উদ্যমিতা বিকাশ | Entrepreneurship Development | Chapter 13 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Questions | 


অনুশীলনী 

😌 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice question)ঃ--

(১) উদ্যোগীসকলে হাতত লয় (Entrepreneurs undertake)--

(ক) সম্ভাৱনীয় / গণিত বিপদাশংকা (Calculated Risks)

(খ) উচ্চ বিপদাশংকা (High risks)

(গ) নিম্ন বিপদাশংকা (Low risks)

(ঘ) সংযত / সহনীয় আৰু সম্ভাৱনীয় বিপদাশংকা (Moderate and calculated risks)


(২) অৰ্থনীতিত তলৰ কোনটো উদ্যোগীৰ কাৰ্য নহয় ? (In economics, which of the following is not a function of  the entrepreneur ?)

(ক) বিপদাশংকা গ্ৰহণ (Risks-taking)

(খ) উৎপাদনৰ মূলধন আৰু সংগঠনৰ ব্যৱস্থা (Provision of capital and organisation of production)

(গ) উদ্ভাৱন/ অভিনৱত্ব (Innovation)

(ঘ) ব্যৱসায়ৰ দৈনন্দিন পৰিচালনা (Day to day conduct of business)  


(৩) তলৰ কোনটো বিবৃতিয়ে উদ্যোগতা আৰু পৰিচালনাৰ মাজত পাৰ্থক্য স্পষ্ট নকৰে ? (Which of the following statements does not clearly distinguish between entrepreneurship and management ?)

(ক) উদ্যোগীসকলে ব্যৱসায় প্ৰতিষ্ঠা কৰে, পৰিচালকসকলে চলাই নিয়ে । (Entrepreneurrss found the business; managers operate it.)

(খ) উদ্যোগীসকল তেওঁলোকৰ ব্যৱসায়ৰ গৰাকী, পৰিচালকসকল কৰ্মচাৰী । (Entrepreneurs are the owners of their business; managres are employees.)

(গ) উদ্যোগীসকলে লাভ আৰ্জন কৰে, পৰিচালকসকলে দৰমহা আৰ্জন কৰে । (Entrepreneurs earn profits; managers earn salaries)

(ঘ) উদ্যমিতা সকলো কাৰ্যৰ বাবে এবাৰেই কৰা হয়, পৰিচালনা এক ধাৰাবাহিক কাৰ্য । (Entrepreneurship is once for all activity; management is a continuous activity) 


(৪) Kilby ৰ দ্বাৰা চিনাক্ত কৰা উদ্যোগীৰ ভূমিকা আৰু কাৰ্যাৱলীত তলৰ কোনটো 'ৰাজনৈতিক প্ৰশাসনৰ'ৰ দিশ নহয় ? (In the roles and functions of the entrepreneur identified by Kilby, which of the following is not an aspect of 'political administration' ?)

(ক) ৰাজহুৱা আমোলাৰ সৈতে লেনদেন কৰা । (Dealing with public bureaucracy)

(খ) প্ৰতিষ্ঠানৰ পৰিসৰত মানৱ সম্পৰ্ক পৰিচালনা কৰা । (Managing human relations within the firm)

(গ) নতুন উৎপাদন কৌশল আৰু উৎপাদিত দ্ৰব্যৰ সূচনাকৰণ । (Introducing new production techniques and products)

(ঘ) গ্ৰাহক আৰু যোগনিয়াৰ সম্পৰ্ক পৰিচালনা কৰা । (Manaaging customer and supplier relations)


(৫) সফল উদ্যমিতাত সাধাৰণতে তলৰ কোনটো মনোভাৱ সম্পৰ্কিত নহয় ? (Which of the following attitudes is not generally associated with successful entrepreneurship.)

(ক) গৱেষণা আৰু উন্নয়নত বিনিয়োগ কৰা । (Investing in R and D)

(খ) দিনক দিনে ব্যৱসায় জীৱন্ত কৰি তোলা । (Live your business day by day)

(গ) অবিৰতভভাৱে নতুনত্ব/ অভিনৱত্ব আৰু আকস্মিক উদ্ভাৱন কৰা । (Innovate and improvise continually)

(ঘ) গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুসৰি উৎপাদন কৰা । (Produce as per customers' requirements) 


😃 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions)  

(১) 'উদ্যোগী' 'উদ্যমিতা আৰু' 'উদ্যম' বা উদ্যোগ পদবোৰৰ অৰ্থ স্পষ্ট কৰা । (Clarify the meaning of the terms 'e,ntreprel̥,neur', 'entrepreneurship', and 'entreprise',)

(২) উদ্যমিতাক কিয় সৃজণশীল কাৰ্য হিচাপে অভিহিত কৰা হয় । (Why is entrepreneurship regarded as a creative activity ?)

(৩) 'উদ্যোগীসকলে 'সংযত' / 'সহনীয়' বিপদাশংকাৰ প্ৰযত্ন চলায় / কাম হাতত লয়' । বিবৃতিটো বহলাই লিখা । ("Entrepreneurs undretake 'moderate' risks." Elaborate this statement.)


(৪) উদ্যমিতাই কেনেদৰে অৰ্থনৈতিক কাৰ্যৰ বিভিন্নতা আৰু পৰিসৰ বৃদ্ধি কৰণত ফল দেখুৱায় । (How does entrepreneurship result in increasing the spectrum and scope of economic activities ?)

(৫) উদ্যমিতাত সাফল্য লাভৰ প্ৰণোদিতকৰণৰ ভূমিকাৰ চমু বৰ্ণনা দিয়া । (Describe briefly the role of achievement motivation in entrepreneurship.) 


🤨 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions) 

(১) এটা নতুন ব্যৱসায়ৰ আৰম্ভ কৰাত জড়িত পৰ্যায়বোৰ চমুকৈ বৰ্ণনা কৰা । (Describe briefly the steps involved in starting a new business.)

(২) উদ্যমিতা আৰু অৰ্থনৈতিক বিকাশৰ মাজত সম্পৰ্কৰ প্ৰকৃতি পৰীক্ষা কৰা । (Examine the nature of relationship between entrepreneurship and economic development.)

(৩) প্ৰণোদিতকৰণ আৰু সামৰ্থ্যই উদ্যমিতাক এক জীৱিকা / জীৱনো পায় হিচাবে পছন্দ / বাছনি কৰাত ব্যক্তিৰ সিদ্ধান্ত কিদৰে প্ৰভাৱিত কৰে তাক স্পষ্ট কৰা । (Clarify how motivation and abilities impact in individual's decision to choose entrepreneuship as a career.)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Type: Madhushmita Hazarika.