পৰিচালনাৰ নীতি | Chapter 2 | Principles of Management | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Question |


দ্বিতীয় অধ্যায় 

পৰিচালনাৰ নীতি 

Principles of Management 


অনুশীলনী

👉 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Principles of management are not) --

(ক) সাৰ্বজনীন / বিশ্বজনীন /  সৰ্বত্ৰ প্ৰয়োগৰ নহয় (Universial),

(খ) নমনীয় নহয় (not flexible),

(গ) পূৰ্ণ / সম্পূৰ্ণ / পৰিশুদ্ধ নহয় (not absolute)

(ঘ) আচৰণ সম্বন্ধীয় নহয় (not behavioural)


(২) পৰিচালনাৰ নীতিবোৰ কেনেদৰে সৃষ্টি কৰা / গঠন কৰা হয় ? (How are principles of management formed? )

(ক) বিজ্ঞানগাৰাত / পৰীক্ষাগাৰত (In a laboratory)

(খ) পৰিচালকসকলৰ অভিজ্ঞতাৰ দ্বাৰা (By experience of managers)

(গ) গ্ৰাহকসকলৰ অভিজ্ঞতাৰ দ্বাৰা (By experience of customers)

(ঘ) সমাজ বিজ্ঞানীসকলৰ সংখ্যা বৃদ্ধিৰ দ্বাৰা (Gy propagation of social scientists)


(৩) পৰিচালনাৰ নীতিসমূহ তাৎপৰ্যপূৰ্ণ হোৱাৰ কাৰণ (The principles of management are significant because of)

(ক) পাৰদৰ্শিতাৰ/ দক্ষতাৰ বৃদ্ধি (Increase in efficiency),

(খ) প্ৰাৰম্ভিক আগভাগ গ্ৰহণ (Initiative)

(গ) সম্পদসমূহৰ প্ৰকাশ্য ব্যৱহাৰ (Optimum utilisation of resoruces)

(ঘ) পৰিৱৰ্তনীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতি উপযোগিতা (Adaptation to changing technology)


(৪) হেনৰি ফেয়ল আছিল এজন (Henri Fayol was an)--

(ক) সমাজ বিজ্ঞানী (Social scientist)

(খ) খনন অভিযন্তা (Mining engineer)

(গ) গাণনিক (Acountant)

(ঘ) উৎপাদন অভিযন্তা (Production engineer)


(৫) তলৰ কোনটো বিবৃতিয়ে পৰিচালনাৰ কৰ্ম বিভাজন নীতিৰ উত্তম বৰ্ণনা দাঙি ধৰে ? (Which of the following statement best describes the principle of 'Division of work' ?)

(ক) কামক নিৰ্দিষ্ট ক্ষুদ্ৰ ক্ষুদ্ৰ কাৰ্যত বিভক্ত কৰা উচিত (Work should be divided into small tasks)

(খ) শ্ৰমিক / শ্ৰমক বিভক্ত কৰা উচিত (Labour should be divided )

(গ) নিৰ্দিষ্ট কাৰ্যৰ মাজত সম্পদ / সমলৰ বিভাজন ঘটা উচিত (Resources should be divided among jobs)

(ঘ) ইয়ে বিশেষীকৰণলৈ আগুৱাই নিয়ে (It leads to specialisation )


(৬) 'তেওঁ যন্ত্ৰ, আহিলা (সা-সৰঞ্জাম), সা-সঁজুলি আদি সংশ্লিষ্ট শ্ৰমিকৰ কাৰ্যকৰণৰ বাবে সাঁজু কৰি ৰাখে ।' কাৰ্যকৰণ কাৰ্যনায়কত্বৰ অধীনত এই বাক্যটিয়ে কাৰ কামৰ বৰ্ণনা কৰে । (He/ she keeps machines, materials, toosl etc. ready for operations by concern workers'. Whose work is described by this sentence under functionl formanship .)

(ক) নিৰ্দেশনা পত্ৰ কৰণিক (Instruction card clerk)

(খ) মেৰামত অধিপতি / দলপতি (Repair boss)

(গ) শ্ৰমিক অধিপতি / দলপতি (Gang boss)

(ঘ) নিৰ্দিষ্ট পথ নিৰ্দেশনা কৰণিক (Route clerk)


(৭) তলৰ কোনটো টেইলৰে দিয়া পৰিচালনা নীতি নহয় ? (Which one fo the following is not a principle of management given by Taylor ?)

(ক) বিজ্ঞান, সাধাৰণ বা ব্যৱহাৰিক বিধান নহয় (Science, not rule of thumb)

(খ) কাৰ্যকৰণী কাৰ্যনায়কত্ব (Functionl formenship)

(গ) সৰ্ব্বোচ্চ, সীমিত উৎপন্ন নহয় (Maximum, not restricted output)

(ঘ) ঐক্যতা, বিবাদ নহয় (Harmony, not discord)


(৮) এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ পৰিচালনাই 'এক সৰ্বোত্তম উপায়' লাভ কৰিব লাগে । বৈজ্ঞানিক পৰিচালনাৰ কোনটো কৌশল এই বাক্যটিত নিৰ্দিষ্ট কৰা হৈছে ? (Management should find 'one best way' to preform a task. Which technique of scientific management is defined in this sentence ?)

(ক) সময়/ কাল অধ্যয়ন (Time study)

(খ) গতি অধ্যয়ন (Motion study)

(গ) ক্লান্তি অধ্যয়ন (Fatigue study)

(ঘ) কাৰ্যকৰণ পদ্ধতি/ প্ৰণালী অধ্যয়ন (Method study)


(৯) তলৰ কোনটো বিবৃতিয়ে 'মানসিক বিপ্লৱ'ৰ উত্তম বৰ্ণনা কৰে ? (Which of the following statements best describes "Mental revolution" ?)

(ক) ইয়ে মনোভাৱ/ মনোভঙ্গীৰ পৰিৱৰ্তন সূচায় (It implies change of attitude)

(খ) পৰিচালনা আৰু শ্ৰমিক কোনোটোৱে এটাই আনটোৰ ওপৰস্থানৰ বুলি খেলিব নালাগে (The management and the workers should not play the game of one upmanship)

(গ) পৰিচালনা আৰু শ্ৰমিক উভয়ৰে ইটোক সিটোৰ প্ৰয়োজন (Both management and workers requiere each other)

(ঘ) শ্ৰমিকসকলক অধিক মজুৰি প্ৰদান কৰা উচিত (Workers should be paid more wages)


(১০) টেইলৰ আৰু ফেয়লৰ বিষয়ে তলৰ কোনটো বিবৃতি 'মিছা' ? (Which of the following statement is 'false' about Taylor and Fayol ?)

(ক) ফেয়ল আছিল এজন খনন অভিযন্তা য'তনেকি টেইলৰ আছিল যান্ত্ৰিক অভিযন্তা (Fayol was a mining engineer whiereas Taylor was mechanical engineer)

(খ) ফেয়লৰ নীতিবোৰ বিশেষীকৃত আৰু অৱস্থাত প্ৰয়োগসাধ্য, য'ত নেকি টেইলৰৰ নীতিবোৰৰ সাৰ্বজনীন প্ৰয়োগসাধ্যতা আছে (Fayol's principles are applicable in specialised situation whereas Taylor's principles have unviersal application)

(গ) ফেয়লৰ নীতিবোৰ ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে সৃষ্ট/ গঠিত, য'তনেকি টেইলৰৰ নীতিবোৰ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে সৃষ্ট/ গঠিত (Fayol's principles were formed through personal experience whereas Taylor's princioples were formed through experimentation)

(ঘ) ফেয়লৰ নীতিবোৰ পৰিচালনাৰ শীৰ্ষ স্তৰত প্ৰযোজ্য, য'তনেকি টেইলৰৰ নীতিবোৰ কাৰখানাৰ মজিয়াত প্ৰযোজ্য (Fayol's principles are applicable at the top level of management whereas Taylor's principles are applicable at the shop floor)।


⭐ চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions)

(১) পৰিচালনালৈ 'আদেশৰ একতা' নীতি কেনেদৰে উপযোগী ? চমুকৈ ব্যাখ্যা কৰা । (How is principle of 'Unity of Command' useful to management ? Explain briefly .)

(২) বৈজ্ঞানিক পৰিচালনাৰ সংজ্ঞা দিয়া । ইয়াৰ যিকোনো তিনিটা নীতি বৰ্ণোৱা । (Define scientific management. State any there of its principles .)

(৩) যদি এটা সংগঠনে ইয়াৰ ভৌতিক আৰু মানৱ সম্পদবোৰৰ বাবে উপযুক্ত স্থানত স্থাপন নকৰে (তেন্তে) কোনটো নীতি উলমঘা কৰে ? ইয়াৰ পৰিণতিবোৰ কি কি হয় ? (If an organisation does not provide the right place for physical and human resources in it, which principle is violated ? What are the consequences of it ?)

(৪) পৰিচালনাৰ নীতিৰ তাৎপৰ্য সন্দৰ্ভত যিকোনো চাৰিটা দিশ ব্যাখ্যা কৰা । (Explain any four points regarding sifnificance of principles of management.)

(৫) কৰ্তৃত্বৰ শিকলি নীতি আৰু বণুৱা/ শ্ৰমিক সাঁকো ব্যাখ্যা কৰা । (Explain the principle of 'Scalar chain' and gang plank.)


👉 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions)

(১) টেইলৰৰ দ্বাৰা উত্থাপিত বৈজ্ঞানিক পৰিচালনাৰ নীতিসমূহ ব্যাখ্যা কৰা । (Explain the principles of Scientific management given/ propounded by Taylor.)

(২) ফেয়লৰ দ্বাৰা উত্থাপন কৰা তলৰ পৰিচালনা নীতিসমূহ উদাহৰণসহকাৰে ব্যাখ্যা কৰা (Explain the following principles of management given by Fayol with examples)

(ক) নিৰ্দেশ/ নিৰ্দেশনাৰ একতা (Unity of direction)

(খ) ন্যায্যতা (Equity)

(গ) পাৰস্পৰিক সহযোগিতাৰ উদ্যম (Espirit De Corps)

(ঘ) শৃংখলাবদ্ধতা (Order)

(ঙ) কেন্দ্ৰীয়কৰণ আৰু বিকেন্দ্ৰীয়কৰণ (Centralisation and decentralisation)

(চ) প্ৰাৰম্ভিক আগভাগ (Initiative)

(৩) টেইলৰে প্ৰকাশ কৰাৰ দৰে 'কাৰ্যকৰণ কাৰ্যনায়কত্ব'ৰ কৌশল আৰু 'মানসিক বিপ্লৱ'ৰ ধাৰণা ব্যাখ্যা কৰা । (Explain the technique of 'Functional Foremanship' and the concept of 'Mental Revolution' as enunciated by Taylor.)

(৪) বৈজ্ঞানিক কাৰ্য অধ্যয়নৰ নিম্মোক্ত কৌশলসমূহ আলোচনা কৰা । (Discuss the following techniques of Scientific Work Study.)

(ক) সময়/ কাল অধ্যয়ন (Time study)

(খ) গতি অধ্যয়ন (Motion study)

(গ) ক্লান্তি অধ্যয়ন (Fatigue study)

(ঘ) কাৰ্য পদ্ধতি/ প্ৰণালী অধ্যয়ন (Method study)

(ঙ) কামৰ মানযুক্তকৰণ/ মানদণ্ডীকৰণ আৰু সৰলীকৰণ (Standardisation and Simplification of work)

(৫) টেইলৰ আৰু ফেয়লৰ বৰঙণিৰ মাজত পাৰ্থক্য আলোচনা কৰা । (Discuss the differences between the contributions of Taylor and Fayol.)

(৬) সম-সাময়িক ব্যৱসায়িক পৰিৱেশত টেইলৰ আৰু ফেয়লৰ বৰঙণিৰ প্ৰাসঙ্গিকতা আলোচনা কৰা । (Discuss the relevance of Taylor and Fayol's contribution in the contemporary business enviornment.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








 Type : Madhushmita Hazarika