পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য | Chapter 1 | অধ্যায় ১ | Class 12  Commerce (Business Studies) Question Answer Assamese Medium | Class 12  Commerce (Business Studies) Solution / Suggestion / Free Notes |  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণী ব্যৱসায় অধ্যয়নৰ কিতাপখনৰ পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য পাঠটো প্ৰশ্ন আৰু উত্তৰ | 



পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য

 অনুশীলনী

১। তলৰ কোনটো পৰিচালনাৰ এক কাAৰ্য নহয়? ( Which one of the following is not a function of management?)

(ক) পৰিকল্পৰনাকৰণ (Planning)

(খ) কৰ্মচাৰী নিযুক্তকৰণ (staffing)

(গ) সহযোগিতাকৰণ (cooperating)

(ঘ) নিয়ন্ত্ৰণকৰণ (controlling)


২। পৰিচালনা ব্যৱস্থাপনা (Management is)

(ক) এক কলা (an art)

(খ) এক বিজ্ঞান (a science)

(গ) কলা আৰু বিজ্ঞান উভয়েই ( both art and science)

(ঘ) কোনোটোৱেই নহয় (neither) 


৩। তলৰ কোনটো পৰিচালনাৰ এক উদ্দেশ্য নহয়? (Which one of the following is nto an objective of management) 

(ক) লাভ আৰ্জন (earning profits) 

(খ) সংগঠনৰ বিকাশ সাধন (growth of the organisation)

(গ) নিযুক্তিৰ ব্যৱস্থাকৰণ (providing employment)

(ঘ) কৰ্মনীতি/নীতি প্ৰস্তুতকৰণ (policy making)।  


৪। কৰ্মনীতি/নীতি ৰূপণ হৈছে (Policy formulation is the function of) 

(ক) শীৰ্ষ পৰিচালনাৰ কাৰ্য (top level managers)

(খ) মাধ্যম পৰিচালনাৰ কাৰ্য (middle leel managers)

(গ) কাৰ্যকৰণীয় পৰিচালনাৰ কাৰ্য (operational management) 

(ঘ) ওপৰৰ সকলোটি কাৰ্য (all of the above)।


৫। সমন্বয় হৈছে (Coordination is)

(ক) পৰিচালনাৰ কাৰ্য (function of management)

(খ) পৰিচালনাৰ অত্যাৱশ্যক ( the essence of management) 

(গ) পৰিচালনাৰ এক উদ্দেশ্য (an objective of management) 

(ঘ) ওপৰৰ কোনােটোৱেই নহয় (non of the above)।


 চমু উত্তৰ ধৰণৰ প্রশ্নাৱলী ( Short answer type questions ) 

১। পৰিচালনাৰ সংজ্ঞা দিয়া। ( Define management.) 


২। পৰিচালনাৰ যিকোনাে দুটা গুৰুত্বপূর্ণ কাৰ্যৰ নাম লিখা। 

(Name any two important characteristics of management.)


৩। বৃহৎ নিগম এটাৰ মাণ্ডলিক / সংমণ্ডলৰ পৰিচালকজন সংগঠনত কোন পৰিচালনা স্তৰৰ? তেওঁ মুখ্য কার্যাৱলী কি কি?

(Of which level of management in a large corporation the divisional manager is? What are his basic functions.) 


৪। পৰিচালনাক কিয় এক বহুস্থিতিৰ বহুৰেহৰূপৰ ধাৰণা বিবেচনা কৰা হয়?

 (Why is management considered a multifacted concept?) 


৫। পৰিচালনা এক বৃত্তি হিচাবে বৈশিষ্ট্যসমূহ আলােচনা কৰা। 

(Discuss the basic features of management as a profession.) 


দীর্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions) 

১। পৰিচালনাক এক কলা আৰু এক বিজ্ঞান উভয়ৰূপে বিবেচনা কৰা হয়। ব্যাখ্যা কৰা।

( Management is considered to be both an art and science. Explain) 


২। পৰিচালানাত বৃত্তিৰ পূর্ণাঙ্গ বৈশিষ্ট্য থকা বুলি ভাবানে?

(Do you think management has the characteristics of an full fledged profession?) 


৩। সমন্বয় হৈছে পৰিচালনাৰ অত্যাৱশ্যক / সাৰবস্তু / নিত্যতা। এই কথাত তুমি একমত নে? কাৰণ দশোৱা।

(Coordination is the essence of management. Do you agreed? Give reasons.) 


৪। ‘এক সফল উদমে / দ্যোগে ফলপ্রসূতাৰে / সার্থকভাৱে আৰু পাৰদৰ্শিতাৰে / কার্যদক্ষতাৰে লক্ষ্যত উপনীত হ'ব লাগে। ব্যাখ্যা কৰা।

(“A successful enterprise has to achieve its goals effectively and efficiently. " Explain.)


৫। ‘পৰিচালনা হৈছে ধাৰাবাহিক বহুতাে আন্তসম্পর্কিত কার্যাৱলীৰ এক ক্রমানুসৰিকতা।” মতামত দিয়া।

(Management is a series of continuous interrelated functions. Comment.)

Type- Nayan Jyoti Bordoloi