নিয়ন্ত্ৰণকৰণ | Controlling | Chapter 8 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 commerce (Business Studies) Questions |

অনুশীলনী 


😭 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice questions)ঃ

তলত দিয়াবোৰৰ শুদ্ধ উত্তৰ বাছি উলিওৱা (For the following, choose the right answer)ঃ


(১) এক দক্ষ নিয়ন্ত্ৰণ পদ্ধতিয়ে সহায় কৰে (An efficient control system helps to)--

(ক) সাংগঠনিক উদ্দেশ্যাৱলীত সম্পন্ন কৰিবলৈ (Accomplishes orgamisational objectives)

(খ) কৰ্মচাৰীৰ মনোবল বৃদ্ধি / উন্নত কৰিবলৈ (Boosts employee morale)

(গ) স্থাপন কৰা মানৰ শুদ্ধতা বিচাৰ কৰিবলৈ (Judges accuracy of standards)

(ঘ) ওপৰৰ সকলোটিলৈ (All of the above) ।


(২) এটা সংগঠনৰ নিয়ন্ত্ৰকৰণ কাৰ্য হৈছে (Controlling function of an organisation is)--

(ক) ভৱিষ্যতলৈ / আগলৈ দৃষ্টি নিক্ষেপ কৰাৰ (Forward looking)

(খ) পিছলৈ / অতীতলৈ ঘূৰি চোৱাৰ (BAckward looking)

(গ) ভৱিষ্যতলৈ লগতে অতীতলৈ দৃষ্টি নিক্ষেপ কৰাৰ (Forward as well as backward looking )

(ঘ) ওপৰৰ কোনোটোৱেই নোহোৱাৰ (None of the above) ।


(৩) পৰিচালনা হিচাপ পৰীক্ষণ হৈছে সম্পাদনৰ ওপৰত পৰীক্ষা কৰাৰ কৌশল (Management audit is a technique to keep a check on the performance of)--

(ক) কোম্পানিৰ সম্পাদন (Company)

(খ) কোম্পানিৰ পৰিচালনাৰ সম্পাদন (Management of the company)

(গ) অংশধাৰক সকলৰ সম্পাদন (Shareholders)

(ঘ) গ্ৰাহকৰ সম্পাদন (Customers) ।


(৪) আয়-ব্যয়ক পৰিকল্পনা নিয়ন্ত্ৰণক প্ৰস্তুতকৰণৰ আৱশ্যক হয় (Budgetary control requires the preparation of)--

(ক) প্ৰশিক্ষণ অনুসূচীৰ (Training schedule)

(খ) আয়-ব্যয়ক বিবৃতিৰ / বাজেটৰ (Budgets)

(গ) জালিকা চিত্ৰৰ (Network diagram )

(ঘ) দায়িত্ব / দায়বদ্ধতা কেন্দ্ৰৰ (Responsibility centres) ।


(৫) তলৰ কোনটো দায়িত্ব হিচাপকৰণত প্ৰযোজ্য নহয় (Which of the following is not applicable to responsibility accounting)--

(ক) বিনিয়োগ কেন্দ্ৰ (Investment centre)

(খ) হিচাপকৰণ কেন্দ্ৰ (Accounting centre )

(গ) লাভ কেন্দ্ৰ (Profit centre)

(ঘ) ব্যয় কেন্দ্ৰ (Cost centre) 


🤓 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions) 

(১) নিয়ন্ত্ৰণকৰণৰ অৰ্থ ব্যাখ্যা কৰা । (Explain the meaning of controlling.)

(২) 'পৰিকল্পনাকৰণ হৈছে সমুখলৈ চোৱাৰ আৰু নিয়ন্ত্ৰণকৰণ হৈছে পিছলৈ চোৱাৰ ।' মতামত আগবঢ়োৱা । ( 'Planning is looking ahead and controlling is looking back.' Comment.)

(৩) 'প্ৰত্যকটো নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টাই কোনোটোৱেই নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ শেষফল হ'ব পাৰে ।' ব্যাখ্যা কৰা । ( 'An effort to control everything may end up in controlling nothing.' Explain.)

(৪) পৰিচালনীয় নিয়ন্ত্ৰণৰ এক কৌশল হিচাপে আয়-ব্যয়ক পৰিকল্পনাৰ নিয়ন্ত্ৰণৰ ওপৰত চমুটোকা লিখা । (Write a short note on budgetary control as a technique of managerial control.)

(৫) পৰিচালনা হিচাপ পৰীক্ষণে কিদৰে এক সাৰ্থক নিয়ন্ত্ৰণকৰণ কৌশল হিচাপে কাম কৰে তাক ব্যাখ্যা কৰা । (Explain how management audit serves as an effective technique of controlling.) 


😷 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions)

(১) নিয়ন্ত্ৰণ প্ৰক্ৰিয়া / পদ্ধতিত জড়িত বিভিন্ন পৰ্যায়বোৰ ব্যাখ্যা কৰা । (Explain the various steps involved in the process of control.)

(২) পৰিচালনীয় নিয়ন্ত্ৰণৰ কৌশলসমূহ ব্যাখ্য কৰা । (Explain in the techniques of managerial control.)

(৩) এটা সংগঠনত নিয়ন্ত্ৰণকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা । সংগঠনবোৰে সাৰ্থক নিয়ন্ত্ৰণ পদ্ধতি ৰূপায়ন কৰাত সন্মুখীন হোৱা সমস্যাবোৰ কি কি ? (Explain the importance of controlling in an organisation. What are teh problems facted by the organisation in implementing an effective control system ?)

(৪) পৰিকল্পনাকৰণ আৰু নিয়ন্ত্ৰণাকৰণৰ মাজত সম্পৰ্ক আলোচনা কৰা । (Discuss the relationship between planning and controlling. 


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Madhushmita Hazarika.