অধ্যায় ১

ভাৰতীয় শিক্ষাৰ সাংবিধানিক ব্যৱস্থা 
(Constitutional provision for Education in India)

প্ৰশ্নাৱলী (Exercise)

১। ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত সাংবিধানিক ভাৱে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰা । (State the constitutional provisions regarding education in India.)
Answer:

২। শিক্ষাৰ বিকাশ আৰু এটা জাতীয় শিক্ষা নীতিৰ বিৱৰ্তনৰ বাবে আমাৰ সংবিধানত উল্লেখ কৰা ব্যৱস্থাৱলীৰ বিষয়ে চমুকৈ উল্লেখ কৰা। (State briefly the provision of our constitution for the development of education and evolution of national education policy.)
Answer:

৩। ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ বিষয়ে আলোচনা কৰা । বাৰতবৰ্ষত প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাদ্যতামূলক কৰি তোলাৰ ক্ষেত্ৰত থকা সমস্যা সমূহ কি কি ? সমস্যা সমূহৰ সমাদানৰ বাবে পৰামৰ্শ আগবঢ়োৱা । (Discuss briefly about Article 45, of Indian constitution. What are the various problems connected with free and compulsory education in India ? Suggest some of solution.)
Answer:

৪। প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত থকা বাধাসমূহ কি কি ? শিক্ষাৰ সুবিধা কি কি প্ৰক্ৰিয়াৰে সমভাৱে প্ৰদান কৰিব পাৰা যাব ? আলোচনা কৰা । (What are the various problems concering universalisation of Elemantary education ? How can opportunities of education be equalished ? Discuss.)
Answer:

৫। চৈধ্য বছৰ বয়সৰ ভিতৰত সকলো ল'ৰা- ছোৱালীকে বাধ্যতামুলক শিক্ষা প্ৰদানৰ বাবে গ্ৰহন কৰা ব্যৱস্থাৱলীৰ আৰু ইয়াৰ নিৰ্দিষ্ট লক্ষ্য আজিও বাস্তবায়িত নহ'ল তোমাৰ মন্তব্য দিয়া । এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা কাৰণ সমূহ উল্লেখ কৰা । (The Target of free and compulsory education upto the age of 14, as laid down in our constitution could not be fulfilled as yet. Put your comment. Enumerate the cause that stand in the way.)
Answer:

       Author
Hirak Jyoti Bora.