উপভোক্তা সুৰক্ষা | Consumer Protection | Chapter 12 | Class 12 Commerce (Business Studies) | Question And Answer | Class 12 Commerce (Business Studies) Questions |

অনুশীলনী

😮 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice questions)ঃ--

(১) সঁচা নে মিছা লিখা (State whether the following statements are True or False)ঃ--

(ক) ব্যৱসায়ৰ বাবে উপভোক্তা সুৰক্ষাৰ এক নৈতিক বৈধতা থাকে । (Consumer protection has a moral justification for business.)

(খ) অধিকাৰৰ অতিৰিক্তলৈ / উপৰঞ্চিকৈ উপভোক্তাৰ কেতবোৰ দায়িত্ব থাকে । (In addition to rights, a consumer also has some responsibilities.)

(গ) দাবী কৰা ক্ষতিপূৰণসহ আপত্তিকৰ পণ্য আৰু সেৱাৰ মূল্য ২০ লাখ টকা অতিক্ৰম কৰিলে অভিযোগ জিলা আদালতত দাখিল কৰিব পাৰি । (A complaint can to be made to a District Forum when the value of the goods or services in question, along with the compensation claimed, exceeds Rs. 20 lakhs.)

(ঘ) উপভোক্তা সুৰক্ষা আইনে ছটা অধিকাৰৰ ব্যৱস্থা কৰে । (The Consumer Protection Act provides for six consumer rights.)

(ঙ) আই এছ আই হৈছে খাদ্যজালত উৎপন্ন দ্ৰব্যত ব্যৱহৃত গুণ প্ৰমাণৰ চিহ্ন । (ISI is the quality certification mark used in case of food products.)

(চ) উপভোক্তা সুৰক্ষা আইনৰ অধীনত উপভোক্তা এজনৰ দ্বাৰা ত্ৰুটিপূৰ্ণ দ্ৰব্য আৰু সেৱাৰ ঘাটিৰ বাবে অভিযোগ দাখিল কৰিব পাৰি । (Under the Consumer Protection Act, a complaint can be filed by a consumer for a defective good and also for deficiency in service.)


😄 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type question)

(১) ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা উপভোক্তা সুৰক্ষাৰ গুৰুত্ব ব্যাখ্যা কৰা । (Explain the importance of consumer protection from the point of view of a business.)

(২) ভাৰত চৰকাৰৰ দ্বাৰা গৃহীত কৰা বিভিন্ন আইনৰ গণনাৰে তালিকা দিয়া যিবোৰ উপভোক্তা স্বাৰ্থ সুৰক্ষাত সহায় কৰে । (Enumerate the various Acts passed by the Government of India which help in protection of consumers' interests.)

(৩) উপভোক্তা এজনৰ দায়িত্ববোৰ কি কি ? (What are the responsibilities of a consumer ?)

(৪) উপভোক্তা আদালতত কোনে কোনে অভিযোগ দাখিল কৰিব পাৰে ? (Who can file a complaint in a consumer court ?)

(৫) এখন ৰাজ্যিক আয়োগত কেনে ধৰণৰ গোচৰ দাখিল কৰিব পাৰি ? (What kind of cases can be filed in a State Commission ?)

(৬) উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত আৰু প্ৰতিষ্ঠা কৰাত উপভোক্তা সংগঠন আৰু অনা-চৰকাৰী সংগঠনবোৰৰ ভূমিকা ব্যাখ্যা কৰা । (Explain the role of consumer organisation and NGOs in protecting and promoting consumers' interests.) 


😞 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions)

(১) এজন উপভোক্তাৰ অধিকাৰ আৰু দায়িত্ববোৰ ব্যাখ্যা কৰা । (Explain the rights and responsibilities of a consumer.)

(২) উপভোক্তা সুৰক্ষাৰ উদ্দেশ্যত সফল / উপনীত হ'ব পৰা বিভিন্ন উপায়বোৰ কি কি ? (What are various ways in which the objective of consumer protection can be achieved ? Explain the role of consumer organisation and NOGs in this regard.)

(৩) উপভোক্তা সুৰক্ষা আইন, ১৯৮৬ ৰ অধীনত উপভোক্তালৈ প্ৰাপ্তিসাধ্য প্ৰতিকাৰ মাধ্যম / উপায়বোৰ ব্যাখ্যা কৰা । (Explain the redressal mechanism available to consumers under the Consumer Protection Act, 1986.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Madhushmita Hazarika.