ৰুন জুন নূপুৰে মাতে। জুবিন গাৰ্গৰ অসমীয়া গান ৰুণ জুন নুপুৰে মাতে । ৰুণ জুন নুপুৰে পাতে জুবিনৰ গান । Zubeen Garg Assamese Song Rujun Nupure Mate |        


ৰুন জুন নূপুৰে মাতে 

 

ৰুন জুন নূপুৰে মাতে

কি সাজ, সাজে কুঁহিপাতে

মন মোৰ বলিয়া কৰে

কুহু কুহু কুলিৰ মাতে,

মন মোৰ উৰি যায়,

চমকি, থমকি ৰয়

যৌৱন যমুনাৰ পাৰতে

কিবা ভাবি-গুণি মনতে,

মনত পৰিছে আজি

মন উতলা সুৰ,

ফাগুনৰ মধুৰ বাঁহী

বাজিচিল তাহানি ইয়াতে,

ফাগুন আহিছে

পলাশ বননি শুৱাই

ফুলিছে নাহৰ জকেমকাই

মোৰ মন বননিতে ।