নিৰ্দেশিতকৰণ | Directing | Chapter 7 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Question |

অনুশীলনী 

😎 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice question)ঃ--

(১) তলৰ কোনটো নিৰ্দেশিতকৰণৰ উপাদান নহয় ? (Which one of the following is not an element of direction ?)

(ক) প্ৰণোদিতকৰণ (Motivation)

(খ) সংযোগ সাধনকৰণ / জ্ঞাতকৰণ (Communication)

(গ) কৰ্তৃত্ব অৰ্পণ (Delegation)

(ঘ) তদাৰককৰণ (Supervision) ।


(২) যিটো প্ৰণোদিতকৰণ তত্ত্বই প্ৰয়োজনীয়তাসমূহ ক্ৰমোচ্চভাৱে শ্ৰেণীভুক্ত কৰিছে সেইটো উন্নত কৰা হৈছে (The motivation theory which classifies needs in hierarchical order is developed by)--

(ক) ফ্ৰেদ লিউথানচৰ দ্বাৰা (Fred Luthans)

(খ) স্কটৰ দ্বাৰা (Scott)

(গ) আব্ৰাহাম মাচল'ৰ দ্বাৰা (Abraham Maslow)

(ঘ) পিটাৰ এফ ড্ৰাকাৰৰ দ্বাৰা (Peter F. Drucker) ।


(৩) তলৰ কোলটো বিত্তীয় উদগনি ? (Which of the following is a financial incentive ?)

(ক) পদোন্নতি (Promotion)

(খ) অংশ মূলধনেৰে উদগনি (Stock Incentive)

(গ) কৰ্ম নিৰাপত্তা (Job Security)

(ঘ) কৰ্মচাৰীৰ অংশগ্ৰহণ (Employee Participation) ।


(৪) তলৰ কোনটো সংযোগ সাধনকৰণ প্ৰক্ৰিয়াৰ এক উপাদান নহয় ? (Which of the following is not an element of communication process ?)

(ক) অৰ্থোদ্ধাৰ (Decoding)

(খ) সংযোগ সাধনকৰণ (Communication)

(গ) প্ৰণালী (Channel)

(ঘ) গ্ৰহীতা (Receiver) ।


(৫) জনৰৱ হৈছে (Grapevine is)--

(ক) আনোষ্ঠানিক সংযোগ সাধন (Formal communication)

(খ) সংযোগ সাধনৰ প্ৰতি প্ৰতিবন্ধকতা (Barrier to communication)

(গ) পাৰ্শ্বীয় সংযোগ সাধন (Lateral communication)

(ঘ) অনানুষ্ঠানিক সংযোগ সাধন (Informal communication) ।


(৬) মৰ্যাদা / পদমৰ্যাদা তলৰ প্ৰতিবন্ধকতাৰ ধাৰণভুক্ত হয় (Status comes under the following type of barriers)--

(ক) শব্দাৰ্থজনিত প্ৰতিবন্ধকতা (Semantic barrier)

(খ) সাংগঠনিক প্ৰতিবন্ধকতা (Organisational barrier)

(গ) অ-শব্দাৰ্থজনিত (Non Semantic barrier)

(ঘ) মনস্তাত্বিক প্ৰতিবন্ধকতা (Psychological barrier) ।


(৭) নাৰায়ন মূৰ্তিৰ দ্বাৰা প্ৰৱৰ্তিত ছফটওৱেৰ কোম্পানিটো হৈছে (The software company promoted by Narayan Murthy is)--

(ক) উইপ্ৰ' (Wipro)

(খ) ইনফ'চিচ (Infosys)

(গ) সত্যম (Satyam)

(ঘ) এইচ চি এল (H C L) ।


(৮) আব্ৰাহাম মাচল'ৰ প্ৰয়োজনীয়তাসমস্ত তত্ত্বৰ সৰ্বোচ্চ পৰ্যায়ৰ প্ৰয়োজনীয়তাটো হৈছে (The highest level need in the need Hierarchy of Abraham Maslow)--

(ক) নিৰ্বিঘ্নতা প্ৰয়োজনীয়তা (Safety need)

(খ) অংশভুক্ত হোৱা প্ৰয়োজনীয়তা (Belongingness need)

(গ) আত্মোপলব্ধিতাৰ প্ৰয়োজনীয়তা (Self actualisation need)

(ঘ) সন্মান / শ্ৰদ্ধাৰ প্ৰয়োজনীয়তা (Prestige need) ।


(৯) বাৰ্তাক সংযোগ সাধনৰ চিহ্ন / প্ৰতীকলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো জনা যায় (The process of converting the message into communication symbols is known as)--

(ক) মাধ্যম হিচাপে (Media)

(খ) বাৰ্তা প্ৰস্তুতকৰণ হিচাপে (Encoding)

(গ) প্ৰতিক্ৰিয়া / সঁহাৰি হিচাপে (Feedback)

(ঘ) অৰ্থোদ্ধাৰকৰণ হিচাপে (Decoding) ।


(১০) যি যোগাযোগ জালিকাত তদাৰককাৰীয়ে সকলো অধীনস্থকে সংযোগ সাধন কৰে সেই জালিকা হৈছে (The communication network in which all subordinates under a supervisor communicate through supervisor only is)--

(ক) একক শিকলি (Single chain)

(খ) বিপৰীতমুখী /ওলট-পালট (Inverted V)

(গ) চক্ৰ (Wheel)

(ঘ) মুক্ত প্ৰবাহ (Free flow) ।


😇 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions)

 (১) নেতা আৰু পৰিচালকৰ মাজত পাৰ্থক্য দেখুওৱা । (Distinguish between leaders and managers.)

(২) প্ৰণোদিতকৰণৰ সংজ্ঞা দিয়া । (Define Motivation.)

(৩) অনানুষ্ঠানিক যোগাযোগ কি ? (What is informal communication ?)

(৪) সংযোগ সাধনৰ শব্দাৰ্থগত প্ৰতিবন্ধকতা কি কি ? (What are semantic barriers of communication ?)

(৫) তদাৰককাৰী / তত্ত্বাৱধায়ক / পৰিদৰ্শক কোন ? (Who is a supervisor ?)

(৬) নিৰ্দেশিতকৰণৰ উপাদানসমূহ কি কি ? (What are the element of directing ?)

(৭) প্ৰণোদিতকৰণৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা । (Explain the process of motivation ?)

(৮) জনৰৱবোৰে সংযোগ সাধনকৰণৰ বিভিন্ন জালিকাবোৰ ব্যাখ্যা কৰা । (Explain different networks of grapevine communications ?)


😭 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions) 

(১) নিৰ্দেশিতকৰণৰ নীতিসমূহ ব্যাখ্যা কৰা । (Explain the principle of Diercting ?)

(২) এজন গুণী নেতাৰ গুণৰাজী ব্যাখ্যা কৰা । নেতৃত্বৰ সফলতা কেৱল গুণৰাজীয়ে নিশ্চিত কৰে নে ? (Explain the qualities of a good leader ? Do the qualities alone ensure leadership success ?)

(৩) সাৰ্থক / সফল সংযোগ সাধনকৰণৰ প্ৰতি সাধাৰণ প্ৰতিবন্ধকতাসমূহ কি কি ? সেইবোৰ অতিক্ৰম কৰাৰ ব্যৱস্থাৱলীৰ পৰামৰ্শ দিয়া । (What are teh common barriers to effective communication ? Suggest meansures to overcome them.)

(৪) এটা কোম্পানিৰ কৰ্মচাৰীসকলক প্ৰণোদিত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ বিত্তীয় আৰু অনা-বিত্তীয় উদগনিসমূহ ব্যাখ্যা কৰা । (Explain different financial and non-financial incentives used to motivate employees of a company ?)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type: Madhushmita Hazarika .