প্ৰশ্নাৱলী 

(Questions)


1. What is phenomenology? How is it different from phenomenalism? Discuss.

প্ৰতিভাস বিজ্ঞান কাক বোলে? প্ৰতিভাস বিজ্ঞান প্ৰতিভাসবাদৰ পৰা কেনেদৰে পৃথক? আলোচনা কৰা।

2. Bring out the Salient feature of phenomenology.

প্ৰতিভাস বিজ্ঞানৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ধাৰণ কৰা।

3. Explain the nature and aim of the phenomenological method.

প্ৰতিভাস বিজ্ঞান পদ্ধতিৰ স্বৰূপ আৰু উদ্দেশ্য ব্যাখ্যা কৰা। 

4. What is phenomenology? Explain the phenomenological attitude?

প্ৰতিভাস বিজ্ঞান কি? প্ৰতিভাস বিজ্ঞানৰ দৃষ্টিভংগী ব্যাখ্যা কৰা।

5. Give a general account of phenomenological reduction.

প্ৰতিভাস বিজ্ঞানৰ বিশুদ্ধিকৰণ বা লঘুকৰণ এটি সাধাৰণ বৰ্ণনা দিয়া।

6. Explain Husserl's phenemenological method.

হুছাৰ্লৰ প্ৰতিভাস বিজ্ঞান পদ্ধতিটো ব্যাখ্যা কৰা।

7. What is Epoche? Explain epoche as a phenmenological method. 

ইপোকি কি? প্ৰতিভাস বিজ্ঞান পদ্ধতি হিচাপে ইপোকিৰ বিষয়ে আলোচনা কৰা। 

8. What is bracketing? Discuss.

বন্ধনীকৰণ বুলিলে কি বুজা? আলোচনা কৰা।

9. State briefly what the method of bracketing is.

বন্ধনীকৰণ পদ্ধতিটো কি তাক চমুকৈ উল্লেখ কৰা।

10. Discuss the characteristic features of the phenomenology of Husserl.

হুছাৰ্লৰ প্ৰতিভাস বিজ্ঞানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

11. Explain the method of bracketing of Husserl's phenomenology. 

হুছাৰ্লৰ প্ৰতিভাস বিজ্ঞানৰ বন্ধনীকৰণ পদ্ধতিটো ব্যাখ্যা কৰা।

12. Explain briefly Husserl's concept of intetionality.

হুছাৰ্লৰ বিষয়মূখীনতাৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।

13. What is intentionality of consciousness? Explain.

চেতনাৰ বিষয়মূখীনতা বুলিলে কি বুজা? ব্যাখ্যা কৰা। 

14. Write a critical essay on phenomenology.

প্রতিভাস বিজ্ঞানৰ ওপৰত এটি ৰচনা লিখা।

15. Distinguish between phenomenology and phenomenalism.

প্রতিভাস বিজ্ঞান আৰু প্ৰতিভাসবাদৰ পার্থক্য নির্ণয় কৰা।

16. Expalin phenomenology as a trend of the contemporary Westerrn philosophy. 

সমকালীন পাশ্চাত্য দর্শনৰ এটি অন্যতম ধাৰা হিচাপে প্ৰতিভাস বিজ্ঞানৰ ব্যাখ্যা কৰা।

17. What is reduction? Discuss the different satges of reduction.

বিশুদ্ধিকৰণ বা লঘুকৰণ কি? বিশুদ্ধিকৰণ বা লঘুকৰণৰ বিভিন্ন স্তৰসমূহ আলােচনা কৰা।

18. Give a general outline of phenomenology of Husserl. 

হুছাৰ্লৰ প্রতিভাস বিজ্ঞানৰ এটি সাধাৰণ ৰূপৰেখা প্রদান কৰা।


Short Questions : 

চমু প্রশ্নঃ

1. Who is the father of phenomenology?

প্রতিভাস বিজ্ঞানৰ জনক বা প্রৱর্তক কোন?

2. When and where Husserl was born?

হুছাল ক’ত আৰু কেতিয়া জন্মগ্রহণ কৰিছিল?

3. Name the philosopher by whom Husserl was influenced.

যিগৰাকী দার্শনিকৰ দ্বাৰা হুছার্ল অনুপ্রাণিত হৈছিল সেই দার্শনিক গৰাকীৰ নাম উল্লেখ কৰা।

4. Name any two philosophers who are phenomenologist.

যিকোনাে দুজন প্রতিভাস বিজ্ঞানী দার্শনিকৰ নাম উল্লেখ কৰা।

5. Was Husserl a mathematician?

হুছার্ল এজন গণিতজ্ঞ নে?

6. Name any two books of Husserl.

হুছাৰ্লৰ যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা।

7. Husserl was influenced by--------------- (Fill in the gap)

হুছাৰ্ল অনুপ্ৰাণিত হৈছিল-------------- (খালী ঠাই পুৰণ কৰা) 

8. Name the book which was dedicated to Franz Brentano. 

ফ্ৰেঞ্চ ব্ৰেণ্টানোৰ নামত উচৰ্গিত গ্ৰন্থখনৰ নাম লিখা।

9. Who was the author of 'The philosohy of Arithmatic'? 'The philosophy of Arithmatic' গ্ৰন্থখনৰ লেখক কোন?

10. Who was the author of 'Logical Investigation'? 'Logical Investigation' গ্ৰন্থখনৰ লেখক কোন?

11. Who was the author of 'Ideas'? 'Ideas' গ্ৰন্থখনৰ লেখক কোন?

12. Who was the author Formal and Transcendental Logic”? Formal and Transcendental Logic' গ্রন্থখনৰ লেখক কোন?

13. Who was the author of' Cartesian Meditations'? ‘Cartesian Meditations' গ্রন্থখনৰ লেখক কোন?

14. Who was the author of ' The Crisis of European Sciences and Trnscendental Phenomenology'?  "The Crisis of European Sciences and Trnscendental Phenomenology' গ্রন্থখনৰ লেখক কোন?

15. What is the etymological meaning of ' Phenomenology"? ‘ Phenomenology' শব্দটোৰ ব্যুৎপত্তিগত অর্থ কি?

16. What is the meaning of the term ' Phenomena"?

17. Who at first used the term ' Phenomenology'? ‘Phenomenology' শব্দটো সর্বপ্রথম কোনে ব্যৱহাৰ কৰিছে?

18. Who was the author of' Phenemenology of Spirit'? ‘ Phenemenology of Spirit’ গ্রন্থখনৰ লেখক কোন?

19. What is the subject-matter of Husserl's Phenomenology? প্রতিভাস বিজ্ঞান মূল আলােচ-বিষয় কি?

20. Phenomenology mainly studies the problem of consciousness / phenomena. প্রতিভাস বিজ্ঞান মূলতঃ চেতনা / প্রতিভাসৰ সমস্যা লৈ অধ্যয়ন কৰে।

21. Are phenemenology and phenomenalism  same?

প্ৰতিভাস বিজ্ঞান আৰু প্ৰতিভাসবিদ্যা একে নে? 

22. The study of phenemenology is subjective/ objective/ both subjective and objective.

প্ৰতিভাস বিজ্ঞানৰ অধ্যয়ন আত্মানিষ্ঠ বস্তুনিষ্ঠ/ আত্মনিষ্ঠ / বস্তুনিষ্ঠ উভয়ে। 


23. Was Husserl an intuitionist?

হুছার্ল এজন স্বজ্ঞাবাদী নে?

24. In what sense Phenomenology is a descriptive science?

কোন অর্থত প্রতিভাস বিজ্ঞান এটা বর্ণনামূলক বিজ্ঞান?

25. Why Husserl's phenomenology is called the transcendental phenomenology?

হুছালৰ প্রতিভাস বিজ্ঞানক কিয় অতীন্দ্রয় প্রতিভাস বিজ্ঞান বুলি কোৱা হয়?

26. What is Epoche?

ইপােকি কি?

27. What is bracketing?

বন্ধনীকৰণ কাক বােলে?

28. What do you mean by reduction?

বিশুদ্ধিকৰণ বা লঘুকৰণ বুলিলে কি বুজা?

29. What is the literal meaning of Epoche?

ইপােকিৰ আক্ষৰিক অর্থ কি?

30. What is the main objective of Phenomenology?

প্রতিভাস বিজ্ঞানৰ মূল উদ্দেশ্য কি?

31. The term ' Epoche ' is a Greek / Letin term.

‘Epoche 'শব্দটো গ্রীক / লেটিন শব্দ।

32. What is the negative aspect of Husserl's phenomenological method?

হুছাৰ্লৰ প্ৰতিভাস বিজ্ঞানৰ নেতিবাচক দিশ কি?

33. What is the positive aspect of Husserl's phenomenological method?

হুছালৰ প্ৰতিভাস বিজ্ঞানৰ ইতিবাচক দিশ কি?

34. What is Psychological Reduction?

মনােবৈজ্ঞানিক লঘুকৰণ কি?

35. What is Eidetic Reduction?

ভাবাত্মক লঘুণ কাক বােলে?

36. What is Transcendental Reduction?

অতীন্দ্রিয় লঘুকৰণ কি? 

37. What do you mean by intentionality of consciousness? 

চেতনাৰ বিষয়মূখীনতা বুলিলে কি বুজা?

 38. Who was the author of ' Psychology from an Empirical Point of View? ‘Psychology from an Empirical Point of View' গ্ৰন্থখনৰ লেখক  কোন?

39. Husserl derived the concept of intentionality of consciousness from his teacher ----------- (Fill in the gap)

চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো হুছালে তেওঁৰ শিক্ষাগুৰু-------- ৰ পৰা লাভ কৰিছে। (খালী ঠাই পুৰণ কৰা)

40. What is intentionality?

বিষয়মূখীনতা বুলিলে কি বুজা?

41. What is the meaning of the term 'Meinung'?

Meinung ' শব্দটোৰ অর্থ কি?

42. Name the philosopher whose project was to discover the essence of pure consciousness.

বিশুদ্ধ চেতনাৰ সাৰসত্তাক আৱিষ্কাৰ কৰা দার্শনিক গৰাকীৰ নাম উল্লেখ কৰা। 

 43. Who at first said the consciousness always points beyond itself?

কোনে সর্বপ্রথম কৈছিল যে চেতনা সদায় নিজৰ বাহিৰে আন কিবাক নির্দেশ কৰে?

44. Who has tried to establish philosophy as regorous science?

দর্শনক কোনে সুকঠোৰ বিজ্ঞান হিচাপে প্রতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল?

45. What is phenomenalism? 

প্রতিভাসবাদ কাক বােলে?


B.a 6th Sem philosophy (Major) 1,

Type: Nayan Moni Deka