পোহৰে পাখি মেলে 

সাৰ পালে সপোনে 

এতিয়া জোন জ্বলে মোৰ দুচকুতে 

এতিয়া ফুল ফুলে ৰঙা কলিজাতে 

তুমি কাছা কাষতে মন নদী উপচাই 

মৰমে বুকু শিপাই 


উশাহে-নিশাহে মৰমৰে কণা 

থৌকি-বাথৌ হিয়া 

বাহিৰে-ভিতৰে উমি উমি জ্বলে 

কা্মনাৰে ভৰা তৃষা 

মেঘে মেঘে যেন উতলা যৌৱন 

মেঘে মেঘে যেন উতলা যৌৱন 

বেদনা দূৰ আজি , দুচকু জোনাকি ভৰা ।।


এতিয়া জোনাকে ............।


আকাশে আকাশে জীৱনৰে ৰং 

আজি দেখো হিয়া নাছে 

ফুলে পাত শুনো সপোনৰে সুৰ 

জোনাকো দুকাষে নামে 

এই মধু ক্ষন নভৰে যে মন 

এই মধু ক্ষন নভৰে যে মন 

চোৱা মোৰ দুচকুৰে নিজকে বিচাৰি পাবা ।।