গা  ভৰা বয়সৰ । জুবিনৰ অসমীয়া গান গা ভৰা  বয়সৰ । গা ভৰা বয়সৰ জুবিনৰ  অসমাীয়া  গান। Zubeen Garg Assamese song Ga Bhora  BoyoKhot  | 

গা ভৰা বয়সৰ....... 


গা ভৰা বয়সৰ লজ লগা কথা 

পৰিলে মনত আজিও হাহিঁ উঠা 

কটাৰিৰে  হাত কাটি তোমাক নাপালে মই 

মৰি যাওঁ বুলি তুমি বাৰে বাৰে কোৱা 

গা ভৰা বয়সৰ লাজ লগা কথা 

পৰিলে মনত আজিও হাঁহি উঠা 


সেই জুমি জুমি চোৱা 

এদিন আহি কথা হোৱা 

অ দিনে দিনে বাঢ়ি যোৱা 

মৰম আৰু ভালপোৱা 

এদিন সকলো কথা 

সকলোৱে গম পোৱা 

তুমি নকলে কোনে 

কলে ইহতকে কোৱা 

মই যে কাকো  কোৱাই নাই 

বিদ্যা শপত খাই ভাগৰি পৰা 


সেই দুপৰৰ বেলা 

যৌৱনৰ বাঢ়ি বোকা 

অ দুয়ো মিলি এক হোৱা 

সপোনেৰে বান্ধ খোৱা 

এদিন নেদেখা হলেই 

থাকিব নোৱাৰা হোৱা 

তথাপি আজিও বিষায় 

বুকুখন তোমাকে দেখি  দূৰৰ পৰা বুলো 

বুকুখন তোমাকে দেখি দূৰৰ পৰা বুলো 

বুকুখন তোমাকে  দেখি দূৰৰে পৰা 

গা ভৰা বয়সৰ লাজ লগা কথা... ||