ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যম/ উদ্যোগ | Chapter 3 | Class 12 Commerce (Business Studies) Question And Answer Assamese Medium | Class 12 Commerce (Business Studies) Solution | Class 12 Commerce (Business Studies) Suggestion | Class 12 Commerce (Business Studies) Free Question Answer Noets | দ্বাদশ শ্ৰেণী ব্য়ৱসায় অধ্যয়ন কিতাপৰ প্ৰশ্ন আৰু উত্তৰ | দ্বাদশ শ্ৰেণী ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যম/ উদ্যোগ পাঠটো প্ৰশ্ন আৰু উত্তৰ |
ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যম/ উদ্যোগ
১। চৰকাৰী কোম্পানী হৈছে যিকোনো এক কোম্পানী, যত চৰকাৰে ধাৰণা কৰা আদায়ী মূলধন (A Government Company Is Any Company In Whic The Paid Up Capital Held By The Government Is Not Less Than)
(ক) ৪৯ শতাংশ কম নহয় (49 per Cent)
(খ) ৫১ শতাংশ কম নহয় (51 per Cent)
(গ) ৫০ শতাংশ কম নহয় (50 per cent)
(ঘ) ২৫ শতাংশ কম নহয় (25 Per Cent)
২। বহুজাতিক নিগমৰ কেন্দ্ৰীভূত নিয়ন্ত্ৰণে (Centralised In MNC"s Implies Control Exercised By)
(ক) শাখাসমূহৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় ( Branches )
(খ) অধীনস্থ কোম্পানি দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় (Subsidiaries)
(গ) মুখ্য কার্যালয়ৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায়(Headquarters )
(ঘ) সংসদৰ দ্বাৰা নিয়ন্ত্রণ অনুশীলনক বুজায় ( Parliament )
৩ | ৰাজহুৱা খণ্ডৰ সংস্থাসমূহ ( PSE's are organisations owned by )-
(ক) যৌথ হিন্দু পৰিয়ালৰ দ্বাৰা মালিকানাধীন ( Joint Hindu family )
(খ) চৰকাৰৰ দ্বাৰা মালিকানাধীন ( Government )
(গ) বিদেশী কোম্পানীৰ দ্বাৰা মালিকানাধীন ( Foreign Companies )
(ঘ) ব্যক্তিগত উদ্যোগীৰ দ্বাৰা মালিকানাধীন( Private entrepreneurs )
৪। ৰাজহুৱা খণ্ডৰ ৰুগ্ন গােটসমূহৰ পুনৰগঠন কৰিবলৈ (Reconstruction of sick public sector units is taken up by )
(ক) বৃহত্তৰ মালিকানাৰ বৈদেশিক শাখাৰ ( MOFA ) ৰ দ্বাৰা লােৱা হয় ।
(খ) বুজাবুজিৰ চুক্তি ( MOU ) ৰ দ্বাৰা লােৱা হয় ।
(গ) ঔদ্যোগিক আৰু বিত্তীয় পুনগঠন ব’র্ড ( BIFR ) ৰ দ্বাৰা লােৱা হয়
(ঘ) ৰাষ্ট্ৰীয় নৱীকৰণ নিধি ( NRF ) ৰ দ্বাৰা লােৱা হয় ।
৫। ৰাজহুৱা খণ্ডৰ উদ্যমত নির্বিনিয়ােগে ( Disinvestments of PSE's implies )
(ক) সাধাৰণ / সমাংশ ব্যক্তিগত খণ্ড / জনগণলৈ অংশ বিক্ৰী কৰা বুজায় ( Sale of equity shares to )
(খ) কাম - কাজ বন্ধ কৰাক বুজায় ( Closing down private sector / public operations )
(গ) নতুন নতুন ক্ষেত্রত বিনিয়ােগ কৰা বুজায় ( Investing in new areas )
(ঘ) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অংশ ক্ৰয় কৰাক বুজায় ( Buying shares PSE's )
চমু উত্তৰৰ প্ৰশ্নাৱলী ( Short Answer Questions ):-
১। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ ধাৰণা ব্যাখ্যা কৰা । ( Explain the concept of public sector and private sector . )
২। ব্যক্তিগত খণ্ডত বিভিন্ন প্রকাৰৰ সংগঠনসমূহ উল্লেখ কৰা ।( State the various types of organisations in the private sector . )
৩। ৰাজহুৱা খণ্ডৰ অধীনলৈ অহা বিভিন্ন সংগঠনবােৰ কি কি ?( What are the different kinds of organisations that come under the public )
৪। ৰাজহুৱা খণ্ডৰ অধীনৰ কেতবােৰ সংস্থা / উদ্যমৰ নামৰ তালিকা প্রস্তুত কৰা আৰু সেইবােৰ শ্রেণীভুক্ত কৰা । ( List the names of some enterprises under the public sector and classify them . )
৫। ৰাজহুৱা খণ্ডত আন প্ৰকাৰবােৰতকৈ চৰকাৰী কোম্পানী ৰূপৰ সংগঠনক কিয় অগ্রাধিকাৰ প্ৰদান কৰা হয় ? ( Why is the government company form of Organisation preferred to other types in the public sector ? )
৬। চৰকাৰে দেশত কিদৰে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰে ? ( How does the government maintain a regional balance in the country ? )
দীর্ঘ উত্তৰৰ প্ৰশ্নাৱলী ( Long Answer Questions ):-
১। ৰাজহুৱা খণ্ডৰ প্ৰতি ১৯৯১ চনৰ ঔদ্যোগিক নীতি বর্ণনা কৰা। ( Describe the Industrial Policy 1991 , towards the public sector . )
২। ১৯৯১ চনৰ আগেয়ে ৰাজহুৱা খণ্ডৰ ভূমিকা কি আছিল ? ( What was the role of the public sector before 1991 ? )
৩। লাভ আৰু দক্ষতা সন্দৰ্ভত ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে ব্যক্তিগত খণ্ডৰ কোম্পানীৰ সৈতে প্রতিযােগিতা কৰিব পাৰেনে ? corar toco 4174 chirui ( Can the public sector companies compete with the private sector in terms of profits and efficiency ? Give reasons for your answer)
৪। গােলকীয় উদ্যমবােৰক আন ব্যবসায় সংগঠনবােৰতকৈ কিয় শ্রেষ্ঠ / উৎকৃষ্ট বুলি বিবেচনা কৰা হয় । (Why are global enterprises considered superior to other business organisations ?)
৫। যৌথ উদ্যোগত প্ৰৱেশ কৰাৰ উপকাৰসমূহ কি কি ? (What are the benefits of entering into joint ventures ? )
Type Sumit Patar
Class 12 Commerce (Business Studies),
Post ID : DABP003896