অধ্যায় ২ 
কাৰ্জনৰ শিক্ষা নীতি 
(Curzon's Educational Policy)

১। লৰ্ড কাৰ্জনৰ শিক্ষা নিতীয়ে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে কি পৰামৰ্শ আগবঢ়াইছিল ? ভাৰতীয় শিক্ষাত সেইবোৰ কিমান দূৰ কাৰ্যকৰী কৰা হৈছিল ? (What were the recommendations of Curzons Education Policy on aims and objective of education ? How far these were executed in Indian education ?)
Answer:

২। বিশ্ববদ্যালয় প্ৰশাসনৰ বিষয়ে ১৯০২ চনৰ বিশ্ববিদ্যালয় আয়োগৰ প্ৰধান পৰামৰ্শবোৰ কি কি আছিল ? ১৯০৪ চনৰ ভৰতীয় বিশ্ববিদ্যালয় আিনৰ এপৰত এি পৰামৰ্শ সমূহৰ প্ৰভাৱ কিদৰে পৰিছে ? (What were the recommendations of university education commission of 1902 on University administration How far these recommendations influenced on Indian University Act 1904 ?)
Answer:

৩। মাধ্যামিক শিক্ষা আৰু বিশ্ববিদ্যালয় শিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে লৰ্ড কাৰ্জনে কি ব্যৱস্থা হাতত লৈছিল ? (What steps was taken by Loard Carzon for the exapansion and improvement of Secondary education ?)
Answer:

৪। ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইন কি আৰু ইয়াৰ মূল উদ্দেশ্য কি আছিল ? এই আইনৰ প্ৰতি ভাৰতীয়সকলৰ প্ৰতিক্ৰিয়া কেনে আছিল ? (What is university Act of 1904 and what were its main objectives ? What was the response of Indians to his policy ?)
Answer:

৫। উচ্চ শিক্ষাৰ সংস্কাৰ সাধনত লৰ্ড কাৰ্জনৰ শিক্ষানীতি কি আছিল ? এই নিতীত তেওঁ কি পৰিমাণে কৃতকাৰ্যতা লাভ কৰিব পাৰিছিল ? (What was the education policy of Lord Curzon on the reforms of Higher Education ? How far he succeeded in this policy ?)
Answer:

৬। ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশ সাধনাত লৰ্ড কাৰ্জনে গ্ৰহণ কৰা নীতিত এই ক্ষেত্ৰত তেওঁৰ অৱদান সম্বন্ধে আলোচনা কৰা । (Discuss the Policy of Lord Curzon on the development of primary education and his contributions ?)
Answer:

৭। টোকা লিখা (Write Notes on): 

ক) কাৰ্জনৰ শিক্ষা নিতী (Education Policy of Lord Carzon) 
Answer:

খ) সহায়ক অনুদান ব্যৱস্থা (Grants in Aid System) 
Answer:

গ) লর্ড কার্জনৰ আৰু উচ্চ শিক্ষা (Lord Curzon and Higher Education) 
Answer:

ঘ) কার্জনৰ প্ৰাথমিক শিক্ষাৰ নীতি (Primary Education policy of Lord Curzon) 
Answer:

ঙ) ১৯০৪ চনৰ বিশ্ববিদ্যালয় শিক্ষা আইন (University Education Act of 1904) 
Answer:

৮। ভাৰতবৰ্ষৰ শিক্ষালৈ লর্ড কার্জনৰ অৱদানৰ বিষয় চমুকৈ লিখা । (Discuss brifely the contributions Of Lord curzon) 
Answer:

৯। ভাৰতবৰ্ষৰ শিক্ষাৰ উন্নতি কৰিবলৈ লর্ড কার্জনে কি প্রচেষ্ঠা চলাইছিল ? তেওঁ ফলৱতী হৈছিল নে ? প্রশ্নৰ উত্তৰ হিচাপে তােমাৰ যুক্তি দশোৱা । (What attempts were made by Lord Curzon to improve Indian education ? Was he successful ? Give ressons for your answer ?) 
Answer:

১০। মাধ্যমিক শিক্ষাৰ সংশােধনৰ বাবে লর্ড কার্জনে লােৱা নীতিৰ সমালােচনাত্মক পৰীক্ষা কৰা । ইয়াৰ পৰৱর্তী ফলৰ বিষয়ে উল্লেখ কৰা । (Critically examine the Policy of Lord Curzon regarding the reform of secondary education . mention its after effects.) 
Answer:

১১। ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ দফাবােৰ কি কি আছিল ? এই আইনখনে উদ্দেশ্য সফল কৰাত কিমানদূৰ সফলতা অর্জন কৰিছে ? (What are the provision of the University Act of 1904 ? How far in your opinion has the Act Succeeded in achieving in its objective.) 
Answer:

১২। “এইটো কোৱা হৈছে যে লর্ড কার্জনে ভাৰতীয় শিক্ষাৰ সকলাে দিশকে স্পর্শ কৰিছে আৰু একোৱে স্পর্শ কৰা নাই আৰু সংশােধনাে কৰা নাই” উক্তিটোৰ যথার্থতা নির্ণয় কৰা । (It is said that Lord Curzon touched evcery branch of Indian education and touched nothing that he did not reform " justify the statement) 
Answer:

১৩। লর্ড কার্জনে শিক্ষাৰ প্ৰত্যেকটো শাখাকে স্পর্শ কৰিছে আৰু তাক সংশােধন কৰিছে ’ উক্তিটো বিশ্লেষণ কৰা আৰু প্ৰসংগ দশোৱা । ("Lord Curzon has touched every branch of education and reformed them” Analyse the statment and show reference)
Answer:

Hirak Jyoti Bora