ব্যৱসায়িক সেৱা

অনুশীলনী

A. উপযুক্ত শব্দেৰে খালী ঠাই পূৰ কৰা (Fill in the blanks with an appropriate words)ঃ

1. অধিক হাৰত সুদ লাভ কৰিবৰ বাবে বেংকত ________ হিচাপ খুলিব লাগে। (In order to receive highest rate of interest we should open .............. account in the bank.) 

2. বিভিন্ন স্থানত নিৰাপদে ভ্ৰমণৰ বাবে ________ সুবিধাজনক। (For safe and convenient journey of different places the possession of .............. is helpful.) 

3. বেংক, ভাৰ ড্রাফটৰ ব্যৱস্থাটো ________ হিচাপত পােৱা যায়। (Bank overdraft facility is available only in .............. account.) 

4. ________ হিচাপত মাত্ৰ এবাৰ টকা জমা দিব পাৰি। (In .............. account amount is deposited once. 

5. বীমা চুক্তিত ________ পৃক্ত থাকে। (There are .............. parties in insurance contract.)

6. অগ্নি বীমা পলিচি ________ বছৰৰ বাবে দিয়ে। (Fire insurance policy issued for .............. years.) 

7. এজন ________ বীমা চুক্তি কৰিব নােৱাৰে। (A .............. cannot enter into insurance contract.) 

8. পৰিবহনে ________ উপযােগিতা সৃষ্টি কৰে। (Transport creates .............. utility) 

9. ________ পবিহনেই হৈছে আটাইতকৈ কম খৰছৰ পৰিবহন। ( .............. transport is the cheapest means of transport.) 

Ans: 1. স্থায়ী (Fixed); 2. এ টি এম কার্ড (ATM Card); 3. চলিত (Current); 4. স্থায়ী (Fixed); 5. দুটা (Two); 6. এক (one); 7. নবিালকে (Minor); 8. সময়ৰ (Time); 9. জল (Water). 

B. চমু উত্তৰৰ প্রশ্নাবলী (Short answer type questions)ঃ 

1. সেৱা আৰু বস্তুৰ সংজ্ঞা লিখা। (Define secure and goods.) 

2. ই-বেংকিং কি? ই বেংকিঙৰ সুবিধাবিলাক কি কি? (What is e-banking? What are the advantages of e- banking?) 

3.ব্যৱসায়ৰ সহায়ক হিচাপে টেলিকম সেৱাৰ ওপৰত এটি চমুটোকা প্রস্তুত কৰা। (Write a short note on 

4. বীমাযােগ্য স্বার্থ মানে কি বুজা? (What do you mean by insurable interest?) 

5. পণ্যগাৰকৰণৰ দুটা কার্যাৱলীৰ বিষয়ে 50 টা শব্দৰে উল্লেখ কৰা। (Mention the function of Warehous- ing by 50 words.) 

6. বেংকত খুলিব পৰা বিভিন্ন হিচাপৰ নাম লিখা। ইয়াৰে যিকোনাে এটা হিচাপৰ অৰ্থ লিখা। (Write the name of different account to be opened in a bank. Write the meaning of any one bank account.) 

7. বেংকে কি কি সেৱা আগবঢ়ায়? (What are the service rendered by the bank?) 

8. জীৱন-বীমা আৰু সাধাৰণ বীমাৰ মাজত থকা দুটা পার্থক্যৰ বিষয়ে লিখা। (Write two points of differences between life insurance and general insurance.).

9. সাধাৰণ বীমা কাক বােলে? বিভিন্ন প্ৰকাৰৰ সাধাৰণ বীমাবিলাক কি কি? (What is general insurance? What are the various types of general insurance.) 

10. পাইপ লাইন পৰিবহন মানে কি বুজা? পাইপ লাইন পৰিবহনৰ যােগেদি প্রেৰণ কৰা দুবিধ দ্ৰব্যৰ নাম লিখা। (What is pipeline transport. Name the two product which are carried through the pipe line transport.) 

11. পৰিবহনৰ চাৰিটা উপযােগিতাৰ বিষয়ে লিখা। (Write four advantages of transport.) 

12. পণ্যগাৰে আগবঢ়োৱা সেৱাসমূহ কি কি? (What are the services rendered by the warehouse?) 

C. দীঘলীয়া প্রশ্ন (Long question)ঃ 

1. ব্যৱসায়ত ব্যৱহাৰ কৰা বিভিন্ন সেৱাসমূহ কি কি? পণ্যগাৰে আগবঢ়োৱা সেৱাৰ বৈশিষ্ট্যবােৰ চমুকৈ লিখা। (Where are the various services rendered to the business? Write in short on the sailent feature warehousing) 

2. বাণিজ্য বেংকৰ দুটা কার্যাবলীৰ বিষয়ে ব্যাখ্যা কৰা। (Explain the two functions of commercial banks.) 

3. ভাৰতীয় ডাক বিভাগে আগবঢ়োৱা বিভিন্ন সেৱাসমূহৰ ওপৰত এটি চমুটোকা প্রস্তুত কৰা। (Prepare a short note on the services rendered by the Indian postal department.) 

4. বীমা কি? বীমা কেই প্ৰকাৰৰ? জীৱন বীমাৰ আৱশ্যকতাৰ ওপৰত এটি টোকা লিখা। (What is insurance? What are its type? Write a note on the necessity of life insurance.) 

5. পণ্যগাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে ব্যাখ্যা কৰা। (Explain the service rendered by the warehouse.) 

6. ব্যৱসায়িক সেরা বুলিলে কি বুজা? ব্যৱসায়ে পােৱা সুবিধাসমূহ ব্যাখ্যা কৰা। (What do you mean by business service? Explain the benefits for a business.) 

7. সঞ্চয় জমা আৰু চলিত জমাৰ মাজত থকা পার্থক্যবিলাক কি কি? (What are the differences between the saving bank deposite and current account deposite?) 

8. ই-বেংকিং মানে কি? ই-বেংকিঙৰ সুবিধাসমূহ কি কি? (What is E-banking? What are its advantages?) 

9. ইলেকট্রনিক ব্যৱসায়ৰ অর্থ কি? ইলেকট্রনিক ব্যৱসায়ৰ দ্বাৰা কি কি সুবিধা পােৱা যায়। (What is electronic business? What are the benefits on electronic business?) 

Project/Assignment 

    1. তােমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সেৱাসমূহৰ এখন তালিকা প্রস্তুত কৰা। এনে উল্লেখিত সেৱাসমূহৰ বৈশিষ্ট্যসমূহ নিজৰ ভাব ভাষাৰে লিখা। 

    2. তােমাৰ বাসস্থানৰ ওচৰত থকা এটি বেংকৰ শাখা বাছি লৈ দিনৰ দহ বজাৰ পিছত বেংকলৈ যাবা। শাখাটোৰ মুৰব্বীজনৰ (শাখা পৰিচালকজন) ওচৰত তােমাৰ পৰিচয় দাঙি ধবি শাখাটোত অন্ততঃ দুঘণ্টা থাকিবৰ বাবে অনুমতি ল’বা। তুমি এই সময়ছােৱাত শাখাটোলৈ অহা বিভিন্ন গ্রাহকে বেংকৰ কাউণ্টাৰত থকা প্ৰ-পত্ৰবােৰৰ ওপৰত কেনেকৈ লিখিছে মন কৰা। তুমি কাউণ্টাৰৰ পৰা তেনে প্ৰ-পত্র সংগ্রহ কৰি ভালদৰে পঢ়ি চাবা, তদুপৰি বেংকে ঋণৰ যােগেদি গ্রাহকলৈ আগবঢ়োৱা বিভিন্ন আঁচনি আৰু বেংকত ধন জম বিভিন্ন আচনিৰ সংক্ৰান্তত যি পুস্তিকালিফলেট আছে সিবিলাকৰ একোটা কপি সংগ্রহ কৰিবা। বেংকৰ পৰা ঘৰলৈ ঘুৰি আহি দিনটে। অভিজ্ঞতা আৰু বেংকৰ ধন ঋণৰ আৰু জমা আঁচনিৰ ওপৰত টোকা লিখা। এনে টোকাটো ব্যৱসায় অধ্যয়নৰ প্ৰবভাজনৰ স্থ পৰীক্ষা কৰাবা। এনে টোকাৰ সর্বোচ্চ নম্বৰ বিছ (20)।

Type Himanku Bora


Post ID : DABP003829