ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ (Business Environment) | Chapter 3 | Class 12 Commerce (Business Studies) | Question And Answer | Class 12 commerce (Business Studies) Solution | Higher Secondery 2nd Year Business Studies Book Notes | HS 2nd Year Business Studies Book Suggestion

ব্যৱসায়/ ব্যৱসায়িক পৰিৱেশ
তৃতীয় অধ্যায়
Business Environment

অনুশীলনী
😀 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice question)ঃ--

(১) তলৰ কোনটোৱে ব্যৱসায় পৰিৱেশৰ বৈশিষ্ট্য ধাৰণ নকৰে ? (Which of the following does not characterise the business environment ?)
(ক) অনিশ্চয়তা (Uncertainty)
(খ) কৰ্মচাৰী (Employees)
(গ) আপেক্ষিকতা (Relativity)
(ঘ) জটিলতা (Complexity)।

(২) তলৰ কোনটো ব্যৱসায় পৰিৱেশৰ গুৰুত্বৰ উত্তম সূচক ? (Which of the following best indicates the importance of business environment ?)
(ক) চিনাক্তকৰণ (Identification)
(খ) কৃতিত্ব/ কাৰ্য সম্পাদন উন্নীতকৰণ (Improvement in performance)
(গ) দ্ৰুত পৰিৱৰ্তনৰ সৈতে মিলি যোৱা (Coping with rapid changes)
(ঘ) এইবোৰৰ সকলো (All of them)।

(৩) তলৰ কোনটো সামাজিক পৰিৱেশৰ এক উদাহৰণ ? (Which of the following is an example of social environment ?)
(ক) অৰ্থনীতিত মুদ্ৰা যোগান (Money supply in the economy)
(খ) উপভোক্তা সুৰক্ষা আইন (Consumer Protection Act)
(গ) দেশৰ সংবিধান (The Constitution of the Country)
(ঘ) পৰিয়ালৰ গাঁথনি (Comkposition of family)।

(৪) উদাৰীকৰণ মানে (Liberalisation means)--
(ক) অৰ্থনীতিসমূহৰ সংহতি (Integration among economies)
(খ) হ্ৰাস পোৱা / কৰা চৰকাৰী নিয়ন্ত্ৰণ আৰু বাধা-নিষেধ (Reduced government controls and restrictions)
(গ) পৰিকল্পিত নিৰ্বিনিয়োগৰ নীতি (Policy of planned disinvestments)
(ঘ) কোনোটোৱেই নহয় (none of them)।

(৫) তলৰ কোনটোৱে ব্যৱসায় আৰু উদ্যোগৰ ওপৰত চৰকাৰী নীতি পৰিৱৰ্তনৰ ব্যাখ্যা নকৰে ? (Which of the following does not explain the impact of Government policy changes on business  and industry ?)
(ক) অধিকতৰ তাগিদাকাৰী গ্ৰাহক (More demanding customers)
(খ) বৰ্দ্ধিত প্ৰতিযোগিতা (Increasing competition)
(গ) কৃষিজাত/ কৃষিসম্বন্ধিত দৰৰ পৰিৱৰ্তন (Change in agricultural prices)
(ঘ) বজাৰ কেন্দ্ৰীকতা/ বজাৰ অভিমুখিতা (Market orientation)।

👉 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions)ঃ--

(১) ব্যৱসায়িক পৰিৱেশ বুলিলে কি বুজা ? (What do you understand by business environment ?)

(২) ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বাবে সিবিলাকৰ পৰিৱেশ উপলব্ধি কৰা কিয় গুৰুত্বপূৰ্ণ ? চমুকৈ ব্যাখ্যা কৰা । (Why it is important for business enterprises to understand their environment ? Explain briefly.)

(৩) ব্যৱসায় পৰিৱেশৰ ভিন্ন পৰিধি / মাত্ৰাসমূহ উল্লেখ কৰা । (Mention the various dimensions of business environment.)।

(৪) তলত দিয়াবোৰ চমুকৈ ব্যাখ্যা কৰা । (Briefly explain the following)ঃ--
(ক) উদাৰীকৰণ (Liberalisation)
(খ) ব্যক্তিগতকৰণ (Privatisation)
(গ) গোলকীকৰণ (Globlisation)।

(৫) ব্যৱসায় আৰু উদ্যোগৰ ওপৰত চৰকাৰী নীতিৰ পৰিৱৰ্তনৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা । (Briefly discuss the impact of Government policy changes on business and industry.)  

👉দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type question)ঃ--

(১) ব্যৱসায়িক পৰিৱেশৰ বৈশিষ্ট কেনেদৰে দাঙি ধৰিবা । উদাহৰণেৰে সৈতে সাধাৰণ আৰু বিশেষ পৰিৱেশৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰা । (How would you characterise business environment ? Explain, with examples, the difference between general and specific environment.)

(২) পৰিৱেশৰ দ্বাৰা ব্যৱসায়ৰ সফলতা তাৎপৰ্যপূৰ্ণভাৱে প্ৰভাৱান্বিত হয় বুলি কিদৰে যুক্তি আগবঢ়াবা । (How would you argue that th esuccess of a business enterprise is significantly influenced by its environment ?)

(৩) উদাহৰণেৰে সৈতে ব্যৱসায়িক পৰিৱেশৰ ভিন ভিন পৰিধি ব্যাখ্যা কৰা । (Explain, with examples, the various dimensions of business environment.)

(৪) ১৯৯১ চনৰ ঔদ্যোগিক নীতিৰ অধীনত চৰকাৰৰ দ্বাৰা কি কি অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰাথমিক আৰম্ভ কৰা গৈছিল ? ব্যৱসায় আৰু উদ্যোগৰ ওপৰত এই পৰিৱৰ্তনবোৰে কি প্ৰভাৱ পেলায় ? (What economic changes were initiated by the Government under the Industrial Policy, 1991 ? What impact have these changes made on business and industry ?)

(৫) (ক) উদাৰীকৰণ, (খ) ব্যক্তিগতকৰণ আৰু (গ) গোলকীকৰণৰ অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ কি কি ? (What are the essential features of (a) Liberalisation, (b) Privatisation and (c) Globalisation ?)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)











 Type: Madhushmita Hazarika